জুবিন গাৰ্গক উভতি ধৰিলে সত্ৰাধিকাৰে। জুবিন গাৰ্গক শাৰীৰিকভাৱে অপদস্থ কৰাৰ হুংকাৰ সত্ৰাধিকাৰৰ

Поделиться
HTML-код
  • Опубликовано: 18 окт 2024

Комментарии • 1,2 тыс.

  • @imonbaruah3126
    @imonbaruah3126 5 месяцев назад +88

    সত্ৰাধিকাৰ মহোদয়, আপোনাক কৈছো। আপোনাক মই কিহৰ ভিত্তিত প্ৰভুত্ব সন্মান কৰিম? আপুনি ক'ৰ অবতাৰি পুৰুষ বাৰু? আপুনি এজন ঠগিলং ঠগিলং বামুন হে। ৰাইজৰ অৰিহণা ৰ ভিত্তিত আশীৰ্বাদ দি দক্ষিণা লোৱা এজন মানুহ। জুবিন গাৰ্গ ক অভিশাপ দিবলৈ আপুনি প্ৰথমে জুবিন গাৰ্গ ৰ দৰে এজন প্ৰকৃত মানুহৰ লগৰ মানুহ হৈ দেখুৱাই দেখাওক।

  • @ssassam_1.5Million.
    @ssassam_1.5Million. 5 месяцев назад +23

    সত্ৰাধিকাৰ হৈ কিয় এনেকৈ কব জুবিন দাই যি কৈছে ঠিকেই কৈছে support কৰো জুবিন দাক সত্ৰাধিকাৰ হ'ল বুলিয়েই প্ৰভূ ঈশ্বৰ হব পাৰে নি যদি প্ৰভূ ঈশ্বৰেই হয় তেন্তে প্ৰভূ ঈশ্বৰৰ মুখত কিয় এনেকুৱা কথা। Support কৰিলে like কৰা।

  • @Digantaborah21
    @Digantaborah21 5 месяцев назад +28

    সত্ৰাধিকাৰ ভাষা ব্যবহাৰ ইমান বেয়া হব নেলাগে দেই। সত্ৰাধিকাৰ কেতিয়াও ভগৱান হব নোৱাৰে আপুনি নিজকে ভগৱান বুলি ভাৱি লৈছে যদি আপোনাৰ ডাঙৰ ভূল হৈছে। জুৱিন দাই একো বেয়া কথা কোৱা নাই।

  • @tutumonibaruah1945
    @tutumonibaruah1945 5 месяцев назад +37

    জুবিনক ইমান ডাঙৰ বেমাৰ হ'ব বুলি তেওঁ কেনেকৈ ক'ব পাৰিলে ভাবিব পৰা নাই , জুবিনক চৰ দিয়ক আমি একো নকওঁ কাৰণ তেওঁ জুবিনৰ পিতৃৰ স্বৰূপ কিন্তু ইমান ডাঙৰ বেমাৰ হ'ব বুলি কোৱা টো এজন সত্ৰাধিকাৰৰ মুখত শোভা নাপায়।

  • @NorenKardong
    @NorenKardong 5 месяцев назад +164

    শ্ৰীমন্ত শংকৰদেৱই নিজকে কেতিয়াও ঈশ্বৰ বুলি কোৱা নাছিল। সত্ৰাধিকাৰ সকল শংকৰদেৱতকৈ দাঙৰ নেকি?

    • @abanikrdas6562
      @abanikrdas6562 5 месяцев назад +1

      সিও বগা পানী খাইছে নেকি?

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 5 месяцев назад +4

      জুবিন পাগলৰ যুক্তিত গৈ। নিজকে পাগল হজাবলে নাযাব। কোনজন সত্রধিকাৰীয়ে কাৰোবাক কলে। মোক ভগৱান বুলি ক বুলি। প্রভূ ঈশ্বৰ বুলি তেওঁ লোকক সকলোৰে সন্মান কৰে। তাত জুবিন কুকুৰৰ কি আহে যায়। অন্তত এজন সত্রধিকাৰী তাৰ নিচিনা দালাল নহয়। বাকি কথা বাদ দিয়কচোন। সেই দিনা জুবিনক সত্রধিকাৰী ওপৰত কথা কবলে কোনে মাতিচিলে। তাক গান গাবলে হে মাতিচিলে। গান নাগাই কি আলৰ বালৰ কথা গাবলে লাগিলে সি। তাক সঁচাকৈয়ে কাণতলীয়া চৰ সুধাব হৈ গল।

    • @debajyotisaikiasaikiasaiki5040
      @debajyotisaikiasaikiasaiki5040 5 месяцев назад

      Hoi axomot
      ha parese .....

    • @pranabbaruah8693
      @pranabbaruah8693 5 месяцев назад +1

      ​তই কত পাইছিলি উ সএাধিকাৰিক সকলক ভগৱান বুলি তোৰনিছিনাটোৱে মান 👎👎

    • @nabajittamuli0095
      @nabajittamuli0095 3 месяца назад

      Kuwa ni but juntu ktha t tekhete lgi ase xaitu e bujaise

  • @monigogoi8157
    @monigogoi8157 5 месяцев назад +129

    হযতো কিছুমান সত্ৰাধিকাৰিযে নিজকে ভগৱান বুলি ভাবে।মই ভাবো জুবিনে নিজৰ মন্তব্য হে দিছে।

    • @simasaikia380
      @simasaikia380 5 месяцев назад +1

      Right

    • @Dhwrwm502
      @Dhwrwm502 5 месяцев назад

      @@simasaikia380 Nidileo Raijor aku apotti nasile sage. Moi Kunu Side t nohoi kintu Gayok ajone gaan gai guchi jabo lage.

  • @nirmalsartschool6295
    @nirmalsartschool6295 5 месяцев назад +74

    সত্ৰাধিকাৰজনৰ দয়া ক্ষমা কৰিব পৰা গুণখিনিয়েই নাই। তেওঁ প্ৰভূ ইশ্বৰ কেনেকৈ হব পাৰে। নিম্নখাপৰ মনৰ সত্ৰাধিকাৰ।

    • @axomiq132
      @axomiq132 5 месяцев назад +1

      অসমৰ সাংস্কৃতিক প্ৰতিনিধি হোৱাৰ বাবে, জুবিনে এনে ধৰণৰ কাম কৰাৰ পৰা বিৰত থাকিব লাগে যি বৃহত্তৰ অসম সমাজৰ জনসাধাৰণৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিব পাৰে।

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 5 месяцев назад +104

    এই সত্রাধিকাৰ গৰাকীৰ জ্ঞান অতি নিম্ন ।তেখেতে অধিকাৰৰ পদটিৰ সন্মান বিনষ্ট কৰিছে।এই জনক কচাই যেন হে লাগিছে ।

