Zubeen Garg য়ে প্ৰভূ, ঈশ্বৰ মনা-নমানাতো তেওঁৰ ব্যক্তিগত কথা, বিতৰ্কৰ কৰিব লাগে বুলি নাভাবোঁ N18V

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024

Комментарии • 307

  • @rupeswarborgohain7417
    @rupeswarborgohain7417 6 месяцев назад +231

    এই গৰাকী সত্ৰাধিকাৰ প্ৰভুৰ জ্ঞান গভীৰ চিন্তাধাৰালৈ আন্তৰিক ধন্যবাদ যাচিছো।🙏

    • @boradhun123
      @boradhun123 6 месяцев назад +2

      Pomter val j..
      😢

    • @GitanjoliDas-q7f
      @GitanjoliDas-q7f 6 месяцев назад

      SewA dhorisu BAP JONALOI

    • @damodarbaishya1439
      @damodarbaishya1439 6 месяцев назад

      jai gau mata jai gopal
      sri Krishna bhagawan hai
      bhagabatar gyan nai barnasangkar zubeen r

  • @BitdiyadhorPhukon
    @BitdiyadhorPhukon 6 месяцев назад +174

    এখেতৰ মন্তুব্য ভাল লাগিল ।অতি শান্ত মনেৰে পবিত্ৰতাৰে আক্ৰোশ নোলোৱাকৈ মনৰ ভাৱ প্ৰকাশ কৰিলে ।

    • @damodarbaishya1439
      @damodarbaishya1439 6 месяцев назад

      jai gau mata jai gopal
      bhagabatar gyan nai barnasangkar zubeen r
      sri Krishna bhagawan hai

  • @mdoley5126
    @mdoley5126 6 месяцев назад +103

    সচাকৈ ভাল লাগিছে আপোনাৰ কথা কোৱাটো actually মানুহ ভগৱান হৱ নোৱাৰে মানুহে ভগৱানৰ ভক্ত হৱ পাৰে

  • @bharatisaikia1388
    @bharatisaikia1388 6 месяцев назад +113

    এই জন সত্ৰাধিকাৰ সত্ৰৰ যোগ্য ইমান ধুনীয়া কৈ কথা খিনি ৰাইজক বুজাই দিছে। বহুত ভাল লাগিল

    • @damodarbaishya1439
      @damodarbaishya1439 6 месяцев назад

      jai gau mata jai gopal
      Sri Krishna bhagawan hai
      bhagabatar gyan nai barnasangkar zubeen r

  • @tamasdoley7852
    @tamasdoley7852 6 месяцев назад +43

    জুবিন গাৰ্গৰ মত,আমি নেদেখা জনক হে ভগৱান বুলি মাতো, মই ভাবো ঠিকেই আছে।

  • @papunath2309
    @papunath2309 6 месяцев назад +47

    বহুত সুন্দৰকৈ মনৰ ভাব প্ৰকাশ কৰিছে। ভাল লাগিল।

  • @bharatiborah8630
    @bharatiborah8630 6 месяцев назад +6

    এখেতে কথাখিনি বৰ সুন্দভাবে উপস্থাপন কৰি বুজাই দিছে আমিও সমথ্ন কৰিছো জুবিন গাগৰ আচলতে সেইয়া সম্পূৰ্ণ ব্যত্তিগত চিন্তাধাৰা আছিল বুলি ভাবো তাকে মঞ্চত সমজূৱা ভাবে প্ৰকাশ কৰাতোত হয়তো সত্ৰাধিকাৰ সকলে মনতে দুখ পাইছে।অৱশ্যে তেওলোকে জোৰ কৰি কাৰো পৰা প্ৰভূ ঈশ্বৰ বুলি সম্বোধন নিবিচাৰে সাধাৰণ ৰাইজেহে তেওঁলোকৰ সন্মানাথে তেনেদৰে কয় তাত কাৰোবাৰ আপত্তি কৰিব লগা একো থাকিব নালাগে বুলি ভাবো।

