Xunpahi - Achurjya Borpatra | Deeg Diganta | Goutom Gogoi | Fagun
HTML-код
- Опубликовано: 2 окт 2024
- Presenting #Xunpahi (From " #Fagun ") exclusively on Achurjya Borpatra Official.
Audio Credits:
Singer: Achurjya Borpatra
Lyrics-Composition: Deeg Diganta
Music: Goutom Gogoi
Mix and Master: Diganta Bordoloi
Flute: Lakhinandan Lahon
Tabla & Ghatam: Raja Boruah
Guitar: Ishanu
Violin: Manjil Kumar Gogoi
Creative Assistant: Shyamal Gogoi, Minal Boro
Art: Abhigyan Dutta
Video: Monuj Boraik
Special Thanks to Diganta Bordoloi, Sunit Gogoi, Jugantar Nath, Montu Gohain, Darpan Bortamuly, Saundarjya Bhuyan Hazarika, Mukunda Kalita, Luit Kakoty, Nil Bordoloi, Arnab Hazarika, Monuj Boraik, Janam Kashyap, Paplu Chetia, Anshuraj Kashyap, Bhargav Khound, Trailukya Boruah, Bolin Bora, Jyotishman Chetia, Suvrat Kakoti, Nitu Khanikar, Uttam Kalita, Ashish, Sudhir, Biplu.
[Lyrics]
উজায়ে আহিলে ক'ৰে সোণেপাহি
বুুকুৰে মাধুৰী লৈ
বগাকৈ বগলী উৰে জাকে পাতি
জিলিকে মুকুতা হৈ
হেঙুলীয়া আকাশতে
জেউতি চৰিলে গৈ
নুফুলা ফুলৰে কলিও ফুলিলে
হেপাঁহে নোজোৰা হৈ
দুটি বালিমাহী বালিতে খেলিছে
লগৰে লগৰী পায়
বনে বনে চৰা হৰিণী পোৱালি
দেও দি দুবৰি খায়
বনৰীয়া সুৰভিতে
মলেমলায় থাকেগৈ
মনৰে শেতেলীত থুপে খায় পৰিলে
জাক জাক পখিলা হৈ
দিলে পালে তৰি শীতলী মলয়াই
পূবৰে ৰ'দতে গৈ
ঢৌৱে ঢৌৱে খেলি আকাশৰ জোনেবাই
মেঘৰে ৰূপালী চৈ
সোণাৱালী বৰণৰে
জিঞাৰে পাখি উৰে
মনৰে ভিতৰৰ মৌ ভোগেজৰা
উপচি ৰসে ভৰে
Label: AB Production
Music Publisher: Eikhon Axom Hoi Bhai Media
© ℗ 2024 Achurjya Borpatra Official. All Rights Reserved.
[SOCIAL]
Achurjya Borpatra
INSTAGRAM: / achurjya_borpatra
FACEBOOK: / achurjyaborpatraofficial
NOTE: Any illegal reproduction or re-upload of this content in any form will result in immediate action against the person concerned.
গীতটিৰ মাজত যেন নিহিত হৈ আছে সোণপাহিৰ হাজাৰ কাহিনী💗💗🥺 আচুৰ্য্য দা তোমাৰ কণ্ঠ যাদুকৰী 🌈
কেতিয়াবা নিজৰ সমস্ত উজাৰি প্ৰকৃতিৰ লগত একাত্ম হবৰ মন যায়, ভালপোৱা ভাললগা বোৰো তাতেই বিলীণ হয়, এনে বহু পোৱা নোপোৱাৰ ভাৱনাৰ ফচল “সোণপাহি’’(দিগ দিগন্ত) 🌻
Mojja lagisa dada
kokai aru aguwai jawk🙏🙏🙏
Dada ami demow r huwar babe gowrab karu.karan tat apunaluk ase. Bahut vl lage apunak . Patitu likhani apunar cow
😎❤️
Hundor 😍❤❤❤
ইমান ধনীয়া এটি গীতৰ উপহাৰ দিয়াৰ বাবে ধন্যবাদ। দীগ দিগন্তৰ কথা সুৰ অতি ধুনীয়া। গৌতম গগৈয়ে বৰ সুন্দৰ কৈ সংগীতেৰে সজাইছে। লগতে দিগন্ত দাৰ mixed mastering সদায়ে অতুলনীয়। প্ৰতিজন শিল্পীয়ে বৰ সুন্দৰকৈ বজাইছে।
আন এটি ভাল লগা দিশ হ'ল video টি। অভিজ্ঞান দত্তৰ কি সুন্দৰ অংকন। গীতৰ কথাৰে হৈতে প্ৰতিখন ছবি বৰ ভাল হৈছে।
বছৰটিৰ এটি শ্ৰেষ্ঠ গীত হিচাপে ৰৈ ৰৱ এই গীত টি। গীতটিৰ লগত জঢ়িত প্ৰতিজনলৈ বহুতো শুভেচ্ছা থাকিল ❤❤
Achurjya Dak bhal Puwa hokole ata like.
