Ekdom xosa kotha koisa.Etiya eke gutei xupai Rajib da Rajib da siyori ase.Agote kintu Instagram, facebook,News t teur xei Geet buror sorsa kuneu kora nasil.
সচাকৈ জুবিন দাক আমিও ভাল পাওঁ সেই বুলি আমি লেটেৰা কথা নকওঁ কিছুমান comment বোৰ চাইছো শব্দ বোৰ কোন খন স্কুল বা কিতাপ পাইছিল ইমান অশ্লীল। ৰাজীৱ দা গান বোৰ জাতীয়তাবাদী সুন্দৰ
Zubin nijake bhagwan buli vabi ase asalte tar dare fatuwa madahi eta respect Kara tu Aoxamiya samajar Karne vul ji manuhe anak respect najre tenekuwa manuhuk kunu pogrem matib nalage
Zubeen e eor dre mnh k sini napao buli kowa2 bht dukhr kotha😢😢.. eo ji keita geet gaise sakalobor r quality asei quantity t kom hb pare kin2 asomia jaati sekh nohowaloi chalib.. Zubeen dar quantity t besi gaan bor r kin2 eor ganr tulanat quality ni .. hazarbar kom
Zubeen da famous hobo le bitorkot nuhumai gom pou toi aruu zubeen da famous hobolee acting kori natha ke zubeen already famous toi sage jom mo uu huwa nai sage moi u jon mo huwa love you zubeen daa best singer and best actor and best director ❤❤
Sanjeev bora dangoriyar gaan rajib da e bahut gale kintu aji loike log powa nai bole rajib da e nije koise tene hole zubeen da e rajib dak vlke sini napabo pare aitu ako dangor kotha nohoy aibor sob TRP
এক নম্বৰ কথাটো হ'ল বৰ্তমান শিল্পী ৰাজীৱ শদীয়া ককাইদেউক লৈ এতিয়া যিবোৰ মানুহে সামাজিক মাধ্যমত তোলপাৰ লগাই আছে সেই সকল ব্যক্তি ৰাজীৱ শদিয়া জিয়াই থকাৰ সময়ত ক'ত আছিল,,আমিও তেওঁ গান শুনিছোঁ কিন্তু আমিওটো চিনি পোৱা নাছিলোঁ,, সচাই তেওঁ এজন প্ৰতিভাৱান,জাতি মাটি ভেটিকলৈ অসমীয়াৰ হৃদয় চুই যোৱা গীত পৰিবেশন কৰা এজন শিল্পী আছিল, কিন্তু তেওঁ ভাইৰেল নোহোৱা কাৰণ এটাই তেওঁ যে দূখিয়া আছিল সেই কাৰণে,,
Ekdom khosa kotha
✅️ right
মনৰ কথাতো কৈছে 👌
Ekdom xosa kotha koisa.Etiya eke gutei xupai Rajib da Rajib da siyori ase.Agote kintu Instagram, facebook,News t teur xei Geet buror sorsa kuneu kora nasil.
Thik koisa...morar pisot video bonai views loi toka ghotise..
গানবোৰ বহু শুনিছো কিন্ত এৱেই যে গায়ক আজিহে জানিলোঁ।।।জাতীয়তাবাদৰ ক্ষেত্ৰত কিন্ত জুবিন দাই ৰাজীৱ দাক চেৰ পেলাব নোৱাৰে।
জুবিন সুবিধাবাদী
জুবিন সচাকৈয়ে অভদ্ৰ ব্যক্তি । সত্র নাগৰী মাজুলীত অশ্লীল শব্দ উচ্চাৰণ কৰি প্ৰকৃত পৰিচয় দি থৈছে।
😢😢😢😢😢😢😢😢
@@Nirmalkumarray2000 jiyai thoka timemot sini napali mra pisot paiso renda
@@NipenkrGogoi মাৰকচুদা তুমাক কিবা কৈছো নেকি???তুমি যদি চিনিয়ে পোৱা আগতে কি বাল কৰি আছিলি???অসমৰ ৰাইজৰ আগত চিনাকি কৰি কিয় দিব নোৱাৰিলা বেহেনচুদ???