  • @rajubora5628
    @rajubora5628 6 месяцев назад +23

    ধুনীয়া কথা কৈছে আপুনি । ❤❤প্ৰকৃত জ্ঞানী

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 6 месяцев назад +42

    আপোনাৰ মতামত সুন্দৰ।

  • @rambalram2610
    @rambalram2610 6 месяцев назад +44

    আচল সত্য এই টুৱেই...১০০% সত্য... সত্ৰৰ কিছু সংখ্যক ভক্ত বৈষ্ণৱক বাহিৰৰ পৰা, দিছপুৰৰ পৰা জেকাই দিয়া হৈছে জুবিন গাৰ্গৰ বিপৰীতে মন্তব্য দিবলৈ... পুৰণা পুটক তুলিবলৈ...😮😮😮😢😢

  • @rebasaikia7452
    @rebasaikia7452 6 месяцев назад +53

    ভগবানৰ বাহিৰ আন এজন প্ৰভু ঈশ্বৰৰ আছেজানো‍?

    • @marketznews2516
      @marketznews2516 6 месяцев назад

      33 kouti ase dev devi

    • @parthachangmai11
      @parthachangmai11 6 месяцев назад +8

      33 koti mane 33 prokaror

    • @pranabborpatragohain9111
      @pranabborpatragohain9111 6 месяцев назад +1

      মানুহ ভগৱান হ'ব নোৱাৰে। নিৰাকাৰ সৃষ্টিকৰ্তা ঈশ্বৰ ভগৱান স্বৰ্গত থাকে, কৃষ্ণ প্ৰতাপী দেৱতা হয় ভগৱান নহয়। শাস্ত্ৰত লিখা আছে। জুবিন গাৰ্গে মদ খোৱাটো জুবিনৰ ভুল, কিন্তু জুবিন গাৰ্গে কথাখিনি সঁচা কলে। ধৰ্মৰ নামত এখিনিয়ে বেপাৰ কৰি আছে।

    • @NorthEastIndia7919
      @NorthEastIndia7919 6 месяцев назад

      গুৰু মা দেউতা ভগৱান

    • @lakhimiboro688
      @lakhimiboro688 5 месяцев назад

      ​@@pranabborpatragohain9111Hey dude(दोस्त ), you are totally wrong...Brahma says in #Braham Samhita..... ईश्वर: परम: कृष्ण: सच्चिदानन्द: विग्रह अनादिर आदि गोविंद सर्व कारण: कारणम ।। Means:- ঈশ্বৰ কেৱল পৰম কৃষ্ণ , তেওঁৰ বিগ্ৰহ সদচিদান্দ অৰ্থাৎ সকলোকে আনন্দ প্ৰদান কৰা ; তেৱেঁই অনাদিৰ আদি গোবিন্দ আৰু সকলো কাৰণৰ পৰম কাৰণ ! ⭐⭐⭐⭐💖 ভগৱান শ্ৰীকৃষ্ণই ধৰ্মভূমি কুৰুক্ষেত্ৰত অৰ্জুনক গীতা জ্ঞান দিছিল, যেতিয়া অৰ্জুনে বিমূৰত পৰিছিল তথা মানসিক ভাৱে ভাগি পৰিছিল💖 ভগৱান কৃষ্ণই তেওঁৰ পৰম ভক্ত তথা সখা অৰ্জুনক বিশ্বৰূপ দেখুৱাইছিল আৰু তেওঁক তেওঁৰ কৰ্তব্য কৰিবলৈ কৈছিল ।"শ্ৰীমদ্ভগৱদগীতা"ৰ অৰ্থই হৈছে ভগৱানৰ গীত অৰ্থাৎ জ্ঞান। আৰু তুমি কৈছা কৃষ্ণ ভগৱান নহয় ?! 💖Krishna says in bhagwat Geeta यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।।
      परित्राणाय साधुनाम् विनाशाय च दुष्कृतम ।
      धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।। ধন্যবাদ, জয় আই অসম 🇮🇳🇮🇳