Sobe bhl pai o😂
Napai o😂😂@@DiLseGodLike-d2r
@@ritakalita pai o jaan
@@DiLseGodLike-d2r I'm straight dude 🤮
আচুৰ্য দাৰ কণ্ঠই সকলো অসম বাসীক মোহিত কৰে ❤
আপোনাৰ গীতবোৰ ভাল লাগে। আচলতে গীত বোৰে কিবা এটা অনুভুতি দিব লাগে হৃদয় ত।নহ'লে টো কিছুমান ৰ গীত বোৰ ছাগলী দৰে বেলাই গাব লাগে গাই
জ্যোতি সংগীত ৰাভা সংগীতৰ সুৰৰ সোৱাদ পালোঁ যেন গীত টোত ❤😊
মনৰে শেতেলীত থুপে খায় পৰিলে
পৰিছে গাইছিল ।
সুন্দৰ গাইছে ❤❤
This song reminds me the song of jyoti prasad's " o xokhi aji"....
🎉 Zubben da pisot one the fav singer mur...
Voice❤😌
Siroxeuj geet ❤
সুন্দৰ গীত
Dhuniya hoise gaan tu achurjya da...❤️
Achujya daa r gan val puwa bure like kori juwa❤
Xunpahi mojja ❤❤❤❤❤ 2:29
Right baa❤
কোনে কোনে আচুৰ্য দাৰ প্রতিটো গানৰ বাবে আগ্রহেৰে ৰৈ থাকা এটা লাইক কৰি দিবা❤❤❤❤
Nis🎉
Dhuniya lagise kokai..
_____ Music dhuniya hoise nd ufff voice ❤❤
Always something special and new ❤❤❤❤.....
Each and every song is unique along with your Voice 🥰🥰🥰🥰❤️❤️❤️💗💗💗
মনোমোহা সংগীত 😊❤
ফাগুন এজাক বলিয়া বতাহ 🕊️🥹
ককাইদেউ ধুনীয়া লাগিছে গীত টি শুনি❤সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব❤❤
Hit a like for achurya da 👍🫀
Bohut dhunia hoise dada ❤❤
♥️♥️
Bohut dhunia lagise dei gaan ti❤
আচুৰ্য দাক কোনে কোনে ভাল পোৱা লাইক এটা এটা কৰি যোৱা❤👍😌
Achurjya da k Val puwa hokole like eta kori diya
Hundor 💓
❤🎉
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
বহুত ধুনীয়া হৈছে দাদা❤❤❤❤❤
Dada torali bohut din hol dekha dekhi nai.toralik ghurai anak dada
Fagun espesal song kateya ahebo dada
Bohut val hoise dada ❤
বৰ সুন্দৰ গীত ❤
বনগীতৰ সুকুমল স্পৰ্শ এটা পাইছো গীতটিত ককাই❤ বহুত মৰম
Olop hunilu dei releage hua agote 😁😁
Roi asu jantu kai ❤❤❤
ইমান ধুনীয়া কথা আৰু সুৰেৰে সজাইছা দিগ্ দিগন্ত ৷ Proud of you dear.. আগুৱাই যোৱা, আমাৰ শুভেচ্ছা সদায় থাকিব 🙏
❤❤❤❤❤❤
Jaldi se Coment dal deta hoon like milegaa 😅😅😂
উজায়ে আহিলে ক'ৰে সোণেপাহি
বুুকুৰে মাধুৰী লৈ
বগাকৈ বগলী উৰে জাকে পাতি
জিলিকে মুকুতা হৈ
হেঙুলীয়া আকাশতে
জেউতি চৰিলে গৈ
নুফুলা ফুলৰে কলিও ফুলিলে
হেপাঁহে নোজোৰা হৈ
দুটি বালিমাহী বালিতে খেলিছে
লগৰে লগৰী পায়
বনে বনে চৰা হৰিণী পোৱালি
দেও দি দুবৰি খায়
বনৰীয়া সুৰভিতে
মলেমলায় থাকেগৈ
মনৰে শেতেলীত থুপে খায় পৰিলে
জাক জাক পখিলা হৈ
দিলে পালে তৰি শীতলী মলয়াই
পূবৰে ৰ'দতে গৈ
ঢৌৱে ঢৌৱে খেলি আকাশৰ জোনেবাই
মেঘৰে ৰূপালী চৈ
সোণাৱালী বৰণৰে
জিঞাৰে পাখি উৰে
মনৰে ভিতৰৰ মৌ ভোগেজৰা
উপচি ৰসে ভৰে
ইমান এটা ধুনীয়া গীত উপহাৰ দিয়াৰ বাবে গীতটিৰ লগত জড়িত সকলোলৈ বহুত বহুত ধন্যবাদ 🎉❤
Old achurjya dar Vibe tu ahi goise ❤❤❤
অপূৰ্ব কথা ❤সুৰ❤ সংগীত 🎉!!!
