Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
প্ৰকৃত অসমীয়া জাতিৰ আসমীয়া ত্যাগী যুৱকক প্ৰণাম জনিইছো। 🙏
Avlikhi tome vala thaKi b😅😅
শুভেচ্ছা থাকিল ...ভগৱানে কুখলে ৰাখক ❤❤আলফা বুলি কলে কাৰ কাৰ মোৰ দৰে আপোন আপোন লাগে like kora ...
Apunalukkukholethakak
I like it
আপোনা লোক কুশলে থাকক।,,😮
মোৰ সপোন
Mur ❤❤❤
আপোনালোকক ভগৱানে কুশলে ৰাখক তাৰে কামনা কৰিছো।❤জয় আই অসম 🙏
🙏আলফা স্বাধীন সকলো সদস্য সদস্যা লৈ বিহুৰ আন্তৰিক শুভ কামনা থাকিল।🙏 জয় আই অসম🙏
যতেই নাথাকা তোমালোকক ভগৱানে ভালে কুশলে ৰাখক । জয় আই অসম।
আলফা স্বাধীন সকলো সদস্য সদস্যা লৈ বিহুৰ আন্তৰিক শুভ কামনা থাকিল জয় আই অসম
ভাল লাগিল জয় আই অসম বেয়া ও লাগিছে তোমালো কে মা দেউতা পৰা আখিবাদ লব পৰা নাই আমাৰ ফালৰ পৰা বিহু হুভইছা থাকিল নমস্কাৰ অসমীয়া
বিপ্লৱী ককাইদেউ / ভাই / ভগ্নী সকল , আপোনাসৱৰ এনেবোৰ উদ্যোগ ক সদায়েই শ্ৰদ্ধা মৰম ও ওলগ জনাই আহিছো , যাম ও । কিন্তু সঠিক সমাজ দেশৰ ৰীতি নীতি ৰে সকলো যেন আগোৱাই যায় , জীয়াই যায় তাৰ কামনা কৰো । সচাই বহু আবেগিক হৈছো , আপোনাসবক এই দৰে অসমীয়া সমাজ সংস্কৃতিৰ ৰীতি নীতি ক জীয়াই থকাৰ প্ৰচেষ্টাত থকা ৰ বাবে । জয় আই অসম ❤❤❤।
Jai Aai Ahom
Jai aai axom ❤biplob da
আপোনালোক সকলো লৈ বিহু হিয়া ভৰা শুভেচ্ছা থাকিল ,
@@Padamluson__mtb dhoinyobad
Jai aai asom
অতি সুন্দৰ, আপোনালোকলৈ বিহুৰ শুভেচ্ছা জনালো, জয় আই অসম
প্ৰতিজন যুজাৰুলৈ ৰঙালী বিহু বহুত বহুত হুভ কামনা জাছিলো জয় আই অসম
অতি সুন্দৰ অসমীয়াৰ গৌৰৱ,,, সকলোলৈকে বিহুৰ শুভেচ্ছা জনালো
সচাঁই বৰ সুন্দৰ বিহু নামৰ কথাবোৰ। মন প্ৰাণ চুই গল। দীর্ঘ দিনৰ সংগ্রামৰ আশু সমাধান আমি সকলোৱে কামনা কৰো। সকলোৱে সুস্বাস্থ্য কামনা কৰিলো, ভগৱানে যেন সকলো যুঁজাৰু সৈনিক সকলক সদায় কুশলে ৰাখে। বহাগ বিহুৰ শুভ কামনা ও ওলগ জনালোঁ। জয় আই অসম।
আপোনাৰ comment তু ভাল লাগিল...।।
বিপ্লৱী ভাইহত তোমালোকৰ বিশুচাই আবেগিক হৈগলো।ভগৱানে কোশলে ৰাখক জই আই অসম।
আশীৰ্বাদ সদায় আছে আগুৱাই গৈ জীৱনৰ লক্ষ্যত উপনীত হোৱা তাৰে কামনা কৰিছো।
বিপ্লৱী ককাই আৰু ভাই সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।❤️❤️❤️
তোমালোক সদাই ভালে থকা, অসম আৰু অসমীয়াৰ স্বভিমান jiaai ৰখাৰ স্বাৰ্থ ত ওলাই goisa সদাই ভগবানৰ কৃপাত ভালে থকা ❤
আজি বছৰৰ প্ৰথম দিনটোত পৰেশ ককাইদেউ সহিতে সকলো বিপ্লৱী বন্ধু ভাই ভনী আটাইলৈকে বৈপ্লবিক অভিন্দন লগতে ৰাঙলী বিহুৰ শুভেচ্ছা জনালো...অনাগত দিন বোৰ যাতে ভালকৈ পাৰ হৈ যায়... কন্টকময় পথত যাতে কোনো দিনেই পিচলি নাহে তাৰে কামনাৰে...অসম অসমীয়াৰ মৰম স্নেহ সদায় আপোনাৰ বাবে