  • @sanjibbora1789
    @sanjibbora1789 6 месяцев назад +20

    সঁচাকৈ বিষয় টো সুন্দৰকৈ বুজাই দিলে আপুনি , আপোনাসৱৰ দৰে গুৰু গাম্ভিৰ্য্য চিন্তা ধাৰাই সমাজখনক সু বুদ্ধি সু চিন্তা ৰ আলোড়ন বঢ়াওক।কৃষ্ণ

  • @bablymedhi7410
    @bablymedhi7410 6 месяцев назад +21

    Right good... Bhal lagil💯

  • @Rinkikakati
    @Rinkikakati 6 месяцев назад +5

    মই জুবিন দাৰ অনুৰাগী, তেওঁক ভাল পাওঁ সদায় পাই যাম, অন্ধ ভক্তৰ দৰে আচৰণ নকৰোঁ,তেওঁৰ ভুল দেখিলে তাতো মাত দিম, ভাল দেখিলেও গৌৰৱ কৰিম । সেইবুলি ভাল পাবলৈ নেৰো, মোৰ মায়ে ভাল পাই , বাবাই ভাল পাইছিল, মইনো কোন কুটা । তেওঁ কাকো বেয়া হ'বলৈ কোৱা নাই, এটা চামে জুবিন দাৰ নামত উদ্ভণ্ডালি কোবাই অসভ্যালি কৰি জুবিন দাক বদনামী কৰি আছে, সেইটো সিহঁতৰ নিজৰ শিষ্টাচাৰ প্ৰকাশ পাইছে, তাত জুবিন দাৰ হাত আছে বুলি নাভাবো, বেয়াবোৰ নল'লেই হ'ল, ভালবোৰ ল'লেই দেখোন একো হানি নহয় ।

    • @kuberbaba799
      @kuberbaba799 6 месяцев назад

      ❤জয় মাজুলী ❤জয় আই অসম❤

    • @intelligencegamers1341
      @intelligencegamers1341 5 месяцев назад

      Val burot kune soku dise... Beyaburot hajartai bhul dhoribo.. gotike valburei jodi hodai kori jaai tat apotti karuwei nathakibo..

  • @EnjoyingWithRich
    @EnjoyingWithRich 6 месяцев назад +19

    Very wise man..........🎉

  • @ShubhamSharma-wj3dm
    @ShubhamSharma-wj3dm 5 месяцев назад

    Khub xundor bhabe kotha khini koise...bhal lagise❤

  • @monshumisaikiq81
    @monshumisaikiq81 6 месяцев назад +2

    Very positive reaction. Bhal lagile

  • @ratulsarmah3030
    @ratulsarmah3030 6 месяцев назад +18

    ভৱিৰ্ষ্যত সত্ৰৰ বিষয়ে অকনমান হলেও অনুমান কৰিছো।

  • @tdadvice2321
    @tdadvice2321 6 месяцев назад

    Great,salute

  • @Gaurav.Baruah
    @Gaurav.Baruah 6 месяцев назад +1

    এইজনহে প্ৰকৃত সত্ৰাধিকাৰ ৷ কথাত ইমান গাম্ভীৰ্যতা আছে Wow ❤

  • @debapriyomusical.7417
    @debapriyomusical.7417 6 месяцев назад +12

    বৰ সুন্দৰকৈ বুজাই দিছে এখেতে।❤

  • @lifeyordreamsofassamboy6887
    @lifeyordreamsofassamboy6887 5 месяцев назад

    Jay zubeen da ❤❤❤

  • @bidyutkonwar8231
    @bidyutkonwar8231 5 месяцев назад

    ভাল লাগিল 👍 ।

  • @pranjoldutta7038
    @pranjoldutta7038 5 месяцев назад +1

    এইগৰাকী সত্ৰাধিকাৰে ইমান ধুনীয়াকৈ সুন্দৰ ভাৱে নিজৰ মতামত ব্যক্ত কৰিছে।

  • @sahid-407
    @sahid-407 6 месяцев назад +1

    জুবিনে কোৱা কথাখিনি আপোনি অনুপস্থিত থাকিও বুজি পাইছে। thank you ❤❤❤ শুদ্ধ সত্ৰাধিকাৰ ইয়াকে কয়।