Dhuniya dada
উজায়ে আহিলে ক'ৰে সোণেপাহি
বুুকুৰে মাধুৰী লৈ
বগাকৈ বগলী উৰে জাকে পাতি
জিলিকে মুকুতা হৈ
হেঙুলীয়া আকাশতে
জেউতি চৰিলে গৈ
নুফুলা ফুলৰে কলিও ফুলিলে
হেপাঁহে নোজোৰা হৈ
দুটি বালিমাহী বালিতে খেলিছে
লগৰে লগৰী পায়
বনে বনে চৰা হৰিণী পোৱালি
দেও দি দুবৰি খায়
বনৰীয়া সুৰভিতে
মলেমলায় থাকেগৈ
মনৰে শেতেলীত থুপে খায় পৰিলে
জাক জাক পখিলা হৈ
দিলে পালে তৰি শীতলী মলয়াই
পূবৰে ৰ'দতে গৈ
ঢৌৱে ঢৌৱে খেলি আকাশৰ জোনেবাই
মেঘৰে ৰূপালী চৈ
সোণাৱালী বৰণৰে
জিঞাৰে পাখি উৰে
মনৰে ভিতৰৰ মৌ ভোগেজৰা
উপচি ৰসে ভৰে
দাদাৰ কাৰণে এটা like
Bor dhuniaa ow kokaidau ❤hosake apuni ajon val singer ❤love you ❤️..lahon da raja da ..diganta sir ❤❤..gan tur lgtt jorito xokolukee best wishes ❤🎉
Beautiful song ❤
এতিয়া মই duty কৰি আছোঁ
ভবা নাছিলোঁ যে আচুৰ্য বৰপাত্ৰ দাৰ এই গানটো এতিয়া মোক মানে বেলেগ কিবা এটা vibe আনি দিলে 😊❤
Excellent dada apuni aru aponr song love you dada❤
Dada tumar kanthat hosake ki humai ase aji kali je tumar ata geet nuxunele moi xubo nuwru tumi muk ki ban marila je hopunotu tumake dekhu
সোণপাহিৰ আবেগবোৰ সদাইয়ে চিৰস্মৰণীয় হৈ ৰ'ৱ
Just one request Achurjya daa= Keep making, keep singing such slow Music.. Your voice with such slow Melody gives me Inner peace.
One like for me🥺❤️🩹
Luitor a Pani jabi o boi aru ai2 song & xonpahi same xur👌
❤❤niceee
Very nice dada💘💘💘🙎♂️🙎♂️You will have a Great song , so Lovely and realize song, I want for next your other a new song of the publishe presents are new generation on the surprise🎉🎉🎉❤❤❤
So beautiful song 💞💞💞❤❤❤❤❤❤❤❤❤❤❤❤❤ like for Achurjyaa daa ❤
Hodaie Notun Kiba ata thake … Juti songit burr dre lagil .. apurb
আচুৰ্য দাৰ কন্ঠ সঁচাকৈ বহুত ধুনীয়া । গানটি শুনি লৰালি কাল বোৰ মনত পৰি গ'ল ❤😊🥰
Voice 🔥😊❤
Excellent ❤❤❤
Sopgan hunu tumar achurjya da so like you repely me
Mojja
Ketyao disappoint nkore achurjya da 🎉❤
Vl lagil dada
Jyotisangeet huna dhoronor lgil ❤
Nice song ❤
Wow amazing dada😊🔥🔥
Moja achurjya da ❤❤❤
আচুৰ্য দা তোমাৰ মাতত সঁচাকৈয়ে যাদু আছে।
Fagunor gan ❤🎉
Thank you for gifting us such a beautiful song ❤❤
Dada khube vall lagile 😢😢❤
মজা লাগিল দাদা
My Best singar ....love dada❤❤❤
Nice song dada 🎉❤
Mojja❤❤❤tmm❤
আপোনাৰ প্ৰতিটো নতুন গীতৰ বাবে অপেক্ষা কৰো ❤️
Love from Jamugurihat❤❤
Thanku for 0 like
Bht dhunia Goutam brooo ❤❤❤
That Jyoti Sangeet Vibe 😊♥️
Wow Very Nice Song 🎉🎉🎉🎉
Xundor geet❤
Gaan tu val lagile dei 👍❤️
𝘔𝘰𝘫𝘢𝘢𝘢𝘢❤
Outstanding song🎵🎵🎵
Dhunia lagile dada❤
Hundor love from Goa NLP ❤🎉
Bohut val lagil ❤
Mojja
you never dissapoint us 💓esore vale rakhok apunak
কথা,সুৰ,কণ্ঠ.....সকলো মনোমোহা❤️❤️অভিনন্দন দিগ দিগন্ত দা🎉
❤❤❤❤❤🎉🎉🎉🎉😊😊😊😊😊😊😊😊😊😊😊😊❤❤❤❤❤❤
Fagunor asati botah ahil sun
We are ullu😂😂 ... Rat ko khawo piyo din ko kam koro..... Where is aram....
Negative man