ৰাজীৱ শদিয়াৰ দৰে বৰ্তমান যুৱপ্ৰজন্মৰ গায়ক নাই বুলিয়ে মই বোধ হয় ৷ প্ৰকৃত জাতীয়তাবাদী চিন্তাধাৰাৰে গীত লেখি জাতীয় আৱেগ অনুভূতিক সন্মান জনাই শ্ৰোতাৰ মন জয় কৰিবলৈ সফল কণ্ঠশিল্পী এগৰাকীক অকালতে হেৰুৱাব লগাত বৰ শোক অনুভৱ কৰিছোঁ ৷
@@jawaharlalmili6933 Zubeen main buji lobi
@@jawaharlalmili6933 Zubeen main
@@jawaharlalmili6933 aru kla ziyai thakute sini napali mora pisot mattu ulaiase xet khon koi aso comment tot
@@jawaharlalmili6933 Zubeen zindabad
সঁচা কথা ❤
মই এটা কথা জানিব বিচাৰোঁ জাতিৰ গান জুবিন দাই গোৱা কোনটো গীত আছিল।।।
এইজন মানুহ ৰাজীৱ শদিয়া ককাইক কিয় social media ই ঢুকি নাপালে।।। কিয় কিয় কিয়????
আৰু এজন ৰাজীৱ শদিয়া জন্ম হবনে??? ভাল মানুহৰ বাবে এইখন পৃথিৱী নহয়।।। 😭😭😭
Valki xoniba xonari xajowa joya nai valki xoniba jahura
আজি হে গম পালো ৰহেদৈ গানটো জে ৰাজীব ককাইদেউৰ আছিল । মোৰ ককাইদেউ এ ৰহেদৈ গানটো বহুত ভাল পাই মইয়ো বহুত ভাল পাওঁ এনেকুৱা দেশ প্ৰেম মুলক গান বিলাক । মোৰো এটা নিজে লিখা দেশ, জাতি, মাতিক লৈ গোৱা গীত আছে RUclips ত । মইয়ো তেনেবোৰ গীতে বেছিভাগ শুনু । ভূপেন মামাৰ গীত, বিপিন ককাইদেউৰ গীত, মহেন্দ্ৰ ছাৰৰ গীত, প্ৰতিমা পান্দেৰ গীত, বিষ্ণুৰ প্ৰসাদ ৰাভা দেৱৰ গীত । নেজানো কিয় বা ইমান ভাল পাওঁ এওলোকৰ গীতবোৰ । আৰু সেহতিয়াকৈ ৰাজীৱ ককাইদেউৰ গীত আজি দিনটো সুনিলো । "লুইত খন ভৰিলে বিহ মেটেকাৰে" বহুত ভাল লাগে । মোৰ গানটো আছিলে এনেকুৱা ruclips.net/video/XvdHmknqquw/видео.htmlsi=lTNUPK7dOZKReCoi
কিন্তু এনেকুৱা গানৰ আজি কালি স্থান নাই
Right . মানুহৰ মাজত সোমাই গম পালোঁ জাতিক ভাল পোৱা অসমীয়া বোৰে হে ৰাজিৱ শদিয়াক চিনি পায় ।এশ ভাগৰ এশ ভাগে সঁচা যে তাৰ প্ৰমাণ আছে।
এই সাক্ষাৎকাৰ বোৰ আগতে কিয় প্ৰচাৰ নহল।মই 2015 মানৰ পৰা ৰাজীৱ শদিয়াৰ গীত শুনিছো তেতিয়াৰ পৰাই ভাল লাগে❤
বৰ সুন্দৰ কথাখিনি উদঙীয়া দিলে ❤ এই ভিডিঅ’টোৰ জৰিয়তে, শিল্পী আৰু গায়কৰ মাজৰ পাৰ্থক্য আমাৰ অসমৰ ২০% মানুহেহে জানে আৰু জুবিন শিল্পী নহয়,তেওঁ অসমৰ বিখ্যাত ৰাজনীতিবিদ আৰু ব্যৱসায়ী সকলৰ ওপৰৰ মাল আৰু তেওঁ এজন প্ৰকৃত গায়ক কিন্তু শিল্পী নহয়৷ শিল্পী বুলি কলে ভূপেন হাজৰিকাৰ পিছতে মহেন্দ্ৰ হাজৰিকা আৰু এতিয়া হেৰাই যোৱা যুৱ প্ৰজন্মৰ ৰাজীৱ গগৈ(শদিয়া)ককায়৷
