মা আৰু ভন্টিৰ সৈতে হাঁহ মাংস কোমোৰা আৰু পছলাৰ লগত । A beautiful day with my mother and sister।
HTML-код
- Опубликовано: 14 окт 2024
- আজিৰ video টোত আছে ...
কোমোৰা লগত হাঁহ মাংসৰ জালুকীয়া..
পছলাৰ লগত হাঁহৰ জ্বলা পেটো ভাজি..
আৰু বহুতো....
We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- ...
Watch all my videos - / @amargaon3296
some other videos.....
Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle
#villagecooking
#ethnicfood l
#amargaon
#assam
আপোনাক দেখিলেই সঁচাকে মা মা অনুভৱেৰে মনটো ভৰি যায়। ইমান নিভাঁজ শান্তিপূৰ্ণ পৰিবেশ।
আজিৰ দিনটো ইমান ধুনীয়া পৰিৱেশ সচাঁকৈ আছে নে?ইমান সাধাৰণকৈ কেনেকৈ চলিছে দেখিলে কিবা সপোন দেখা যেন লাগে।ভালে থাকক আপোনালোক।মাইনা দুটালৈ মৰম থাকিল।
Emn sadhon koi nasle badeu a video bonabole teuloke aitu studio bonaise kesa mati ghar tu. Baru g nhok teur video bura mor bht val lage
ইমান ভাল লগা পৰিবেশ,,লগতে ইমান পৰিপাতি,, আৰু বনোৱা তো কবই নালাগে,, এদিন সফল হ'বই, ❤
বহুত বেছি ভাল লাগিল l ওচৰত থাকি চাই থকা যেন অনুভৱ হৈছে l
I am from Bhutan and I never miss to watch your videos. Cooking delecious local foods. Big fan😊
বহুত ভাল লাগিল দেখিয়ে খাও খাও লাগিছে
কাতি আঘোণ মাহিয়া হাহঁৰ মাংসৰ সুৱাদে বেলেগ কুমুৰাৰ সৈতে ৰান্ধিছাযে দেখি খাও খাও লাগিছে😋😋😋 ভিডিঅ টু ছাই বহুত ভাল লাগিল 👌👌👌😍😍😍
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
gorh khon sai bohot val lagil eman dhuniya poribekh kiba atha apun apun jen lagil . bohot bohot hubeecha thakil apunalukle 🙏🙏
Bahut bahut dhanyawad iman morom aru hahojug agborhuwa babe
সুন্দৰ লাগিছে চাই আগলৈ আৰু এনেকুৱা ভিডিও দি থাকিব
সোন্দৰ সোন্দৰ অসমীয়া সমাজৰ খাদ্যসম্ভাৰ
ধন্যবাদ
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো 🧡🙏💕
সুন্দৰ হৈছে ব্যঞ্জন বিলাক। এই চিজনত হাঁহৰ লগত কুমুৰা আৰু খৰিচাৰ কম্বিনেচন সুকীয়া আমেজ ।❤❤❤from Hyedrabad Telengana
হয়, খৰিচা লগত বৰ ভাল লাগে ।।।
@@amargaon3296 ❤❤❤
গাওঁ খন বৰ ধুনীয়া ❤ থাকি বৰ ভাল লাগিব
বৰ সুন্দৰ❤❤, উপস্থাপন শৈলী বৰ মনোৰম,সঁচাকৈ ভালকৈ হৃদয়ঙ্গম কৰিলে অসমীয়া চিনেমা চাই থকা যেন লাগে,নিভাজ পৰিৱেশ ❤❤
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
ভাল লাগিছে মজা আগ বাঢ়ি যোৱা ❤❤❤❤
বৰ ভাল লাগিল videoতো চাই। বৰ লোভ লগালে দেই। ইয়াত যি দৰে ৰন্ধণ প্ৰকৰন দেখুৱাই আমি সচাকৈয়ে অসমীয়া সমাজত এইদৰেই ৰান্ধি খাৱ লাগে দেহা ভালে থাকিব। আগবাঢ়ি যাওঁক chennalতো তাৰেই কামনা কৰিলোঁ।
