Very very sweetable the Assamese folk songs was sung by Subhas Nath about the the king singer Jubin Garg.I like support his songs .That is why his heart touching songs is a valuable property of Assamese cultural field.
Bhut vl lagil subhas daa many many congrazulation. & nice your voice ..god bless you always...& gd help of my loving and favourite singer Mr Zubeen daa's good health..long live zubeen daa
সুৰীয়া বাঁহীৰ মাত আৰু আপোনাৰ সুমধুৰ কণ্ঠত উচ্চাৰিত বৰগীত শুনি সঁচাই মন প্ৰাণ চুই গল। আপুনি নাগাৰা নামৰ লগতে বৰগীতৰো সুন্দৰকৈ চৰ্চা কৰিছে। আপোনাৰ সু আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ সুভাষ দা। 🙏
Hearth touching loka geet.
🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔
Uyg
Ududydjd
মাটত মৌ লগা, শব্দত হূদয় কপোৱা এনে অপূৰ্ব সূন্দৰ গান আগলৈও যেন শুনিব পাও তাৰে কামনাৰে সুভাষ দা
বহুত বহুত ভাল লাগিল মোৰ প্ৰিয় লোকগীতৰ অন্যতম এটি গীত ইমান সুন্দৰকৈ গাইছে ভাল লাগিল ❤ লখিমপুৰৰ পৰা মৰম যাছিলো।
ইমান যে মধুৰ। গোপীৰ হৃদয়ৰ আৱেগধালি গাইছা।টাতে বাহীৰ হিয়া কপোৱাসুৰতুমি আগবাহি যোৱাবোপাই।আশীবাদ দিছো।কৃষ্ণ।
❤😂
সুন্দৰ লাগিছে,আৰু গাই যাব মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ
😂😅😂😅😂😅😂😅😂😅😂😅
এজন ভাল শিল্পী বিচাৰি পাইছো আপোনাৰ কণ্ঠত।বৰ ভাল লাগিছে গীতটি,কণ্ঠও সলাগৰ যোগ্য।।মাথো এৰি নিদিব, আপোনাৰ দীৰ্ঘায়ো কামনাৰে এমাহত ৪/৫ টি গীত শুনিবলৈ পাম বোলি আষা কৰিলো।।
মন প্ৰান ভৰি গ'ল ♥️
ভগৱানে আপোনাক ও সদায় সুস্থ কৰি ৰাখক প্ৰাৰ্থনা জনাইছোঁ 🙏🙏।
*বহুত বহুত ধন্যবাদ জনালোঁ।*
সুভাষ দা আপোনাৰ এনেকুৱা গান শুনিলে সৰু সুৰা বেমাৰো ভাল হৈ যাব,কি অপূৰ্ব কন্ঠ আপোনাৰ,আগলৈ আৰু এনেকুৱা গান শুনিব পাম বুলি আশা ৰাখিলো
বান্ধৱ হে .. 🙏 খুবেই প্ৰিয় ♥️এনেকুৱা ভাল ভাল কাম কৰি যোৱা সদায়
ভগৱানে এইখিনি শক্তি দি যাওক তোমাক লগতে জুবিন দা আৰোগ্য হওক 🙏🙏
বহুত ভাল লাগিছে ধন্যবাদ হলিৰ সুভকামনাৰে
Very nice
Ritusmita Talukdar mojja
Dhuniya laaggil dada
Lllllllllllllllllll
সুভাষ দা আপোনাৰ গীতটো চালো বহুত ভাল লাগিছে , দেউতাৰ আৰু মা আপোনাৰ গীতটো শুনি বহুত ভাল পাই , আপোনাৰ অনুস্থান বিলাক চাই লাগে দাদা ,
অতি সুন্দৰ কণ্ঠদান।হিয়া ত চুই গৈছে।সূভাস দা আৰু এনেকুৱা গীত পোৱা ৰ আশাৰে ,ধন্যবাদ।
mojaa hoishi subash da❤😍🥰
খুবেই সুন্দৰ হৈছে দাদা। জুবিন দাক গাবলৈ দিব এবাৰ নতুনকৈ
বাপ প্ৰথমে সেৱা আগবঢ়াই।এটি অনোৰোধ আকৌ এই বোৰ গীতৰ শৰাই পাম বুলি আকৌ এবাৰ সেৱা ধৰিলো। কৃষ্ণ।
অমিয়া সুৰ ,বৰ ভাল লাগিল দাদা । সুৰৰ যাদু ,অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰিয়া দেৱক আপোনৰ এই লোকগীতৰ মিনতী দ্বাৰা দিৰ্ঘাও হওক । আৰু লগতে আপোনাকো ভগৱন্তই সু স্বাস্থ্য প্ৰদান কৰি অসমৰ লোকগীতৰ সেউজী পথাৰখন আৰু এখোজ চহকী কৰিবলৈ সু মতি প্ৰদান কৰক ।
Pqq. J
বৰ সুন্দৰ পৰিবেশন , তোমাৰ কন্ঠৰ গীত সমুহ শুনি থাকিলে শুনি থাকিব মন যায় আমনি নালাগে , ঈশ্বৰে আগুৱাই নিয়াত সহায় কৰক আৰ্শীবাদ কৰিলোঁ 🙏
Subhash nath da apunar nagara naam ba gan jiyei nhowk xunile suni thakibolei mon jai..apunar konthor jadu ase..apuni aagbarhi jawk dada..