Right
সঁঁচাকৈ মানুহজন বৰ সহজ-সৰল । কাৰো প্ৰতি কোনো আক্ষেপ নোহোৱাকৈ কথাবোৰ কৈছে🙏
Nice❤সুন্দৰ ভিডিঅ চাই ভাল লাগিল, তেওঁ সদায়ে আমাৰ মাজত সচিব হৈ ৰব❤ 7:13
God bless you
এজন সহজ সৰল ল'ৰা আছিল তেওঁ। তেওঁ নিজেই ক'লে মোক ৰাইজে ভালকৈ চিনি নাপাই বুলি। আচলতে এজন মানুহক জনপ্ৰিয় হবলৈ চিনি পায় মিডিয়া জৰিয়তে। আপোনাক সশ্ৰদ্ধাৰ প্ৰনাম।🙏 ঔম শান্তি 🙏🙏
মানুহ জন ভালে আছিল আৰু এতিয়া মানুহ জন ধুকাই যোৱাৰ পাছত কৰ পৰা share কৰিলে এইবিলাক video জীয়াই থাকোঁতে কত আছিলি এতিয়া view লাগে subscribe কৰিব লাগে সিটো বাবে যৰ তৰ পৰা video অনিছ আনি view বিলাক বঢ়াই আছ, আপুনিও টো চাগে ৰাজীবদাৰ গীত শুনা নাছিলে, শুনিছিল জানো নাই শুনা ভাল দৰে কব পাৰোঁ। কিন্তু জুবিন দাৰ প্ৰতিটো গীত আপুনি সুনিছে। আজি মই ভাল দৰে চিনি পালোঁ ৰাজীব দা কোন আছিল । কিন্ত্ত জুবিন দাক ভৰিৰ পৰা চুলি লৈ চিনি পাও। ৰাজীৱ দাক আজি চিনি পালোঁ তাকো মানুহ জন মৰি যোৱাৰ পাছত এতিয়া আত্মাৰ চিৰ শান্তি কামনা কৰিছো।
ইমান সৰল, ইমান কোমল কণঠ, শুদ্ধ শব্দ মানে মানুহজনেই বিশুদ্ধ। ধন্যবাদ সংবাদ দাতা জনলৈ।
জুবিন লাভাৰবোৰৰ মুখৰ ভাষাবোৰ ইমান লেতেৰা কিয় ?? জুবিনৰ গান ভাল পাওঁ কিন্তু ৰাজীব শদিয়া প্ৰকৃত জাতীয়তাবাদী চিন্তাধাৰাৰ মানুহ আছিল ।
সচাকৈ জুবিন দাক আমিও ভাল পাওঁ সেই বুলি আমি লেটেৰা কথা নকওঁ কিছুমান comment বোৰ চাইছো শব্দ বোৰ কোন খন স্কুল বা কিতাপ পাইছিল ইমান অশ্লীল। ৰাজীৱ দা গান বোৰ জাতীয়তাবাদী সুন্দৰ
প্ৰকৃত শিল্পীক চিনাক্তকৰণ কৰাত আমাৰ সচাঁই পলম হৈ গৈছিল
ৰাজীৱ শদিয়া দেৱৰ মৃত্যু অসমৰ জনতাৰ বহু ক্ষতি 😭😭😭😭😭
😂😂😂আচল শিল্পী ইমান সুন্দৰ কণ্ঠ 🎉🎉🎉
বহূত ভাল লাগিল । মৃত্যুৰ আগেয়ে নেদেখি লোকে ।শ
ককাই কি কʼম,😢 কʼবলৈ ভাষাৰে নাই, জাতি মাটি গান গোৱা এজন মহান ব্যক্তিক অকালতে হেৰুৱালো।
মানুহজনৰ মনটো সঁচাকৈয়ে প্ৰকৃত শিল্পী মনৰ আছিলে। টকা ,ধনৰ প্ৰতি স্বাৰ্থ নথকা এজন শিল্পী আছিল তেখেত।
জয় ৰাজিৱ শদিয়া ✊🙏♥️
@@abhinashgogoi5798 Zubeen zindabad
@@NipenkrGogoitor baper bari del
@@NipenkrGogoizubeen jinda bad ❤
ৰাজীৱ শদিয়াৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ আপুৰণীয় ক্ষতি ..