    • @kanakdas4540
      @kanakdas4540 5 месяцев назад +2

      Matalor bandhu

    • @bituponbora8062
      @bituponbora8062 5 месяцев назад

      Kioo

    • @pankajbaishya7960
      @pankajbaishya7960 5 месяцев назад

      Pagol hoi

    • @JyotishSarma-vp7yp
      @JyotishSarma-vp7yp 5 месяцев назад

      আপুনি নেকি মাতাল

    • @dalimbarman27
      @dalimbarman27 5 месяцев назад +1

      তুমি কি তামোল পান দি জুবিনৰ কথা কব লাগিচিল নেকি? জুবিনৰ দিন সচাকে বেয়ালে নামিচে নহলেনো জ্ঞানি মানুহবোৰকো অপমান কৰে নে! সত্ৰাধিকাৰজনে উচিত কথা কৈছে জুবিনে কিন্তু আমাৰ পহাপুৰুষিয়া সংস্কৃতিতো হাত দি মানুহৰ মাজত বিভ্ৰান্তি আনি দিব বিচাৰিচে। জুবিনে সত্ৰ সমাজক অপমান কৰি চিকাৰ চিনেমাখনৰ বাবে কিবা কৰি আচে যেন লাগিচে যদি এনে কৰিচে তেও শিয়াল

  • @malobikagogoi6518
    @malobikagogoi6518 5 месяцев назад +24

    জুবিন দাই ঠিকেই কৈছে মানুহ কেতিয়াও ভগৱান হব নোৱাৰে গুৰু হব পাৰে

  • @muktiborah-pe6ix
    @muktiborah-pe6ix 5 месяцев назад +163

    সত্ৰাধিকাৰ পাগল হ'ল নেকি? কিয় শাও দিব লাগে? ভকতৰ গুণ নেকি সেয়া।
    জুবিনে ঠিকেই কৈছে, "সত্ৰাধিকাৰ ঈশ্বৰ নেকি" স্বয়ম্ভু ঈশ্বৰ কেতিয়াৰ পৰা হ'ল। শঙ্কৰদেৱে নিজকে ঈশ্বৰ বুলি কৈছিল নেকি ক'ৰবাত। সেই জনৰ ভকতৰ গুণেই নাই। সত্ৰাধিকাৰ হোৱাটো পিছৰ কথা। পদত্যাগ কৰক সেই সত্ৰাধিকাৰে

    • @air33-ias53
      @air33-ias53 5 месяцев назад +12

      ভালেই কৰিছে। শাও খাব লগা কাম কৰিছে। খাবৈয়ে। লাখ লাখ মানুহক দুখ দিছে মদাহী টোৱে।

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 5 месяцев назад +11

      সত্রধিকাৰী এজন ভগৱান হওক বা নহওঁক। কিন্তু সেইদিনা জুবিনক সত্রধিকাৰী ওপৰত কিবা কবলে তাক কোনে মাতিচিলে। গান গাবলে মাতিচে গান গাব লাগে। কিহৰ আলৰ বালৰ কথা। জুবিন নহলেও চলিব, কিন্তু এজন সত্রধিকাৰী অসমৰ জাতিটোক লাগিবই। জুবিনে নিজৰ সন্মান নিজেই হেৰুৱাইচে।

    • @air33-ias53
      @air33-ias53 5 месяцев назад +4

      @@AnnoyedGarden-jo1kh একদম শুদ্ধ কথা কৈছে আপুনি।

    • @KiranDas-k2p
      @KiranDas-k2p 5 месяцев назад

      জুবিন গাৰ্গ এ মদৰ নিচাত কৈছে । কিন্তু সত্বাধিকাৰ এজন ভক্ত সমাজৰ । এই যে কাণতলিআ চৰ-তৰ কথাকেল সুভানাপায ।

    • @KiranDas-k2p
      @KiranDas-k2p 5 месяцев назад +14

      শগুনৰ শাওত বুঢা গৰু নমৰে বুলি কথা এষাৰ আছে নহয় । তেখেত ভগৱান নেকি ? যে যিকব তাকেই হব ।

  • @Ithinkend
    @Ithinkend 5 месяцев назад +63

    মানুহ ভগৱান হয়নেকি?

  • @borntobeunique5582
    @borntobeunique5582 5 месяцев назад +64

    আহোম স্বৰ্গদেউ সকলে সত্ৰৰ পৰিচালনাৰ অধিকাৰ দিয়া সকলক সত্ৰাধিকাৰ বোলে , তেখেত লোকক প্ৰভু বা ঈশ্বৰৰ সমময্যদা দিয়া বা ভৱা কিমান দূৰ সমিচিন, সৃষ্টি কৰ্তাৰ লগত আমাৰ দৰে মনুষ্যৰ তুলনা অসম্ভৱ। গতিকে জুবিন গাৰ্গে নিশ্চয় ভুল ব্যাখ্যা দিয়া নাই। ধন্যবাদ।

    • @bhaskarbordoloi9049
      @bhaskarbordoloi9049 5 месяцев назад +1

      Right 🙏

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 5 месяцев назад +1

      জুবিন নহলেও চলিব। কিন্তু অসমীয়া জাতিটোক এজন সত্রধিকাৰী লাগিবই। এজন সত্রধিকাৰীক কোনেও ভগৱান বুলি নাভাৱে। তেওঁক সকলোৰে সন্মান কৰে। প্রভূ ঈশ্বৰ বুলি কৈয় সেৱা কৰে। যত যিটো। এজন সত্রধিকাৰীক প্রভূ ঈশ্বৰ বুলি কলে জুবিনৰ খং ওঠে। কিন্তু জুবিনক ডাঙৰীয়া বুলি কলে তাৰ কিয় খং নুঠে। মুঠতে জুবিন পাগল হৈচে। দুখো নাই জুবিন বুঢা হল টো। গান গাব নোৱাৰে। তাকে নকৰি কৰিব কি।

    • @MultimediaTr.
      @MultimediaTr. 5 месяцев назад +1

      ​@@AnnoyedGarden-jo1kh তই যে সকলোতে বে বে কৰি আছ' ?

    • @humenbhuyan4088
      @humenbhuyan4088 5 месяцев назад +3

      ​@@AnnoyedGarden-jo1khজুবিন নহ'লে নচলে অ বোপাই, সত্ৰাধিকাৰ হ‌ওক বা ফত্ৰাধিকাৰ সিহঁতেও জুবিনৰে হৰিনাম গাই ঘৰ চলাই আছে😅

    • @prosanbora
      @prosanbora 5 месяцев назад +1

      জুবিনৰ নিছিনা মদাহী এটা নাইকিয়া হলে কি নছলিবনো এতিয়ানো মদাহীতোও কি চলাই আছে মদাহী বিলাক ভালো পাব পাৰে়

  • @rinagogoi2821
    @rinagogoi2821 5 месяцев назад +160

    এজন সত্ৰাধিকাৰ দেৱৰ মূখত এই মন্তব্য সোভা নাপায়।

    • @jyotishmanchakraborty1238
      @jyotishmanchakraborty1238 5 месяцев назад +2

      ❤💓👍👍

    • @bhaskarbordoloi9049
      @bhaskarbordoloi9049 5 месяцев назад +1

      Right 🙏

    • @Bikram-Gamin
      @Bikram-Gamin 5 месяцев назад +1

      👍

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 5 месяцев назад +7

      কৰাক কৰিব লাগে ককাইদেউ। জুবিনৰ নিচিনা ফালতু মানুহ এটাক। তেনেকৈয়ে কব লাগে।

    • @RameswarBoro-i6s
      @RameswarBoro-i6s 5 месяцев назад +2

      কিয় নাপায় ? তেওঁৰ কি ভাল পোৱা, বেয়া পোৱা নাই নেকি ? তেওঁৰ কি আত্মা নাই নেকি ?

