👉তেওঁক কিয় মানুহে বেয়া পাইছিল😮আচৰিত কিন্তু সত্য!ৰাজীৱ শদিয়াক প্ৰথম সংস্থাপন দিয়া ব্যক্তিজনে কি কলে?😮

Поделиться
HTML-код
  • Опубликовано: 2 фев 2025

Комментарии • 106

  • @PutulkalitaPutulkalita-r5p
    @PutulkalitaPutulkalita-r5p 9 дней назад +15

    যাৰ গীত শুনিলেই জাতিৰ গোন্ধ পাই সেই জনেই শিল্পী ৰাজিৱ শদিয়া ।স্বৰ্গত ধ্ৰুৱ তৰা হৈ পোহৰাই থাকিবা দেই

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 10 дней назад +26

    আপোনালোকৰ আলোচনাৰ বিষয়বস্তু সময়োপযোগী হৈছে। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @kanaktalukdar2847
    @kanaktalukdar2847 9 дней назад +14

    ৰাজীৱৰ লগত জুবিনৰ তুলনা নহয় ।ৰাজীৱ শদিয়া প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় থাকিব ।

  • @AshokkrPachani
    @AshokkrPachani 9 дней назад +12

    ভাল লাগিল চাই! অসমক ভাল পোৱা অসমে ভাল পোৱা শিল্পী জনৰ ক্ষেত্রত ষ্টাইল আৰু গাঁৱলীয়া শব্দ কেইটা ভাল নেলাগিল

    • @kishorbaishya3804
      @kishorbaishya3804 8 дней назад

      Ai.boka.kaita.iman.din.kot.asil.ai.bilak.ambanir.famili.pokor.kiyo.kolise..sarstor.pat.logai.dobi.lage.Tor.kiman.toka.slry.asil

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 7 дней назад

      গাত্তঁৰ পৰাই নগৰ সৃষ্টি হৈছে ।

    • @tajemali8178
      @tajemali8178 7 дней назад

      Right ......

  • @supritibaruah8968
    @supritibaruah8968 7 дней назад +3

    বৰ গুৰুত্বপূৰ্ণ আলোচনা৷শুনি সুখী হলোঁ৷

  • @arundeori8142
    @arundeori8142 10 дней назад +13

    জয় আই অসম,,, অসম দেশৰ এক ৰাজীৱ শদিয়া ❤❤❤ জিন্দাবাদ 💯

  • @BIPULGOGOI
    @BIPULGOGOI 9 дней назад +5

    কথা খিনি জানিব পাৰি বহুত ভাল লাগিল ❤❤❤❤

  • @CultureofAssam
    @CultureofAssam 9 дней назад +8

    "ৰমেন শৰ্মা" আপুনি ইমান দিনে ক'ত লুকাই আছিলে, একে ৰাতিয়েই আপোনাৰ সেই মৰাণ বামুনবাৰীত থকা নিজৰ ঘৰ মাটি বিক্ৰী কৰি পলাই আছগৈ যে, আজিও সেই থিয়েটাৰৰ ৯০% মানুহেই প‌ইছা পাবলৈ থাকি গ'ল, আমাৰ পাবলৈ থকা প‌ইছাবোৰ কি হ'ল, এদিনৰ বাবে হ'লেও আপোনাৰ পুৰণা ঠাই মৰাণলৈ বুলি আহিবচোন, আপোনাক লগ পাবলৈ বহু মানুহ ৰৈ আছে, লাজ লগা নাই নিজক থিয়েটাৰৰ প্ৰযোজক বুলি ক'বলৈ ...

  • @hikhantahatimuria3851
    @hikhantahatimuria3851 10 дней назад +12

    ইমান প্ৰতিভা থকা পাছতো গাঁৱলীয়া সহজ সৰল ল'ৰা বুলি ভাবি পাঁচশ টকাত এবছৰ খটোৱালে।এটো আপোনালোকে ৰাজীৱৰ প্ৰতি অন্যায় কৰা নাছিলনে। এতিয়া তেওঁ নুহোৱা পাছত তেখেতক প্ৰতিষ্ঠা কৰা বুলি কোৱাতো সাক্ষ্য কৰে।

    • @BalajiMystery
      @BalajiMystery 9 дней назад

      হেৰি ডাঙৰীয়া সেইটো সময়ৰ 500 টকাটো আজিৰ দিনত কিমান হব পাৰে আপুনি হয়তো অনুমান কৰিব নোৱাৰে ।মই সেইটো সময়ত মুল অভিনেত্ৰী হৈ 1400 টকাহে পাইছিলো ।গতিকে কিছুমান কথা নজনাকৈ কমেন্ট নকৰিব চোন 🙏

    • @Jaiaiiaxom123
      @Jaiaiiaxom123 9 дней назад +1

      ​@@BalajiMysterykiman hobo....apuni hisap kori dekhuwaok ?????? Emanu besi nohoi....

