Assam Politics : ’২৬ৰ নিৰ্বাচনলৈ নিটিকিব নেকি বিৰোধী ঐক্য | N18V

Поделиться
HTML-код
  • Опубликовано: 1 ноя 2024

Комментарии • 54

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 3 месяца назад +13

    মামাৰ চাল ভূপেন,অখিল হতে একো বুজি নাপায়। বাহিৰ ভিতৰ ওপৰ তল সকলো ফালৰ পৰা দিব। ভূপেন বৰাই বিহালি জিকি নিজকে প্ৰমাণ কৰক।

  • @NasiurRahman-qg7vw
    @NasiurRahman-qg7vw 3 месяца назад +4

    Okhil is very strong and famous of Assam

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 месяца назад +2

    নিশ্চয় বুজাবুজি হব বিৰোধী ঐক্য একলগ হব | ভুপেন বৰাই

  • @altafhussan2448
    @altafhussan2448 3 месяца назад +3

    গৌৰৱ গগৈক ভয় খাইছে ভূপেন বৰাই,,কাৰণ গৌৰবৰ উত্থান ভূপেন বৰাৰ বাবে বেয়া তেনেকৈ ভাবিছে চাগে,,,,

  • @GopalChRabha
    @GopalChRabha 3 месяца назад +7

    ভূপেন বৰা দম্ভত কংগ্ৰেছ ডুবিব।

  • @NasiurRahman-qg7vw
    @NasiurRahman-qg7vw 3 месяца назад +5

    Okhil gogoi jindabed

  • @madanchandrakarjee2283
    @madanchandrakarjee2283 3 месяца назад +2

    যদি অসমৰ স্বাৰ্থত কাম কৰে ,ঠিকে থাকিব । নিজৰ স্বাৰ্থত কাম কৰিলে ,জিকিব পাৰে , নিজৰ জাতিৰ অন্তৰ্গত লোকৰ সহায়ত , কাম শূণ্য।

  • @manojkumardutta8590
    @manojkumardutta8590 3 месяца назад +2

    Bhupen Bora e Congress dubabo kintu

  • @minahazarika7578
    @minahazarika7578 3 месяца назад +2

    ভুপেন দা অহংকাৰ হৈছে

  • @bipinkonwar6673
    @bipinkonwar6673 3 месяца назад +1

    অকলে খেলক অখিল দা

  • @rupeswarsaikia430
    @rupeswarsaikia430 3 месяца назад +1

    ভূপেন বৰাই BJP ক জয়ী হবলৈ সুবিধা কৰি দিলে নেকি !!!

  • @rupeswarsaikia430
    @rupeswarsaikia430 3 месяца назад +1

    ভূপনৰ কথামতে হলে,কংগ্ৰেছ আকৌ বিধ্বংসী সহজে অনুমেয়।

  • @robort2.099
    @robort2.099 3 месяца назад +1

    ভূপেন বৰা একো নাজানে

  • @Straightfromassam
    @Straightfromassam 3 месяца назад +1

    Bhupen Borak bedai diok

  • @rupeswarsaikia430
    @rupeswarsaikia430 3 месяца назад

    বিৰোধীৰ ঐক্য নেথাকিলে ৰাইজে কি সিদ্ধান্ত লয়,সময়ত কি ফলাফল ওলাব দেখা যাব।বহুতেই ফলাফলৰ আশা আগতেই এৰিব।

  • @RupaGogoiChutia
    @RupaGogoiChutia 3 месяца назад +4

    Galibo. Galibo. Kong gress. And. Bhupen bora

  • @SachinHazarika-u2u
    @SachinHazarika-u2u 3 месяца назад +1

    অখিল গগৈয়ে তৰুন গগৈকো এসময়ত কটু সমালোচনা কৰিছিল ! মুখখন ভাল নহয় !মিত্ৰজোটত থাকিলে কংগ্ৰেছক দৰ - দাম কৰি থাকিৱ । বিস্খাস কৰিব নোৱাৰি।

  • @bhabenbasumatary9250
    @bhabenbasumatary9250 3 месяца назад +1

    ভূপেনৰ অদূৰদৰ্শী ৰাজনৈতিক স্থিতিয়ে কংগ্ৰেছৰ অধপতন আনিব।

    • @bhabenbasumatary9250
      @bhabenbasumatary9250 3 месяца назад

      তিনি জন এম পি জিকিলেই কংগ্ৰেছ শক্তিশালী হোৱা নুবুজায়। মিত্ৰজোটৰ সহায়তহে জিকিব পাৰিছে।

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn 3 месяца назад +3

    Oi akhanti gogoi i conggressar saritro Buji paiso ne atia . I conggress dol hoise ata bishakh ghatok dol .