সুন্দৰ কন্ঠ নিগৰাইছে। খুবেই ভাল লাগিছে। ভগৱান তোমাৰ লগত সদায় আছে।
বহুত ধুনীয়া হৈছে বাপা আমাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে , এনেকৈয়ে আগুৱাই যোৱা ।
U🙄1
Bohut bohut dhuniya hoise 🙏🙏🙏
অতি সুন্দৰ সুমধুৰ কণ্ঠস্বৰ শুনি আপ্লুত হৈছোঁ ।আগলৈ এনেকুৱা সংগীতবোৰ শুনিবলৈ পোৱাৰ আশাৰে শুভেচ্ছা ও শুভকামনা কৰিছোঁ ।
ভাল হৈছে সুভাষ,তুমি আগবাঢ়ি যোৱা । অতুল হাজৰিকা দক্ষিণ চুবুৰী
আাৰু আগবাঢ়ক৷ বহুত বহুত ধন্যবাদ আপোনাক এটা সুন্দৰ লোকগীত আমালৈ আগবঢ়োৱাৰ বাবে৷ 👍🙏🙏🙏
A
N1a.2.
Z.16
সুন্দৰ কণ্ঠ । খুউব ভাল লাগিছে তোমাৰ গীত তো তথা ৰচনা সমুহ । কৃতকাৰ্য্যতা কামনা কৰিলো পভু ভগৱন্ত ৰ ওচৰত । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
সুভাষ -- তোমাৰ অধিক সফলতাৰ আশা কৰিলোঁ
ধুনীয়া হৈছে
Hundor👌
লোকগীত ক আৰু আগুৱাই লৈ যোৱত আপুনি বহুত অবদান আগবঢ়ালে।ধন্যবাদ দাইদে।❤
Oh,,god ,,so sweet,
Suvas da ,,mon pran vori goise .
Bandhab he ..ee ..ee ..ee.. a., Sur 2 bhut vl lagise .🌹❤️
সুন্দৰ ,,,,ভাল লাগি গ'ল শুনি 👍
ইমান সুন্দৰ লাগে সদায় শুনি থাকো ,আশা ৰাখিলোঁ আৰু যেন শুনি থাকিম , লগতে ঈশ্বৰে আপোনাক কুশলে ৰাখক কৃষ্ণ কৃষ্ণ।
Bohut dhuniya hoise dada mon sui gol
ইশ্বৰৰ মহিমা অপাৰ নিভাজ কন্ঠ সুন্দৰ সুস্বাস্থ্য কামনা কৰিলোঁ জয় শ্ৰী ৰাম৷
Ati shundar lagise.vagabane aguae juyat shahay karak.
সুব সূন্দৰ মিঠা কন্ঠ আপোনাৰ যেন অমৃত পান কৰি আনন্দ লাভ কৰিলো
অতি সুন্দৰ হৈছে নাথ ভাই ।
তুমাৰ কন্ঠশিল্পীৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা হোৱা কামনা ভাইটি
বাহীৰ মাত অতি মনোমোহা 👌👌💘💘
চাৰি মাহ মান হ'ল,সদাই শুনু এবাৰ।বৰ সূন্দৰ হৈছে
ইমান ধুনীয়া কন্ঠ ❤
তোমাৰ এই যাত্ৰা অবিৰাম আৰু অবিৰত হওক ।। খুব সাৱলীল কণ্ঠ তোমাৰ মই তোমাত প্ৰথম অনুৰাগী ।। গীত টোত জুবিন দাৰ বিষয়ে যে বুজাইছে ফুটি উঠিছে ।। আশা কৰোঁ দাদাই খুব ভাল পাব ।। শুভেচ্ছা থাকিল ।।
Pp
Nyc
হৃদয় চুই গৈছে ❤❤❤
অতি সুন্দৰ হৈছে নাথ ।
গীত টো সদায়ে ৰাতি এবাৰকৈ শুনি টোপনি যাও ।
ধন্যবাদ ।
ভাল লাগিছে সুভাষ দা সুন্দৰ কণ্ঠ
হয়, খুব সুন্দৰ ।
সুমধুৰ গীত ❣️🙏
Bohut Val lagil khuni naam tu🙏🙏🙏
Bhut bhut dhuniya kokaideu...
