Kot rakhibo 8 lakh manuhok.....vote dibi aruuu....sakori kora manuhe ketiyao aibilak toka aru rasion card saol napai 💯 june ji paise baa loise sob dukhiyai hoi...sorkare ata ghor bonowar namot 1.50 lakh toka dilai ghor xompurno nohoi aru poriyaltuu dhoni o hoi najai
The authority who submitted the eligibility of the beneficiaries,they should have to be produced ,but instead of that action the government is going to taking such a dastic action against the innocent people which is too unfortunate, and condemnable,
Good...gaon bilakat jihokae wine shop r para rihno kini ani gharar bhitarat base...no problem...income source...kintu jitu paribhekhor utpanna hoise tar falat ucur cubiriar lara swalir future ki hobo...paribekh binasta kari dise...rati padhibo nuware ...madahir hallai...Aslil vakha... Koneu mat namate gaon raije..moi 100 dial kari complain disilu..aku ac5iona nai dekhun..... Ki karim complain kot karile val hobo ..complain no dibasun konobai....Joi Ai Akhom
Moi jorhator hoi amar gautu bohut vua kikhok ase amar gau khn ankua 1khon gau ji pur dhukhiya manuh asoni pbo lage teu luke aku npai dhoni dhoni bure h sorkari asoni pai h tenekua manuh buroku dhoribo lage
ভাল লাগিল কিন্তু আৰু এটা কথা যিবিলাক দূখিয়া মানুহে আজিলৈ চৰকাৰী ঘৰ পোৱা নাই। ধনী বিলাকক কোনো চৰকাৰী ঘৰ দিলে। চিৰাং জিলা ২ন: বৰপথাৰ হাউলি পাৰাত এবাৰ আহিব। মোৰ ডেউকাৰ নাম congress চৰকাৰৰ ঘৰৰ লিষ্টখনত নাম আছিল কিন্তু congress চৰকাৰ গ'ল BJP চৰকাৰে শাসন লৈ আজিলৈ দূৰ্নীতি হৈ আছে। মোৰ ডেউকাৰ নাম মিলন ৰাজবংশী।
Jar sakori ase jar 2,3tola ghr ase tene manuheu sorkari asoni paise ki kom aru bohut manuhe sokarok dukh diye asolote uport sb bostu dhuniya manuhor karne pothai gaut ani h dhoni dhoni burok asoni diyehi ponsayote te manuh buroku dhoribo lage
ভাল পদক্ষেপ মূখ্যমন্ত্ৰী মহোদয়। নোৱাৰিলে ক'ব আমি বিচাৰি দিম আমাৰ গাঁৱত তেনেকুৱা বহুত ভূৱা কৃষক আছে।
ধন্যবাদ, মূখ্যমন্ত্ৰী মহোদয়।
আমাৰ গাঁৱত বহুকেইজন আছে।
অনুগ্ৰহ কৰি অভিযোগৰ বাবে চৰকাৰৰ ম'বাইল নম্বৰ দিয়ক।
এই সকলৰ লগতে পঞ্ছায়তৰ সভাপতি , কাউঞ্ছিলৰ, গাওৰ মেম্বাৰ সকলোকো এৰেষ্ট কৰিব লাগে । এওলোকে বহুটো চৰকাৰী চাকৰিয়ালৰ পৰিয়ালক দুইনম্বৰী কৰি এই আচনিবোৰৰ সুবিধা দিয়ে । আৰু লোৱা মানুহ বোৰোৰও লাজ নেলাগে । দুখীয়া মানুহ বা কৃষকৰ পইচা কেইটাও কাঢ়ি খাই । পাপলৈ ভয় নকৰে ।
বহুত আগতে কৰিব লাগিছিল
