"অসম সংগীত"এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰত। প্ৰস্তুতি পৰাশৰৰ এক প্ৰসংশনীয় পদক্ষেপ।

Поделиться
HTML-код
  • Опубликовано: 27 окт 2019
  • #chakrapani#parashar#prastuti#parashar#assamesangit#
    প্ৰথম বাৰৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰত অসম সংগীত। প্ৰস্তুতি পৰাশৰৰ এক প্ৰসংশনীয় পদক্ষেপ। থিয়েটাৰ আৰম্ভ হোৱাৰ প্ৰাক্ মূহুৰ্তত বাজি উঠে "অসম সংগীত"

Комментарии • 29

  • @sharatmaina4918
    @sharatmaina4918 4 года назад +2

    অসমৰ জাতীয় সংগীত
    "অ' মোৰ আপোনাৰ দেশ"
    (শুদ্ধ আৰু সংশোধিত ৰূপ)
    গীতিকাৰ:- লক্ষ্মীনাথ বেজবৰুৱা
    সুৰকাৰ:- কমলা প্ৰসাদ আগৰৱালা
    ৰচনা কাল:- ১৯১০ চনৰ ২৩ মে' সোমবাৰ, স্থান:- হাওড়া
    অনুগ্ৰহ কৰি সকলোৱে Share কৰিব🙏
    "অসম সাহিত্য সভা"ৰ নিয়ম অনুসৰি কেৱল সাহিত্য সভাৰ 'শাখা', 'জিলা', আৰু "অসম সাহিত্য সভা"ৰ অনুষ্ঠানৰ আৰম্ভণিতে "অ' মোৰ আপোনাৰ দেশ" অসমৰ "জাতীয় সংগীত"টি পৰিবেশন কৰা উচিত, (অৱশ্যে, কিছুমান সাহিত্য বিষয়ক সভা, সমিতিৰ আলোচনা চক্ৰতো "অ' মোৰ আপোনাৰ দেশ" অসমৰ "জাতীয় সংগীত"টি পৰিবেশন কৰা দেখা যায়) আৰু পৰিবেশনৰ সময়ত সকলোৱে থিয় হৈ বাওঁফালে বুকুৰ ওপৰত সোঁহাত খন থৈ "অ' মোৰ আপোনাৰ দেশ" অসমৰ "জাতীয় সংগীত"টি পৰিবেশন কৰা উচিত, পৰিবেশনৰ নিৰ্দিষ্ট সময় ৭২ চেকেণ্ডৰ ভিতৰত হ'ব লাগে, আৰু পৰিবেশন কৰোঁতে যেন এই কথাটো লক্ষ্য ৰাখে,
    =>"চাই লওঁ তোমাৰ মুখনি এবাৰ", ("চাই লওঁ এবাৰ মুখনি তোমাৰ" নহয়, কিছুমানে আকৌ মুখখনি বুলি কোৱাও দেখা যায়, এইবোৰ অশুদ্ধ)
    অসমক ভাল পাবলৈ হ'লে প্ৰথমে আমি আমাৰ ভাষা আৰু আমাৰ নিজৰ স্বকীয়তাক সন্মান কৰা আৰু মনত ৰখাৰ নিত্যান্তই প্ৰয়োজনীয়, সেয়ে অসমীয়া হিচাপে, অসমক ভাল পোৱাৰ স্বাৰ্থত, অসমক সন্মান কৰাৰ স্বাৰ্থত, অসমত বাস কৰাৰ স্বাৰ্থত, সততে বহুতেই ভুলকৈ পৰিবেশন কৰি থকা "অ' মোৰ আপোনাৰ দেশ" অসমৰ জাতীয় সংগীতটি সকলোৱে শুদ্ধকৈ পৰিবেশন কৰিব পৰাকৈ উপযুক্ত প্ৰমাণ সহকাৰে Share কৰক ৰাইজ🙏🙏🙏
    প্ৰকৃততে এইবোৰ কাম মেডিয়া চেনেল কেইটাৰ.... পুৱা, গধূলী যদি এবাৰকৈ "জাতীয় সংগীত" আৰু "ৰাষ্ট্ৰীয় সংগীত" দুটা আমাৰ চেনেল বিলাকত বজালেহেঁতেন, হয়তো সকলোৰে উপকাৰ হ'লহেঁতেন বা ভুলকৈ পৰিবেশিত নহ'লহেঁতেন, কিন্তু, চেনেলে এইবোৰৰ ক্ষেত্ৰত ভূমিকা লোৱা আমি যিহেতু দেখা নাই, সেয়ে অসমৰ সচেতন ৰাইজলৈ এটাই অনুৰুধ, আপোনালোক প্ৰত্যেকেই একো একোজন সাংবাদিকৰ দৰে ভূমিকা লৈ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে নিজ হাতৰ আখৰে লিখি থৈ যোৱা (তলত দিয়া হৈছে) "অ' মোৰ আপোনাৰ দেশ" অসমৰ "জাতীয় সংগীত"টি শুদ্ধ আৰু সংশোধিত ৰূপত ব্যাপকভাৱে প্ৰচাৰ কৰক, ছাত্ৰ-ছাত্ৰীসকলক শিকাওঁক আৰু নিজেও পৰিবেশন কৰক🙏🙏🙏
    লগতে অসমৰ জ্যেষ্ঠ আৰু নামী, প্ৰথিতযশা শিল্পীসকল,
    => আপোনালোকে যদি এই বিষয়ত বিশেষ গুৰুত্ব নিদিয়ে অসমৰ "জাতীয় সংগীত" খুউৱ সোনকালে, এদিন REMIX সংগীত হ'ব, কাৰণ গীতটি আপোনালোকেই গায়, আৰু RUclips ত যিমান শিল্পীয়ে পৰিবেশন কৰি উপলব্ধ কৰি থৈছে, দেখা গৈছে যে ৯৯% শিল্পীৰ পৰিবেশনেই ভুল!!! কথাৰ ওলট পালট, সময়ৰ হিচাপ নাই!!!
    মোৰ যদি কিবা ভুল হৈছে ক্ষমা কৰিব🙏🙏🙏
    শ্ৰদ্ধাৰ ৰাইজ, শুদ্ধ আৰু সংশোধিত ৰূপত পৰিবেশন কৰা "অ' মোৰ আপোনাৰ দেশ" অসমৰ "জাতীয় সংগীত"টি আপোনালোকলৈ আগবঢ়ালো🙏🙏🙏 এই গীতটি অসমৰ জনপ্ৰিয় শ্ৰদ্ধাৰ শিল্পী পুলক বেনাৰ্জী দেৱকে আদি কৰি বহু স্বনামধন্য শিল্পীয়ে পৰিবেশন কৰিছে ৷
    (বি:দ্ৰ: গীতটি সংগ্ৰহীত)
    👇
    ruclips.net/video/pESsD6rpDGQ/видео.html
    ধন্যবাদেৰে
    শৰৎ মহন🙏🙏🙏