  • @RanjanMahanta-c2f
    @RanjanMahanta-c2f 5 месяцев назад +101

    মিচা ক'লে কি দাল হ'ব,😅 সচাকথা কব গ'লে জুবিনৰ মুখখন লেতেৰা 😅😅 অন্তৰ খন ভাল। 😮😮

    • @villagemanvlogs4620
      @villagemanvlogs4620 5 месяцев назад

      Right

    • @ankurdas5337
      @ankurdas5337 5 месяцев назад

      Besi nkba majulit সংগীত সিন্ধু উপাধি দিছে ❤

    • @manashsharma7382
      @manashsharma7382 5 месяцев назад

      Tenekuwa kotha jodi Apuni sti moy kolu hoy Tetya ki xole hoy but a sampurna kahani tu xoise natak bit manhua xosa ne buli bhavibo aru Satra dhukari jonok kuwa nashilume nije gaat pati loise you are not God osm not God xath khon dekhsi ashile zubeen da nijok o kuwa nashile aru Krishna bhagwan Nohoy he was a man but aikhini kotha beya Korishe Krishna bhagwan Nohoy bhagwan bhagwan manhu manhu a hoy aru ki darker nu Kobo jagha difference aitu je singer aru sadharan Manhu bahut difference beya sabd Kobo pare aru 2 number kotha matibo nalaghe Kyuo mate lavh hoy dangor artist labh nohuwa dangor Artist namate haikarone mate

    • @mrigankasahariah5811
      @mrigankasahariah5811 5 месяцев назад

      Jubin sumpurnna soudha,Vagwane aikhini kathate,karobaak marim katim,ovisaap nidiye,,,,,,

  • @tapandutta7449
    @tapandutta7449 5 месяцев назад +72

    জুবিন গাৰ্গে ভুল কৰিছে,,,,,কিন্তু এজন সত্ৰাধিকাৰে ইমান নিম্ন মানৰ বক্তব্য ৰখাটো দুৰ্ভাগ্যজনক,,,

    • @Creatertapanraj
      @Creatertapanraj 5 месяцев назад

      Thik a koise...

    • @WorldwideentertainmentN
      @WorldwideentertainmentN 5 месяцев назад +1

      জুবিনৰ কথাটো সঁচা

    • @air33-ias53
      @air33-ias53 5 месяцев назад

      একো দূৰ্ভাগ্যজনক নহয়। ঠিকেই কৈছে। লাখ লাখ মানুহক আঘাত দিছে বলিয়াই।

    • @ratulchoudhury8854
      @ratulchoudhury8854 5 месяцев назад

      কি ভুল কৰিছে জুবিনে?

    • @air33-ias53
      @air33-ias53 5 месяцев назад

      @@ratulchoudhury8854 জুবিনক কান্তলিয়া দিব লাগে। একো ভুল নকৰিলেও দিব লাগে।

  • @JayantaKalita-n1r
    @JayantaKalita-n1r 5 месяцев назад +1

    আপোনাক কথা এটা কৈছোঁ আপুনি চৰ দিম বুলি কৈছে একো নাই কিন্তু শাও দিবলৈ কত অধিকাৰ পালে। আপুনি বেয়া নাপাব প্ৰভু আপোনাৰে ব্যৱহাৰ ভাল নহয়। ধন্যবাদ।

  • @mrinalbaruah9474
    @mrinalbaruah9474 5 месяцев назад +103

    জুবিন গাৰ্গে উচিত কথা কৈছে কিন্তু কথা কোৱা সুৰটোহে বেয়া হৈছে।

  • @ChandanJyotiSaikia-de9ow
    @ChandanJyotiSaikia-de9ow 5 месяцев назад +17

    অভিশাপ কিয় দিছে মই এইবোৰ ভাল নাপাওঁ অভিশাপ দিয়াটো

  • @PrabhatBorthakur
    @PrabhatBorthakur 5 месяцев назад +88

    জুবিন গাৰ্গ বেয়া বুজিলো। মাতাল হৈ থাকে, সেইটোও হয়, কিন্ত্ত মাটালৰ সভালৈ সেইসকল কি বিচাৰি আহিছিল? সত্ৰাধিকাৰ প্ৰভু আপোনাক ৰাইজে সন্মান কৰে, সাধাৰণ মানুহতকৈ বেলেগ বুলি ভাবে কিন্ত প্ৰভু আপোনাৰ মুখৰ বাক্য সমূহ জুবিনতকৈ কম নহয়, আপুনি জুবিনৰ বাপেকৰ কথা কবলৈ বেয়া পাব লাগিছিল। জুবিনৰ দেউতাক আপোনাৰ নিচিনা সত্ৰাধিকাৰ হব পাৰে, আপোনাৰ মন্তব্য গঢ়িত।

    • @Dhwrwm502
      @Dhwrwm502 5 месяцев назад +3

      mojja likhisa

    • @prosanbora
      @prosanbora 5 месяцев назад +6

      মদাহী জুবিন

    • @prosanbora
      @prosanbora 5 месяцев назад +4

      মদাহী জুবিন

    • @air33-ias53
      @air33-ias53 5 месяцев назад +4

      সত্ৰাধিকাৰ জনে ঠিকেই কৈছে। চৰিয়াব লাগে বলিয়া টোক। পেণ্ট খুলি কুবাব লাগে।

    • @kalpanasaikia2095
      @kalpanasaikia2095 5 месяцев назад +1

      Behaviour is a part of life not even Zubeen or preast..for all

  • @hdcreations2979
    @hdcreations2979 5 месяцев назад +32

    এজন সত্ৰাধিকাৰৰো এনে আচৰণ ? পাৰ্থক্য ক’ত তেন্তে ?

  • @user-ic7fo7tk1k
    @user-ic7fo7tk1k 5 месяцев назад +6

    জুবিন গাৰ্গ বেয়া আমি বুজি পালোঁ জুবিন গাৰ্গে মদ খাই মাতাল হৈ থাকে খাইটো আমি বুজিলো কিন্তু প্ৰভু আপোনাৰ মুখৰ ব্যৱহাৰ কেনে আছিল
    আপুনি কি ভাল ব্যৱহাৰ কৰিলে
    জুবিন গাৰ্গে বেয়া ব্যৱহাৰ কৰিছিল জুবিনৰ বাপেকে কৰিছিল জানো আপুনি তেওঁকো মাজত টানি আনিলে
    প্ৰথমে নিজৰ ব্যৱহাৰ ভাল কৰক তাৰ পাছত আনলে আঙুলিয়াব।

  • @gitabharali7016
    @gitabharali7016 5 месяцев назад +96

    অভিশাপ নিদিব। কাণতলীয়া চৰে দিয়ক লাগিলে। জুবিনৰ দিরঘাউ কামনা কৰিলোঁ।

    • @AllReelsVerse8.0
      @AllReelsVerse8.0 5 месяцев назад +1

      Xi morok joldi , hindu dharam k Shree Krishna God k xi kun ulta palta ktha kobo

    • @prasurjadeka7397
      @prasurjadeka7397 5 месяцев назад +1

      ​@@AllReelsVerse8.0 toi mor na kukur , Kam tu ni aku tur.

