Bishrut Saikia - Daag (Official Audio) ft. Gitarthi Goswami & Angshuman Pathak
HTML-код
- Опубликовано: 9 фев 2025
- Official audio of 'Daag' from Bishrut Saikia's album 'Ogrogami'.
Spotify: open.spotify.c...
JioSaavn: www.jiosaavn.c...
iTunes: music.apple.co...
Written and sung by Bishrut Saikia at The Soundzone Studio, Guwahati.
Lead Guitar: Angshuman Pathak
Vocal Harmonies: Gitarthi Goswami
Mix- Mastered and Prod. by Bishrut Saikia
Lyrics:
সঁচা মিছা কি?
নেদেখি নুশুনি,
নিদিবা দাগ সানি,
হেৰাই নিৰ্দোষ হাঁহি ।
এই চক্ৰবেহুতে
নিদিবা ভৰি ।
তাঁহানিৰ কোঁৱৰেও
ওলাব নোৱাৰি,
মৃত্যুক ললে সাবতি
জয়ি হ'ল বিধান বিধিৰ ।
সত্যৰ হ'ল বলি
ৰক্তৰ অশ্ৰু নিগৰি।
নিদিবা দাগ সানি।
অগনিত জ্বলি জ্বলি
খহি যায় হিয়া খনি,
এটি ঘটনাৰ স্মৃতিৰ এঙাৰ ফুকি।
ভালপোৱা বোৰেতো
জানে কোন দোষী
হৃদয় দহে তুমি
ভাঙি যোৱা দেখি।
সমাজে ভাঙে যদি
আপোনে গঢ়ে তুলি।
মিছাতেই হ'লে দাগী
জীৱন এতিয়াও বাকী
নিদিবা তুমি হাৰি ।
আত্মহত্যাৰ বাটে
নাযাবা দাগ দেখি
নালাগে সমাজে কৰা
মৌন সময়ৰ মিছা সান্তনা
নালাগে সমাজে কৰা
মৌন সময়ৰ মিছা সান্তনা
নলবা দাগ তুমি ।।
Special thanks to The Soundzone Studio, The Artiste, Sakilur Rahman, Akash Deep Dutta & Rajnish Saikia.
Follow Bishrut Saikia:
Instagram: www.instagram....
Facebook: / bishrut.saikia.1
Online media partners:
Xongroh: www.xongroh.com
Inspiring Wodzz: www.inspiringwordzz.in
If you're here, thank you.
Lyrics is like goldmine
Mesmerised ❤
আটাকেইটা download__।।🥀🥺
❤️
Love you bro ❤️❤️❤️
বিশ্ৰুত দা... তোমাৰ এই গীত টিয়ে মোক আত্মহত্যাৰ পৰা ৰক্ষা কৰি আছে ❤️🩹.. বহুত বাৰ ভাবিলো নিজক শেষ কৰিম বুলি কিন্তু তোমাৰ এই গীত টিলৈ মনত পৰিলে সাহস পাওঁ মনত .... Thank you soo mochhh ❤
প্ৰায় ডেৰবছৰ ধৰি শুনি আহিছোঁ গানটো। ইমান দিনে কমেন্ট দিয়া নাছিলোঁ, আজি দিছোঁ। যোৱা প্ৰায় দুমাহ ধৰি ডিপ্ৰেচনত আছিলোঁ। আৰু মোৰ ডিপ্ৰেচনত এইটো গীত যেন মোৰ বাবে মহৌষধ হৈ গ'ল। প্ৰত্যেকটো শব্দ, সংগীত আৰু তোমাৰ কণ্ঠ.. গানটোৱে কিমানবাৰ কন্দুৱাইছে, কিমানবাৰ পুণৰুজ্জীৱিত হবলৈ প্ৰেৰণা দিছে তাৰ হিচাপ নাই। মই মাথোঁ অন্তৰৰ পৰা এইটোৱে কৈছোঁ... Thank you Bishrut Saikia. ঈশ্বৰে সদায় কুশলে ৰাখক। বহুত মানুহৰ মৰম আশিৰ্বাদ আছে.. তোমাৰ কেতিয়াও বেয়া হব নোৱাৰে। সফলতাৰ দিশে বহু দূৰ আগুৱাই যোৱা। মোৰ বাবে এইটো তোমাৰ জীৱনৰ শ্ৰেষ্ঠতম সৃষ্টি(till today)। thanks again and lots of love. ❤❤❤