আজি। বহাগৰ।প্ৰথম। দিনৰ। তোমাৰ লোক লৈ।ভগবানৰ।ওচৰত। সেৱা আগবঢ়ায়।বছৰটো।কুশলে।মংগল।ৰাখক। ভগৱানে।জয়।।।আই।।।অসম❤
শুভেচ্ছা থাকিল ৰঙালী বিহুলৈ জয় আই অসম
জয় আই অসম।জয় আই অসম।জয় আই অসম।অসমৰ উন্নতি হকে কাম কৰি অহা সকলো লৈকে নববৰ্ষ বিহুৰ শুভেচ্ছা আৰু আপোনালোকৰ দীঘায়ু কামনাৰে সেৱা জনালোঁ।জয় আই অসম
ইতহাস জৰিত অসমীয়াৰ বিহু ধন্যবাদ জ্ঞাপন কৰিলো।
বহুত ভাল হৈছে, জয় আই অসম।
বছৰটো ভালে কুশলে যাওক তাৰ কামনা কৰিলোঁ ।
তোমাালোকৰ জীৱন বিলাক ভালে কুশলে পাৰ হ'ক।ভালকৈ থাকিবা।
❤❤❤
প্রতিজন স্বাধীনতা যুজাৰুলৈ বাপোতি সাহোন বিহুটিৰ আন্তৰিক শুভকামনা জনালোঁ |জয় আই অসম |❤❤❤
বিপ্লৱী ককাই ভাই সকললৈ বাপতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ , বছৰটো যাতে সকলোৱে ভালে কুশলে পাৰ হয় । জয় আই অসম ❤❤
ধন্য বাদ মোৰ তৰফৰ পৰা, আৰু সকলো সংগ্ৰামী বন্ধু আৰু ৰঙালী বিহু শুভেচ্ছা উলগ জনালোঁ
মৰমৰভাইআৰুককাইসকলভালেকোখলেথাককআমাৰসুভেচাথাকিললগতেৰঙালী বিহুধুনীয়াকৈ গাইচে
অতি সুন্দৰ হৈছে,, বহুত ভাল লাগিল,,দুখো লাগে
আপোনালোকক ভগৱানে কুশলে ৰাখক সেইকামনাৰে ভগৱানৰ ওচৰত সেৱা জনাইছো
অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলো ককাইদেউ সকল তোমালোকক । ভগৱানে সদায়েই ভালে কুশলেই ৰাখক তাৰেই কামনা কৰিলো ভগৱানৰ ওচৰত সদায়েই। ।।।
মই এই গানটো ভাল দৰে লিখি থম আগলৈ এনেকুৱা বিহুৰ গোৱা মানুহ নাই কিয়া হ'বলৈ আমাৰ অসমত এনে কুৱা বিহুৰ আছিল বুলি কব পাৰিম আমাৰ দিনৰ ল'ৰা ছোৱালী য়ে চিনি নেপাব বিহুৰ কি জয় আই অসম বাসীৰ ৰাইজ জয় আই অসম খেনা বাহিনী লৈয় জয় আই অসম
আলফা শিবিৰলৈ বিহু শুভেচ্ছা থাকিল ।
12:47
12:55
13:41
😅😅@@sashibaruah8868
আপোনাকৰ বিহু গীতটোৰ প্ৰতিটো শব্দই অন্তৰ্ চুই গৈছে। আশীৰ্বাদ কৰিছো আটাইকে ঈশ্বৰে ভালে কুশলে ৰাখক
আলফা স্বাধীনলৈ বিহুৰ ক্ষভেচছা জনালো ।
অসমৰ সমস্যাবোৰৰ লগতে জাতিৰ স্বাৰ্থৰ হকে উচ্ছ দৰবাৰত মাতিবলৈ আমাক সাহস দিয়ক *জয় আই অসম*
ৰঙালী শুভেচ্ছা থাকিল ৷জয় আই অসম ৷
অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জাছিলোঁ ককাইদেউ সকল অপনালোকে সদায় ভালে থাকক ❤❤❤❤
সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ ৷ সুন্দৰ কণ্ঠ সুৰ কথা। কুশলে ৰাখক আপোনালোকক ৷
জাতীয় চেতনাৰে সমৃদ্ধ প্ৰতিজন মুক্তি সংগ্ৰামৰ সেনালৈ ৰঙালী বিহুৰ হিয়াভৰা আন্তৰিক শুভকামনা যাচিলোঁ,, সৰ্ব্বশক্তিমানৰ আশীৰ্বাদ আপোনালোকৰ প্ৰতি খোজৰ সঙ্গী হওক।❤❤❤
সকলোৱেই ভাল থাকক নেদেখা জনৰ ওচৰত তাৰেই কামনা কৰিলো ❤ জয় আই অসম ❤
জয় আই অসম, আটাইলৈ বিহুৰ শুভেচ্ছা জনালোঁ। ভগৱানে আটাইকে ভালে ৰাখক
