অসমৰ কাৰো ঘৰত নাই এনেকুৱা এবিধ বস্তু কি হয় এইবিধ বস্তু ।

Поделиться
HTML-код
  • Опубликовано: 22 окт 2024

Комментарии • 9

  • @amiyachetia2017
    @amiyachetia2017 2 месяца назад

    তেখেতৰ নিৰ্মিত বস্তু বিলাক সুকীয়া কোঠা এটাত কাৰ্পেটৰ ওপৰত সজাই থলে সুন্দৰকৈ মানুহে চাব পাৰিব। এতিয়া এটা এটাকৈ ওলিয়াই চাবলৈ অসুবিধা হৈছে। চৰকাৰৰ ফালৰ বটা পোৱাৰ যোগ্য ব্যক্তি এইজন শিল্পী।বৰ ভাল লাগিল। তেখেতৰ শিল্প কলা দেখি। চৰকাৰৰ দৃষ্টি গোচৰ কৰিবলৈ অনুৰোধ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +1

    দদৌৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +1

    ❤❤❤ বহুত সুন্দৰ। অতি দূপ্ৰাপ্য সম্পদ। দদৌ দিখৌ দহোতীয়া দেৱলৈ বহুত বহুত শুভেচ্ছা আৰু ভক্তিভৰা সেৱা আগবঢ়ালো। অনাগত দিনত দদৌক লগ পোৱাৰ আশাৰে। এনেকুৱা দূস্পাপ্য সম্পদ দেখুওৱাৰ কাৰণে প্ৰিয়ংকা লৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।❤❤❤❤❤

  • @rupjyotiboruah3418
    @rupjyotiboruah3418 2 месяца назад

    বহুত বহুত ধন্যবাদ ৷

  • @tusarnath3648
    @tusarnath3648 3 месяца назад

    ভাল লাগিছে

  • @RitagogoiHazarika
    @RitagogoiHazarika Месяц назад

    বস্তু বোৰ ভালকৈ সংৰক্ষণ কৰি ৰাখক পিছৰ মিউজিয়ামত এটা বনাব পাৰিব

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад

    ভৱিষ্যত দিনত তোমাৰ লগতে দদৌৰ ঘৰলৈ যাম। দূস্পাপ্য সম্পদবোৰ চাবলৈ যাম।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +1

    Unique and ultimate video. Grand salute to dodow. God bless to all. Please send your contact number