বিশ্ৰুত, তোমাৰ প্ৰতিটো গানৰ প্ৰতিটো শব্দৰ প্ৰয়োগ তুমি ইমান ধুনীয়াকৈ কৰিছা যে মোৰ তোমাক প্ৰশংসা কৰিবলৈ ভাষা নাই । "মৰম সদায়ে লাগে", "নতুন হাঁহি", "দাগ", "উপহাৰ", "আই", "তুমি সঞ্চিত", "তেনেকৈ", "ৰং বোৰ আকোৱালিম" , "মৰুভূমি" প্ৰতিটো গানেই ইমান সুন্দৰ হৈছে , মন চুই গৈছে । বাৰে বাৰে শুনিবলৈ বাধ্য কৰাইছে গীতৰ কথা আৰু সুৰে । বিশেষভাৱে "দাগ" গীতটিয়ে মোক আবেগিক কৰি তুলিছে । তাৰ বিপৰীতে "উপহাৰ" আৰু "তেনেকৈ" গীত দুটিয়ে নষ্টালজিক্ কৰি তুলিছে । তুমি আৰু বহু দূৰ আগুৱাই যোৱা, তাৰেই শুভেচ্ছা যাচিলো । আৰু ধুনীয়া ধুনীয়া গীত ভৱিষ্যতে শুনিবলৈ পাম বুলি আশা কৰিলো । with lots of love Bro... ❤💖
এসাগৰ বুকুতে
জোৱাৰ বিচাৰি
শিলেও কথা কয়
চিটিকি ভাগৰি
জীৱন মানেনো কি
নুবুজি সুঁৱৰি
ত্ৰষ্ট প্ৰহৰৰ
নিৰ্বাক কুঁৱলী
এয়েতো সময় আজি
পায়ো সকলো বাকী!!
Bishrut, tumi Hoitya...tumar gaan Hoitya... tumar anubhuti Hoitya....tumi jiliki rua tora r dore aru hoktihali hua Hujyar r dore 🌈... Only few people can understand ur songs bcoz it speaks of a life that a few only has experienced... Stay blessed brother...wish u good luck ✨🔱🍁
বহুত বহুত ধন্যবাদ বিশ্ৰুত দা !! বহুতৰ মনত হয়তো বহুতো ধুমুহা বলি আছে কিন্তু কথাৰে সমাজখনক ক'ব পৰা নাই ।
অকৌ ধন্যবাদ আগবঢ়াইছোঁ মোৰ মনৰ মাতষাৰি গানৰ ৰূপত লিখাৰ বাবে 🙂
শব্দবোৰটো সুন্দৰেই... উচ্চাৰণো ইমান সুন্দৰ... শুনিয়েই আছোঁ কালিৰ পৰা...বুকুৰ কোনোবা কোণত চুই গৈছে ।❤️❤️❤️
Eibur he aasol gaan... Axomor Maatir gundho paisu.. 🌺
গানৰ কি শব্দ ....বহুতেই সাহস পাব এতিয়া এই গানটোৰ পৰা ....ভগবানে মংগল কৰক তোমাৰ ....শব্দবোৰৰ শক্তি আছে ....তুমি আগুৱাই যোৱা .....❤❤❤❤এই গানটো উলিয়াই বহুত ভাল কাম কৰিলা .....👍👍👍
আমাৰ সংগীত সুৰক্ষিত হাতত।🙏❤️
Thank you Uddipta 😌
আপোনাৰ কথাষাৰ সঁচাকৈ সত্য🙇🏻♂️💯🌻🥺📌😌☺️🥰😇💖
Khasai
@@chandankn bakibur koisa thike ase,but Neel da aru priyanka ba r kothatu kuatu thik hua ni,teuluk bht bhal singer Assamese music industry r
@@chandankn Neel Akash aru Achurjya Borpatra r gaan bur xuniba valke teulukor bohut val val gaan ase aru sobore genre n style beleg beleg hoi so no comparison
ইমান ধুনীয়া গান , মই ভাষাই বিচাৰি পোৱা নাই ... তুমি কত লুকাই আছা .... গানটো শুনি কলিজাটো কিয় নো বিষাই আছে , বহুত বেছি শুভকামনা তোমালৈ 💕💕
The legendary Bhupen Hazarika would have these words for Bishrut, ' Welcome to the beautiful world of lyrics. ' Awe inspiring stuff man. Hats off. A song that will never get old!