  • @SujaliSonowal
    @SujaliSonowal 10 дней назад +6

    মোৰ এতিয়াও স্পষ্ট মনত আছে থিয়েটাৰ আমাৰ ৰূপজ্যোতি সংঘত আহোতে আমাৰ ঘৰলৈ আহিছিল ৰাজীৱ দা । ৰাজীৱ দাই নিজেই কৈছিল মই শদিয়াৰ বহু ভিতৰৰ পৰা আহিছো মই যদি পৰিচিত হওঁ তেতিয়া ৰাজীৱ শদিয়া টোপচিঙা লিখিম বুলি আমাক কৈছিল। তেতিয়া গাঁওখন চিনি পাব ।লগত হেমাংগ নামৰ লগৰ এজন আহিছিল ।

  • @aparajitatamuli7273
    @aparajitatamuli7273 10 дней назад +13

    আৰু এনে হাজাৰ জন ৰাজীৱ জন্ম হওক সঁচা শিল্পী হিচাবে❤😢কাম কৰক সকলো মাতৃ ভূমিৰ সন্তানে,আগুৱাই নিয়ক জাতিটোক ❤❤❤❤

  • @runuchetia1658
    @runuchetia1658 8 дней назад +1

    অতি গঠন মূলক আলোচনা।ভাল লাগিল

  • @basantaborah4429
    @basantaborah4429 День назад

    Hosai bhut val lagil

  • @jitendas7554
    @jitendas7554 9 дней назад +3

    শৰ্মা দা আৰু কল্পনা বাইদেউ আপোনালোক দুয়োকে আজি বহুদিনৰ মুৰত দেখা পাই ভাল লগাৰ লগতে আবেগিক হৈ পৰিলোঁ ।থিয়েটাৰত থকাৰ সময়ত ৰাজীৱ মোৰ ভাইৰ দৰে আছিল। কিন্তু লগ পাম পাম বুলি ভাবি থাকোতেই গ'ল , লগ পোৱা আৰু নহ'ল । তেওঁৰ গান শুনিয়ে থাকো । তেওঁৰ মৃত্যুৰ খবৰে অতিকে ব্যথিত কৰি তুলিছে। চকুপানী টোকাৰ বাহিৰে একো কৰিব পৰা নাই। ৰাজীৱ য'তেই আছা তুমি কুশলে থাকা

  • @rimjimnath558
    @rimjimnath558 8 дней назад +4

    আচৰিত দে 500 টকা।কিমান সহজ সৰল আছিল তেওঁ।কিন্তু মাটিৰ মানুহ যে।তেনে কৰিব নালাগিছিল

  • @mamonisaikia39
    @mamonisaikia39 9 дней назад +3

    জুবিনতকৈ ৰাজিৱ ৰ।গীটবহত ওগৰত। ৰাজীৱ শদিয়া জতে আছা শান্তুিত।থাকা।

  • @anataphukan2841
    @anataphukan2841 9 дней назад +3

    সি আছিল অসমৰ সম্পদ , তাক হেৰুৱাই বহুত দুখ লাগিল

  • @ranjuphukanbgohain4711
    @ranjuphukanbgohain4711 6 дней назад +1

    ভাল লাগিল আপোনালোকৰ কথোপকথন।

  • @SushilaGogoi
    @SushilaGogoi 9 дней назад +8

    লাজ লগা নাইনে কবলৈ পাঁচশ টকাত বছৰ হিচাবে কৰ্মচাৰী খতু‌ৱাবলৈ। যদি তেওঁৰ সাজ-পোছাকত আপোনালোকে গম পাইছিল তেওঁ এজন সাধাৰণ ঘৰৰ ল'ৰা তেনেহলে আপোনাৰ লোকৰ কোনখন অন্তৰে পাঁচশ টকাত কাম খতুৱাইছিল।

    • @Jaiaiiaxom123
      @Jaiaiiaxom123 9 дней назад +2

      Hosakoi....Rajiv kokaideu r .horolotar hujog loi matro 500 tokarkoi disile ......Atia eikeijonor laj loga nai ne ??