  • @MoromiChoudhury-ny8em
    @MoromiChoudhury-ny8em 3 месяца назад

    ভূপেন‌ বৰাই ৰাজনীতিকৰ দৰে কথা কবলৈ শিকক নহলে ৰিপুণ বৰাৰ সপোনৰ মন্ত্ৰী সভাখনৰ দৰে হব।

  • @rijukalita5635
    @rijukalita5635 3 месяца назад +1

    Kam nai aru ene siyari thake.Tea 1 cup khale hottlet sb thik bh

  • @AkhirulIslam-xe6uj
    @AkhirulIslam-xe6uj 3 месяца назад +1

    ভুপেন বৰাৰ দাদা গিৰি বাৰিছে

  • @Shajahan-kf7ec
    @Shajahan-kf7ec 3 месяца назад

    Dada,raekebor,kehbo

  • @ArunMandal95
    @ArunMandal95 3 месяца назад

    Good morning sir 👍

  • @jyoyatamuli5331
    @jyoyatamuli5331 3 месяца назад +1

    Congas enau gala hoi congas go back😂😂

  • @pgoswami5378
    @pgoswami5378 3 месяца назад

    বৰাদেউ আৰু সিংদেউ মিলি কংগ্ৰেছক আগুৱাই নিব
    নে পিচুৱাই নিব খুজিছে সেয়া
    অসম কংগ্ৰেছৰ বাকী নেতা কৰ্মীয়ে
    সময় থাকোতে গভীৰ ভাবে ভবা আৱশ্যক আছে বুলি
    ৰাইজে চিন্তাচৰ্চা কৰিবলৈ লৈছে।

  • @balendas2049
    @balendas2049 3 месяца назад

    ৰাষ্ট্ৰীয় দলবোৰৰ অন্তৰত আঞ্চলিক শক্তিৰ স্হান নাই।

  • @rokisingh6330
    @rokisingh6330 3 месяца назад +2

    Akhil lurin àk houk

  • @nripenborgohain201
    @nripenborgohain201 Месяц назад

    একহৈ আছে । বাতৰি মিছা

  • @nripenborgohain201
    @nripenborgohain201 3 месяца назад

    ভূপেন বৰা এজন মহাধুৰন্ধ পুৰুষ ; কাৰণ কংগ্ৰেছৰ শিপাডাল বিজেপি লগত হেনাপিতিকা বুলি আছে যেন লাগে ৰাইজৰ ৷ একতা ২০২৬চনৰ লৈকে কিয় ৰাইজৰ দ’লৰ কথা নুশুনে ?

  • @jaiaiiaxom
    @jaiaiiaxom 3 месяца назад

    কংগ্ৰেছ জিন্দাবাদ,আমাক অজাপ আৰু ৰাইজৰ দলৰ কোনো প্ৰয়োজন নাই, আমাৰ সাৰ পানীত সেই দল দুটা জীয়াই আছে।

  • @budheswarnath6516
    @budheswarnath6516 Месяц назад

    ভূপেন বৰা ডাঙৰীয়াই কম্প্ৰমাইজ কৰিবলৈ শিকক... নহলে কংগ্ৰেছ তথা বিৰোধী ঐক্য ৰ লোকচান অনিবার্য ; লাভ হবে পুনৰ বিজেপি ৰ... অখিল গগৈও সোতঁৰ লগত মিলিবলৈ শিকাটো দৰকাৰ বুলি ভাবো... কাৰণ এইখন এনে এক সমাজ যিখন সমাজত সৎতাৰ স্হান কম ; ৰাজনীতি কৰি ৰাইজক আভুৱা ভাৰি কেৱল.....!!!

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 3 месяца назад

    Aeta kotha bare bojai asa belag came ni

  • @SANATANI_AXOMIA_NABA
    @SANATANI_AXOMIA_NABA 3 месяца назад +1

    Miya vote divide hobo😂😂😂😂😂😂😂😂

  • @PinkuDohutia-i6y
    @PinkuDohutia-i6y 3 месяца назад +1

    BJP zindabad

  • @AbdulSamad-oh8sc
    @AbdulSamad-oh8sc 3 месяца назад

    Bhupen borah will be changed...... 100℅••••••

  • @TulendraSaikia-tj1hn
    @TulendraSaikia-tj1hn 3 месяца назад

    কংগ্ৰেছে অকলে খেলিলে ভাল

  • @nilamborah1376
    @nilamborah1376 3 месяца назад

    Bupen.bora.abimani

  • @sanjoypegu-os3ol
    @sanjoypegu-os3ol 3 месяца назад

    Luren luren koi thake kun nu he jon

  • @AkhilChetia-gr5ss
    @AkhilChetia-gr5ss 3 месяца назад

    Bhupan bora congrasor haratu bichara khalha khandicha

  • @RanjitPhukan-ct5yf
    @RanjitPhukan-ct5yf 2 месяца назад

    Bhupanr ahangkarai Cong potanhol

  • @AjitBorah-j9u
    @AjitBorah-j9u 3 месяца назад

    Bhupen Borah r domvo ,ohonkar ru keataman Congress ir utpat bahisay ,gotikay hokolu berudhiya BJPr log hoi Bhupen Bora ru tupi pindhatur beporit deekhot juwatuwaye Val hobo .

  • @Shajahan-kf7ec
    @Shajahan-kf7ec 3 месяца назад

    Jaker,toi,kaporok

  • @mhchoudhary8766
    @mhchoudhary8766 3 месяца назад

    Hayena , Hayena e kajia hole lavtu kintu mamare hobo. 2026 ot akow abar mamar chorkar