সংগ্ৰামী ককাই, ভাই সকললৈ ৰঙালীৰ হিয়া ভৰা ওলগ জনালোঁ । নতুন বছৰৰ প্ৰথম দিনটোতে আপোনালোক সকলোৰে বাবে ভগৱানৰ ওচৰত সু-স্বাস্থ্য কামনা কৰিলো । " জয় আই অসম " । 🙏🪔🙏🎉🎉🎉♥️
বিহু শুভেচ্ছা থাকিল ককাইহত🎉❤ । জয় আই অসম🙏✊
অভিলেখ দাৰ সকলো গুণ আছে.....সকলোকে অসমীয়াৰ বাপতিসাহোন বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা যাছিলোঁ....জয় আই অসম
ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।আপোনালোক সকলোকে ভগৱানে কুশলে ৰাখক ।
বছৰটো ভালে কুশলে যাবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আলপা শিবিৰৰ সকলো সদস্য আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো.
10:01
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰাকক্ষণত দেশ বিদেশ হাবি জংঘল সকলো ঠাইৰ পৰাই যেন অসমীয়াৰ স্বাভিমান অব্যাহত ৰখাৰ যি প্ৰচেষ্টা সচাকৈ প্ৰশংসনীয়। ভাই সকল ভগৱান সদায়েই সহায় হৈ থাকক।
আলফা স্বাধীনলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। নতুন বছৰে আপোনালোক লৈ সুখ শান্তি কঢ়িয়াই আনক ভগৱানক প্ৰাৰ্থনা জনাইছো।
অসমীয়া নতুন বছৰৰ শুভেচ্ছা যাছিলো লগতে ভগৱানে তেওঁলোকক সু-মতি আৰু সু জ্ঞান দি দেশৰ বাবে ভাল কাম কৰিবলৈ মনত সাহস দিয়ে যেন তাৰে কামনা কৰিলো ।🙏🙏🙏
জয় আই অসম বিহুৰ শুভেচ্ছা জনালো
আন্তৰিক অভিনন্দন। জয় আই অসম।
জয় আই অসম ৰঙালী বিহুৰ হিয়া ভৰা শুভেছা থাকিল সকলোলৈ জয় আই অসম
J9i Ai Assom
Bohag bihu subhesa
বহুত দূখ লাগিছে ।মই বহুত ভালপাওঁ আলফাক।
বছৰটো ভালে কুশলে যাবৰ বাবে ভগৱানৰ ওপৰত প্ৰাথনা জনাই আলফা শিবিৰৰৰ সকলো সদস্যই আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 🙏
আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ অসমীয়াৰ বাপতি সাহোন "ৰঙালী" বিহুৰ লগতে অসমীয়া নববৰ্ষৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনালোঁ.....🥰"বছৰটো সকলোৰে শুভ হওঁক" তাৰে কামনাৰে...... Jai ai assam
বহুত ভাল লাগিল, সকলোলৈকে বিহুৰ শুভেচ্ছা জনালো। সকলো কুশলে থাকক
জয় আই অসমআলফা স্বাধীন জিন্দাবাদৰঙালী বিহুৰ শুভেচ্ছা থাকিল
Val lagil sai....gar num hiyori gol eman val lagil sai....God bless you hokoluke......❤❤❤❤
বিহু শুভেচ্ছা থাকিল জয় আই অসম
কুশলে ৰাখিবলে ভগৱানৰ. ওচৰত. সেৱা জনাইছো জয় আই. অসম
আলফা সাধীন বিহুৰ শুভেচ্ছা জনালো বহু ত ধুনীয়া হৈছে
বিহু শুভেচ্ছা থাকিল ভগৱানে সকলোকে ভালে কুশলে ৰাখক
Hundor hoise rangali bihur huvesa janalu vall koi thakok apunalok joi ai akhom
Bohut bohut bohut val lagil hya vora ulog jonalu bosortuloi
বহুত ধুনীয়া বিহু মাৰিছে 🙏 প্ৰণাম আপোনালোকক
