Priviledged to be a part of such a wonderful project initiative taken by Maitrayee. Thanks for the love and laughter Zublee. Thanks to Niranjan da, Pallav, Raj and the entire team. Do bless us. 🫶
Bahudinor pisot bor dhuniya bihu ati xunibo logote dekhibo palo..tiniogorakike bor dhuniya lagise....vedio bor dhuniya hoise..xuvakamona thakil aponalokaloi.❤❤❤
All the lovely ladies in one frame, shining bright like diamonds🌟.... May our rich Assamese culture never fade& may you(@Maitrayee baa)continue to create songs that let us cherish& celebrate every moment of joy and tradition💌💃😘 God bless you🧿🧿 Moromor baa🥰🥰🥰
Such a lovely melodious song! Simply loving it. I wish I could understand the lyrics completely. I need to wait to meet my wife to understand it completely. Can someone put an effort to write the lyrics in comment section in Assamese please? Then non-assamese/beginner assamese speakers like me can cherish such a beautiful creation 100%. Google translate does it quite well already. Or an English version of lyrics will be even more helpful. Once again, all the best to the entire team ❤
Priviledged to be a part of such a wonderful project initiative taken by Maitrayee. Thanks for the love and laughter Zublee. Thanks to Niranjan da, Pallav, Raj and the entire team. Do bless us. 🫶
মৌচাকৰ দৰে আকৰ্ষণীয় শাৰী, নিয়মানুবৰ্তিতা বজাই ৰাখি লয়লাস ভংগীমা আৰু সু-সংগঠিত ভাবে সকলোৱে বজোৱা টকাৰ শব্দৰে এক মোহনীয় পৰিৱেশ সৃষ্টি কৰিছে । এয়াই হৈছে জেং বিহু, এয়াই আমাৰ অসমীয়াৰ স্বাভিমান বিহুৰ - সৌন্দৰ্য্য । সুন্দৰ উপস্থাপন ❤
!........কোনো ধৰণৰ extra music ব্যৱহাৰ নকৰাকৈ অসমৰ প্ৰকৃত জেং বিহু বহুত ধুনীয়াকৈ উপস্থাপন কৰিছে ❤❤🎉🎉🎉😊😊 বহুত বেছি ভাল লাগিল ❤❤❤🎉🎉🎉😊😊😊...........!
যি সময়ত ডাবল মিনিঙৰ গানৰ ঢৌত সকলো উটিভাটি যাবলৈ লৈছে,এনে সময়ত এনেকুৱা এটা ভাল গানৰ বৰ প্ৰয়োজন আছিল।
সুন্দৰ ❤❤❤❤
আইজৈ নেৰিবা এইবোৰ হে বিহু চাৰে এটি সুন্দৰ বিহু উপহাৰ দিলে ৰাইজলৈ।
লগতে জুবলি বা বৰ্ণালী বা আৰু তোমাকো শুভেচ্ছা জনালোঁ।
জনপ্রিয় তিনিও গৰাকী ৰ কণ্ঠ ৰ সুন্দৰ বিহু গীতটি..খুব ভাল লাগিল
ইমান ধুনীয়া হৈছে । কোনো আধুনিকতাৰ পৰশ নলগাকৈ একেবাৰে পৰম্পৰাগত ৰূপত বিহুটিক এনেদৰে আগবঢ়াই দিয়াৰ বাবে বহুত ধন্যবাদ । কোনো ধৰণৰ অন্য বাদ্যযন্ত্ৰ ব্যৱহাৰ নকৰাৰ বাবেও অতি সুখী হʼলো ❤
এয়া হে আমাৰ বিহু,,,,আমি এনেকুৱা বিহু বিচাৰো,,,,,মন ভৰি গ'ল,,,,,,
অকল টকা আৰু কণ্ঠ । ৱাহ। এক সাহসী আৰু অভূতপূৰ্ব প্ৰচেষ্টা। লগতে নাচ কেইটা❤❤❤ ! অতুলনীয়। আগলৈও পাওঁ যাতে।
অকল টকায়ে নহয়। ডলা, চালনি, উড়াল(পিঠাগুৰি খুন্দা শব্দ), বাদুন্দুঙা,গগনা, মই নিজে বজাইছো। প্ৰথম খিনি ভালকৈ শুনিব তাত চাউল চলা আৰু জৰা শব্দ আছে।
