MORAN BIHU || POTHAROR SESUBON || PRATIKSHA DEKA || 2024 || NEW MORAN BIHU

Поделиться
HTML-код
  • Опубликовано: 13 сен 2024
  • প্ৰতীক্ষাৰ ’মৰাণ বিহু“
    “পথাৰৰ চেচুঁবন“
    কথা সংৰচনা - জিতু গোস্বামী
    ঢোল/তাল - নবাৰ্টৰঞ্জন,ভাস্কৰ
    বাঁহী - মণ্টু নেওগ
    সংগীত বাণীবন্ধন আৰু সংমিশ্ৰণ - বিক্ৰম চাউৰক @Chawrok Music
    Poster designing and lyrical video - Tushar Gohain
    Special Thanks to
    Dr Rituraj Moran
    Hridayjyoti Moran
    Doli Deka
    Lyrics
    পথাৰৰ চেচুঁবন
    মোৰে কোমল যৌৱন
    ইচাতিনো বিচাতি মন,
    যাকে চিকন দেখোং ঐ
    তাকে আশা কৰোং
    মোৰে কুমলীয়া মন ৷
    এফিমান মৰমে ঐ বহনা
    অন্তৰখন নভৰে
    চেনেহো এফিমান লাগে,
    মৰমে চেনেহে ঐ বহনা
    মিহলি হ’লেহে
    সঁচা ভালেপোৱা জাগে ৷
    অতি মৰম লাগে
    ভৰিনো কলাফুলত
    আৰুনো মৰম লাগে গালত,
    আৰু মৰম লাগে ঐ
    বাটতনো লগে পালে
    মাতিব মই নোৱাৰোং লাজত ৷
    ভদীয়ানো ৰ’দতে হাই ঐ
    পকাকৈ পনিয়ল হাই
    পিটিকি পিটিকি খালোং,
    পনিয়ল খাংতে
    তোলৈ মনত পৰি হাই
    জিভাতে কামোৰি পালোং ৷
    থুকুচি থুকুচি হাই ঐ
    জাকৈ বাই আছিলোং হাই
    তোলেনো পৰিলে মনত,
    ঝোপোৱা এটাকে
    তো চিনা দেখিলোং
    হাপুৰ কৰি গ’লে বুকত ৷
    এখাঁদৰনো জোখৰে
    তাঁতখনি লগালোং
    ফণিয়াই ভাঙিলোং ঝট,
    বিহুখনিৰ পাছতে
    তোৰেনো হ’মে বুলি
    দেহতনো নায়েকিয়া তত্ |
    #youtubemusic #youtube #pratikshadeka #moranbihu #Assamesehitsongs #bihu #songs #moran

Комментарии • 110