জয় আই অসম ❤ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ❤️❤️❤️
আশীৰ্বাদ কৰিছো বোপাইহঁত কুশলে থাকক
বহুত বহুত ভাল লাগিছে। বিহুৰ শুভেচ্ছা থাকিল।
অসমীয়া নবৰ্ষৰ শুভেচ্ছা জনালোঁ ❤❤❤
আপোনালোকে হাবিৰ মাজত থাকি কেৱল বিদেশীৰ উপস্থিতি অনুভৱ হে কৰিছে। আমি বোৰে বিদেশীৰ খিলখিলনিৰ , দপদপিয়া মাজত জীয়াই আছো। দেশৰ পৰা দেশত থাকি বিদেশীৰ খেলার হাত উজান দিয়ক। তেতিয়াহে জননীৰ পুত্ৰ হিচাবে নিজকে পৰিচয় দিব পাৰিব। আপোনালোকৰ মংগল হোক।
Hosai bihu jua bohut val lagil.apunalukoloi bihu huveisa jonalu.joi aai asom
জয় আই অসম
আলফা শিবিৰসকললৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ❤❤❤❤
Very meaningful really no words to express
Bihur aantorik khuvessa jonalu.aru bohut bohut morom.jai aai axom.
বহুত ভাল লাগিছে জয় আই অসম
আলফা স্বাধীনৰ সকলো সদস্যলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।জয় আই অসম ।
বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জানালো সকলো সংগ্রামী ভাই বন্ধু সকলোলৈ ,
কুশলে থাকক । সফলতাৰ সাঁকো সদায় দীঘলীয়া । শুভকামনা থাকিল ।❤
Jai Aai Axom ❤ Bihur aantorik khuvessa jonalu
আলফা স্বাধীনতালৈ মোৰ ফালৰ পৰা সকলোকে বিহু শুভেচ্ছা জাচিলো ❤❤❤❤❤❤❤
মন চুই গৈছে অ জই আই অসম❤❤❤❤
আলফা স্বাধীনলৈ বহুত বহুত শুভেচ্ছা থাকিল
বিহু শুভেছা থাকিল জয়আই অসম❤❤❤👍
God bless you ULFA ৰ সকলো বন্ধু বৰ্গ সকলো কে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ll
Bohut bohut val lagil Bihur antorik sucess janalu jay AaiAssam
বহুত সুন্দৰ নতুন বছৰৰ শুভকামনা তোমালোকলৈও
বিহুৰ শুভেচ্ছা থাকিল ..,❤️🥰 জয় আই অসম❤️❤️❤️
শুভেচ্ছা জনালোঁ ৷জয় আই অসম ৷
শুভেচ্ছা থাকিল ভগৱানে আপোনাৰ লোকক কুখলে ৰাখক ❤ জয় আই অসম ❤
ভাল লাগিল ভিডিঅ'টো চাই। সকলো লৈকে বিহুৰ শুভেচ্ছা জনালোঁ। ভগৱানে সকলোকে কুশলে ৰাখক 🙏🏻🙏🏻🙏🏻
ভালে থাকিবলৈ আশিবাদ কৰিছো জয় আই অসম
বিপ্লৱী ককাইদেউ সকলোলৈ ৰঙালী বিহু শুভেচ্ছাৰ থাকিল। জয় আই অসম ।
ককাইহতলৈ হেপাহৰ ৰঙালীৰ শুফেচ্ছা জনালো🙏
বিহু ওলগ জনালো সকলোলৈকে জই আই অসম 🙏🙏🙏🙏🙏
❤ জয় আই অসম ❤ ✊
বৰ ভাল লাগিছে আলফাৰ বিহুৰ দলটো কিন্তু বেয়াও লাগিছে পৰিয়ালৰ পৰা আতঁৰি থকাৰ কাৰণে জয় আই অসম
Bihugeet tur khobdo bure barukoiye suise so great song 👌👌👌👌🙏🙏🙏🙏
ভগৱানে কুশলে ৰাখক ।জয় আই অসম
Bohut val lagil.Aapunalokoloi bihur ulg jonalu
প্ৰকৃত অসমীয়া জাতিৰ আসমীয়া ত্যাগী যুৱকক প্ৰণাম জনিইছো। 🙏
Avlikhi tome vala tha
Ki b
😅😅
শুভেচ্ছা থাকিল ...ভগৱানে কুখলে ৰাখক ❤❤আলফা বুলি কলে কাৰ কাৰ মোৰ দৰে আপোন আপোন লাগে like kora ...