@pityborahmusical5053 হয় হয়। একেবাৰে অকৃত্ৰিম উৎস নিৰ্বাচন। শলাগিছোঁ।
Bahudinor pisot bor dhuniya bihu ati xunibo logote dekhibo palo..tiniogorakike bor dhuniya lagise....vedio bor dhuniya hoise..xuvakamona thakil aponalokaloi.❤❤❤
এতিয়া লৈকে কেইবাবাৰো চালোঁ বিহুটো বহুত ভাল হৈছে ❤আৰু আগুৱাই যোৱা তুমি বা ..বহুত মৰম তোমালৈ লগতে বৰ্ণালী বা আৰু জুবলী বা লেও মৰম থাকিল❤❤
কি সুন্দৰ! এইয়া হে একেবাৰে raw, authentic জেং বিহু! বহুত ভাল লাগিল লগতে video direction, choreography, production বৰ সুন্দৰ হৈছে ।
বহুত বহুত ....ভাল লাগিল বা। তিনিও গৰাকীলৈ অভিনন্দন আৰু মৰম ।💕
তিনিগৰাকী সুগায়িকাৰ কণ্ঠত বিহুটি শুনি মনতো জীপাল কৰি তুলিলে ❤
বৰ্ণালী বা ,জুবলি বা আৰু তোমালৈ শুভেচ্ছা থাকিল।
This is pure , raw.......need more contents like this
এইবোৰহে আমাৰ বিহু, গা ৰাইজাই কৰা। তিনিওজনী বা লৈ অশেষ মৰম আৰু শুভেচ্ছা থাকিল ❤❤❤।
খুউবেই ভাল হৈছে । আমাৰ সংস্কৃতিক বুকুত লৈ ফুৰা নাম ।
ধন্যবাদ মৈত্ৰেয়ী বা ইমান ধুনীয়াকৈ জেং বিহু ভাগ উপস্থাপন কৰা বাবে। ❤
All the lovely ladies in one frame, shining bright like diamonds🌟.... May our rich Assamese culture never fade& may you(@Maitrayee baa)continue to create songs that let us cherish& celebrate every moment of joy and tradition💌💃😘
God bless you🧿🧿 Moromor baa🥰🥰🥰
বাহঁতৰ গীত শুনি বহুত ভাল লাগিল ❤ এনেকুৱা বিহু আজিৰ দিনত বহুত কম উলাই ভাল লাগিছে জেং বিহুতি শুনি ❤🎉🎉
বৰ প্ৰয়োজনীয় সময়ত আজিৰ অসমক জেং বিহু সাদৃশ্য ৰহেদৈ,ভাদৈ,আঘোণীবাই বিহুটি আগবঢ়াই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা থাকিল মোৰ প্ৰিয় তিনিওগৰাকী বা লৈ। আশাকৰোঁ অসমবাসীয়ে বিহুটি আকোঁৱালি লয়।🤗♥️
বৰ সুন্দৰ লাগিল .....❤❤❤
প্ৰকৃত অসমীয়া সকলেহে সোৱাদ পাব।।
এনেদৰে আদৰ্শ দেখুৱাই যাওক অনাগত প্ৰজন্মলৈ... মৰম যাঁচিলো যোৰহাটৰ পৰা🙏
বৰ সুন্দৰ হৈছে দেই...
Dhuniya lagise tiniuke ❤❤ mojjah....bihu amar pranoru pran❤❤ Bohagor bihu homoyoloi akou anakua eti bihu akha korilu❤❤
এনেকুৱা নিভাঁজ অসমীয়া বিহু গীতবোৰ আপোনালোকৰ পৰা ভৱিষ্যতে আৰু আশা কৰিলোঁ, মন প্ৰাণ ভৰি পৰিল দেই 🧡🙏
❤️❤️❤️😘😘😘(প্ৰিয় মানুহকেইগৰাকীলৈ)
জুবলী বাক যে বিহুৰ সাজত ইমান মৰম লাগিছে ঐ 😍
Bor xundar shubhechha 🙏
তিনিগৰাকী প্ৰিয় নাৰীৰ কন্ঠত বৰ বেলেগ এটি সুবাস পাইছে জেং বিহুটিয়ে🤗✨👍 বহুত শুভকামনা ও মৰম ❤️
Mozzaaah Jublee baa Barnali Baa Maitrayee Baaa
Bhut vl lagile baa ❤❤❤
অকল গগণা টকা আৰু হাত তালিৰে গোৱা এটি সুন্দৰ বিহু গীত❤🎉
Best collaboration Assamese song with three femel singer ❤️🩹
ইমান যে ধুনীয়া!! আগলৈও আমাক এনেকুৱা ধুনীয়া ধুনীয়া কাম উপহাৰ দি যাওঁক। বহুত বহুত শুভেচ্ছা থাকিল। ❤❤
বহু বহু সুন্দৰ!