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 5 дней назад +1

    ভাল লাগিল

  • @kanaktalukdar2847
    @kanaktalukdar2847 9 дней назад +1

    ভাল লাগিল অনুষ্ঠান টো ।

  • @nirugogoi4695
    @nirugogoi4695 4 дня назад +1

    Very good news

  • @maaprabhabatimusic4049
    @maaprabhabatimusic4049 8 дней назад +1

    সুন্দৰ সাক্ষাৎকাৰ ...

  • @rupaligogoisaikia9142
    @rupaligogoisaikia9142 9 дней назад +2

    গাঁৱলীয়া,ষ্টাইল এইবোৰ শব্দৰে ৰাজীৱৰ বিশাল ব্যক্তিত্বক ইতিকিং নকৰিব।মানুহ সদায় একে অৱস্থাতে নেথাকে।সময়ৰ লগে লগে ৰাজীৱৰ জীৱনলৈ পৰিৱৰ্তন আহিছিল।তাক ষ্টাইল বুলি কৈ হেয় নকৰিব।

  • @ranjitphukan4868
    @ranjitphukan4868 9 дней назад +2

    মানুহ সময় আৰু পৰিবেশৰ লগে লগে সলনি হয়। ৰাজীব শদিয়া হয়তু তাৰ বিত্যিক্ৰ ম নাছিল। তেখেতৰ পুৰণি অৱস্থাৰ কথা বোৰ কৈ তেখেতৰ আত্মাক হেয় কৰা যেন লাগিছে। মানুহক সংস্থাপন দিব পৰাতো এটা মহান কাম। সেই বাবে সেই কামৰ ফল সকলো মানুহক ভগৱানে সময়মতে দিয়ে।

  • @mintusaikia4517
    @mintusaikia4517 10 дней назад +8

    আজিও অইন কোনো গান মই শুনা নাই।ভাল লগা নাই।কেৱল ৰাজীবৰ গান শুনিছো।গান শুনি শুনি মনৰ দুখ পাতলাইছো। মোৰ দৰে সকলোৱে ৰাজীবৰ গান শুনিছে হয়তু।অসমক ভাল পোৱা সকলোৱে যেন ৰাজীবৰ গীত শুনে।তেতিয়া ৰাজীবৰ আত্মাই শান্তি পাব জয় আই অসম।জয় ৰাজীব।

  • @SadhanaGogoi-x9y
    @SadhanaGogoi-x9y 10 дней назад +8

    এটা সুস্থ বাতাবৰণত ৰাজীবৰ জীৱন কাহিনী শুনি বৰ দুখ লাগিছে।

  • @nabinchbordoloi4440
    @nabinchbordoloi4440 3 дня назад +1

    ম ই , জুবিনৰ মাত ' টো ভাল পাওঁ কিনত্তু জুবিন আৰু তেওঁৰ চৰিএক একেবাৰে বেরা পাওঁ == ! কাৰণ জুবিনে প়তিটো কথাতে যিমান মানুহ থাকিলেও ( কেলা বুলি কৈ দি য়ে ) সেই বাবে । গতিকে ম ই ৰাজীব় শদীয়াক বহুত = বহুত বেছি ভাল পাওঁ । জয় আই অসম , ( ৰাজীব় জিনদ্যা বাদ ) ।

  • @pabitrabhuyan5266
    @pabitrabhuyan5266 8 дней назад +1

    গঠন মূলক চিন্তা

  • @BibekaBikash
    @BibekaBikash День назад +1

    বাইদেউ গৰাকীয়ে ৰাজীৱ দাৰ ক্ষেত্ৰত Style শব্দটো প্ৰয়োগ নকৰা হ'লে বেছি ভাল পালোঁ হয়।

  • @bochanlohar7822
    @bochanlohar7822 9 дней назад +1

    Rajib sodia is extra singer. I love Rajib sodia kokai.❤❤❤❤❤❤

  • @cyber9345
    @cyber9345 6 дней назад +1

    Gan bohuta gai but jati bhatir gan gwa kom ulai..
    Rajib sadia best asil 🙏

  • @RanaAhmed-ru7eh
    @RanaAhmed-ru7eh 10 дней назад +2

    Hoi Val lagil Dada.