Apunalukkukholethakak
I like it
আপোনা লোক কুশলে থাকক।,,😮
মোৰ সপোন
Mur ❤❤❤
আপোনালোকক ভগৱানে কুশলে ৰাখক তাৰে কামনা কৰিছো।❤
জয় আই অসম 🙏
🙏আলফা স্বাধীন সকলো সদস্য সদস্যা লৈ বিহুৰ আন্তৰিক শুভ কামনা থাকিল।🙏 জয় আই অসম🙏
যতেই নাথাকা তোমালোকক ভগৱানে ভালে কুশলে ৰাখক । জয় আই অসম।
আলফা স্বাধীন সকলো সদস্য সদস্যা লৈ বিহুৰ আন্তৰিক শুভ কামনা থাকিল জয় আই অসম
ভাল লাগিল জয় আই অসম বেয়া ও লাগিছে তোমালো কে মা দেউতা পৰা আখিবাদ লব পৰা নাই আমাৰ ফালৰ পৰা বিহু হুভইছা থাকিল নমস্কাৰ অসমীয়া
বিপ্লৱী ককাইদেউ / ভাই / ভগ্নী সকল , আপোনাসৱৰ এনেবোৰ উদ্যোগ ক সদায়েই শ্ৰদ্ধা মৰম ও ওলগ জনাই আহিছো , যাম ও । কিন্তু সঠিক সমাজ দেশৰ ৰীতি নীতি ৰে সকলো যেন আগোৱাই যায় , জীয়াই যায় তাৰ কামনা কৰো । সচাই বহু আবেগিক হৈছো , আপোনাসবক এই দৰে অসমীয়া সমাজ সংস্কৃতিৰ ৰীতি নীতি ক জীয়াই থকাৰ প্ৰচেষ্টাত থকা ৰ বাবে । জয় আই অসম ❤❤❤।
Jai Aai Ahom
Jai aai axom ❤biplob da
আপোনালোক সকলো লৈ বিহু হিয়া ভৰা শুভেচ্ছা থাকিল ,
@@Padamluson__mtb dhoinyobad
Jai aai asom
অতি সুন্দৰ, আপোনালোকলৈ বিহুৰ শুভেচ্ছা জনালো, জয় আই অসম
প্ৰতিজন যুজাৰুলৈ ৰঙালী বিহু বহুত বহুত হুভ কামনা জাছিলো জয় আই অসম
অতি সুন্দৰ অসমীয়াৰ গৌৰৱ,,, সকলোলৈকে বিহুৰ শুভেচ্ছা জনালো
সচাঁই বৰ সুন্দৰ বিহু নামৰ কথাবোৰ। মন প্ৰাণ চুই গল। দীর্ঘ দিনৰ সংগ্রামৰ আশু সমাধান আমি সকলোৱে কামনা কৰো। সকলোৱে সুস্বাস্থ্য কামনা কৰিলো, ভগৱানে যেন সকলো যুঁজাৰু সৈনিক সকলক সদায় কুশলে ৰাখে। বহাগ বিহুৰ শুভ কামনা ও ওলগ জনালোঁ। জয় আই অসম।
আপোনাৰ comment তু ভাল লাগিল...।।
বিপ্লৱী ভাইহত তোমালোকৰ বিশুচাই আবেগিক হৈগলো।ভগৱানে কোশলে ৰাখক জই আই অসম।
আশীৰ্বাদ সদায় আছে আগুৱাই গৈ জীৱনৰ লক্ষ্যত উপনীত হোৱা তাৰে কামনা কৰিছো।
বিপ্লৱী ককাই আৰু ভাই সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।❤️❤️❤️
তোমালোক সদাই ভালে থকা, অসম আৰু অসমীয়াৰ স্বভিমান jiaai ৰখাৰ স্বাৰ্থ ত ওলাই goisa সদাই ভগবানৰ কৃপাত ভালে থকা ❤
আজি বছৰৰ প্ৰথম দিনটোত পৰেশ ককাইদেউ সহিতে সকলো বিপ্লৱী বন্ধু ভাই ভনী আটাইলৈকে বৈপ্লবিক অভিন্দন লগতে ৰাঙলী বিহুৰ শুভেচ্ছা জনালো...