  • @krishnahazarika6391
    @krishnahazarika6391 10 месяцев назад

    👍👍👍

  • @sewalibhuyan429
    @sewalibhuyan429 3 года назад

    Aapunak bohut bohut bohut val pau... baa

  • @dipanjalidas7360
    @dipanjalidas7360 3 года назад

    Kisuman manuh enekuwa ase jar logat katha pati samoy keneke jai gomei napai baa o tenekuwa ❤❤❤ to Prastuti parasar

  • @mridulkalita7959
    @mridulkalita7959 2 года назад

    Baalor prastuti theatre promotion koribo jaai taai kaam naai aru sat

  • @nirupjyotidasdhunu.4105
    @nirupjyotidasdhunu.4105 4 года назад +2

    ভাল খবৰ ।

  • @hembasumtary2737
    @hembasumtary2737 4 года назад

    Moiu proshtuti baa r lgt agree kru.. moi ajile kunu ftka jluwa nai.beya paou moi..bt bhut saki lgaou proti bsre...aebaro lgaisu .
    Proshtuti baa bhut khula antore hou..moi bhut vl paou baak...
    Love you proshtuti baa😘😘😘

  • @voiceofindia2579
    @voiceofindia2579 4 года назад

    Love you Prastuti Ba...Love you all...😘😘😘💑💑💑

  • @ramendeka5813
    @ramendeka5813 4 года назад +1

    Bahut val pao baideuk

  • @kingassam9781
    @kingassam9781 4 года назад +1

    Love you ba

  • @dipshikhasaikia842
    @dipshikhasaikia842 4 года назад +1

    Gutei prgm2 lge dada

  • @purabicharingia8518
    @purabicharingia8518 4 года назад

    Bhut dhunia lgise

  • @daijeepathak1569
    @daijeepathak1569 4 года назад +1

    Mojjja

  • @localdramaassam4339
    @localdramaassam4339 4 года назад +1

    nice

  • @popymonidevi4405
    @popymonidevi4405 4 года назад

    Love you baa👌👌👌

  • @hunmonilahon5972
    @hunmonilahon5972 4 года назад

    Nice baa

  • @rinkusultana6167
    @rinkusultana6167 4 года назад

    Love u Baa

  • @barnalibora7974
    @barnalibora7974 4 года назад

    Nice baa

  • @tutuborah2490
    @tutuborah2490 4 года назад

    Love u ba

  • @someguy4070
    @someguy4070 4 года назад +1

    Athoni show tu salu

  • @nikitapatowary8387
    @nikitapatowary8387 4 года назад +3

    love you prastuti ba

  • @bjbaglari7109
    @bjbaglari7109 4 года назад +1

    Hi ba

  • @bhupalikalita8440
    @bhupalikalita8440 4 года назад +4

    Dada..program to gotei khini dibo sn..

  • @alakeshsharma4034
    @alakeshsharma4034 4 года назад +1

    Xundar Program dada ...prostuti ba k Val pao bahut

  • @hiteshsarma5867
    @hiteshsarma5867 4 года назад +2

    Full episode Tu dbo

  • @tulikadeka639
    @tulikadeka639 4 года назад +1

    Love you ba 😍

  • @sinmoyeesworld4850
    @sinmoyeesworld4850 4 года назад +1

    e2 pArt

  • @hiranmayeedeka8837
    @hiranmayeedeka8837 4 года назад

    Dress jorere Bhut dunia dekhaise kin2 Baak..