  • @dibyajyotiphukan4863
    @dibyajyotiphukan4863 6 месяцев назад +7

    ভাল লাগিল । বৰ সুন্দৰ ভাৱে কথা খিনি সকলোকে বুজাই দিলে । সেৱা নিবেদিলোঁ 🙏

  • @barashadas2802
    @barashadas2802 6 месяцев назад +18

    বিজ্ঞান সন্মত মন্তব্য।

  • @AmarjitBoro-vi8uj
    @AmarjitBoro-vi8uj 6 месяцев назад +1

    I love Nepali, Bodo and Assamese song without any reason because music hs no language and artist has no boundaries ❤

  • @KangkonaMahanta-uz4mq
    @KangkonaMahanta-uz4mq 5 месяцев назад

    প্ৰকৃত জ্ঞানী মানুহ এইয়াই ।

  • @zeal6360
    @zeal6360 6 месяцев назад +11

    eijon val lagil dei tq

  • @ssassam_1.5Million.
    @ssassam_1.5Million. 6 месяцев назад +1

    Jai zubeen da ❤💥💥

  • @dipaligogoi7298
    @dipaligogoi7298 5 месяцев назад

    এইগৰাকী সত্ৰাধিকাৰৰ মন্তব্য সঁচা কৈ খুব ভাল লাগিল।অহং ভাব একেবাৰে নাই।

  • @soonmoni6746
    @soonmoni6746 6 месяцев назад +1

    আপুনি বহুত সুন্দৰ কৈ কথা বিলাক কৈছে, আপুনি মহান আৰু জ্ঞানী ব্যক্তিক,

  • @RantuGogoi-uk9hx
    @RantuGogoi-uk9hx 6 месяцев назад

    Val ktha koise val lagil

  • @gyan_suruj_Comedy
    @gyan_suruj_Comedy 6 месяцев назад +5

    আপোনাৰ এই গভীৰ জ্ঞানক মই সেৱা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছো।

  • @novagamings9499
    @novagamings9499 6 месяцев назад +4

    সুন্দৰ মন্তব্য আগবঢ়াইছে। 🙏

  • @prakritirvlogs1463
    @prakritirvlogs1463 6 месяцев назад

    Mazza apunak dhonyabad

  • @imhere1613
    @imhere1613 6 месяцев назад +6

    প্ৰকৃত জ্ঞানী ♥️

  • @susmitadutta9526
    @susmitadutta9526 6 месяцев назад +6

    ভাল লাগিল আপোনাৰ কথা শুনি,,ইমান ধুনীয়াকৈ কৈছে।।।জুবিন দাই কি কব বিচাৰিছে বুজি পাইছে

  • @rajumonihazarika3282
    @rajumonihazarika3282 6 месяцев назад +5

    so Honest and Gentle❤❤

  • @NorenKardong
    @NorenKardong 6 месяцев назад

    এইজন সত্ৰাধীকাৰ যতেষ্ট গ্যান থকা যেন লাগিল। ধন্যবাদ 🙏🙏🙏

  • @RitumaniRajbongshi
    @RitumaniRajbongshi 6 месяцев назад

    Khundor❤

  • @pranjaldoley2399
    @pranjaldoley2399 6 месяцев назад +33

    জুবিনে ঠিকেই কৈছে, কাৰণ মাজুলীৰ অসমীয়া মানুহে মিছিং মানুহৰ লগত সদায় বৈষম্য কৰে। যিসকলে নিজকে দেৱতা বুলি গণ্য কৰে তেওঁলোকৰ কোনো মানৱতা আৰু কোনো জ্ঞান নাই। মাজুলীত মই দেখিছোঁ যে মিছিং সকলৰ লগত সদায় বৈষম্যৰ সৃষ্টি হয় আৰু ঘৰৰ সন্মুখত সোমাবলৈও দিয়া নহয়

