Jai O Kanu Bai Benu(যায় অ' কাণু বায় বেণু),Original-Khogen Mohanta,New version-Mohendra Hazarika
HTML-код
- Опубликовано: 15 сен 2024
- A evergreen Assamese song,sung by legend Assamese singer Khogen Mohanta.New version created by famous singer Mohendra Hazarika
এই গীত বিলাক অসমীয়াৰ জীৱনৰ আয়ুস ৰেখা । এই গীতৰ শেষ নাই।বহুত দিনৰ পিচত শুনিচো।
পুৰণি গীত বোৰৰ ভাষা সুমধুৰ বুজাব নোৱাৰা মাদকতা 🎉❤
Eman j vl lage gantu antor atma touch kore 😍😍😍 👌👍 bhogoban respect, Krishnar proti mormr abeg, anubhuti, maane nui kribo nuwari 🙏😘😘😘
এনেকুৱা গীত এটাই কিছুমান শিল্পীয়ে গোৱা হাজাৰটা গীত তকৈ হাজাৰ গুণেই ওপৰত ।
অতি সুন্দৰ সংগীত । সৰুতেও শুনিছিলোঁ । বুঢ়া হলো এতিয়াও বহুত ভাল লাগে
অতি সুন্দৰ গান।সদায় এনেদৰেই জিলীকি থাকিব চিৰ সেউজ হয়।।।
এই গীতবোৰ সঁচাকৈ শুনিবলৈ বহুত ভাল লাগে আমনি নালাগে ❤❤
এইবোৰ গীতৰ লগতে কন্ঠশিল্পী জনো সদায় অমৰ ❤
🤗🤗😊😊 vakha nai kobole eman dhunia.. gaan .. xunilei deh nom xiori uthe.. like kune kune xuni asa Mur dore ane gan valpwa ... xokol..🤗🤗🤗🤗
Apuni olap agote hunise moi tu hodai hunu 🤣🤣🤣
Super song as it says old is gold.এই বোৰ সুমধুৰ সঙ্গীতৰ কেতিয়াও মৃত্যু নহয় ।
Right 👍
এই গীত টি মই সুব শুনি থাকো। সুন্দৰ গীত।
মোৰ ভালপোৱা গীতৰ ভিতৰত এই গীতটো আৰু গায়ক মহেন্দ্ৰ হাজৰিকাৰ (কন্ঠদান) প্ৰথম তিনিটাৰ ভিতৰত স্থান দিও সদায়ে। মহেন্দ্ৰ হাজৰিকা ৰ বিপ্লৱী গীত বোৰে সদায়ে মোক আকৃষ্ট কৰে আৰু মোৰ আটাইতকৈ প্ৰিয় গীত । তেওঁৰ সুস্বাস্থ আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ
এই গীতটিৰ প্ৰকৃত গায়ক "খগেন মহন্ত" ডাঙৰীয়াক শ্ৰদ্ধাৰে সুঁৱৰিছো।
এইটো খগেন মহন্ত গীত ❤
@@prabandutta5662 হয়
ধন্যৱাদ
Hoi
Puroni gitor homahar ,,, tate akou oxomiya bhaxar kontho swor hunilei mon pran juruwa,, axomiya gitor kothai blg ata omrit,,,,,,,, ❤❤
সুন্দৰ সুমধুৰ পুৰনি গীত, আজিও প্ৰাসংগিক হৈ আছে,গায়কক ধন্যবাদ ।
I lovethis song
Assam Assamese beautiful song ❤❤🎉🎉😊😊
মন চুই যোৱা এই পুৰনি কলীয়া গীতবোৰ শুনি ।
Ane bur gaan huni thakile amoni nalage..,, khub hundor geet .❤️❤️❤️❤️❤️❤️❤️💞💞💞💞💞💞💞💞💞💞
@Nur Ahmed 1
এনেকুৱা গীত বিলাক চিৰযুগমীয়া প্ৰতি জনৰ মানুহৰ অন্ত ৰত এই গীতবিলাক সোমাই আছে।
8
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊@@isengfakonwarshortsvideo
মোৰ জীৱনত আৰু হৃদয়ত বজা একমাত্ৰ গোৱা গানটি....!!!