  • @yodhisthirgogoi4310
    @yodhisthirgogoi4310 10 дней назад +5

    কাঞ্চনজংঘা পৰিয়াললৈ ধন্যবাদ জনালোঁ ।

    • @rulisaikia6020
      @rulisaikia6020 9 дней назад

      ভালে আছেনে দাদা? চিনি পাইছোঁ আপোনাক। আমি গৈছিলোঁ আপোনাৰ ঘৰত।

  • @GopalMagar-j6s
    @GopalMagar-j6s 8 дней назад +1

    Rajib da 😢😢😢😢😢😢

  • @pranjalsaikia68
    @pranjalsaikia68 9 дней назад +3

    গাঁৱলীয়া শব্দ টো আমাৰ স্বাভিমান, শব্দ টো কিয় ইতিকিং কৰিছে প্ৰথমে

  • @mridultalukdar8981
    @mridultalukdar8981 7 дней назад +1

    অচিনাকি ব‍্যক্তি এজনৰ মৃত‍্যুৰ বাতৰি শুনিলেও আমি দুখ প্ৰকাশ কৰো, অথচ এজন শিল্পিক অসমৰ এজন শিল্পিৰ অভিভাবকে চিনি নাপাও বুলি কোৱাতো দুৰ্ভাগ‍্যজনক

  • @kalpanadeka6201
    @kalpanadeka6201 10 дней назад +9

    ৰাজীৱ শদিয়া ই ভাল গান গাই গল।মানুহৰ পৰা মৰম পালে। গীতবিলাক জ্ঞানী মানুহে বুজি পাইছিল। বহুতো মানুহে বুজিনাপাই শুনা নাছিল।

  • @manikkonwar2939
    @manikkonwar2939 9 дней назад +3

    আপোনালোকৰ video চালো ভাল লাগিল পিছে লাইক এটা দিছোঁ কিন্তু আৰু You tube পৰা আপুনি কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে সেইটোহে আচল কথা ।
    যোৱা কালি মোৰ হাত ভাঙিল কিবা এটা সাহায্য পঠাব নিকি চিকিৎসা বাবে।
    কিমান যে বিষ ৰাতি শুবৰ পৰা নাই। মানুহ জন মৰি বলৈ পালেহে কিমান যে তৰ্কবিতক হৈছে। ককাইদেউ মোৰ ও মন যায় জীয়াই থাকিবলৈ কিবা এটা ব্যৱস্থা কৰক।

  • @purnakantadohutia1202
    @purnakantadohutia1202 8 дней назад +1

    Good news

  • @AnantaGogoi-l2c
    @AnantaGogoi-l2c 9 дней назад +1

    স চা কথা কোৱা বা গোৱা মানুহ ক প্রায় লোকেই বেয়া এইয়া অপ্রিয় হলাও সত্য

  • @ShubhanGogoi
    @ShubhanGogoi 10 дней назад +6

    আপোনালোকে নিজে অসমৰ কাৰণে কিবা এটা কৰাৰ কথা চিন্তুা কৰা বেটা

  • @anantburagohain9573
    @anantburagohain9573 7 дней назад +2

    Rajib hodiak nyay diyak joi ai akhom

  • @PallabiPhukon-g4q
    @PallabiPhukon-g4q 9 дней назад +1

    ❤❤❤❤❤❤❤❤❤

  • @janajyothi7544
    @janajyothi7544 10 дней назад +1

    Om Shanti ❤🎉

  • @kalpanadutta2269
    @kalpanadutta2269 10 дней назад +8

    Style buli nokobo beya lage

  • @tasimali4981
    @tasimali4981 2 часа назад

    Rajib da val asil

  • @NuuGogoi
    @NuuGogoi 9 дней назад +2

    Kiman kandim aru Rajiv da hoi armi bakhari bujabonuwarim❤❤❤❤😂😂😂😂😂

    • @Jaanjisu
      @Jaanjisu День назад +1

      Toi hahe hahe soku pani ulai so j .

