শুভ জন্মাষ্টমী/জন্মাষ্টমী বুলি মোৰ গাওঁলৈ আহিলোঁ/ গাওঁখনৰ বাবে এটা বিশেষ দিন/কৃষ্ণ মন্দিৰৰ শুভাৰম্ভ।

Поделиться
HTML-код
  • Опубликовано: 5 фев 2025
  • Hello guys,,,,কি খৱৰ,, আজি হৈছে জন্মাষ্টমী,, আৰু সকলোকে মোৰ পৰিয়ালৰ তৰফৰ পৰা জন্মাষ্টমীৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু আজি জন্মাষ্টমী বুলি গৈ আছোঁ মোৰ গাওঁলৈ এটা বিশেষ কাৰণত। কাৰণটো হʼল আজি জন্মাষ্টমী বুলি আমৰ গাওঁত এটা নৱনিৰ্মিত কৃষ্ণ মন্দিৰৰ শুভাৰম্ভ কৰিব আৰু সেই মন্দিৰটোৰ শুভাৰম্ভ অনুষ্ঠানৰ এটা সৰুকৈ video লৈ আহিলো যিহেতুকে আজি আমৰ গাওঁখনৰ বাবে এটা বহুত বেছি ভাল দিন। আশাকৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব।myvillage #explore # temple #spiritual #janmashtamispecial #godofkrishnatemple#inogrationceremony#assamesevlog #assamesevlogvideo #janmashtamivlog.

Комментарии •