ৰাজিৱ আৰু জুবিনৰ মাজত পৰ্থিক বহোত আচে
Hosakoi Koisu Kokaideo aapunak Zubin t koiu bhot bhal paww...mur bukut hodai thakibo aapuni ❤
Zubeen da main Rajib kam nai
ৰাজিব দাৰ গীত ভাল লগে
মই ৰাজীৱ দাৰ গান শুনি ভাল পাওঁ আৰু গাবলৈ চেষ্টা কৰোঁ আৰু সদাই গুণগুণাই থাকোঁ এতিয়া গান বোৰ মনত পৰিলেই দুঃখ লাগে 😢
কি কম আৰু সমগ্ৰ অসমেই এক হিয়াৰ আমঠো হেৰুৱালে। এনেকুৱা হিয়াৰ amothur হেৰুৱাই আমাৰ জাতীয় জীৱনৰ অস্তিত্ব শূণ্য
জীয়াই থাকোঁতে দেশুন এইবোৰ ভিদিও দেখা পোৱা নাযায় মৰাৰ পাছত হে দেখো 😢😢
vl mnhuhor kotha hodai morar psat ha homposar hoi😢miss u rajib da🥹
Right
জাতিক ভাল পোৱা মানুহে সে বুলে ৰাজিবক ছিনি পাইছিল। সেই কথা ৰাজিবৰ নিজ মুখেৰে কৈছে। মই কিন্তু একমত।
সঁচাই ৰাজীৱ শদিয়া এগৰাকী সঁচা জাতিয়তাবাদ জাতিক ভাল পোৱা নিজৰ দেশক ভাল পোৱা শিল্পীক হেৰুৱায় বহুত বহুত ক্ষতি হৈছে বুলি ভাবিছোঁ।
আত্মাই সৎগতি লাভ কৰক ।
Zubeen Garg my god.joy zubeen Garg
Zubin nijake bhagwan buli vabi ase asalte tar dare fatuwa madahi eta respect Kara tu Aoxamiya samajar Karne vul ji manuhe anak respect najre tenekuwa manuhuk kunu pogrem matib nalage
😂
Koleu Letha lage hosa kotha kole . zg bula fans ne ki ase bule hihotor gat lage..
Zubeen jiman hazar gaan gaise toi gabo paiso niki sudubhai
@@NipenkrGogoi জুবিনৰ ২০ হাজাৰ গান ৰাজীৱ শদিয়া দাদাৰ এটা গানে যথেষ্ট ।
@@agentalukdar-j7y Zubeen daa main Zubeen nor nisina craze kotnu nai
জুবিন গাৰ্গ 🎉🎉🎉❤।। ৰাজীৱ শদিয়াক জুবিন ৰ কাৰ নেই চিনি পোৱা হল
Zubeen e eor dre mnh k sini napao buli kowa2 bht dukhr kotha😢😢.. eo ji keita geet gaise sakalobor r quality asei quantity t kom hb pare kin2 asomia jaati sekh nohowaloi chalib.. Zubeen dar quantity t besi gaan bor r kin2 eor ganr tulanat quality ni .. hazarbar kom
জীয়াই থকা সময়ত মানুহে কমেই চিনি পায় ৷ পলমকৈ হলেও ৰাইজৰ মন চুইচে ৷ এতিয়া একেঢাপে ড° ভূপেনদাৰ কাষত স্থান পাবলৈ সক্ষম হৈছে ৷
❤❤❤❤❤❤
মানুহবোৰৰ এইকেইদিন বেলেগ কথা বেলেগ খবৰ একো নাইকিয়া হৈ গ'ল নেকি? একোবোৰ কথাকে পেঘেনিয়াই আছে। আমনি লাগিছে শুনি।
Love you Rajib hodia kokaideu & miss you from my heart akha koru apuni jote thake bhal ke thakibo❤❤❤
Rest in Peace kokai🙏🙏🙏
জুবিন অসমীয়া জাতিৰ সুদূৰভাই। অসমীয়াৰ কিমান মান ৰাখিছে
ৰাজীৱে থিক কথাই কৈছে,ভূপেন দাৰ পিচতে ভাষাৰ ক্ষেত্ৰত মহেন্দ্ৰ হাজৰিকাৰ স্থান, একেবাৰে সচাকথা।ৰাজীব সচা জাতীয়তাবাদী আছিল।সুৰাকনথৰ কিবা নক ও বাৰু।
Mister t আপোনি ইমান ডাঙৰ ৰহস্য এটা ফাদিল কৰিলে,, আপোনাক কেনেদৰে ধন্যবাদ জনাও মই শব্দই বিচাৰি পোৱা নাই, ,, অশেষ ধন্যবাদ,,
শেষত জুবিন দা,ৰাজিৱ শদিয়া দাৰ নামলৈ ফাল্টু নকৰিব,,, তেওঁলোক অসমৰ গৌৰৱ,, গৌৰৱ হৈ থাকিব দিয়ক,, 🙏
Bhal lagil
Uff eibur gaan eman bosore kot humai lukai raxisila ami aji kali he hunisu xundor val lagil
❤bohot. Val. Lagil
Om Sai Ram ji baba I have fully believe and respect confidence you get a good decision
ৰাজীব দাৰ আত্মাই শান্তি পাব নে 😢😢 এনেকৈ আজি এটা কালি এটা ভিডিঅ ওলাই থাকিলে 😢😒😒
God,blash,you
ভাল মানুহ এজন গুচি গলগৈ
অতি সুন্দৰ
God bless you .
