Eman hunkale akhomiya kobo pora hoi gol tai 😘.. Deutar kothabor o bor val lagil eman khohoj horol ..bohut morom ru ashirwad dilu dei Adhyashree ❤❤ Aguwai juwa 👍
Bah Adhyashree tumar kothabur xuni mur bohut val lage. Tumi bohut cute aru smart. Tumar dance sai moi val pau. Ashirwad korisu tumi aru aguai jua bhagawane tumar mongol koribo. Logot Himashree tumaku mur bohut val lage. Tumar interview moi sai thaku xosai bohut val lage. Bhagawan tumar mongol koron jen 🙏❤️❤️❤️
বহুত বহুত ভাল ভাল লাগিল আদ্ধ্যশৃ , তমালৈ আশীৰ্বাদ থাকিল আৰু আগবাঢ়ি যোৱা
বহুত ভাল লাগিল মাইনা জনী মৰম শুভেচ্ছা থাকিল ঈশ্বৰে সদায় কুশলে ৰাখক।
ইমাম সুন্দৰ কথা বতৰা মৰম লগা ছোৱালী জনী। ভগৱানে আশীর্বাদ কৰিব।
ইমান সুন্দৰ কথা-বতৰা, ইমান মৰম লগা অকণমানি জনি, আগবাঢ়ি যোৱা সদায়। কুশলে থাকা ❤❤❤❤
So cute
তুমি আগবাঢ়ি যোৱা মাইনু ভগবানে তোমাক সদায় নিৰোগী কৰি ৰাখক আৰু মংগল কৰক তাৰে কামোনাৰে
God always bless you🙏🙏🙏
জয় আই অসম
বহুত ভাল লাগিল ইমান মৰম লগা ছোৱালী হয় তুমি সদায় ভাল থাককা ঈশ্বরচনৰে তোমাক শক্তি দিয়ক.....।
বহুত বহুত মৰম তোমালৈ । ভগৱানে তোমাক সদায় কুশলে ৰাখক
।
ভাল লাগিল মাইনা জনীক। সদায় এনেদৰেই হাঁহি ফুৰ্তি ৰে সুস্থ থাকক। ভগৱানে কুশলে ৰাখক।❤
Moina bor dhuniya kotha koi bohut ramro nani
সঁচাকৈয়ে বহুত বেছি মৰম লগা আধ্যাশ্রী তুমি, love you so much❤ আৰু আগবাঢ়ি যোৱা। তোমালৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ
ইমান মৰম লগা কণমানি জনী❤️❤️আদ্ধ্যাশ্ৰী ৰ উজ্বল ভৱিষ্যত কামনা কৰিলো 🙏
আয়ু দেই ইমান ধুনীয়া তাইৰ কথাবোৰ। আৰু আগুৱাই যোৱা Adhyashree.❤
ভূত প্ৰেতৰ ভিদেওবোৰ দিয়াতকে এনেকুৱা ধৰণৰ video দিবচোন চাই ভাল লাগে। অকণমানি মৰমলগা জনীলৈ বহুত মৰম আৰু আশীৰ্বাদ জনালোঁ❤
Veri nice 👍
😮p
আমাৰ নিচিনা জীৱন বোৰৰ বিনিময় ত হ'লেও ভগৱানে তোমাক,তোমাৰ ইচ্ছাৰে সহায় কৰক।ভগৱানৰ ওচৰত এইয়ে প্ৰাৰ্থনা। চৰাইদেউ।
আধ্যাশ্ৰী ৰ কথাবোৰ জানিবৰ বহুত মন আছিল আজি শুনি বহুত ভাল লাগিল। আধ্যাশ্ৰী তুমি আৰু আগবাঢ়ি যোৱা ,l Love you ❤❤❤❤❤
বহুত ভাল লাগিল আধ্যাশ্ৰী ।দীৰ্ঘায়ু হোৱা।
Eman hunkale akhomiya kobo pora hoi gol tai 😘.. Deutar kothabor o bor val lagil eman khohoj horol ..bohut morom ru ashirwad dilu dei Adhyashree ❤❤ Aguwai juwa 👍
❤❤❤ বহুত ভাল লাগিলে।
আধ্যাশ্ৰী লৈ 10k like 👍
Yes✅
বহুত ভাল লাগিল। আধ্যাশ্ৰী সঁচাকৈয়ে ঈশ্বৰৰ নিৰ্মালি স্বৰূপ। তাইৰ কথা বতৰা শুনি আপ্লুত হৈছো। আধ্যাশ্ৰীৰ জীৱনৰ সৰ্বাঙ্গীন উন্নতি কামনা কৰিলোঁ। পিতৃ-মাতৃলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ 💐।