    • @AllReelsVerse8.0
      @AllReelsVerse8.0 5 месяцев назад

      @@prasurjadeka7397 tur ki kam ase ,, tur okl zubeen pagol tuk support kora h Kam lage xi karubak Mari nepalouk ki , pagol fan

  • @buddhachoudhury3368
    @buddhachoudhury3368 5 месяцев назад +230

    Jubeen daa thike koise .manuh ketiyao Bhogowan ba Prabhu hobo noware. Manuh kebol guru hobo pare.

  • @mooassam9950
    @mooassam9950 5 месяцев назад +1

    Your right jubin da 💯

  • @dhanmanideka4524
    @dhanmanideka4524 5 месяцев назад +34

    সত্ৰাধিকাৰৰ মুখতো এনেকুৱা কথা শোভা নাপায়... প্ৰকৃত সত্ৰাধিকাৰৰ মুখত এনেকুৱা শব্দবোৰ নাথাকে...

    • @bijudevi5722
      @bijudevi5722 5 месяцев назад

      Zubeen right kaise je praman dile prabhu isware

  • @ujjalchaliha2793
    @ujjalchaliha2793 5 месяцев назад +40

    কাণতলিয়া চৰ দিয়ক আপত্তি নাই কিন্তু কাকো শাওপাত দিব নোৱাৰে,আৰু এটা কথা গোস্বামী,মহন্ত হল বুলি পভু ঈশ্বৰ হব নোৱাৰে।

    • @air33-ias53
      @air33-ias53 5 месяцев назад +1

      আহোম কেইটাৰ টো পকৰ জলন থাকেই সদাই😂😂

  • @ramcharanthakuria928
    @ramcharanthakuria928 5 месяцев назад +30

    নমস্কাৰ গ্ৰহণ কৰিব ্ সন্মানীয় সত্ৰাধিকাৰ গোস্বামীদেৱ, আপুনি জুবিনক অনুশাসন মূলক মন্তব্য দিয়ক। কিন্তু অভিশাপ নিদিব, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'বলৈ কোৱা টো অতি দোষনীয় কথা।

  • @pareshch.talukder8490
    @pareshch.talukder8490 5 месяцев назад +56

    জুবিনে কোৱা কথা সত্য,সএাধিকাৰ জন কেনেকৈ ঈশ্বৰ হব পাৰে,মহাপুৰুষ গুৰু দুজনাৰ চৈধ্য়য়ত্য

    • @kaustavnath1150
      @kaustavnath1150 5 месяцев назад

      Toi mone mone thak, Vasudev kutumbakam ki hoi jani ahibi

  • @jayanath8989
    @jayanath8989 5 месяцев назад +39

    তেখেতে নিজকে প্ৰভু ঈশ্বৰ বুলি ভাবিছে নেকি? জুবিনে ঠিকে কৈছে।

    • @Utpal-zs6hm
      @Utpal-zs6hm 5 месяцев назад

      নিজৰ মতামত নিজৰ লগতে থাকিব লাগে, ইযাক ৰাজহুৱা কৰিবলৈ নালগে।

    • @as03y87
      @as03y87 5 месяцев назад

      Zubeen da ktha bea kola bohut bea lage

    • @NayanmoniDutta-gt2tg
      @NayanmoniDutta-gt2tg 5 месяцев назад

      Takeea oe modahi zubeen da tu

  • @ranjitdas5337
    @ranjitdas5337 5 месяцев назад +2

    Jubin is right

  • @RidipKrBora
    @RidipKrBora 5 месяцев назад +21

    Right কথা কৈছে। তেওঁলোকে প্ৰভু ঈশ্বৰ নহয় যে কথাটো শুদ্ধ

  • @samsulhaque4571
    @samsulhaque4571 5 месяцев назад +13

    সত্ৰাধিকাৰে এনে কথা কোৱা উচিত হোৱা নাই বুজনিৰে কোৱা উচিত

  • @huntuhazarikahuntuhazarika9915
    @huntuhazarikahuntuhazarika9915 5 месяцев назад +39

    সত্ৰাধিকাৰ জন বেচিহে তললে নামিল
    খুজি সন্মান লব বিচাৰিছে
    নিউজ টো বেছি কুবাইছে
    কা ৰ কাৰণে বজাব লাগে

  • @europabarman6041
    @europabarman6041 5 месяцев назад +1

    Guru brahma Guru bishnu Guru dev Maheshar......

  • @desiboys1887
    @desiboys1887 5 месяцев назад +7

    এয়াই নেকি ভগৱানৰ গুন

  • @Nob-f4d
    @Nob-f4d 5 месяцев назад +2

    I love juben

  • @imonbaruah3126
    @imonbaruah3126 5 месяцев назад +4

    সত্ৰৰ সত্ৰাধিকাৰ হৈয়ে জানো আজি আপুনি আপোনাৰ ঘৰ খন জয় জয় মই মই কৰি ৰখা নাই??? সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ নিজকে নিজে ভগৱান বুলি নাভাবিব। আপুনি ভগৱানো নহয় আৰু লোকক অভিশাপ দিয়াৰ বাবে যোগ্য ও নহয়। মনত ৰাখিব শগুনৰ শাওত বুঢ়া গৰু অতীত তো মৰা নাছিলে, বৰ্ত্তমান তো মৰা নাই আৰু ভবিষ্যতে ও নমৰে।

  • @bikramjitsinghdas2311
    @bikramjitsinghdas2311 5 месяцев назад +28

    আমি ইমান দিনে মিছাতেই সত্ৰাধিকাৰ সকলক মহান গুনৰ অধিকাৰী বুলি ভাবিছিলো । সত্ৰাধিকাৰ জনৰ দেখোন দয়া , ক্ষমা, সহনশীলতাৰ....... দৰে সামান্যতম গুণেই নাই.. ।

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 5 месяцев назад +3

      নহয়, আপোনি ভূল বুজিচে। গৰুক ঘূৰিআহ বুলিয়ে খেদিব লাগিব। অ হোন যা বুলি কলে গৰুটো গুচি নাযাই। জুবিনৰ নিচিনা মানুহটোক কাণতলীয়া চৰ সুধাবই লাগে। গান গাবলে মাতিচে গান গা।কিহৰ আলৰ বালৰ কথা। এজন সত্রধিকাৰীয়ে টো জুবিনৰ ওপৰত কোনোদিন একো মন্তব্য কৰা নাই। তাৰ কি খজুৱতি লাগিলে। গতিকে নিজৰ সন্মান জুবিনে নিজেই হেৰুৱাইচে।

    • @Programmer-x7y
      @Programmer-x7y 5 месяцев назад

      ​@@AnnoyedGarden-jo1kh এজন ভগৱান ৰ তুল্য ব্যক্তি সত্বৰ সত্ৰাধিকাৰ হিচাবে দায়িত্ব ভাগ গ্ৰহণ কৰাৰ পিছত , তেওঁৰ অন্তত ক্ষমা কৰিব পৰা গুণ টো থাকিব লাগিছিল ।

