কিয় পদত্যাগ কৰিলে মুখ্য পৰিচালনা বিষয়া উৎপল বৰুৱাই?
HTML-код
- Опубликовано: 19 окт 2024
- ▶️কিয় পদত্যাগ কৰিলে মুখ্য পৰিচালনা বিষয়া উৎপল বৰুৱাই? গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ দায়িত্বৰ পৰা অব্যাহতি বিচৰাৰ আঁৰৰ কাৰণ কি? পদত্যাগৰ কাৰণ প্ৰথমবাৰলৈ মুকলিভাৱে ক'লে উৎপল বৰুৱাই।
কি সুন্দৰ অসমীয়া ভাষাৰ ব্যবহাৰ ইমান ডাঙৰ বিষয়া এজনৰ।
আপুনি থাকিৱ লাগে নহলে অনাঅসমীয়াৰ ৰাজত্ব চলিব নহলে আপুনি নাথাকিলে ও এজন অসমীয়া বিচাৰিৱ অসমবাসীয়ে
মানুহজনৰ কথা বাৰ্তাই লাগিছে তেওঁ ষড়যন্ত্ৰ বলি হৈছে।অসম অসমীয়া আৰু অসমীয়াই অসমৰ বাবে😊
He is a sincere and efficient officer and discharged his duty without any controversy.The reporters are trying to put him in awkward position.
Real person always bitreyed by .....
Adani effects?! আৰু হব !
Apunar behaviour bohut bohut val,jai houk ahomiar
এজন অসমীয়া হিচাপে আপুনাৰ এইটো ভুল decision নেকি দাদা.....
unfortunate an Assamese leaving Guwahati Airport......see an Odiya officer selected for responsibility of chief of Kolkata Airport apart from Odisha biggest airport Bhubaneswar headed by an Odiya person. Then, an Assamese should head the top post of Guwahati Airport
সততাৰে কথাখিনি কৈছে l অব্যাহতি নোলোৱাৰ কথাটো বিবেচনা কৰিবলৈ চেষ্টা কৰক l
Bohut val manuh Jon kothate gom puwa jai .val manuhjon
অসমীয়া হিচাপে আপুনি থকাটো বিচাৰিছোঁ। পুনৰাই বিবেচনা কৰি চাবচোন ।
ITS UNFORTUNATE
নিজে শুদ্ধ নহলে ইমান স্পষ্টকৈ কথা কব নোৱাৰে। আপোনি শুদ্ধ।
All non Assamese people in Guwahati Airport.
Adani group should reconsider the decision to replace Barua.We smell some conspiracy behind this situation.
অসমীয়া অসমীয়াৰ 😢
মানুহ জন ভাল যেনে লাগিল কিন্তু
Onya ata Ona Akhomiyar babe baat mukoli kori diya hol kiya heitu nubujilu
Assamese people are getting kicked out of Guwahati Airport, welcome to colonialism 2.0.
Apuni registration uthai louk
Registration nohoi bhai resignation
😂😂😂😂😂 feelings Tu buja@@BhaskarKalita-uw3rb
Val huwa nai
Ujinir manuh naikia korar horojontro..... inspector of schools new recruitment t kunu nai upprr assam r tinsukia dibrugarh sivsagar jorhat golaghat nagaon nai ....oooooo