  • @BishojitBordoloi
    @BishojitBordoloi День назад

    হচাকথা তেতিআ কিকৰি আচিলে মেদিআ হকলে

  • @maneswarkalita3346
    @maneswarkalita3346 4 дня назад +1

    Jibito Abastat Rajib ok nisini mitrur pisot
    Prasongkha korile
    Tew sukhi
    hobo ne

  • @jatingogoi2634
    @jatingogoi2634 10 дней назад +2

    বহুদিনৰ মুৰত ৰমেন শৰ্মা আৰু সহধৰ্মিনী কল্পনাৰ মাত শুনিলোঁ।
    ধন্যবাদ এটা নিদি নোৱাৰিলোঁ। ধন্যবাদ

  • @lx7371
    @lx7371 7 дней назад +1

    বাইদেউ কোৱা কথা কেইটা টপা গাত লাগিছে অলপ। উল্টাই দিলে কথা কেইটা।

    • @SusantaVlog76
      @SusantaVlog76  7 дней назад

      ধন্যবাদ ভাইটি।তোমাৰ জ্ঞানক সন্মান জনাইছোঁ।ইমান গভীৰ ভাবটো যে বুজি পালা।🙏

  • @PithirajLaram
    @PithirajLaram 9 дней назад +3

    জুবিনক আমি এইটো কাৰণে দুখ পালোঁ মইও জাতিৰ মাটি গান গাই চিলো

  • @BiswajitgogoiBiswa-zg5kw
    @BiswajitgogoiBiswa-zg5kw 10 дней назад +2

    Zubeen garg zubeen gagei..zubeen garg enekuwa manuh tew kijani nijokei pahori Jai .

  • @ManjuBoruah-q6o
    @ManjuBoruah-q6o 9 дней назад +1

    দুখিয়াৰ পৰা টোধনী হয়।

  • @LizaBorahdolley
    @LizaBorahdolley 9 дней назад +2

    Rajib shodia joi aai asom 😢

  • @utpaldeka1230
    @utpaldeka1230 3 дня назад +1

    😭😭😭😭😭😭😭

  • @indrasaikia4000
    @indrasaikia4000 9 дней назад +1

    অলপ হাঁহি দিছোঁ 😂😂

  • @indrajitgogoi3037
    @indrajitgogoi3037 10 дней назад +3

    😢😢😢

  • @bibhasarma4003
    @bibhasarma4003 9 дней назад +2

    ফটা কানিত সোনথাকে

  • @junmonikalita
    @junmonikalita 9 дней назад +1

    Rajeev Dada amar hoi thakiboy😢😢😢😢❤❤❤❤❤

  • @lizasaikiabaruah2172
    @lizasaikiabaruah2172 9 дней назад +2

    Etiya bohut ullabo xodnam koboloi aru bohut manuh ullabo bodnam gaboloi....xei dui jon manuh apunaluk dui jon....2004 sonor pora kotha nulal ne ki....etiya mora pasot koise je

  • @JinamoniBuragohain-p4c
    @JinamoniBuragohain-p4c 8 дней назад +1

    Rajip phanko jubin borhtakur rajip akhom goha sukapha manu jubn sm hemanta bamunoar logot thaka manu kenekoi mile .

  • @mridulbori5186
    @mridulbori5186 9 дней назад +1

    তুমি আহিবানে নে গানটো নাটকখন চাইছিলোঁ৷ বৰ ভাল লগা নাটক আছিল৷

  • @indrasaikia4000
    @indrasaikia4000 9 дней назад +1

    আপুনি কাৰ কথা কাক সোধিছে

  • @BikashSaikia-i1o
    @BikashSaikia-i1o 9 дней назад +1

    ❤❤❤❤❤❤❤❤😢😢

  • @AnantaSaikia-xq8xu
    @AnantaSaikia-xq8xu 10 дней назад +2

    শৰ্মা ডাঙৰীয়া আপুনি বহুত ভাল কথা কলে !

  • @MadhjuryaBora
    @MadhjuryaBora 9 дней назад +1

    Bhal

  • @devajitburagohain594
    @devajitburagohain594 9 дней назад +1

    Dukhiya poriyal buli kaok, Daridra buli kole otike dukh pao.

  • @brojenkhargharia15
    @brojenkhargharia15 9 дней назад +1

    Joben jateyo gayok nohoe

  • @NehoruRamday
    @NehoruRamday 9 дней назад +2

    জুবিন এচাম নতুন ল'ৰা ছোৱালীক বিভিন্ন খাবলৈ শিকাইছে সকলোৱে বুজা দৰকাৰ ।সংগ্ৰামী বুলিলে কাক কৈ ।জুবিনৰ সংগ্ৰামী গান মুকলি হোৱাতো কিয় নিবেছাৰে ।

  • @NurulIslam-zq3vy
    @NurulIslam-zq3vy 9 дней назад +1

    Rajib Sodiya Zinda Thaka Timot News Noholl Ro Utuber Bilak Kot Morisile ❓ Aaji Rajib Sodiya Morar Pasot Aibilak Val Beya Kotha koi Aku Lav Nai Diya

  • @BituGogoi-wg2eo
    @BituGogoi-wg2eo 8 дней назад +1

    Fast time kotha kua manuh jone kiba type t kotha bilk koise..