অনাগত দিন বোৰ যাতে ভালকৈ পাৰ হৈ যায়... কন্টকময় পথত যাতে কোনো দিনেই পিচলি নাহে তাৰে কামনাৰে...
অসম অসমীয়াৰ মৰম স্নেহ সদায় আপোনাৰ বাবে
আজি। বহাগৰ।প্ৰথম। দিনৰ। তোমাৰ লোক লৈ।ভগবানৰ।ওচৰত। সেৱা আগবঢ়ায়।বছৰটো।কুশলে।মংগল।ৰাখক। ভগৱানে।জয়।।।আই।।।অসম❤
শুভেচ্ছা থাকিল ৰঙালী বিহুলৈ জয় আই অসম
জয় আই অসম।জয় আই অসম।জয় আই অসম।অসমৰ উন্নতি হকে কাম কৰি অহা সকলো লৈকে নববৰ্ষ বিহুৰ শুভেচ্ছা আৰু আপোনালোকৰ দীঘায়ু কামনাৰে সেৱা জনালোঁ।জয় আই অসম
ইতহাস জৰিত অসমীয়াৰ বিহু ধন্যবাদ জ্ঞাপন কৰিলো।
বহুত ভাল হৈছে, জয় আই অসম।
বছৰটো ভালে কুশলে যাওক তাৰ কামনা কৰিলোঁ ।
তোমাালোকৰ জীৱন বিলাক ভালে কুশলে পাৰ হ'ক।ভালকৈ থাকিবা।
❤❤❤
প্রতিজন স্বাধীনতা যুজাৰুলৈ বাপোতি সাহোন বিহুটিৰ আন্তৰিক শুভকামনা জনালোঁ |জয় আই অসম |❤❤❤
বিপ্লৱী ককাই ভাই সকললৈ বাপতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ , বছৰটো যাতে সকলোৱে ভালে কুশলে পাৰ হয় ।
জয় আই অসম ❤❤
ধন্য বাদ মোৰ তৰফৰ পৰা, আৰু সকলো সংগ্ৰামী বন্ধু আৰু ৰঙালী বিহু শুভেচ্ছা উলগ জনালোঁ
মৰমৰ
ভাই
আৰু
ককাই
সকল
ভালে
কোখলে
থাকক
আমাৰ
সুভেচা
থাকিল
লগতে
ৰঙালী বিহু
ধুনীয়াকৈ গাইচে
অতি সুন্দৰ হৈছে,, বহুত ভাল লাগিল,,দুখো লাগে
আপোনালোকক ভগৱানে কুশলে ৰাখক সেইকামনাৰে ভগৱানৰ ওচৰত সেৱা জনাইছো
অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলো ককাইদেউ সকল তোমালোকক । ভগৱানে সদায়েই ভালে কুশলেই ৰাখক তাৰেই কামনা কৰিলো ভগৱানৰ ওচৰত সদায়েই। ।।।
মই এই গানটো ভাল দৰে লিখি থম আগলৈ এনেকুৱা বিহুৰ গোৱা মানুহ নাই কিয়া হ'বলৈ আমাৰ অসমত এনে কুৱা বিহুৰ আছিল বুলি কব পাৰিম আমাৰ দিনৰ ল'ৰা ছোৱালী য়ে চিনি নেপাব বিহুৰ কি জয় আই অসম বাসীৰ ৰাইজ জয় আই অসম খেনা বাহিনী লৈয় জয় আই অসম
আলফা শিবিৰলৈ বিহু শুভেচ্ছা থাকিল ।
12:47
12:55
13:41
😅😅@@sashibaruah8868
আপোনাকৰ বিহু গীতটোৰ প্ৰতিটো শব্দই অন্তৰ্ চুই গৈছে। আশীৰ্বাদ কৰিছো আটাইকে ঈশ্বৰে ভালে কুশলে ৰাখক
আলফা স্বাধীনলৈ বিহুৰ ক্ষভেচছা জনালো ।
অসমৰ সমস্যাবোৰৰ লগতে জাতিৰ স্বাৰ্থৰ হকে উচ্ছ দৰবাৰত মাতিবলৈ আমাক সাহস দিয়ক *জয় আই অসম*
ৰঙালী শুভেচ্ছা থাকিল ৷জয় আই অসম ৷
অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জাছিলোঁ ককাইদেউ সকল অপনালোকে সদায় ভালে থাকক ❤❤❤❤
সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ ৷ সুন্দৰ কণ্ঠ সুৰ কথা। কুশলে ৰাখক আপোনালোকক ৷
জাতীয় চেতনাৰে সমৃদ্ধ প্ৰতিজন মুক্তি সংগ্ৰামৰ সেনালৈ ৰঙালী বিহুৰ হিয়াভৰা আন্তৰিক শুভকামনা যাচিলোঁ,, সৰ্ব্বশক্তিমানৰ আশীৰ্বাদ আপোনালোকৰ প্ৰতি খোজৰ সঙ্গী হওক।❤❤❤