Lots of love to Gitarthi for your backing vocals.
Lots to come more.
Good Luck!
❤
O bishrut da. Ki mojaa gaan bonai dila OOO... Sob artist e borhia kaam korise.. huni bohut bhal lagil
This is a lullaby tending to wounds that don't find any closure. Things which are beyond any understanding. Thank you for making this. I feel heavy and light at the same time. 🌷
It is all about understanding the dimensions of his lyrics.. pretty much similar with the legendary Dr. Bhupen Hazarika dev.. critical but simple as well as!✨
) 9
Wow hosa koi hundor
hodai anedore aguai jawk
Ojaantrik r pora apunak sini palu etya gotei gan huni asu eta eta hunile huni thakibo mon jai emn hundor 👍🥰
Agoloi endore hunino pai thakim❤️
"Daag" is my personal favourite, so deep that I am drowning, but floating at the same time. 💙 It's a song of another level. Can't explain the emotions I get listening to it.
Bor bhal lagil . Very nice .
Big fan of Bishrut from Nagaland.Only got to know from last month because of the song Opohar, and fell in love instantly with the voice, lyrics and this precious gem.❤️❤️❤️
প্ৰায় ভাগি যাব ধৰা সংগীতৰ জগত খনত পুনৰ যেন আশাৰ ৰেঙনি আনিছে কেইজনমান নতুন যুৱকে তাৰ মাজত এই বিশ্ৰুত ও এজন। ভাল কামবোৰ কৰা আৰু ভাল গানবোৰো বনোৱা আমি আছোঁ লগত❤️👍
I'll come after 50years to tell you again that this is the best Assamese rock song you've ever listened.
Lyrics of "Daag" feels so close to me.. It's underrated but that's the beauty of this song. Not everyone can relate to the lyrics because it speaks of a life that a few only has experienced
তোমাৰ প্ৰতিটো গানেই মোৰ প্ৰিয়। আমাৰ বৰহোলাৰ গৌৰৱ তুমি। আগবাঢ়ি যোৱা।
Your lyrics are so heart warming Bishrut. Along with the pure vocals of Gitarthi and the amazing lead by Angshuman, it's just on another dimension. Great work guys👍
সুন্দৰ ❤️❤️❤️
অসমীয়া ভাষাৰ প্ৰথম টো গান যিটো গানে বুকু চুই গৈছে। তুমি আগবাঢ়ি যোৱা তাকে বিচাৰো❤🌸 ।
যাদুহনা মায়াবী শব্দ ।। কেচাঁ কলিজাৰ গান
শব্দহীন!
কি ধুনীয়া❤️🥺
আমি আত্মোৎকৰ্ষমূলক ( Self- improvement)সাহিত্য পঢ়িবলৈ পাওঁ। তেনে সাহিত্য পঢ়ি জীৱনত যুঁজাৰ প্ৰেৰণা পোৱা যায়। সেই দৃষ্টিভংগীৰে এনেধৰণৰ গীতবোৰক আত্মোৎকৰ্ষমূলক গীত বুলিও আমি ক'ব পাৰোঁ।
Wow what a word.
Didn't know self-improvement in Assamese is said so.