Hokolu bur aru agoloi Jen ag barhi jai tare kamona korilu... 👍👌❤️😘🙏
Dhuniya lagil gan2 xhuni ❤️❤️❤️🙏
Nice ...so cute voice suvash dada...apunar naam Mur bhut vl lage...agloi aru vl hok apunar 🙏
Xosay bhut bhut val lage aibur lokogeet🙏🙏
বহূত ভাল হৈছে
Dhuniya lagise
তোমাৰ প্ৰচেষ্টাত এই চিয়া গীত শুনিবলৈ পালো,ভাল লাগিল।
সুন্দৰ হৈছে আগলৈও এনে গীত শুনিশুনিবলৈ পাম বুলি আশা কৰিলো
হৰে কৃষ্ণ প্ৰভু , বহুত ভাল লাগিল
Ki hundor kontho .aguwai juwa
এই লোকগীতটো আপোনাৰ কণ্ঠত শুনা খুব হেঁপাহ আছিল দাদা।👍👍👌👌
ধন্যবাদ জনালোঁ
মধুৰ কণ্ঠ। ❤❤
অতি সুন্দৰ 🙏 কৃষ্ণ
সুৰ শব্দ বহুতেই সুন্দৰ ভাল লাগিছে।
সুন্দৰ হৈছে
Dhuniya lagise xuni..Zubeen dak val powa manhu bahut ase xasai de
বহুত সুন্দৰ গাইছে 🙏
👌👌👌👌aponar lokgeet first' xunilu....bohut Val lagil xuni
Very nice song& very sweet voice
Eman je dhunia lage apunar git xuni kobo vaxa nai dada great aru akhibad dishu aru aguai jaok dada
বহুত ভাল পালোঁ ।
গানৰ সুৰ, বাজনা, আৰু লহৰ ভাল হৈছে, ধন্যবাদ
bor sundar hoise
বা কি সুন্দৰ কন্ঠ
আপোনাৰ মধুৰ কন্ঠৰ সৃষ্টিৰাজি শুনি বহুত বহুত ভাল লাগিল । অতি সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে ধন্যবাদ।
Fdee~♥~~♥~
Ati sundar love it🥰
Aaponar gaan bor bohut vall lage
Subhash da khub bhal lagil.
সুন্দৰ দাদা । আৰু লোক গীত শুনিব পাম বুলি আশা থাকিল ।
Bah bahut val lagise apunar xur
Krishna... Bohut vl lgise apunr gan2... Aru anekuwa provur kthak loi lokogeet bonauk. Krishnai apunk kreepa krok
দাদা বহুত ভাল লাগিছে গীতটি মই সদায় শুনো ❤️❤️❤️👌👌👍🔥🔥🔥🔥🔥
Awesome....... Iman xundor
বিন্ধা বনৰ মাজে মাজে সেউজীয়া প্ৰকৃতি ফুলৰে বাৰি ময়োৰীয়ে ধৰে ছালি মাঠাৰে জিলিকে শুবণ কিৰিতী হাতে সিঙা বাঁহী ওঠৰে তিৰে বিৰে মনোহৰ হাঁহি গ'লে ফুলে বকুল ফুলৰ মালা ধাৰী খোজতে লৰে নুপুৰ বজাই তেওঁ য়ে বণমালী তেওঁ য়ে মোৰ প্ৰাণ ধন হৰি ❤❤ইতি তোমাৰ মৰমৰ প্ৰিয়ে মোৰ সছা হৃদয়ৰ এখনি মধুৰ কল্পনা পুথিৰ ভাষাৰে
সুন্দৰ হৈছে সুভাষ দা,,,, বৰ ভাল পালো শুনি ,👌👌👌
অতি মনোৰম। এইবাৰ বাণীবন্ধন কৰিলে খবৰ কৰিব বজাই দিম।
অতি সুন্দৰ 💕
ইশ্বৰৰ মহিমা সচাকৈ মানিছো । এইবোৰ গীত শুনাৰ লগে লগে সকলো দূখ কষ্ট ভাগৰ পাহৰি যাও । হে প্ৰভু 🙏🏾
Bht bht bhal lagise..krishna
Very very sweetable the Assamese folk songs was sung by Subhas Nath about the the king singer Jubin Garg.I like support his songs .That is why his heart touching songs is a valuable property of Assamese cultural field.
বহুত ধুনীয়া লাগিছে
Val lagil Subhash da.Love u zubeen da
Tini bar xunilu...bohut dhunia hoise.. Subhash da
Bohut hundor dada huni takibo mon jay ❤👌
Moiu xub xunu
অন্তৰ চুই গৈছে গানটোই,♥️♥️♥️♥️♥️♥️♥️♥️
ধন্যবাদ জনালোঁ
Nice
সচাকৈ বহুত ধুনীয়া গীত
সুন্দৰ দাদা।
Subhah da bohut hundar mat aaru agolyi huniblyi pam
Dhuniaa dada 👌👌👌
Bhut vl lagil subhas daa many many congrazulation. & nice your voice ..god bless you always...& gd help of my loving and favourite singer Mr Zubeen daa's good health..long live zubeen daa
Bohut val lagil Dada 👍
My favourite song👌 .....Bohut dhuniya hoise Dada 😍
Subash da mind blowing, go ahead & joi Zubeen da
🥰🥰🥰 vaxa nai kobole.ki hundor poribexon.ai kontho dirghojibi houk
সুন্দৰ সুভাষ👌👌
Dhuniya lagisedei dada