সকলোৱেই ভাল থাকক নেদেখা জনৰ ওচৰত তাৰেই কামনা কৰিলো ❤ জয় আই অসম ❤
জয় আই অসম, আটাইলৈ বিহুৰ শুভেচ্ছা জনালোঁ। ভগৱানে আটাইকে ভালে ৰাখক
সংগ্ৰামী ককাই, ভাই সকললৈ ৰঙালীৰ হিয়া ভৰা ওলগ জনালোঁ । নতুন বছৰৰ প্ৰথম দিনটোতে আপোনালোক সকলোৰে বাবে ভগৱানৰ ওচৰত সু-স্বাস্থ্য কামনা কৰিলো । " জয় আই অসম " । 🙏🪔🙏🎉🎉🎉♥️
বিহু শুভেচ্ছা থাকিল ককাইহত🎉❤ ।
জয় আই অসম🙏✊
অভিলেখ দাৰ সকলো গুণ আছে.....সকলোকে অসমীয়াৰ বাপতিসাহোন বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা যাছিলোঁ....জয় আই অসম
ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।আপোনালোক সকলোকে ভগৱানে কুশলে ৰাখক ।
বছৰটো ভালে কুশলে যাবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আলপা শিবিৰৰ সকলো সদস্য আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো.
10:01
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰাকক্ষণত দেশ বিদেশ হাবি জংঘল সকলো ঠাইৰ পৰাই যেন অসমীয়াৰ স্বাভিমান অব্যাহত ৰখাৰ যি প্ৰচেষ্টা সচাকৈ প্ৰশংসনীয়। ভাই সকল ভগৱান সদায়েই সহায় হৈ থাকক।
আলফা স্বাধীনলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। নতুন বছৰে আপোনালোক লৈ সুখ শান্তি কঢ়িয়াই আনক ভগৱানক প্ৰাৰ্থনা জনাইছো।
অসমীয়া নতুন বছৰৰ শুভেচ্ছা যাছিলো লগতে ভগৱানে তেওঁলোকক সু-মতি আৰু সু জ্ঞান দি দেশৰ বাবে ভাল কাম কৰিবলৈ মনত সাহস দিয়ে যেন তাৰে কামনা কৰিলো ।🙏🙏🙏
জয় আই অসম বিহুৰ শুভেচ্ছা জনালো
আন্তৰিক অভিনন্দন। জয় আই অসম।
জয় আই অসম ৰঙালী বিহুৰ হিয়া ভৰা শুভেছা থাকিল সকলোলৈ জয় আই অসম
J9i Ai Assom
Bohag bihu subhesa
বহুত দূখ লাগিছে ।মই বহুত ভালপাওঁ আলফাক।
বছৰটো ভালে কুশলে যাবৰ বাবে ভগৱানৰ ওপৰত প্ৰাথনা জনাই আলফা শিবিৰৰৰ সকলো সদস্যই আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 🙏
আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ অসমীয়াৰ বাপতি সাহোন "ৰঙালী" বিহুৰ লগতে অসমীয়া নববৰ্ষৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনালোঁ.....🥰
"বছৰটো সকলোৰে শুভ হওঁক"
তাৰে কামনাৰে...... Jai ai assam
বহুত ভাল লাগিল, সকলোলৈকে বিহুৰ শুভেচ্ছা জনালো। সকলো কুশলে থাকক
জয় আই অসম
আলফা স্বাধীন জিন্দাবাদ
ৰঙালী বিহুৰ শুভেচ্ছা থাকিল
Val lagil sai....gar num hiyori gol eman val lagil sai....God bless you hokoluke......❤❤❤❤
বিহু শুভেচ্ছা থাকিল জয় আই অসম
কুশলে ৰাখিবলে ভগৱানৰ. ওচৰত. সেৱা জনাইছো জয় আই. অসম
আলফা সাধীন বিহুৰ শুভেচ্ছা জনালো বহু ত ধুনীয়া হৈছে
বিহু শুভেচ্ছা থাকিল ভগৱানে সকলোকে ভালে কুশলে ৰাখক