সচাঁই হিয়াত দাগ সানি গ'ল গানটোৱে💗...looking forward to more such mesmerizing songs💫
সুন্দৰ বিশ্ৰুত। এনেকুৱা গান আগলৈয়ো শুনিব পাম বুলি আশা ৰাখিলো।
নতুনকৈ শুনিছোঁ তোমাৰ গীত । অলপ ব্যতিক্ৰম। শব্দৰ গভীৰতা অনুপম । প্ৰতিটো গীতে বুকু চুই গৈছে । 👌👌💐💐
Dhuniya hoise,,,huni val lgle,,
শব্দই বাণ। 🙏
Borhiya hoise Bishrut daa...👌🏻♥️
Mojaaa💯💯👍
Mon sui jua eti geet hunibole palu bhal lagil agor loiu aru bhal bhal gaan hunibole puar akha thakil...👍
Xosakoi e bor dhunia🥺❤️🔥
ভাল লিখিছা শুনি ভাল লাগিল💚✌️
কিছু ব্যতিক্ৰম । 😇
Emaaan dhuniya 🥺❤️
Ow... It's been a while I heard such a sweet soft Assamese song with such raw instrumentals...
আপোনাৰ গীতৰ কথা, কণ্ঠ, সুৰ সকলো বহুত বেছি ভাল লাগে💕।ইমান ধুনীয়া গানৰ উপহাৰ দিয়াৰ বাবে বহুত ধন্যবাদ আপোনাক♥️🌻
আপোনাৰ গানবোৰ সদায় প্ৰিয়❤
সুন্দৰ ।❤
অসমীয়া গানৰ পুনৰ জীবন।। সুন্দৰ, হৃদয়স্পর্শী।
Khub val hoise aru aguwai jua 🥰
Xabdor ki dhar...👍👍muhoniyo kontho👌👌
Bishrut da mojja hoise🔥🔥
অযান্ত্ৰিকত উপহাৰৰ বিষয়ে শুনি তোমাৰ গীতৰ প্ৰেমত পৰিছিলো। সেইদিনা অলপতে অযান্ত্ৰিকত তোমাৰ সাক্ষাৎকাৰতো পিছত তোমাৰ সকলো গীতেই বিচাৰি বিচাৰি শুনি আছোঁ। আৰু অৱেচিছ দায়ে কোৱাৰ দৰে ময়ো তোমাৰ গীত বোৰৰ মাজত মোৰ অতিকে প্ৰিয় জয়ন্ত হাজৰিকা দেৱৰ ছাঁ এটা পোৱাৰ দৰে লাগিছে। বাকী আগবাঢ়ি যোৱা তোমালৈ শুভেচ্ছা থাকিল ❤️❤️❤️
Eman dhunia lagise apunar gan tu ki km vaxa nai apuni ru aguai jaok. love from rangia ❤️🚩
শব্দহীন বিশ্ৰুত দা ❤️.... এই গানটোয়ে অন্তৰ চুই গ'ল । তোমালৈ বহুত বহুত শুভাশা । আমাক এনেকৈ নতুন নতুন গান উপহাৰ দি যোৱা ।❤️
Xadai ebar xunu gantu... Eman xundor creation 👏👏
Dada apunar gan aru apunar mate mn sui goise.... Proti Tu ganei hunisu.... Ag bahi jauk apuni.... Majulir pora bohut mrm apunaloi... Aguwai jauk apuni🙏🙏🙏😍😍😍🌚
Todays junior writter of Bhupen Hazarika🔥🔥🔥
Ei2 gaan jetya e xunu non stop 2-3 bar xunu. The magic in Bishrut da r song
Ojaantric r pora he tumk sini paisu...hosai emn din tumar gaan kiyo huna nslu dekha nslu..njnu...etya hklu bur hnsu val lgise ....akow ebar otit loi uvoti hoitu....ki kom...mne hobdohin....tumi aguai jua...all the bst..lv frm jorhat..
Hundor ❤️👏
Oti hundor
Bohut vaal loga lyric...herai jua sangeet r xur bur❤
Your music has pure soul❤🩹 It relates with me each and every word, so soothing and peaceful. Hats off🙏💚
তোমাৰ প্ৰতিটো গান শুনিলে গাৰ নোম শিয়ৰি উঠে। তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলো
এই গীতটো মোৰ বাবে ধ্যান (meditation)।
বহুত ধন্যবাদ Bishrut।
❤️
Very nice song. Hearing on loop today. Ki barhia lyrics!