  • @loknathdas9457
    @loknathdas9457 5 месяцев назад +18

    জুবিন দাই প্রকৃত তে সতাধিকাৰ জনক কোৱা নাই, মই বুজা মতে জুবিন দাই প্রভু ঈশ্বৰ শব্দ টো তেওঁ নিজেই বেয়া পোৱাটো বুজাই ছে।

    • @Hirak_JT
      @Hirak_JT 5 месяцев назад +1

      অধপতনে যাই আছে সেইবাবে

    • @arjundeka9938
      @arjundeka9938 5 месяцев назад

      ​@@Hirak_JT Pise Alla,God ok beyapai neki jubin dai😂😂

    • @Hirak_JT
      @Hirak_JT 5 месяцев назад

      @@arjundeka9938 সেইবাবেই টো আধপতনে গৈ আছে।

  • @abhijitmusialjourney
    @abhijitmusialjourney 5 месяцев назад +1

    অভিশাপ দিয়ে নেকি সত্ৰাধিকাৰে। ধেট

  • @purnimadas6913
    @purnimadas6913 5 месяцев назад +19

    যুবিনক আমি আশীৰ্বাদ কৰিছো মুৰৰ চুলিৰ সমান আয়ুষ হওঁক।Heart of Zubeen❤️

  • @HariHalgiri
    @HariHalgiri 5 месяцев назад

    জুবিন ১০০০ বছৰ জীয়াই থাকিব

  • @rahimpreme7807
    @rahimpreme7807 5 месяцев назад +6

    কিহৰ প্ৰভূ হয়? ঈশ্বৰী‌ গুণ থাকিলেহে ,,,,,

  • @runudevi8365
    @runudevi8365 5 месяцев назад

    এজন সত্ৰাধিকাৰৰ মুখত এনেকুৱা ভাষা শোভা নাপায়।

  • @mamonisaikia39
    @mamonisaikia39 5 месяцев назад +49

    😊জুবিনে জিতো বেয়া পাই সেই তো হে কৈছে সএাধিক সকলক কোৱা নাই নহয় । জুবিনে নিজে বেয়া পোৱেতোহে কৈছে

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 5 месяцев назад

      প্রথমে জুবিনক ৰাইজে বেয়া পোৱা কাম বিলাক কৰিবলৈ মানা কৰি লোৱা। জুবিনে ভাল পোৱা কাম যে অসমৰ ৰাইজে কৰিব লাগিবই তাৰ কি মানে আচে। জুবিন কোন হয়।

  • @simabora2998
    @simabora2998 5 месяцев назад +2

    Zubeen right 👍

  • @rekhagogoi7677
    @rekhagogoi7677 5 месяцев назад +29

    শগুণৰ শাওত বুঢ়া গৰু নমৰে । ইমান বয়সীয়াল বুঢ়া এটাৰ মুখৰ ভাষা শুনা।ইফালে গোসাই,সত্ৰাধিকাৰ তাৰ মুখত এনে ভাষা কিয় !!

  • @sanjeevsaikia1378
    @sanjeevsaikia1378 5 месяцев назад +1

    কোনো ভুল কথা কোৱা নাই জুবিন গাৰ্গে । এই সত্ৰাধিকাৰ বোৰৰ ভুলৰ কাৰণে কিমান মিছিং মানুহে খিষ্টান ধৰ্ম লব লগা হল । কাম নাই

  • @abhinobneog8272
    @abhinobneog8272 5 месяцев назад +4

    সমগ্ৰ মানুহ ক এটা কথা কব বিচাৰিছোঁ যে আচলতে সত্ৰাধিকাৰ কাক কই ভালদৰে বুজি লব এইজনা সত্ৰাধিকাৰ ৰ মুখত শব্দৰ স্থিৰতা নাই। যেতিয়া আমি সত্ৰত হৰন লবলৈ যাও তাত সত্ৰাধিকাৰ জনেই হৰণ দিওঁতে কৈ আমি কাকো উচ্চ স্বৰত থাপৰ মৰা গলি দিয়া আদি কৰ্ম ৰ পৰা বিৰত থাকিম কিন্তু যিহেতু এই vibeo টোত তেওঁৰ সকলো গুণ কৰ্তন হোৱা দেখা গৈছে।

  • @punyalatadevivlog3324
    @punyalatadevivlog3324 5 месяцев назад +1

    কিবা এটা কথা আছে নহয় বুঢা গৰু নমাৰ

  • @bhupendas3078
    @bhupendas3078 5 месяцев назад +4

    জুবিন গাৰ্গ ভাল গাযকৰ লগতে এজন উচ্চ চিন্তা ধাৰাৰ সুন্দৰ আৰু সফলতা পৰিপূৰ্ণ বক্তি আৰু ভাল সমাজ সেৱাক, I support & salute.

  • @Bhagyashree384
    @Bhagyashree384 5 месяцев назад +1

    Joi jubeen daa ❤❤❤

  • @user-ic7fo7tk1k
    @user-ic7fo7tk1k 5 месяцев назад +10

    জুবিন গাৰ্গে একো ভুল কথা কোৱা নাই। তাৰ পৰিচয় আপুনি নিজে প্ৰমাণ কৰি দিলে,
    এজন সত্ৰাধিকাৰ হিচাপে আপুনি আশীৰ্বাদ দিয়াৰ হে অধিকাৰ আছে অভিশাপ দিয়াৰ অধিকাৰ নাই,
    এজন গুণী গীয়ানি সত্ৰাধিকাৰৰ মুখত এই ব্যৱহাৰ সুভা নিদিয়ে
    নে আপুনি নিজকে ঈশ্বৰ বুলি ভাৱে নেকি ?

  • @BinudSaikia-tf2ow
    @BinudSaikia-tf2ow 5 месяцев назад +1

    Yes,প্ৰভু ঈশ্বৰে কেতিয়াও কাকো সাও নিদিয়ে।আপুনি এজন সাধাৰণ মানুহ।আপোনাৰ ব্যৱহাৰত প্ৰভুৰ অকন্মানো গুণ নাই।

  • @NFacts708
    @NFacts708 5 месяцев назад +39

    তই নিজকে ভগৱান বুলি ভাবিছ মহেশ গোস্বামী তই নিজকে ভগৱান বুলি কবলৈ ক'ত ক্ষমতা পালি তোক মই কাণতলিয়া চৰ দিম mr. Guswami. Love Zubeen Garg ❤💗💖

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 5 месяцев назад +4

      জুবিনক জাংগিয়া ধুবলে মানুহ এটা লাগে। তয়ে গুচি যা। মাঠা নাইকীয়া।

    • @prosanbora
      @prosanbora 5 месяцев назад

      Jubin hosai half pagol nii

    • @prosanbora
      @prosanbora 5 месяцев назад

      Modahi jubin

    • @NFacts708
      @NFacts708 5 месяцев назад

      @@AnnoyedGarden-jo1kh tur maharok pota gida khowa

    • @NFacts708
      @NFacts708 5 месяцев назад

      @@prosanbora toi MOD nakhao tur bapere nakhi... Ha.... Toi u modahi tur bapere u modai... Gida khowa sob