বহুত বহুত ধন্যবাদ আপোনাৰ সুন্দৰ মতামত আৰু অনুভৱ ৰ বাবে
Hahor mankho khini dekhie khau khau lagi gol❤❤❤
Hahor mankho mojai 👍👍👍
Apunar lokor gaon aru ghar bohut bhal lage apunalokor Thai tur kobo neki phuribo jaam plz
Bohut vl lge bow apunr video sai
Birat dhuniya hoi apunalukar video homuh sai kiba mon pran bhore jai dei 💞🥰🤗👌👍
বহুত ভাল লাগিল দেই।খাওঁ খাওঁ লাগি গৈছে পায় 🤗
One of my favourite RUclips channel of Assam.. without understanding the Assamese properly this video makse me to watch...🎉🎉may your channel grow Rapidly mam..❤❤
বৰ ভাল লাগিল অ , তোমাৰ ভিডিঅটো চাই । খুব সুন্দৰ হৈছে , আমাৰ আচল গাওঁৰ ৰন্ধা বঢ়া ❤❤
🧡🧡👍🙏🙏🙏 অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Bhut dhunikoi sob bojai diye baa..Bhut Val lage baa aponar video bur sai..love from sonapur (Guwahati)
আপুনাক দেখিলে মা মা লাগে
Apunar video bur sai vall lage
আপোনাৰ মা আৰু ভণ্টিক দেখি ভাল লাগিল। হাঁহটো পূৰা তেলাল যেন পাইছোঁ।
মাৰ ঘৰ তাতে নেকি জনাবচোন ।
Tengakhat, dibrugarh
হয়, বৰ তেলেতিয়া
কেৰাহী খন ডাঙৰ হ'লে লৰাই ভাল লাগে । আপোনাৰ ৰন্ধা বোৰ দেখি ভালেই লাগে ❤️
অশেষ ধন্যবাদ জনাইছোঁ 👍👍💕🙏
লোভনীয়,,লগতে আপোনাৰ মাঁক দেখা পায় বহুত ভাল লাগিল❤❤❤
💐💐💐🙏🧡👍👍👍👍
@@amargaon3296 এনে ধৰনৰ Reply কৰিলে বৰ বেছি কৰা যেন লাগে
Axom or bahiror manuh burew kotha bur buji paboloi subtitles dibo start korok . Tetiaa hokolue hompurno bhabe video tu amez lobo paribo. JIMAN HUNKALE PARE SESTA KORIBO DEI ❤
Love from dibrugarh town . ❤
Mojja Bonaly dy jeva Pani wlay gol. Aji vat taky say say khuwa hol.
Apunar video hodai saw apuni nlonipothart ghrr
Komora baideo joni bor morom lgise❤
Thankyou ❤️
First vew love from jorhat❤🌈🥀💙
Thank you so much
Oh khuri aponar bonua style bilak khosake bohut. Val lage
Kuri ru nhoy dei😂😂😂😂
Bou buli mtibo pra 😂😂
Kuar krone bya npaba 🙏
শব্দ উচ্চাৰণ অতি বিতোপন 😊😊
বহুত বহুত ভাল লাগে আপোনাৰ ভিডিও বোৰ চাই। পিছে এইখন আপোনাৰ ঘৰ নে ভিডিও বনাবৰ বাবে ৰাখিছে।
Dhanyawad apunaloi 🙏 video bonabor babe
Bht val lage baideu apunar video sale . Apunalukr gao khn furibole mn asile
সুন্দৰ,বৰ ভাল লাগিল চাই😊
ইমান ধুনীয়া গাৱঁলীয়া পৰিবেশ কোন ঠাইত আছে অনুগ্ৰহ কৰি জনাব চোন ❤❤❤
Amar gaon Borhat Charaideo জিলাৰ
very nice.proud of assamese food and culture.