তথ্য উলাল যেতিয়া অভিযান কুইক কৰিব লাগে লগতে ৱাৰড মেমবাৰ সকলক।
সাপ হৈ খুটা বেজ হৈ জৰা এখন পাগলৰ চৰকাৰ ।
ভাল পদক্ষেপ
আচল হিতাধিকাৰী আৰু ভুৱা হিতাধিকাৰীৰ পাৰ্থক্য কব চোন
সুন্দৰ পদক্ষেপ | মুখ্যমন্ত্রীক শলাগ দিছো | যদি গ্রেপ্তাৰ কৰিব নোৱাৰে তেতিয়া আৰু সুবিধা লব হিতাধিকাৰী সকলে
ভাল পদক্ষেপ। কংগ্ৰেছ চৰকাৰৰ দিনত যি কেইজন কংগ্ৰেছী পঞ্চায়ত সভাপতি, সদস্যই চৰকাৰী আঁচনি নিজৰ আঙহী বঙহী আৰু কংগ্ৰেছীক দিছিল, সেই একেখিনিয়েই বিজেপিলৈ আহি এইবাৰ বিজেপিৰ পঞ্চায়ত সভাপতি, সদস্য হৈ একেই কাম কৰিছে।
Mojja lagibi dei jodi dhore
সুন্দৰ পদক্ষেপ
সুন্দৰ....মজ্জা
ধন্যবাদ cm sir😊
Kot rakhibo 8 lakh manuhok.....vote dibi aruuu....sakori kora manuhe ketiyao aibilak toka aru rasion card saol napai 💯 june ji paise baa loise sob dukhiyai hoi...sorkare ata ghor bonowar namot 1.50 lakh toka dilai ghor xompurno nohoi aru poriyaltuu dhoni o hoi najai
Aru katiaw BJP vote nidiu kan dhorisu
@@surajtanti9151 Kio aapunio pai asil niki
Misa kotha ,sorkari sakori buli kotha nai ,bzns kora manuheu bhuwa certificate dekhai aibr xubidha loi ase
Sakori loi aru dukhiyar dhon khale aibur hoboi... Moi val paisu...
Adil ahmed toiu khaiso sage😂😂😂 sakori kori
সঁচাকৈ সকলোকে গ্ৰেপ্তাৰ কৰিলে চৰকাৰক অন্তৰৰ পৰা ধন্যবাদ দিম । তাৰ পিছত অৰুণোদয় লোৱা সকলক অনুসন্ধান কৰক ।
সুন্দৰ পদক্ষেপ 🎉🎉🎉🎉🎉🎉🎉
শাসকীয় পক্ষৰ লগত থকা মন্ত্ৰী/বিধায়ক/পালীনেতাক কেতিয়া গ্ৰেপ্তাৰ কৰিব
Ketiau nokoke...
Right 👍👍👍 mama
Kamalpur Sepkuchi bardangarikuchi gao pansayatat buhut vowa benefesire ase ares kribo lage
Thnk q CM sir anekuya CM hab lge
এই টকা কিটাৰে লাখটকীয়া বাইদেউক ভাগ বিতৰণ কৰিবগে ।
আমাৰ পঞ্চায়তৰ কেইটামান আছে সিহঁতক ধৰক ৷ সিহঁতে মানুহ চাই চাইহে ঘৰ দিয়ে অৰুণোদয় দিয়ে কৃষকৰ আচঁনি দিয়ে ৷ পাব লগীয়া সকল থাকিয়েই যায় নাপাব লগা সকলকহে দিয়ে ৷ আমাৰ ঘৰৰ অৱস্থা নিউজত দেখাব হলে সিহঁত জেলত সোমাবই তথাপিও সিমানখিনি কৰা নাই আৰু গাওঁ ঘৰৰ বুলিয়েই ৷
Good step sir
Good Decision
ভোটৰ কথা ভাবিব নেকি ,
ভাল হৈছে বহু লোক আছে যি পাব লাগে । চৰকাৰী ঘৰৰ ক্ষেত্ৰত একেই বহু লোক চাকৰি কৰিও ঘৰ লৈ আছে । বহুত আছে যাৰ মাটিয়ে নাই ।
Good news
Moja2..
good step
মজা্ হব লাগে
দুৰ্নীতিৰ বিৰুদ্ধে অভিযান, সকলোৱে সমৰ্থন কৰিব, প্ৰকৃত কৃষকক সহায় কৰক। চৰকাৰে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে।
Moja de good news
,🙏🙏🙏🙏🙏🙏ভাৰিহাপ্পি
বহুত আছে
Good news 🙏
❤❤
ভাল কথা ভোগালীৰ উপহাৰ
Cm। Sar। Verigood
Action ,it is the most importent matter of Assam.