    • @hritizgogoi3739
      @hritizgogoi3739 6 месяцев назад

      Mising maanuhor logot boikhomo kora bilakok social media t expose korok. Axomor pora borno boikhomor letera byaadhi tu hekh koribo laagibo. Maanuhor aatmo xonmanot k dhormo daangor nhoi

    • @sankarpatar2803
      @sankarpatar2803 6 месяцев назад +2

      Tmi asxomot thaki nijke asomiya buli navabar karon ki? And ki ki jatir manuh mili ek axomia hoise? Alp kobaneki!

    • @anujahazowary6466
      @anujahazowary6466 6 месяцев назад +1

      মই একমত আপোনাৰ কথাত, মইও সৰুৰে পৰা সেইটো দেখি আহিছোঁ, এওঁলোকৰ এই মই বৰ মনোভাৱৰ কাৰণেই মাজুলী নিচিনা ঠাইত আন ধৰ্মৰ মানুহে ঠাই লব পৰিছে, মানুহ আঁকোৱালি লব নাজানে, দূৰলৈ পঠাই, এনে মনোভাবৰ কাৰণেইটো অসমীয়া জাতিটো ৰখাটলে যাব ধৰিছে

    • @hritizgogoi3739
      @hritizgogoi3739 6 месяцев назад

      @@anujahazowary6466 Axom ekhn gorha, brihottor axomiya jaati gorha t eta daangor hengaar ene dhoronor nikreesto cintadhara.

    • @sliceoflife1600
      @sliceoflife1600 6 месяцев назад +1

      Bodo mishing xokole nije oxomia buli manibo bisarileo. Ucho jator oxomia xokole ketyau eulukok xoman buli mani noloi. Majulit xosakoi bohut borno bokhmyo ase. Ahom kosarir ghorot ajiu bohute pani etupi nakhai.

  • @monojkakati4319
    @monojkakati4319 6 месяцев назад +1

    সুন্দৰ মন্তব্য। বহুত ধুনীয়া কৈ কথা খিনি বুজাই দিলে 🙏

  • @nilashboraassameseentertai1175
    @nilashboraassameseentertai1175 6 месяцев назад +6

    সুন্দৰ মতামত

  • @reetasonowal7845
    @reetasonowal7845 5 месяцев назад

    ভাল লাগিল আপুনি কথাবোৰ সুন্দৰকৈ বুজাই দিয়াৰ বাবে।

  • @manojkumarbhuyan5983
    @manojkumarbhuyan5983 6 месяцев назад

    Waooo great selute

  • @ranjandas6167
    @ranjandas6167 6 месяцев назад

    Bohut val lagil apunar kotha xar . Eito vedeo jate xoklue buji pai bohut bohut Dhainobad apunale 🙏🏻🙏🏻🙏🏻

  • @DhemajiTraditionalmekelasador
    @DhemajiTraditionalmekelasador 5 месяцев назад

    🎉🎉🎉🎉🎉ai jon prakit manuh... Joi baba bolanath

  • @ashmitakalita3474
    @ashmitakalita3474 5 месяцев назад

    Moi ekmot.Dhanyabad.