  • @GolapBasu
    @GolapBasu 5 месяцев назад +1

    ❤❤Jubinda Is Right.Because -Priest or Sadhu are not -Probhu Iswar.❤❤

  • @pranabnath2195
    @pranabnath2195 5 месяцев назад +32

    জুবিনে নিজক লৈহে কথাটো কৈচিল তাত কি ভোল হল ইয়াকে লৈ ইমান হৈ হাল্লা কৰিব নেলাগে দেই আৰো কথা হল তেউ সাউ দিলে কিয় জুবিন গাট লাগিব তেউ কি কলি কালৰ ভগবান নেকি আ

  • @BenuChoudhury-em9ek
    @BenuChoudhury-em9ek 5 месяцев назад

    সত্ৰাধিকাৰৰ এনেকুৱা মন্তব্যই শোভা ,নাপাই

  • @arunjyotikonch9573
    @arunjyotikonch9573 5 месяцев назад +5

    জুৱিন গাৰ্গৰ কথা বাদ দিলো কিন্তু এজন সএাধিকাৰৰ ব্যৱহাৰ বা কথাবোৰ তেনেকুৱা হব নালাগে৷৷৷৷

  • @ntbnaba4611
    @ntbnaba4611 5 месяцев назад +2

    jubeen right

  • @basudevdas4535
    @basudevdas4535 5 месяцев назад +5

    Zubeen daa hosa kotha koisa guru hoi guru buli kbo lgy vgbn buli kisumn manuhe aji kali kua dkha pau vgbn nhoi n guru hoi Zubeen daa thik kotha koisa

  • @chandanbharali4096
    @chandanbharali4096 5 месяцев назад +2

    Zubin 100% right

  • @india1157
    @india1157 5 месяцев назад +26

    জুবিনে কোনো ভূল কোৱা নাই। যদি ভগৱান বুলি কোনোবা আছে তেন্তে পৃথিবী খনত অধৰ্ম বা পাপ বোৰ হৈ থাকে কিয়?? কিয় ভাল মানুহৰ লগত বেয়া আৰু বেয়া বিলাকৰ লগত ভাল হয় ??? আচলতে মাক- বাপেকৰ বাহিৰে সংসাৰত কোনো ভগৱান নাই। মাক বাপেকে চাকি ধূপ , বা পূজা - পাঠ বা কোনো GIFT নোলোৱা কৈ অন্তৰৰ পৰা সন্তানক আশীৰ্বাদ দিয়ে। সেয়ে পূজা অকল মাক বাপেকক কৰাৰ দৰকাৰ আৰু সৎ নাগৰিক আৰু ধাৰ্মিক হোৱাটো উচিত ।

    • @Tora532
      @Tora532 5 месяцев назад

      Well written

    • @india1157
      @india1157 5 месяцев назад

      @@Tora532 😊

  • @KayomAli-r6i
    @KayomAli-r6i 5 месяцев назад

    অভিশাপ কিয় দিছে 😢😢 জুবিন গাৰ্গে ঠিকেই কৈছে মানুহ কেতিয়াও ভগৱান হব নোৱাৰে। জুবিন দাক দিয়া অভিশাপ টো যাতে আপোনাৰ গাতে লাগে সেয়ে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত 🙏🙏🙏। জুবিন গাৰ্গে একো বেয়া কথা কোৱা নাই মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ জুবিন দা সদাই ভালে থাকক। জুবিনক দিয়া অভিশাপ টো যাতে আপোনাৰ গাতে লাগে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।

  • @hemanta-tc4vx
    @hemanta-tc4vx 5 месяцев назад +9

    মই কইছো সত্ৰাধিকাৰ কোন সিহতলোকে নিজকে সত্ৰাধিকাৰ বুলি কবলৈ লাজ কৰা নাই নেকি যত মাজুলীৰ এজন সত্ৰাধিকাৰে মানুহক শৰন‌ দি নিজৰ ভকতৰ হাতে ছোৱা খাদ্য নাখায়
    মিছিং মানুহ‌ হ'লে মিৰিক ছোলে বিস্তাক ছোৱা কাৰ্য কৰে , তিনি বস্ত পিন্ধিলে ভকত নহয়। জুবিন গাৰ্গে যি কলে ঠিকেই কলে নিজৰ চৰিত্ৰ , ব্যবহাৰ ভাল কৰি নিজৰ পৰিচয় সত্ৰাধিকাৰ বুলি কব তেতিয়া ভাল লাগিব জুবিন দা এ আৰু এনেকৈয়ে আগ বাঢ়ে যেন। 🙏🙏

    • @MultimediaTr.
      @MultimediaTr. 5 месяцев назад

      ১০০%✓ সত্য

    • @dibyojyotigogoi4562
      @dibyojyotigogoi4562 5 месяцев назад

      Poisa nulua ke jdi pgm kribo pora dom ase den moi eitu kotha matim

    • @MultimediaTr.
      @MultimediaTr. 5 месяцев назад

      @@dibyojyotigogoi4562 ও আই! এইটোৱে টোপনিতে আছে! সাৰ পুৱাই নাই ! জুবিনে কিমান প্ৰগ্ৰেম পইচা নোলোৱা কৈ কৰে গমেই নাপায় আমাৰ প্ৰভু ঈশ্বৰে! প্ৰভু ঈশ্বৰ! 😁

  • @purnimadas6913
    @purnimadas6913 5 месяцев назад

    যুবিনে সত্ৰাধিকাৰৰ কথাতো একো ভুল নাই কোৱা!কথাতো হ'ল সত্ৰাধিকাৰ জন ক'ত ভাল মানুহ হ'ল যে তেও যুবিনক অভিসাপ দিলে !চাওঁচোন তেও যদি প্ৰভু হয় কথাষাৰ ফলিয়াই নে নফলিয়াই। প্ৰভু ঈশ্বৰ সৱেতো মদ নোখোৱা ভদ্ৰ ব্যক্তিহৈ তুষ্য বাক্য ব্যৱহাৰ কৰিলে কিয়?

  • @jarabaribakarigaonkapiliic810
    @jarabaribakarigaonkapiliic810 5 месяцев назад +10

    এজন সত্ৰাধিকাৰৰ মুখত এনে বাক্যই সোভা নাপাই । এজন মানুহৰ ইমান অহিত চিন্তা এজন সত্ৰাধিকাৰে কেনেদৰে কৰিব পাৰিলে।এজন মানুহৰে ভাল চিন্তা কৰিব নোৱাৰিলে ,পিথিবীৰ লাখ লাখ মানুহৰ চিন্তা কেনেদৰে কৰিব এই জনে।

    • @shriatiramrabha9388
      @shriatiramrabha9388 5 месяцев назад

      সত্য কথা। ধন্যবাদ।

  • @prakashkhatiwoda3964
    @prakashkhatiwoda3964 5 месяцев назад +1

    সত্ৰাধিকাৰ মহাশয়ে বেয়া কোৱা নাই। তেওঁৰ আপত্তিজনক মন্তব্যত ইমান খিনি কোৱা স্হল আছে। নিজৰ সন্মান ৰাখক,আনেও সমানে মৰম দিলে ভাল পাওঁ। তেওঁ বৰঠাকুৰ মানে বামুন , আৰু গাৰ্গ উপাধি কৰি খ্ৰীষ্টান হৈ আমাকে গালি পাৰিব ? তেখেতে যুক্তিসংগত কথা কৈছে।

  • @pulakkonwar5082
    @pulakkonwar5082 5 месяцев назад +40

    ক্ষমা এটা মহৎ গুণ।
    মহেশ গুস্বামী সত্ৰৰ অধিকাৰী হোৱাৰ উপযুক্ত হয়নে নহয় সন্দেহ থাকি গল ।

    • @kanaklalsutradhar6998
      @kanaklalsutradhar6998 5 месяцев назад

      Very correct bro.