বিহু খাব দিব লাগে 😂😂😂😂
Good Decide
Mojaoaba
নেতা জালত পৰিলেই নাটক বন্ধ হৈ যাব ৷
Aibilak sob dudinr natok, tar past nije nije bndho hoi jbo 😂😂😂
Vote kak dim
টকা লোৱা বিলাকক এৰেছ কৰিলে একো কি হব। জনে কাগছ বনাই দিছে নেম্বৰ বা বিকেপিৰ কৰ্ম কৰ্তক অৰেছ কোৰক গাওঁয়ে বিজেপিৰ কৰ্ম কৰ্তাই টো গম পাই না কোন খেতিয়ক কোন খেতি নোকৰা
প্ৰথমতে গাৱৰ মেম্বাৰ বোৰাক ধৰক ।
Good stap.
Bihu to khabo diok😂😂😂😂
আমাৰ গাওঁত অহ আছে
Ei 2 kam koribo parile mama k moi salute dim...
Korilehe gom pam aru
Great Step MaghBihu Festival Offer Thanks A Lot CM SAHAB AAPKO MERA DILSE DUA AUR SALAM 🌟💎❤️🌄💌🙏
Good
Jamin paboi ...kunu tenson ni
moja moja
Aamar goant bahut aashe
ইমান বোৰ মানুহক ক'ত ৰাখিব.. মই ঠিকনা দিছোঁ তাতে ৰাখিলে ভাল হ'ব.. ব্ৰহ্মপুত্ৰত.একাঠু একাঠু পানীত খাৰা কৰি অনিৰ্দিষ্ট কাললৈ কাণত ধৰাই..চাৰিবেষটণিৰ মাজত ৰাখিব লাগে পহৰা দি। তেতিয়া পাব মজা।
Good news cm h m b s m sir
👏👏👏
বহুত দুৰ্নীতি গৰস্ত আছে
Guyes tumaluke sorkarok karagar bonuwat help kori diba ne ? Jodi help kora mur comment t like kora
Moja amibur napaw nohoi
The authority who submitted the eligibility of the beneficiaries,they should have to be produced ,but instead of that action the government is going to taking such a dastic action against the innocent people which is too unfortunate, and condemnable,
হিমন্তই দিছিল সেই গোটেই টকা।প্ৰথমে নিলাজকেই গ্ৰেপ্তাৰ কৰক।লাজ লাগে এইবোৰ বাতৰি পৰিৱেশন নকৰিব।ধুই 😂😂😂😂।মানে এইবাৰৰ পৰা চৰকাৰ ল'বলৈ মন নাই চাগে 😂😂😂😂😂।
ইমান খিনি মানুহ ক'ত ৰাখিব বাৰু ?
Borhia
Mojja,amihe mati thakio napalu o
ভাল পদক্ষেপ।
কিন্তু গাঁৱে গাঁৱে এখনকৈ জেল বনাব লাগিব। ঠিকাদাৰ বিলাক সাজু হৈ থাকক। আপোনালোকৰ বাবে ভাল সবৰ।
টকা ঘুৰাই নিদিলে ইহঁতৰ নামত যি আছে সকলো cease কৰিব লাগে...