  • @SanjoyKalita-z2y
    @SanjoyKalita-z2y 6 месяцев назад

    Wow vl lagil ❤

  • @narayanborah863
    @narayanborah863 6 месяцев назад +1

    আপোনাক সেৱা জনাইছো... আপোনাৰ দৰে লোক সত্ৰাধিকাৰ হোৱা যোগ্য

  • @tgasom2212
    @tgasom2212 5 месяцев назад

    সুন্দৰ |

  • @debasishbhuyan3217
    @debasishbhuyan3217 6 месяцев назад

    Kotha khini dhunia koi bujai dise.val lagil

  • @assamramdhenu2501
    @assamramdhenu2501 5 месяцев назад

    সুন্দৰ সত্য কথা কলে ...🙏

  • @mamonisaikia1545
    @mamonisaikia1545 6 месяцев назад +7

    এখেতৰ মন্তব্য ক শ্ৰদ্ধা জনাইছো

  • @mantuman2926
    @mantuman2926 6 месяцев назад

    Aapunar katha bur xuni vl lagil.

  • @KarabiBairagi-f4e
    @KarabiBairagi-f4e 6 месяцев назад

    বহুত ভাল লাগিল 🙏

  • @smilewithlove6488
    @smilewithlove6488 6 месяцев назад +1

    Aijona manuhkoi bohut dhanyabad.... Ankua hbo lage bisar bibesona...

  • @sanr2512
    @sanr2512 5 месяцев назад

    He is right❤

  • @khaninsarma5522
    @khaninsarma5522 6 месяцев назад +2

    Aponar kathakhini bahutei bhal lagil.. dhanyabad dangariya❤

  • @PuwarRangaBeli
    @PuwarRangaBeli 5 месяцев назад

    Vl lgise kotha khini

  • @nayanboruah9366
    @nayanboruah9366 6 месяцев назад

    Right 🙏🙏

  • @ritaboruah5331
    @ritaboruah5331 6 месяцев назад

    ভাল কথা কলে

  • @mamonisaikia39
    @mamonisaikia39 6 месяцев назад

    জুবিনৰ মন্তব্য RIGHT

  • @Gaming____center__0.x
    @Gaming____center__0.x 6 месяцев назад

    মাজুলীৰ এজন‌ হৈ আজি গৌৰৱ অনুভৱ কৰিছো। । ❤❤❤❤

  • @uttamkumarbarman5176
    @uttamkumarbarman5176 5 месяцев назад

    Let’s cast

  • @rinkugogoi9480
    @rinkugogoi9480 6 месяцев назад +5

    Good 🙏

  • @anandarituborah1811
    @anandarituborah1811 6 месяцев назад

    Val lagil... Apunar kotha huni❤❤❤

  • @MonuGogoi-qr2ub
    @MonuGogoi-qr2ub 6 месяцев назад

    Very good apunak dhainabad

  • @anuragdeka8145
    @anuragdeka8145 6 месяцев назад

    ❤❤❤❤ মানুহ হ'লে এনেকৈ ব্যক্তব্য দিব লাগে

  • @prantikkalita7929
    @prantikkalita7929 6 месяцев назад

    Katha khini vl lagil apunar apnui ata sotradhikarorr jugyo hoy 🙏🙏🙏

  • @shivamborashivambora3170
    @shivamborashivambora3170 6 месяцев назад

    Right

  • @SanjayDas-fb1in
    @SanjayDas-fb1in 6 месяцев назад +9

    Kotha khini bujai kole bhal lagil

  • @bornalihazarika448
    @bornalihazarika448 6 месяцев назад

    আপোনাৰ চিন্তা ধাৰা বহুত উন্নত মানৰ ৷বিষয়তো আক্ৰোশ বাবে নলৈ বিতংভাৱে বুজাই দিলে ৷

  • @NorthEastIndia7919
    @NorthEastIndia7919 6 месяцев назад

    Great man ❤

  • @NituChangmai-ml5uq
    @NituChangmai-ml5uq 6 месяцев назад

    Tq...

  • @mrinaljyotinath9402
    @mrinaljyotinath9402 6 месяцев назад

    সুন্দৰ কথা কৈছে।

  • @Ayan-r1i3o
    @Ayan-r1i3o 6 месяцев назад

    Ei jon he asol hotradhikar🙏🙏.