আজি ফটো বোৰ অলপ বেয়া আহিছে । বাকী মাংস অতি লোভনীয় হৈছে ।
হয়, ঠিকেই কৈছে, 🧡🧡🙏👍👍👍
কাতি মাহত হাঁহৰ লগত কোমোৰাৰ জুতি নলৈ নোৱাৰি 🤤।। মনটো পৰিষ্কাৰ হৈ বিহ ৰন্ধিলেও সেইয়া অমৃত হৈ যায় বুলি ক্য় ,, যিটো আপোনাৰ ভিদিঅ চোৱাৰ পাছত উপলব্ধি কৰিব পাৰি।👌👌
👌👌👌💕🧡🧡🙏🙏🙏🙏🙏
Apunar vedio bur bor val lage byanjan bur dekhile khao khao lage.bohut huvessa aguai jaok,love from sivasagar charing
Thankyou ❤️🙏
Bhal lagiche ami kharute anekoi achilu Bowhot khanti paichulu aji monot pori gol
Ki dhuniya poribekh 💚🥰
অসমীয়া বোলছবীবোৰলৈ মনত পৰিছে
💕💕👍🙏🙏 বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
Apunar ghor kot vido si bhut val laga mur
Bahut val lagile,apuni hetakhonr bodoli ceni apat lobo
মই বাহিৰত থাকো যেতিয়াই আপোনালোকৰ ভিদেও বিলাক চাও ঘৰলৈ মনত পৰে কাৰণ আপোনালোকৰ প্ৰতিটো ভিদেওত কিবা এটা বেলেগ সুৱাদ আছে। সাছাই ভাষাৰে বুজাব নোৱাৰি দেই ❤❤❤❤
বহুত বহুত ধন্যবাদ ইমান মৰম আৰু সুন্দৰ মতামতৰ বাবে
চাই বহুত বহুত ভাল লাগিল। subscrib কৰিলোঁ। সহযোগিতা কৰিব। ধন্যবাদ
ডিব্ৰুগড়ত আহি প্ৰথম পচলাৰ লগত হাঁহৰ মাংসৰ ভাজিখনৰ সোৱাদ পাইছিলো।আপোনাৰ পৰা নিজে ৰান্ধিব শিকিলো ❤
🙏🙏👌❤️❤️❤️thank u
গাঁওৰ এই কথাবোৰ বহুত মিছ কৰো
Sundar paribesh.aitowe amar gaonlia sagra Puri.
Mam you are so beautiful, and way of cooking is so smart
Hapekhati huni apunar ghor soraideu nhole sivsagorot a hb sage dei
Mjja bow borhiya hoise apunr hate khbole axax axa ase aruuu❤hunkale di jbo vdo burr
Thankyou ❤️🙏🙏
Aji picture quality tu bohut val lagil. Logote gutei poribex tu oo.
অশেষ ধন্যবাদ আপোনালৈ
Moi khai pua nai kintu dekhi khabo mon goise 😋 pise apunar vonti joni Bor dhunia lagise 🥰
Nice video I like ur cooking style❤ from gogamukh
সুন্দৰ পৰিৱেশন ৷
❤❤❤❤❤❤
Khub dhuniya concept❤❤
Dhuniya lagishe nobow.kumura aru duck meat
Val lagil video to sai ♥️ baa♥️👍❤️👌
Moi borttaman london'r Romford ot namor thai kon thaku. Video tu bor val lagise. Maa aru khurile monot pori goise. Aibar magh bihu puake ghorole jam aru hah kumura kham....