  • @ReejuSaikia
    @ReejuSaikia 8 дней назад +1

    Bohut dok lagise o bohut

  • @NigelDcosta-uz6jk
    @NigelDcosta-uz6jk 9 дней назад +1

    Bhallagil Jani

  • @rulisaikia6020
    @rulisaikia6020 9 дней назад +1

    শৰ্মাদা আৰু বৌ.... আবেগিক হলো দেখা পাই। ২০০৪/০৫ ৰ পৰিয়ালটোলৈ মনত পৰিল। এৰা, ল'ৰাটো বহুত বেছি সোনকালে গুছি গ'ল অ'...। শদিয়াৰ সোনাপুৰলৈ মনত পৰিছে...চৌখামতে নহয় বৌ কিমান পেণ্ডেলত যে তোমালোকৰ "গীতে মাতে সন্ধিয়াৰ" আমেজ ল'লো। কাঞ্চনজংঘাৰ সাক্ষী হৈ থাকিলোঁ আজীৱন। এতিয়া নষ্টালজিক।
    ৰাজীৱৰ লগত প্ৰায়েই কথা পাতিছিলো। পৰিয়াল লৈ আহিম বুলি কথাও দিছিল! কিন্তু নিয়তিৰ কৱলত কোনো সাৰি নাযায় অ'...! ৰাজীৱ য'তে আছে কুশলে থাকক। ৰাজীৱৰ পৰিয়ালটোক সহিব পৰাকৈ ভগৱানে শক্তিশালী কৰি ৰাখক। আপোনালোকো কুশলে থাকক।🙏🙏

  • @JnandeepChutia-p6g
    @JnandeepChutia-p6g 9 дней назад +1

    Thumbnail bur kenekoi diye hey.. asol kothature dibo nuwari neki ? Thumbnail a eta kotha koy,, video a blg eta kotha koy.

  • @manoj-k5o
    @manoj-k5o 9 дней назад +1

    Aikhon axomot axomiya mnuhor aiburei kothua antor hidoy ki bujile raij tarei proman dile thieytar malike!!!!!? Axomiya jatitur nisina hingsuk jati nai tuk mari moi keneke roja hon ai bhabotei jiayi ase nisthu sala beya nalagil akonu tur xei rajib xodiayr proti thui kota 😘😚😘🤧

    • @SusantaVlog76
      @SusantaVlog76  3 дня назад

      আপোনাৰ কথাখিনিত বহুত আবেগ আছে।😭

  • @SanjibLedang
    @SanjibLedang 9 дней назад +2

    Apunar mote ki dress pindibo lagisile
    Aru apuni ki pindisile?

  • @KhogenBorah-o1e
    @KhogenBorah-o1e 23 часа назад +1

    Agat.huy.asila

  • @GadadharSarania
    @GadadharSarania 9 дней назад +2

    Kio jabinok ako kob nalage xi vogoban neki xi ata modapi pagal bamas

  • @SwarnalataSaikia-g1z
    @SwarnalataSaikia-g1z 10 дней назад +18

    Kiman je kandim aru❤❤❤❤

  • @LakhyajyotiDey
    @LakhyajyotiDey 9 дней назад +1

    Video bur sale a sokoulu bagori ahe o

  • @BhupenGogoi-jp6ti
    @BhupenGogoi-jp6ti 10 дней назад +2

    Ghanta.gahan.ta.hosa.tu.hosa..

  • @SwarnalataSaikia-g1z
    @SwarnalataSaikia-g1z 10 дней назад +1

    😢😢😢😢😢😢😢

  • @ManujRajkonwar-w5k
    @ManujRajkonwar-w5k 10 дней назад +1

    ki j okol ai bur no

  • @JamunaGogoi-iv9ul
    @JamunaGogoi-iv9ul День назад +1

    Bamunr jate doridra buli nam dise

  • @prosenjitgogoi
    @prosenjitgogoi 23 часа назад +1

    Chanelot faltubur dekhui labh nai

    • @SusantaVlog76
      @SusantaVlog76  8 часов назад

      ফালটো মানে কাক বুজাইছে ডাঙৰীয়া

  • @dipsikha3
    @dipsikha3 10 дней назад +2

    😢😢😢😢😢😢😢😢