  • @bedantabikashmahanta3559
    @bedantabikashmahanta3559 5 месяцев назад

    ধৰ্মগুৰু হিচাপে স্হিতপ্ৰজ্ঞ হৈ থাকক, স্হান কাল পাত্ৰ ভেদে সভা সমিতি কৰক।

  • @Assameseunboxing
    @Assameseunboxing 6 месяцев назад +1

    Val kotha koise❤❤

  • @kamal4780
    @kamal4780 6 месяцев назад

    Good spech 🙏

  • @hemkantaborah2503
    @hemkantaborah2503 6 месяцев назад

    Val lagil kotha khini huni🙏🙏

  • @BiplobhatiBaruah
    @BiplobhatiBaruah 5 месяцев назад

    অসমীয়া জাতিৰ পৰিচয় নাইকীয়া হৈছে।জোৰ যাৰ মুলক তাৰ।

  • @krishnanibi1487
    @krishnanibi1487 6 месяцев назад

    Good

  • @manjitborah191
    @manjitborah191 6 месяцев назад

    You are great 👍

  • @hemangaboruah6073
    @hemangaboruah6073 6 месяцев назад

    Good apuner kotha khini huni Val lagil, 🙏🙏 joi zubeen da ❤❤

  • @bps5878
    @bps5878 6 месяцев назад

    Thik koise apuni ❤❤very nice ❤

  • @JituKalita-o5e
    @JituKalita-o5e 6 месяцев назад

    Joi zubeen dada❤❤❤❤

  • @Bikram-Gamin
    @Bikram-Gamin 6 месяцев назад +4

    Zubeen garg always truthful

  • @RahulGohain-ly9yn
    @RahulGohain-ly9yn 6 месяцев назад

    Amar zubeen daa hoi .apunar ktha bur val lagil ..dhuniya aru ajon kokai kin2 beya k koise teuk hisap luatu val lagibo

  • @everythingispossible7947
    @everythingispossible7947 5 месяцев назад

    সকলোৰে হৃদয়তে তেওঁ আছে (পৰমাত্মাৰ আনন্দ)কোনোৱে বিশ্বাস নকৰিলেও। কেৱল নিজকে মই বুলি ভাবে এইকনে মানুহৰ অহংকাৰ । মই কোন জানিলেই এই অহংকাৰ শেষ হৈ যায় । তেতিয়াই জীৱাত্মা পৰমাত্মাৰ লগত বিলীন হৈ যায় ।

  • @ranjitnathRanjit-gp4hf
    @ranjitnathRanjit-gp4hf 6 месяцев назад +1

    Val lagisa apunar kotha bur val koesa

  • @palproyakh9020
    @palproyakh9020 6 месяцев назад

    Bhaal laagil ekhetor kotha
    Aeu akhon khonok khosaaai khuba dise ❤

  • @pinkunath6668
    @pinkunath6668 6 месяцев назад +2

    এইজনা সত্ৰাধিকাৰ সত্ৰৰ যোগ্য বুলি ভাৱো । ইমান ধুনীয়া কৈ কথা খিনি ৰাইজক বুজাই দিছে। বহুত ভাল লাগিলে, এই গভীৰ জ্ঞানক মই সেৱা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছো ।।🙏🙏🙏

  • @BobyDas-ex8dm
    @BobyDas-ex8dm 6 месяцев назад

    Ziben zuben zuben... ...............
    ..
    ..
    ..
    .
    ....
    .
    ... ❤

  • @nilarabha9672
    @nilarabha9672 6 месяцев назад

    Val lagil ❤

  • @rinjumonisaikia1440
    @rinjumonisaikia1440 6 месяцев назад

    🙏🏻🙏🏻🙏🏻

  • @sajidzamal3206
    @sajidzamal3206 6 месяцев назад +1

    এখেতে বহুত ভাল কথা কৈছে। মানুহ জন বহুত ভদ্ৰ মানুহ।

  • @santanubhuyan6200
    @santanubhuyan6200 6 месяцев назад

    🙏🙏🙏