তাইৰ কথাবোৰেই মৰম লগাই দিছে ।ওচৰৰ পৰা লগ পাই চুমাৰে ওপচাই পেলাবৰ মন যায় ❤❤ এদিন ফ্লৰিনা জনীকো আনিবচোন ভাল লাগিব ।
ইমান মৰম লগা অকণমানী জনী। Adhyashree তোমাৰ সুন্দৰ ভৱিষ্যত কামণা কৰিলো। ভগৱানে তোমাক কুশলে ৰাখক।❤❤❤❤❤❤
ইমান মৰম লগা অ ছোৱালীজনী 🥰
Bohut val lagil eman xorute eman giyan aru aguwai juwa val manuh huwa dangor hoi ajoni ❤❤❤❤❤
গগণা আৰণি গগণা পুৰণি ঐ ২ গগণা কিহেৰে ২ বাও দুফালে দুচটি মাজতে এচটি ঐ ২ উশাহৰ টিপতে ২ বাও ।তাই গাওতে শুনি কিযে ভাল লাগিছিল ।❤❤❤
Bhut smart morm loga koth bur val lagil video tu khuni GB you 🥰
Really so
Cute little children.....❤❤❤❤❤❤❤❤❤love ❤❤❤❤❤❤❤ u
God bless you God বহুত বহুত সচাঁ কে ভাল লাগিল Ummmmmmah
Adhyashree,
U r outstanding. Go ahead , God bless u !!!
বহুত ভাল লাগিল কথাবোৰ ,মৰম দিলোঁ ❤️❤️
Riyan parag interview lage joldi
Florina gogoi uport kora next plzz
তোমাক ভগবান আৰু শক্তি দিয়ক, তুমি অসমৰ সম্পদ হোৱা, তোমাৰ মা এগৰাকী সংস্কাৰী মহিলা। ধন্যবাদ। 🎉🎉🎉🎉🎉
বহুত ভাল লাগিল আধ্যাশ্ৰী আগবাঢ়ি গৈ থাকা ❤
ভাল লাগিল মাইনা জনীক ,,,সদায় এনেদৰেই হাহি ফূতি কৰি থাকা ভগৱানে কুশলে ৰাখক❤ next Florina Gogoi pls
আধ্যাশ্ৰীৰ লগতে দেউতাকৰ কথাখিনিও বহুত ভাল লাগিল । ভগৱানে কুশলে ৰাখক ।
Khub bhal lagil ❤️
আধ্যাশ্ৰীক খুউৱ ভাল লাগিছে।তোমাৰ ভৱিষ্যত সুন্দৰ হওক।❤🎉
বহুত মৰম আশীৰ্বাদ থাকিল
বহুত বহুত ভাল লাগিছে কথা শুনি ডাঙৰ চেলিব্ৰিটী হোৱা তোমাৰ ডানস চাই ভাল লাগিল। ভগৱানে আৰু বেছি শক্তি দিয়ক দেহাজনী ।
Bahut bhal lagil maa junik dekhi maa junior kotha khub morom loga love you sweet maa juni mor
বহুত ভাল লাগিল মাইনা ভগবানে তোমাক মগল কৰক ।
Aman morom loga ❤kotha bur❤
Right ❤❤
ইমান মৰম লগা তোমাৰ কথাবোৰ ❤❤❤❤❤
Val lagise aadhayasree kathabur huni very nice
বহুত ভাল লাগিল মইনা জনি কথা শুনি ।তুমি আগ বাঁহী যোৱা❤
Adhyashri your talkings are very nice.very cute also to look at. I wish you a bright future.
মৰম লগা ❤ ভাল লাগিল ❤❤❤
khub val lagile . Adhyasree tumi aguwai jowa . Bhagawane tomar mangal karok . keep it up . All the best ❤❤❤❤
ইমান সৰু ছোৱালী হয় ইমান ধুনীয়া কথা কৈছে শুনি ভাল লাগিছে আগলৈকে কামনা কৰিছো আৰু আগবাঢ়ি যাওঁক তাৰেই কামনা কৰিছো
আধ্যাশ্ৰীৰ দেউতাক জন ইমান সহজ সৰল কথা বোৰ ইমান ধুনীয়াকে খোলাকৈ কয় বহুত বেছি ভাল লাগিল❤
বৰ সুন্দৰ, তাই বহুত কথা জানে,শিকাব নালাগে ❤❤
Bahut bhal lagil.