Hundor hoise rangali bihur huvesa janalu vall koi thakok apunalok joi ai akhom
Bohut bohut bohut val lagil hya vora ulog jonalu bosortuloi
বহুত ধুনীয়া বিহু মাৰিছে 🙏 প্ৰণাম আপোনালোকক
জয় আই অসম ❤ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ❤️❤️❤️
আশীৰ্বাদ কৰিছো বোপাইহঁত কুশলে থাকক
বহুত বহুত ভাল লাগিছে। বিহুৰ শুভেচ্ছা থাকিল।
অসমীয়া নবৰ্ষৰ শুভেচ্ছা জনালোঁ ❤❤❤
আপোনালোকে হাবিৰ মাজত থাকি কেৱল বিদেশীৰ উপস্থিতি অনুভৱ হে কৰিছে। আমি বোৰে বিদেশীৰ খিলখিলনিৰ , দপদপিয়া মাজত জীয়াই আছো। দেশৰ পৰা দেশত থাকি বিদেশীৰ খেলার হাত উজান দিয়ক। তেতিয়াহে জননীৰ পুত্ৰ হিচাবে নিজকে পৰিচয় দিব পাৰিব। আপোনালোকৰ মংগল হোক।
Hosai bihu jua bohut val lagil.apunalukoloi bihu huveisa jonalu.joi aai asom
জয় আই অসম
আলফা শিবিৰসকললৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ❤❤❤❤
Very meaningful really no words to express
Bihur aantorik khuvessa jonalu.aru bohut bohut morom.jai aai axom.
বহুত ভাল লাগিছে জয় আই অসম
আলফা স্বাধীনৰ সকলো সদস্যলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।জয় আই অসম ।
বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জানালো সকলো সংগ্রামী ভাই বন্ধু সকলোলৈ ,
কুশলে থাকক । সফলতাৰ সাঁকো সদায় দীঘলীয়া । শুভকামনা থাকিল ।❤
Jai Aai Axom ❤ Bihur aantorik khuvessa jonalu
আলফা স্বাধীনতালৈ মোৰ ফালৰ পৰা সকলোকে বিহু শুভেচ্ছা জাচিলো ❤❤❤❤❤❤❤
মন চুই গৈছে অ জই আই অসম❤❤❤❤
আলফা স্বাধীনলৈ বহুত বহুত শুভেচ্ছা থাকিল
বিহু শুভেছা থাকিল জয়আই অসম❤❤❤👍
God bless you ULFA ৰ সকলো বন্ধু বৰ্গ সকলো কে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ll
Bohut bohut val lagil Bihur antorik sucess janalu jay AaiAssam
বহুত সুন্দৰ নতুন বছৰৰ শুভকামনা তোমালোকলৈও
বিহুৰ শুভেচ্ছা থাকিল ..,❤️🥰 জয় আই অসম❤️❤️❤️
শুভেচ্ছা জনালোঁ ৷জয় আই অসম ৷
শুভেচ্ছা থাকিল ভগৱানে আপোনাৰ লোকক কুখলে ৰাখক ❤ জয় আই অসম ❤
ভাল লাগিল ভিডিঅ'টো চাই। সকলো লৈকে বিহুৰ শুভেচ্ছা জনালোঁ। ভগৱানে সকলোকে কুশলে ৰাখক 🙏🏻🙏🏻🙏🏻
❤❤❤
ভালে থাকিবলৈ আশিবাদ কৰিছো জয় আই অসম
বিপ্লৱী ককাইদেউ সকলোলৈ ৰঙালী বিহু শুভেচ্ছাৰ থাকিল। জয় আই অসম ।
ককাইহতলৈ হেপাহৰ ৰঙালীৰ শুফেচ্ছা জনালো🙏
বিহু ওলগ জনালো সকলোলৈকে জই আই অসম 🙏🙏🙏🙏🙏
❤ জয় আই অসম ❤ ✊
বৰ ভাল লাগিছে আলফাৰ বিহুৰ দলটো কিন্তু বেয়াও লাগিছে পৰিয়ালৰ পৰা আতঁৰি থকাৰ কাৰণে জয় আই অসম
Bihugeet tur khobdo bure barukoiye suise so great song 👌👌👌👌🙏🙏🙏🙏
ভগৱানে কুশলে ৰাখক ।জয় আই অসম
Bohut val lagil.
Aapunalokoloi bihur ulg jonalu