বাইদেউ আপোনাৰ ঘৰ কত নো পৰিবেশ বোৰ চাই বহুত ভাল লাগিছে
🧡🧡🙏❤️❤️👍
Bht miss kru akoai khbo npou aru j ketia ghrt jm khm😢
Comment নকৰাকৈ থাকিব নোৱাৰিলো বৰ ভাল লাগিল video খনি আগৰ পুৰণি গাৱৰ পুৰণি খোৱাদ মনত পৰি গল 😊 বা আপোনালৈ মৰম যাচিছো দূৰৰ পৰাই ❤❤❤ বিশেষ বিশেষ video দেখিবলৈ পাই থাকিম বুলি আশা কৰিছো❤❤❤😊
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ইমান মৰম আগবঢ়োৱা বাবে 🙏🙏👍🧡🧡🧡
Nice ,pure Village cooking
Majy majy homoy paly apunar video saw
Val lage
বেছি দিন জীয়ায় থাকিব,, সকলো ভালে থাকিব,, জিদিনা এ ঘৰ বনাম এটা ধুনীয়া পাকঘৰ আৰু ঘৰলৈ গলে গেছত বনোৱা নাখাও,, জুইত বনুৱাহে খাম
আমাৰ গাওঁ চেনেলটোৰ জৰিয়তে গাঁৱলীয়া জীৱনৰ ছবি বোৰ খুব সুন্দৰকৈ উপস্থাপন কৰে দেখি ভাল
লাগে কাৰণ আমি গাঁৱলীয়া এনেকৈ ভিডিঅ' দি গৈ থাকক শুভেচ্ছা আৰু শুভ কামনা আছে আৰু দাদা বৌ সদায় ভালে থাকক ভগৱানে কুশলে ৰাখক সুন্দৰ🎉🎉❤
বহুত বহুত ধন্যবাদ আপোনাৰ মৰম আৰু সুন্দৰ মতামতৰ বাবে 👍👍🙏🧡🧡🧡🧡
Bohut val lage apunar video bur sai...
Val lagil dai video to Great.
Apunalukor paribekh tu sai bahut vll lge .
Ba veido bu sai bahut val lagey
Baideu apunalokr gaon khon bohut bhal lage apunar ei gaonkhon kot ase kob neki
Morigaon pora koisu
Borhat, Charaideo district
@@amargaon3296 dhonyabad
ভাল লাগিছে
বৌ আপোনাৰ ঠিকনাটো দিবচোন বেয়া নাপায় যদি আমি সপৰিয়ালে এবাৰ যাম বুলি ভাবিচো ইমান সুন্দৰ পৰিবেশ টো
Love from Kashmir
👍👍❤️
Baa apunr video sai bahut vl lge
Hah tu Dekhi dukh lagi gol😢. Ami hah nakhou.. jibito hah tu pakhi gusai diya loika sai dukh lagi gol..😢
Mur o dukh lagi gol . Moi aku mangkho e nakhau xaikarone
Ha mangkho khabo lage o tat beya loga kitha nai
Apunar video sai val lage bohut
অতি সুন্দৰ , ভাল লাগিল ।
Hundar. Video
Mnkhotkoi petu vaji main,ei huwador vag nhy😋😋mahi jni dhunia dei,bhut mrm apunaluk loi❤❤❤❤
Bahut bahut dhanyawad gyapon korisu 🙏💕
Baideu apunar khana bur bor xuwad sale jibhar Pani pore ...... Bohut dhuniya .. xodai anekoi a video bur bonai jabo amiu jate xiki thakibo paru notun notun bostu aru ghr r manuh burok khuai thakibo paru bonai bonai .... Najanu apunar Dore xuwad hoi ne nohoi....??? Tothapitu bonau Sai Sai thanks baide👌👌👌
আপোনাৰ ৰন্ধন প্ৰণালী দেখি সঁচাই ভাল লাগে। কিন্তু কেতিয়াবা চাবলৈ মন নাযায়, কাৰণ চাইনো কি কৰিম খাবলৈ নাপাওঁ,😢 জিভাৰ পানীহে পৰে😋
Komora bor posola r dore mihikoi kati hahere randhi khaboson bohut tasty hoy....Aami tenekoi khaao...
Apunar video bilak bohut val lage khosake
খুব সুন্দৰ❤❤❤
Xundor koi bonaise dei baideo
Bhor dhuniya lagise baidw... Hahor mangkho khai bhut val paw moi... Bhut val lagil vedio tu 😊❤..
Thankyou so much
Moja🎉khuri😊 video bur hunkale dibo sun. Apunar video sai bohut val lage 🥰
Thankyou so much 💕🙏
অতি সুন্দৰ অতি বিটোপন অতুলনীয়
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Bohut vl lage appunar vlog
emn khbla mn goisaa murr 😋😋😋dhunia bohut dhuniaa❤
👍👍👍❤️❤️🙏🙏🙏🙏🙏
মোৰ মৰমৰ বাইদেওঁ...
Dhunia nature, ki jaga nu