বহুত ওপৰলে যাওক তাই❤❤ দেউতাকক কোটি কোটি প্ৰমাণ
ভাল লাগিল আধ্যাশ্ৰী,আৰু আগোৱাই যাওক।
Oi dah kene kuwa kobor
❤❤❤❤❤❤ আচৰিত!
Bhut val lagil kothabur xuni
Bahut dhuniya lagise God bless 🙏
Eman Bhal Lagisay Aapunar Podcast too Adhyashree, Deuta Sobor Kotha honi lu Eman Bhal Lagisay
Bohut smart. Val lagise dai
বহুত,ভাল,লাগিল,দেহা,আগবাহি,যোৱা❤❤
Bohut val lagil. Eman xorute eman Gyan. Aguai just Aadhyasree
eman dhuniakoi kotha kuwa vl lagil
বৰ ভাল লাগিল
Bohut bohut bhal lagil
Adhyashree loi bohut bohut morom ❤️aru next Florina k matiba sun baa❤️
ভাল লাগিল তোমাৰ কথা খিনি শুনি।
খুব ভাল লাগিল আধ্যাশ্ৰী তুমি আগবাঢ়ি যোৱা
Bohut vall lagise
বহুত মৰম আৰু শুভকামনা আইজনী❤....আগুৱাই যোৱা🙏
বহুত ভাল লাগিল❤
খুউব সুন্দৰ।।ভালে থাকক অকণমানি জনী 😊।
বহুত মজা❤❤❤
Next Florina Gogoi please
Emn dhuniya kotha bhut bhut val lagil ❤❤❤
শুভেচ্ছা জনালোঁ তোমাক ভগৱানে তোমাক সহায় কৰক❤❤
Really mama hokolure ❤❤❤
অফুৰন্ত শুভেচ্ছা জনালোঁ ভগৱান তোমাৰ সহায় হ ওক
বৰ ভাল লাগিল ।
Unbelievable girl with unbelievable dance qualities.
Papa nd adhyashri I love u ❤❤❤👏👏👏🙏🙏🙏
ইমান মৰম লগাকথাবোৰ। ভগৱানে আগবঢ়ায় নিয়ে যেন আশীৰ্বাদ কৰিছো।
কথাবোৰ ইমান মৰম লগা অ।❤❤❤
Vl lagisa❤❤
Moja lagise ❤❤❤❤. Adhrasrik ba
ইমান সৰু ছোৱালী সাহস আৰু বাক পটোতা মানিব লাগিব লাগিব ।আদ্ধ্যাৰ পাপা আৰা মামীক চেলুট ।
Bht dhunia ❤ love u adhyashree❤
বহুত বহুত ভাল লাগিল আৰু আগুৱাই যাওঁক
Bohot bohot dhuniya lagise moina❤
সুন্দৰ কনমাণি জনী বহুত আগবাঢ়ি যোৱা
You are so cute Aadhyasree & God bless you 😘😘😘😘 and
Thanks to your father.
Thank you Himashri❤❤❤❤
বহুত ভাল লাগিছে আধ্যাশী
Bohut bsi vl lgise adhyashri tmr kothabur bhut mrm loga❤❤❤❤❤
How surprise baby.
Thank you so much.
Nila kanta chandi
Love love love love ❤our Assamese girl go ahead. God bless you.
Kolija joni emn cute & smart ❤❤❤❤❤😍😍😍😍😍love you too adhyashree
Bhaut mojja🎉🎉🎉
Tai assomiya sundorkoi sikile oti Kom somoyot. Bohut val lagise. Aagbahi juwa majoni. Love you.
আগ বাহি যোৱা । তুমি আমাৰ অসমৰ গৌৰব ।
Hundor ❤❤
Florina gogoi uporot vidio lage please please please 🙏🙏
Bah Adhyashree tumar kothabur xuni mur bohut val lage. Tumi bohut cute aru smart. Tumar dance sai moi val pau. Ashirwad korisu tumi aru aguai jua bhagawane tumar mongol koribo. Logot Himashree tumaku mur bohut val lage. Tumar interview moi sai thaku xosai bohut val lage. Bhagawan tumar mongol koron jen 🙏❤️❤️❤️
Bohot val lagise dei