Zubeen Garg ক ভগৱান বুলি ভবাবোৰ পগলা নিজৰ মাক দেউতাকক ভগৱান বুলি ভাবিব নোৱাৰে।।
জীয়াই থাকোঁতে কিবা কৰা মৰাৰ পাছত মইহে ভাবিছোঁ বেছি কৰি কিবা লাভ হব জানো।এতিয়া তেওঁৰ পৰিয়ালৰ বাবে হে পাৰিলে কিবা এটা কৰিব লাগে।
Right 👍👍👍👍
Rajip dada loveyou I'm hodiay
Very nice.
Kela ,মানুহ জীয়াই থাকোঁতে চিনি নাপাওঁ! মৰাৰ পাছত আহি শোক সভা পাতি মৌন পাৰথনা কৰ।
Right
❤❤❤❤❤❤❤❤
Rajib da k moi bhal pau, teo eman hunkale gole goi bor dukh lagise👏👏
শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। হঠাৎ নাইকীয়া হৈ গল অসমৰ জাতীয়তবাদী শিল্পী গৰাকী। পিছে ভিদিও টোত জুবিন গাৰ্গৰ বিষয়ে একো ফাদিলৰ কথা গম নাপালোঁ।
Miss u 😢😢😢😢😢
Super nice pic
Zubeenor aji kali val gan nuluwa hol..maje maje bitorkot thakiboloi ba famouse hoboloi aei bilak acting kori thake..
Zubeen da famous hobo le bitorkot nuhumai gom pou toi aruu zubeen da famous hobolee acting kori natha ke zubeen already famous toi sage jom mo uu huwa nai sage moi u jon mo huwa love you zubeen daa best singer and best actor and best director ❤❤
Right.
@@DipokGogoi-p8p জুবিনৰ দিন গ'ল আৰু পাগলামি মদ খাই বাকী একো নাই ।
🙏❤
Rajib da ,tumak pronam
কেই দিন আগতে এই সম্পৰ্কে কোনোবা বাহিৰত অধ্যয়ন কৰি থকা কাৰোবাক এনে দৰে মানে মদাহী দাদাৰ বিষয়ে ক'ব লৈ কাৰ পৰা অনুমতি লৈছা আজিৰ অনুষ্ঠানটোৰ বাবে মহোদয়ৰ অনুমতি লোৱা নাই যদি আপোনাকো শোদাই নেৰিব যেন হে লাগিছে।এইয়া মোৰ কথা নহয়, ছাৰ ৰ ছাৰৰ warning. May God bless him.
HOSA KOI KOW RAJIB KOKAI DEW AAKOW AAHIBO AAMAR MAJOT ❤
Yes Zubink napa
সঞ্জিব বৰা কৰ বাৰু, তেখতো গীতিকাৰ হিচাপে প্ৰচাৰৰ যোগ্য। মোৰহে মতামত।
তেওঁক কোনোবাই সু পৰিকল্পিত ভাবে সত্যা কৰিলে নেকি বাৰু ? 😭😭😭
কিয় বিদিও কোনেও নকৰিলে ?
ইমান সজাগ, ইমান সুযোগ কোনে কেনেকৈ পাইছিল অনুসন্ধান কৰা ভাল
Rajiv sodya hosai bohut vl singer Asil
Bohot sundar git ashil
Tohotiu nijor laavor kaarone video bonaai thaak....