    • @arjundeka9938
      @arjundeka9938 5 месяцев назад

      ​@@kanaklalsutradhar6998মহত গুণ বিলাকৰ সুবিধা লোৱাটো ভুল আকৌ

  • @dess_launda_yt8460
    @dess_launda_yt8460 5 месяцев назад +2

    Zubin Garg Kun hoi... a part of life... Not heart of life... Honskarot thakile nijei hantit thakibo... Belekok opoman dukh di, nijei hantit ketiaw thakibo nuware.. jodi thake ai manuhjon hobyo nohoi okhoibyo ... Khurai thikei koise...

  • @angsumanraja3368
    @angsumanraja3368 5 месяцев назад +25

    সত্ৰাধিকাৰ কেতিয়াও প্ৰভূ ঈশ্বৰ হ'ব নোৱাৰে।কিহৰ প্ৰভূ ঈশ্বৰ?ময়ো নামানো এইসকলক। মাজুলীখনকে ধৰি ৰাখিব নোৱাৰিলে। আৰু প্ৰভূ ঈশ্বৰৰ এনে ব্যৱহাৰ নেকি? জুবিনক চৰ দিবলৈ হ'লে আগতে সত্ৰাধিকাহতে লেংটা হৈ আহিব লাগিব। হেজাৰ সত্ৰাধিকাৰ আহিল হেজাৰ গ'ল কিন্তু এজন জুবিন হেৰাই গ'লে চাবি মানুহৰ মাজত কি প্ৰতিক্ৰিয়া হয়।

    • @nandeswarbora8015
      @nandeswarbora8015 5 месяцев назад +2

      এইজননো কেনেকৈ সত্ৰাধিকাৰ হ'ল....? সত্ৰাধিকাৰৰ মুখত এনে ভাষা

  • @nayanjyotikotoky7625
    @nayanjyotikotoky7625 5 месяцев назад

    তেতিয়া হলে জুবিনে একো বেয়া কথা কোৱা নাই। আৰু তেওঁ এজন সত্ৰাধিকাৰ হব্ই নোৱাৰে কোনো কাৰণত।
    ঠেক নিচ মানসিকতা। আপুনি ঈশ্বৰ দূহি সত্ৰাধিকাৰ।
    যি কৰিব ঈশ্বৰে কৰিব আপুনি তেনেকৈ কোৱাৰ অধিকাৰ নাই।

  • @mamonisaikia1545
    @mamonisaikia1545 5 месяцев назад +3

    এখেত মানে মহেশ্বৰ গোস্বামী কেনেকুৱাধৰণৰ। জুবিনে ভুল কৰিব পাৰে। ক্ষমা পাৰ্থি হৈছে। কিন্তু সত্ৰাধি কাৰে এনে মন্তব্য কৰেনে। জুবিন দাতা কৰ্ণও। লগতে গোস্বামী ডাঙৰীয়াই ক্ষমা প্ৰাৰ্থনা কৰিলে ভাল হয়। প্রকিত সত্ৰাধিকাৰ এ দুৰাৰোগ্য ৰোগত ভুগিব শাও নিদিয়ে।

  • @assamesevahwna8465
    @assamesevahwna8465 5 месяцев назад +2

    Zubin Garg King 👑 Assam ᭄

  • @thetop7042
    @thetop7042 5 месяцев назад +3

    চৰ দিম বুলি সত্ৰাধিকাৰ জনৰ মুখত কিয় আহিল বাৰু 'চৰ দিয়া সত্ৰাধিকাৰ' মেন পাইছোঁ।।।

  • @rumagogoi6298
    @rumagogoi6298 5 месяцев назад +1

    জুবিনে সঁচা কথা কৈছে

  • @madhurjyamahanta
    @madhurjyamahanta 5 месяцев назад +13

    কাৰোবাক সন্মান জনাই প্ৰভূ ঈশ্বৰ বুলি কোৱাটো অপৰাধ হ'ব নোৱাৰে । মানুহৰ ব্যক্তিগত কথা ।পিছে 'ঘেণ্টা' বা অন্য অশ্লীল শব্দ ব্যৱহাৰ কৰি ৰাইজৰ আগত কথা কোৱাটো অপৰাধ নহয় নেকি ?

  • @JuribarmanJuribaishya
    @JuribarmanJuribaishya 5 месяцев назад +1

    Zubeen garg is like a god joi zubeen da

    • @Zayn-_Maalik
      @Zayn-_Maalik 5 месяцев назад

      Bal zubeen nk bhagavaan paisa 😂😂

  • @jayanath8989
    @jayanath8989 5 месяцев назад +9

    প্ৰভু ঈশ্বৰৰ মুখত এনে কথা শোভা নাপায়। জুবিনে কষ্ট কৰি ধন লয়। এনেয়ে কোনেও কাকো ধন নিদিয়ে। সঁচা কথা শুনি গা জ্বলি গৈছে

  • @arpanrabha8530
    @arpanrabha8530 5 месяцев назад +2

    Zubin Da Zindabaad

  • @bhaskarjyotiborah4671
    @bhaskarjyotiborah4671 5 месяцев назад +11

    এই জন সত্ৰাধিকাৰ হোৱাৰ যোগ্য নহয়, মই আচৰিত হৈছোঁ যে আমি কেতিয়াও নাম নুশুনা এইজন মানুহে কেনেকৈ সাহস পালে যে তেওঁ জুবীনদাক কানতলীয়া চৰ দিম বুলি কবলে

  • @bijupegu-kw3py
    @bijupegu-kw3py 5 месяцев назад

    এজন সত্ৰৰ সত্ৰাধিকাৰ হৈ এনে মন্তব্য দিয়াটো মই ভাবো তেখেত মানসিক ভাবে সুস্থিৰ নহয় কাৰন এজন সত্ৰৰ সত্ৰাধিকাৰ হওঁক বা ভকতেই হওঁক তেওঁলোকৰ মন সদায় কোমল আৰু পবিত্ৰ হব লাগে ।
    যদি তেওঁ ভুলৰ ক্ষমাই নাজানে তেন্তে অভিশাপ দিয়াৰো অধিকাৰ নাই আৰু যদি তেওঁ নিজকে ভগৱান বুলি বাবে তেন্তে কিয় তেওঁ সকলোকে সমান বুলি নাভাবে।