I heard this as one of my friend's caller tune... It was the “Nelage Xomajhe” part... I didn't paid much attention , but I after hearing it for 3-4 times while calling him... I asked him about it , And he told me your name... I came to youtube and heard the whole song... I loved it... All these incidents took place a few months back... Kept this song on my playlist since then , and often listen to it on Loop... I recommend it to the people who appreciate good music... Moi enke sobore gaanot comment nokoru... But I really love your song buddy... God bless you❤️...
misai koi ase, sobote comment diye e
@@beatsbyKM bohut dusto hoi goisa dei tumi... Ontorot aghaat dila🤣
I literally cried after hearing this song,may God bless you🥲💗👍
গানটোত বহু কিবাকিবিয়েই বিচাৰি পালো,আগবাঢ়ি যোৱা তুমি আৰু বহুদূৰ..
Mojaa
Listening on a loop..Its a Masterpiece... Great work, Entire team...Carry on Guys..Keep singing, Keep shining
বহুত মৰম তোমালৈ ,,,আগবাঢ়ি যোৱা শুভকামনা জনালো,, আটাইবোৰ গান শুনিছো মন্তব্য হে দিয়া হোৱা নাই ---
ইমান সুন্দৰ Lyrice ....
সঁচাকৈ ...
সঁচা মিছা কি ?
নেদেখি নুশুনি,
নিদিবা দাগ সানি,
হেৰাই নিৰ্দোষ হাঁহি |
This isn't just a song. So therapeutic. One such song that you like to keep it as a secret with yourself. Bohut besi dhuniya. Speechless.
অযান্ত্ৰিকৰ পৰা আহি তোমাৰ গান খুচৰি আছোঁ, প্ৰতিটো গানৰে শব্দৰ অৰ্থ ইমান গভীৰ।। আগবাঢ়ি যোৱা অলেখ শুভ কামনা বন্ধু,সৰলতা বোৰ এনেদৰেই জীয়াই ৰাখিবা 💐
Uffff ki kom.hunia thakim jen voice..thnx ojantric to introduced me such a heart touching voice.
Agbahi juwa
সুন্দৰ দাদা ❤❤❤
It's phenomenal gave me goosebumps tamam gaisa and angshuman da eman dhunia vibe tumar guitar t huni a thakibo parim 😍😍❤ rati huwa time t aru borhia lagibo🔥
Bishrut, you are a jewel. Never forget your essence. Your compositions are incense sticks not fireworks.
Even after 2 years, this song hits home
2mr gaanbur eman hundor .....hunile huni thakibole mon jai......vakha nii
Mon sui jua gaan
Xadai abar koi xuno song tu ❤️
My favorite singar 🥰 and Daag my favorite song ❤️❤️❤️
Bohut dinor murot bhal kiba hunibo palu. Bhal lagil💙
Excellent singing.....
Bohut dhuniya ❤
Khub dhunia hoise👍
gan tu e muk konduwai die .. thankyou dada.. bohut val pao gan tu xuni
কেনেকৈ গোৱা ইমান সুন্দৰ কৈ
হৃদয় চুই যোৱা কৈ ।
Love you yaar.
N best wishes you
You are really a Heart searching singer .
Lyrics ❣️❣️❣️❣️
আকৌ অসমীয়া গানৰ নতুনত্ব আনিলা ❤❤❤
Came here after watching Ojaantic… you just blew my mind.. looking forward to your next project… love from Ireland 🇮🇪
Bishrut Man, loving this. Thank you. ❤️
এনেকুৱা সৃষ্টি আমাক লাগে..। great work 👏👏
Eman dinor murot kio recommend t palu olp agot pab lagisl ❤️,, Mon xat pori goise 🥺💗❤️❤️
Beautiful soft song by Bishrut and Angshuman sas played on guiter superbly.
Move towards success.
♥️♥️♥️♥️ dhniya vai
ইমান যে ধুনীয়া। কথা সুৰ গান❤️❤️
জীয়াই তুলিবা তুমি সকলোকে।
Xosa kotha
Dhunia💕💕💕
ইমান ধুনীয়া
বিশ্ৰুত শইকীয়া🔥🔥🔥❣️
Amazing work by seniors.. So so proud of you guys❤️❤️❤️
Don't understand why this has only 18k views...the raw guitar and simple yet expressive lyrics...a true masterpiece