essay on bhimbor deori | ভীমবৰ দেউৰী | bhimbor deori | bhimbor deori history |

Поделиться
HTML-код
  • Опубликовано: 20 дек 2024

Комментарии • 4

  • @muziburrahaman6709
    @muziburrahaman6709 3 месяца назад +1

    Very good

  • @nomaldeori4711
    @nomaldeori4711 Год назад +1

    মহম্মদ আলী জিন্নাৰ লগত দিল্লীৰ ইম্পেৰিয়েল হোটেলত টেবুলত ঢকিয়াই কেনেকৈ বৰ অসমক পাকিস্তানৰ লগত অন্তৰ্ভূক্ত হোৱাৰ পৰা বচাইছিল, বৃটিছ গৱৰ্ণৰ লৰ্ড ৱাভেলৰ লগত যুক্তি সহকাৰে আলোচনা কৰি বকেৱা ধনৰ ৪কোটি টকা অসম চৰকাৰৰ ৰাজকোষললৈ আনিবলৈ সক্ষম হৈছিল আৰু অসম খন বিদেশীৰ চৰনীয়া পথাৰ নহ'বলৈ ইনাৰ-লাইন পাৰ্মিটৰ প্ৰৱৰ্তনৰ কাৰণে সদনত প্ৰথমে দাবী উত্থাপন কৰিছিল। এইবিলাক কথা কিয় উল্লেখ নকৰিলে??

    • @SwadeshAdhyayan
      @SwadeshAdhyayan  Год назад +1

      আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ 🙏। ৰচনা হোৱা হেতুকে থুলমূল কথাখিনিহে ইয়াত আলোচনা কৰা হৈছে। সেয়ে সকলো দিশ বিতংকৈ আলোচনা কৰা হোৱা নাই। পৰৱৰ্তী সময়ত নিশ্চয় অন্তৰ্ভূক্ত কৰিম।