অসমীয়া বিশেষ পৰিচয়।।
ধুনীয়া লাগিছে বাইদেউ ❤
Bor dhunia geet .Bornali baa kotha ki kom Sangeet jogotor Rani Hoi.. Bihu mane Bornali baa.Ki mitha kontho.Zublee baa ru Maitrayee baa val gasie❤
উফ এয়া হে বিহু❤
সঁচাই খুব ধুনীয়া হৈছে বা ❤
বহুত ধুনীয়া লাগিল।। ❤ আগলৈ এনেকুৱা উপহাৰ পাই থাকিম বুলি আশা কৰিলোঁ।
বৰ ধুনীয়া লাগিল
Undoubtedly unique, authentic and brilliant project!!❤❤❤
Khub bhaal lagil huni ❤
Bhut bhut vl lagile ❤❤
Authentic & beautiful ❤
It's amazing 🎉
Bor bhal lagil. Unique concept.
অতি সুন্দৰ... বহুত ভাল লাগিছে।
বহুত ধুনীয়া হৈছে ❤️❤️
Bor DhuniA jeng bihu❤
Bihu Bihu lagise..Birat Dhuniya hoise bihuti🎉
Maza baa ❤
Dhuniya lagise video tu ❤❤
Bahut Bhal Hoiche
Bohu dinor murot pure husori hunilu....3queens of assamese singing industry ❤
Mojja❤
Such a lovely melodious song! Simply loving it. I wish I could understand the lyrics completely. I need to wait to meet my wife to understand it completely.
Can someone put an effort to write the lyrics in comment section in Assamese please? Then non-assamese/beginner assamese speakers like me can cherish such a beautiful creation 100%. Google translate does it quite well already. Or an English version of lyrics will be even more helpful.
Once again, all the best to the entire team ❤
সুন্দৰ ❤❤
Fantastic 😍
বৰ ভাল পালোঁ। অভিনন্দন আৰু শুভকামনা।
এনেকুৱা জেং বিহু পাবলৈ নাই আজি কালি। মাঘ বিহু সময়ত দিব লাগিছিল।।❤🎉
Bihu bihu vibe ❤❤
জয় আই অসম 🌄🌎🧡🤍💚🇮🇳
একেবাৰে বিহু বিহু লাগি গৈছে❤️
জেং বিহু খুব সুন্দৰ হৈছে। ❤
Music Exceptional ❤
বহুত ভাল লাগিল।মোৰ ঘৰ আঘোণী বাৰীত।
Appreciate that it is kept raw… loved it. ❤❤❤
Bohut bhal lagil huni👍👍👍👍👍
Nice song baa ❤❤
Guys Finally 1 February t Mr Face Reveal Krim Xb a Comment Krba
@@Comment_Man_Of_Assam but I don't want to see your face 😆
@@Sorry257K😂😂 Hype Bonay Asu
@@Comment_Man_Of_Assam and we are not interested to see your face.
3 gems of assam in one frame❤
Bohut val lagil ba💚💚💚💚
True masterpiece ❤❤❤
Nice song ❤
Hosa koi val lagi gol love from bongaigaon ❤❤
বৰ ভাল লাগিল বা ❤❤❤
Khosake koisu Bohut Dhuniya Huise Video 📹 To ❤❤
Fantastic... keep doing good... best wishes 👍
এয়া আমাৰ বিহু আমাৰ অসমীয়াৰ বিহু❤❤❤❤
My favourite zublee baa❤❤
Iman hundor ❤
খুব সুন্দৰ ❤
যুবলী বা, বৰ্ণালী বা, মৈত্ৰীয়ে বা তিনিওজনীও মোৰ প্ৰিয় ❤
ধুনীয়া জেং বিহু।
ধুনীয়া 🎉
Dhunia hoise
Bohut val lagil baa❤
Borhiya 👍
😅duyujoni baa ❤mojja
ধুনীয়া লাগিল৷
Dhunia song ❤
গহপুৰৰ পৰা মৰম জনালো ❤
বহুত ভাল লাগিল 😢
বহুত ধুনীয়া❤
Three 💎❤
ধুনীয়া বা
সুন্দৰ
Dhunia hoise ba
Amazing ❤
সুন্দৰ প্ৰয়াস 🎉
This is Wholesome❤❤❤❤.