ৰাধে ৰাধে।
বাকী সোপা কলৈ গল নিজকে গায়ক/শিল্পী বুলি ভৱা সোপা।।।
গান বনাই youtube ৰ পৰা পইচা পাবলৈ মৰি থকা সোপা।।। এইসোপা দুদিনৰ আলহী।।। নিজকে বৰ গায়ক দেখাই। নাম নকওঁ কিন্তু ঢালি বাচি নিবৰ মন যায়।।।
Best video
Rajip dak vl ❤❤❤❤❤
মোৰ মনৰ কথা,জুবিনৰ চৰিত্ৰ জুবিন,আৰু ৰাজীৱ ৰ চৰিত্ৰ ৰাজীৱ।তেওঁলোকৰ চিন্তা ধাৰা পিঠক।আমি নো ৰাজীৱ দা জীৱিত কালত কি অৰিহণা তেওঁৰ বাবে কৰিব পৰিলোঁ। একো কৰিব নোৱাৰিলো।কাৰণ তেওঁক কোনোৱে যি ধৰণে প্ৰচাৰ কৰিব লাগিছিল আমি সকলোৱে কৰিছিলোনে?নাই কৰা গতিকে এতিয়া সমালোচনা কৰি কিবা লাভ হব নে?
বহুত দুখৰ কথা,২০০১ চনৰ পৰা তেওঁ গান গাই আহিছে? মানুহে তেওঁক ভাল কে চিনিয়ে নেপালে , বহুত দুখৰ কথা 🥺🙏
Misolia Jubin misolia hilpi Jubin
Hubidhabadi
Rajib da. ........,...
🎉.
.....Rip......
❤.
........
জুবিনতকৈ।ৰাজিব বহত।ওপৰত ভূপেন হাজৰিকা লগত।তুলনা।
Hoi dada
Basi thokate vairel hobo lagisil
Khyoma koribo👏 Rajiv Da jiyai thakute kiyo prosar nokoril manuh jon morara pasot iman prosar solise kiyo.......????
ৰাজীৱ শদিয়াই মহেন্দ্ৰ হাজৰিকাৰ দৰে গাব চেষ্টা কৰিছিল যেন লাগে।মোৰ ব্যক্তিগত অননুভৱ প্ৰকাশ কৰিম কোনোৱে যেন বিতৰ্ক নকৰে।আজি দুই চাৰিদিনত ফেচবুকত যি কেইটা ভিডিও গীত শুনিলো, এটাও মোৰ হৃদয় স্পৰ্শ কৰিব পৰা নাই
ৰাজীৱ শদীয়াক ৰাইজৰ মাজলৈ লৈ নহাৰ মূলতে প্ৰচাৰ মাধ্যম বিলাক । বহু সাক্ষাৎকাৰ বহু মতামত লোৱা ভিডিঅ এতিয়া দেখা পাইছো কিন্তু জীৱিত অৱস্থাত ক'তো দেখা নাপালো ।
মদাহী জুবিন
ৰাইজ মদাহী টোক গুৰুত্ব নিদিব
সি নিজে নিজে লাইনত আহিব
Zubeen ji noholi o ami xodai zubeen k a vl pai asu aru xodai thakim o
Sanjeev bora dangoriyar gaan rajib da e bahut gale kintu aji loike log powa nai bole rajib da e nije koise tene hole zubeen da e rajib dak vlke sini napabo pare aitu ako dangor kotha nohoy aibor sob TRP
❤❤❤❤Rajib da really Gana silpi ❤❤❤❤
ৰহেদৈ গানৰ ফুলি ৰাজিব ককাই দেৱে ৰুচিল আজি গম পাইছো ❤
জীয়াই থকা সময়চোৱাতে তেওক প্ৰচাৰ কৰিব লাগিছিল গানবোৰ শুনিছো যদিও মানুহজনক জনা নাছিলো মৃত্যুৰ পিছতহে মুখখন চিনাকিৰূপ মোৰ বাবে।
Zubeen zubeen da a ❤
Jubin sudrl vai
Amar karone ৰাজীৱ শদিয়া বহুত femas ami agor porai sini pau aru gan hunu......eman manuhe kio teuk sini nepale video bur sai asorit hoisu
Thanks to you shadia
❤
Hosake dei rajib dak jindabad
Videotur 7:09 ullekhito Sanjib Bora naamor kokaideu jonor pora anagot dinot aru adhik jati matir gaan upohar paam buli akhabadi...Baki Rajiv kokaideu hodai bukur majot thakibo❤💐
তোমাৰ বানান ভুল কেনেকৈ ইউটিউবাৰ হলাহে ।ভিডিঅ' টো ভেদেও লিখিলা যে। অসমীয়া ত মানে ফেইল কৰিছা।বানান বোৰ শুদ্ধ কৰা তাৰ পাছত ভিডিঅ' বোৰ চেয়াৰ কৰিবা। মঙ্গল হব।