মোৰ অতিকে প্ৰিয় চিৰ সেউজ গীত সমুহৰ অন্যতম এইটো। আপোনাৰ কণ্ঠত আৰু অধিক সুন্দৰ হৈ উঠিছে দাদা।
এই গান বোৰ শুনিলে মন বোৰ বহুত ভাল লাগি যায় ❤
Purani gaan bila kat madhur Rash r ni china mitha lage ata gane bar bar suni bo iccha jay.old is gold.❤
পুরনি গান, তথাপিও আজিও প্রাসঙ্গিকতা আছে। খুব ভাল লাগিছে।
পুৰণি গীত শুনি ভালপাওঁ
খগেন মহন্ত বৰতাৰ এটি বহুত জনপ্ৰিয় গীত। মহেন্দ্ৰ হাজৰিকা দাদাৰ কন্ঠত শুনি বহুত ভাল লাগিল। বৰতা তুমি যতে আছা ভালে থাকা তোমাৰ চিৰসেউজ গীত বোৰ সদায় থাকিব আমাৰ মাজত😍🙏❤️। in future পাপণ দাৰ কন্ঠত তোমাৰ গীত বোৰ শুনিবা পাম বুলি আশা থাকিল।
চিৰ সৈউজ গীত ,মহান শিল্পীজনাৰ।
Joi Ai Axom ,Khogen da Aako Abar jonmo loi boli vabo🙏🙏🙏🙏🌸🌹🌺🌸🌹🌺🙏🙏🙏🙏🇮🇳🙏🇮🇳🙏🇮🇳🙏🇮🇳🚩🚩🚩🚩🙏
একদম ঘাতিয়া গান,, মোক বাৰে বাৰে কন্দুৱাই দিয়ে....😭😭😭😭
Really dost বৰ হি্দয় স্পৰ্শী ❤❤❤
ঘাতিয়া বুলি ক'লে যে
Nohoi ghatiya
Gan tu ghatiya nohoi apuni ghatiya hoi
❤😢 i love is this song❤
শুনিলে শুনি থাকিবৰ মন যায়
বৰ সুন্দৰ গীত ।শুনিলে শুনি থাকিবলৈ মন যায় ।
Uuf ki ja hur bor hundor nice so good ❤❤❤❤❤❤❤
বহুত ভাল পাঁও এই গীতটি ।
Excellent 1. Om namah shivaya
সুন্দৰ সোমোধুৰ
হৃদয়স্পৰ্শী গীত 😔❣️
❤❤❤
Love 💕💕💕 u zubeen dada..... Apunar gaan gai dangar holu....❤❤❤❤
Bohut vaal loga geet aibur. Bohut vaal lage❤❤❤❤
অমৰ সৃষ্টি।শুনি শুনি আপোন পাহৰা হৈ যাও।
ভাষা নাই কিহেৰে বুজাম কিমান মধুৰ আপুনি ভগৱান ৰ আশীৰ্বাদ আপোনাৰ দিৰঘায়ু কামনা কৰিলো।❤❤❤❤❤❤
9 .9 .2022 আজিৰ দিনটোত এই গীতটো মোৰ দৰে কোনে কোনে শুনি আছে বাৰু। বৰ সুন্দৰ গীত নহয়নে?
Hai dada 💥🔥
R🎉🎉u😮😢😊🎉@@Rahul33982
অতি সুন্দৰ সংগীত শুনিলে শুনি থাকিবৰ মন যাই
এইটো গান দেউতাই গাই থকা আছিলে , এতিয়া শুনিলে দেউতালৈ মনত পৰি যায় ।
Eman sundor gan suni monto bohut bhal lagise
.
মহেন্দ্ৰ হাজৰিকাৰ সুৰৰ অতি মিঠা।
Dhunia tumar ai geet bur lage mur jana bisara tumak keleai jana napawtumak bisarieleo saibabei likhilujanan..........❤
জিয়াই থকা দিনলৈ শুনি থাকিলেও ভাগৰ বা আমনি নালাগিব ।
Hiya joor pora geet proyato Khagen da
মনতো বহুত ভাল লাগিছে বহু দিনৰ মূৰত ভাল গান এটা শুনিব পালো ।
Nice song...Mon sui jowa eti mitha mitha geet.