Good...gaon bilakat jihokae wine shop r para rihno kini ani gharar bhitarat base...no problem...income source...kintu jitu paribhekhor utpanna hoise tar falat ucur cubiriar lara swalir future ki hobo...paribekh binasta kari dise...rati padhibo nuware ...madahir hallai...Aslil vakha... Koneu mat namate gaon raije..moi 100 dial kari complain disilu..aku ac5iona nai dekhun..... Ki karim complain kot karile val hobo
..complain no dibasun konobai....Joi Ai Akhom
Dibrugarh nil 😂💃
Cm +পত্নী কেতিয়া গ্ৰেপ্তাৰ হব
Vale hoise ..Karon kheti nho manuhe Loan paise.sob safa kri dibo lage.amar matio nai kako veti di nlou o poisa
ইয়াত বিজেপি নেতাও জৰিত আছে ।
mamai aikhini r logt ako 300 cr fine hisabe collection koribo....muthate lav hboi lagibo govt
Officer keijon agot arest hba lage
Aibar nohole mama girile aru ram ram 😂😂😂😁😁🤭🤭
First arrest the administrative people
একোদাল নহয়
ৰাকেশ পাল এণ্ড কোম্পানী ৰ আজি লৈকে একোদাল হোৱা নাই
Amar gaot ase
গ্ৰেপ্তাৰ হোৱা মানুহৰ কাৰনে অগতিয়াকৈ কোৱাৰেন্টেন চেন্টাৰৰ দৰে জেল ৰেদি ৰাখক ।।।😂
Barpeta Bikhaya borak greptar karibo lage
Moi jorhator hoi amar gautu bohut vua kikhok ase amar gau khn ankua 1khon gau ji pur dhukhiya manuh asoni pbo lage teu luke aku npai dhoni dhoni bure h sorkari asoni pai h tenekua manuh buroku dhoribo lage
থিক কথা পিছে মামা মন্ত্ৰীয়ে টকা খোৱা বিলাক কি হব ?
Free saul r o investigation karib lage. Gari a garia dhan besa manuh bepari thikadar adeo saul pai
মইও পাওঁ 5kg ধান নিবিকো যদিও এবছৰ খেতি কৰিলে দুবছৰ খাবলৈ হয় ৷ এতিয়া কথা হল এইভাগ এৰো কেনেকৈ ৷আনিবলৈ নগলেই মই পোৱা চাউল খিনি অন্য কোনোবাই পাবনে?
aikhini korile 26 t anasaya jikibo
Goalparat lagibo
Jilar hitadhikarir talika rajohuwa koribo lage
Misa report Di Himantoi baa baa loti b bisarise.....8 lakh manohk arrest kri kot rakhib....Jibore selection krilsil keneko krisil....
ভাল লাগিল কিন্তু আৰু এটা কথা যিবিলাক দূখিয়া মানুহে আজিলৈ চৰকাৰী ঘৰ পোৱা নাই। ধনী বিলাকক কোনো চৰকাৰী ঘৰ দিলে। চিৰাং জিলা ২ন: বৰপথাৰ হাউলি পাৰাত এবাৰ আহিব। মোৰ ডেউকাৰ নাম congress চৰকাৰৰ ঘৰৰ লিষ্টখনত নাম আছিল কিন্তু congress চৰকাৰ গ'ল BJP চৰকাৰে শাসন লৈ আজিলৈ দূৰ্নীতি হৈ আছে। মোৰ ডেউকাৰ নাম মিলন ৰাজবংশী।
১৮টা কিস্তিত ঘূৰাই দিয়াৰ হুকুম হব লাগে । অন্যথা গ্ৰেপ্তাৰ কৰি কাৰ ঘৰত কোনে ৰাখিব হয়নে ?
নামৰ তালিকাখন লগা আছিল,,,,দৰং জিলাৰ খন
Kuntu basis ot aitu list ulaise
Amr ghart kuneu nepai agote deutai paisil taku abar pale aru nepale
Jun koyjon manuha paycila atiya gom pabo
Jar sakori ase jar 2,3tola ghr ase tene manuheu sorkari asoni paise ki kom aru bohut manuhe sokarok dukh diye asolote uport sb bostu dhuniya manuhor karne pothai gaut ani h dhoni dhoni burok asoni diyehi ponsayote te manuh buroku dhoribo lage
Ghenta
Hasa nay misa