  • @jayadutta756
    @jayadutta756 5 месяцев назад +4

    প্ৰভূ মানে ভকতক সম্বোধন কৰা হয় । প্ৰভূ মানে যি ঈশ্বৰৰ বাট দেখুৱাই দিয়া জন । হনুমানে ৰামক প্ৰভূ ৰাম বুলি সম্বোধন ধৰিছিল । আমি ভকতক প্ৰভূ বুলি সম্বোধন ধৰো নামঘৰত । এজন শিক্ষকক শিক্ষাগুৰু বা আচাৰ্য বুলি কোৱা হয় । তাকেই ইংৰাজীত ছাৰ বুলি যেনেকৈ কয় । অৰ্থ বুজাত ভূল কৰিলে । বুজাই দিলেই হল বিতৰ্ক কৰাতকৈ । জুবিনৰ মাতৃ সৰুতেই হেৰুৱা লৰা এজন ।

  • @Rita_Borah
    @Rita_Borah 5 месяцев назад +1

    জুবিন ক শাও দিব নাপায়।কাকোৱেই শাও দিব নাপায়।

  • @jarabaribakarigaonkapiliic810
    @jarabaribakarigaonkapiliic810 5 месяцев назад +5

    এইজনক এই পদটোৰ পৰা এৰাই দিব লাগে।এই পদতোৰ বাবত থকা যোগ্যতা এই জনৰ নাই। এনেবোৰ মানুহৰ হিদয়বোৰ সদায় পবিত্ৰ হ'ব লাগে। কিন্তু এইজনৰ হিদয়খন অপবিএ। এইবোৰ মানুহে মানুহৰ ভাল চিন্তা কৰিব নাজানে ।

  • @Seeker3101
    @Seeker3101 5 месяцев назад +1

    prabhu ishwar koute jubeen dak kunau creator buli koa nai....tau bekar mod khai eeibikal kotha koi thake. Krishna is not a god? Aapunar kiba believe asa aapuni believe kori thakok hatu apunar right but apuna eta influentor hole buhut chinta kori kobo lage...
    Jubin da is a good human being and great singer no doubt but tauro bhul hobo paare buli ammi atu khota kya hojyo koribo nowaru..
    Because jubin da is a human being that why he is doing mistakes

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj 5 месяцев назад

    জুবিন গ্যাৰ্গ এজন প্ৰকৃত দেশপ্ৰমিক তেওৰ বিৰুদ্বে কোয়া বিলাক স্বাৰ্থপৰ।

  • @monjulahon7712
    @monjulahon7712 5 месяцев назад +6

    প্ৰভূ যীশুক শাস্তি আৰু ক্ৰ্যুচত মৃত্যু দিওঁতে , যীশু য়ে শাস্তিদিয়া সকলক পৰমপিতা পৰমেশ্বৰক প্ৰাৰ্থনা কৰিছিল ক্ষমা কৰি দিবৰ বাবে । কিন্তু আমাৰ প্ৰভূ ইশ্বৰ জনাৰ ভাষ্য ওলোটা ।

    • @muninsaikia9476
      @muninsaikia9476 5 месяцев назад

      Iat jisu sisu kio humuaisa....
      Jat changers

  • @hirakjyotikalitaassam567
    @hirakjyotikalitaassam567 5 месяцев назад +7

    Zubeen Garg jindabaad ❤ জুবিন সদাই জুবিন 🔥🔥

  • @goutamnah6575
    @goutamnah6575 5 месяцев назад +1

    আপোনাৰ লোকৰ এনে বক্তৃতা পৰাই বহুতো অসমীয়া মানুহে আন ধৰ্মৰ গ্ৰহণ কৰে

  • @assamesefunni7522
    @assamesefunni7522 5 месяцев назад +7

    সত্ৰাধিকাৰ সত্ৰাধিকাৰে সি ভগৱান/ঈশ্বৰ কেতিয়াও হব নোৱাৰে

  • @PranabJyotidas-b9p
    @PranabJyotidas-b9p 5 месяцев назад +2

    Zubin is the best

  • @santanudas8684
    @santanudas8684 5 месяцев назад +4

    জুবিন দা আমাৰ মৰমৰ শিল্পী ।গতিকে তেওঁক কেৱল শিল্প জগতখনৰ মাজতে সীমাৱদ্ধ ৰাখিলে ভাল।কিন্তু সেইটো সংবাদ জগতখনে নকৰে,ভিউচৰ আশাত কিবা কিবি কৰি থাকে।যিবোৰ কথা আওকাণ কৰিব লাগে।

  • @bhaikanhazarika1837
    @bhaikanhazarika1837 5 месяцев назад +2

    Jubeen is right

  • @rtamuli8511
    @rtamuli8511 5 месяцев назад +3

    যাক অতি ভালপোৱা হয় তেওঁক অনুকৰণনো কৰাহয়। জুবিন গাৰ্গে ভদ্ৰ আচৰণ কৰি সহনশীলতা অমায়ীক শৈলী ৰে চলিলেহেতেন উঠিঅহা প্ৰজন্মৰ বৰসুন্দৰ জীৱনশৈলী দেখিবলৈপালোহেতেন!প্ৰভুজনাকো অনুৰোধ জনালোঁ শাও নিদিবছো আপোনালোক গুণী জ্ঞানী ধহ্য-শহ্যশীল গুৰু ,আপুনি যদি জুবিনদাৰ দৰে হয় তেন্তে জুবিন আৰু আপোনাৰ(গুৰু)ৰ প্ৰৰ্থক্য কিথাকিব?

  • @iveehazarika3737
    @iveehazarika3737 5 месяцев назад +2

    Jubin Sir is right.❤❤🎉🎉❤❤.

  • @mitudoley1348
    @mitudoley1348 5 месяцев назад +16

    এইটো একো বিতৰ্ক বিষয় নহ্য়

  • @kaustavhazarika2288
    @kaustavhazarika2288 5 месяцев назад

    জুবিন গাৰ্গে সত্ৰাধিকাৰ বুলি একো কোৱা নাছিল প্ৰভুঈশ্বৰ বুলিহে কৈছিল। তেওঁলোকে যদি নিজকে ভগৱান বুলি নাভাবে তেওঁলোকৰ গাত কিয় লাগিল ?
    আৰু এটা কথা সত্ৰাধিকাৰ জনৰ ভকতৰ গুণ নেদেখিলো ।

  • @hemantaborgohain4493
    @hemantaborgohain4493 5 месяцев назад +20

    জুবিনো ভাল বুলি নাভাবো । অভদ্ৰামী কৰি বাতৰিৰ শিৰোনাম দখল কৰি ভাল পায় । কিন্তু সত্ৰাধিকাৰজনো ধৰ্মীয় ভাৱাপন্ন নহয় বুলি ভাবিবলৈ বাধ্য হলো । জুবিনেও কাকো খুওৱা নাই আপুনিও খুওৱা নাই কাকো । শালীনতা ৰক্ষা কৰি কলেহে সমস্যা সমাধান হয় । কাৰোবাক চৰ-ভুকুৰে কি বুজাব আপুনি । নিজৰ সন্মান নিজে বচাই ৰাখে যেন । এনে ব্যক্তিৰ লগত চুপতি নমৰাই ভাল ।

  • @DibakarJAB
    @DibakarJAB 5 месяцев назад +3

    Joy Zubin দা