বাৰে বাৰে শুনিলেও মোৰ হেঁপাহ নপলাই।
খগেন মহন্ত প্ৰাণ ঢালি গাইছে।
বৰ ধুনীয়া
What a wonderful song and what a beautiful performance❤❤❤🙏🙏🙏
এইটো গান বহুতে গাইছে কিন্তু আপোনাৰ নিচিনা গাব পৰা নাই
বহুত ভাল লাগিছে চাৰ
Old is gold yar.. nice song
Nice song
@@suminicesongdevi2793 ককশঅঅঅধধ
অতি সুন্দৰ গীত 👍👍👍👌👌👌👌👌
Old is gold . Very very good song
Xorute khub xunisilu gaantu..Priyo geet mur
Ssssssssass
Dhunia gan dei voice uff❤❤❤
I think this song is the ultimate and superb in Assamese film ever. One and only. Thanks.
বহুত বহুত ধুনীয়া লাগে এনেবোৰ গীত সুনিলে আমনী নালাগে
One of the most beautiful Assamis song ever.i love it
very nicr song
Moi Katia ajinanar maia
Most Beautiful Older singer Fantastic.
Jaay o kanu bai benu duranir mathura loi jai......❤️
Mor bhut val lage ai gantu
সুন্দৰ গীত❤❤❤
সেই সৰুতে এবাৰ শুনিছিলোঁ, আৰু এতিয়া মোৰ বয়স 30 ।
নাজানো এতিয়ালৈকে কিমানবাৰ শুনিলোঁ হিচাপ নাই। আৰু আগলৈ কিমানবাৰ শুনিম নাজানো। কিন্তু যিমান শুনিলেও আমনি নালাগে।
Dhunia gan❤❤❤
Old is gold.. Oti khundor
Tini jon singerr voice hunilu kintu mohendra hazarikar voice tuhe bhal palu,
Mhendra.hajorika...is.my.fevouret..singar..
ভাল লগা গান ।সুন্দৰ গীত
its a evergreen song of Assamese culture....i love my motherland and our lovely culture...jai Aie Axom.
Thank you creative mind..
সুন্দৰ
Bohut bhal lagise gaantu
Moja
Nice song
Najanu ai geet tu khunile Kiya ba saku Pani ulai jai.........mor otikoi vl powa gan aitu
Mozza
Oti Sundar song suni amoni nalage suni thaki ba man jai
মই এই গীতটো যিমান বাৰ শুনিব দিলেও শুনিব পাৰিম
Looking IMO ka. Ka o. lok m
Hoi o kaido,alah nlga gan ibur
@@moninhazarika7168 ppp0
Right
000
❤❤ মিছ কৰিছোঁ মহেন্দ্ৰ দাদাক❤❤
মুৰ ভাল লগা সংগীতৰ এয়া এটা 🙏
মোৰ প্ৰিয় গীত আৰু গীতটো শুনিলে মন সাত পৰি যায়
Bor sundor lage mur aai gaan too moi give more welcome to see all assames friend. Chandra Dev Das 9954380929 wel.abc
Aei geet tu shunile saru kalor smriti manat pore khub shrila geet
Bohut vl loga gan aibore sagen
Mahanta debr ai gan to Mahendra Hazarika devr kanthat bohut vl loga hoise xuni
Vl lge khuni
Mojaa
হে বৰদেউ আপোনাক শত প্ৰনাম।
Mazaaaa
Lovely song
Super song as it says old is gold ❤❤❤❤❤
লাখ,কৌটি বাৰ নমস্কাৰ আপোনাক।
খগেন মহন্তক মনত পৰিলে আৰুদুখ লাগিল হাজৰিকাৰো ভাল হৈচে
যেন কোনোবা আপানজনৰ বিদায় বেলা৷
Very nice
গানটো পাই ভাল লাগিল।
ধন্যবাদ, এনেকুৱা গান শুনি বহুত ভাল লাগিল
এই বিলাক গান ফাঙচনত বজালে তামাম লাগে।
ভাল লাগিল ❤
সুন্দৰ,মোৰ অতি প্ৰিয় গীত ৷
ভাল লাগিল
মোৰ বৰ প্ৰিয় গীত'শুনি থাকিবলৈয়ে মন যায়। যতেই আছা তুমি কুশলে থাকা।🙏🙏🙏🙏🙏🙏🙏🙏
আমনি নালাগে হোনি❤❤❤