#DeoriTribe
HTML-код
- Опубликовано: 24 янв 2022
- #DeoriTribe #IndigenousCommunities #Culture #Namdeori #Jorhat #Assam #Assamflash
#DiscoverDivine
The Deori are the one of the major indigenous communities of Assam.. They have a unique tradition and culture.. Deori tribe is mainly divided into four groups namely Dibongia,, Borgoya,, Tengaponiya and Patorgoya.. Recently We had visited into Namdeori and tried to show the beautiful cultural picture on Deori Communities.. Развлечения
ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে ASSAM FLASH ক ধন্যবাদ জনালোঁ ।
আপং নকয় আমাৰটো চুজে কয়
আন্তৰিকতাৰে স্বাগতম জনাইছো। ধন্যবাদ ভুলবোৰ আন্তৰিকতাৰে দেখুৱাই দিয়াৰ বাবে।আগলৈও এইদৰেই উৎসাহিত কৰিব আমাক 🙏🙏🙏
Apong Dém Ngöluké AboTani Agömpépak Ludak ❤🙏🏻😊
Nicely expressed about Deori tribe.
Nice i love deori
বাইদেউ আপোনাক dainiyabad জনালোঁ।।
Bor dhunia poribekh.
Keshab Deori WB
Nice
অতি সুন্দৰ
Moi class 10 student vall lagil information tu dyar babe 🙂
Vare nise
Nice and good program.
Bhal hoise postab Tu kin2 ai Tu missing homporodai lok hole he koi apung kin2 deori t ai Tu suje buli koi
ধন্যবাদ A F
আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলো আপোনাৰ এই সুহৃদ সহাঁৰিৰ বাবে 🙏🙏
So nice, এই video টোৰ পৰা বহুত মানুহ উপকৃত হ'ব! বিশেষকৈ APSC ৰ বাবে যিয়েই প্ৰস্তুতি চলায় আছে! তাতোতকৈ ডাঙৰ কথা টো হল যে এই video টোৰ জড়িয়তে অসমৰ লোক সকলে দেউৰী সম্প্ৰদায়ৰ বিষযে বহুত কথা জানিব পাৰিব। মই এই video টোৰ জৰিয়তে বহুত দৰকাৰী কথা জানিব পৰিলোঁ। Thank you so much ASSAM FLASH 🙏🏻🙏🏻
Apong nhoi chuje buli koi 😢
১৯৫৬ চনৰ পৰা দেউৰী জাতি সংবিধান অনুসৰি , দেউৰী জনগোষ্ঠীৰ জনজাতিৰ আখ্যা দিয়া হয়। বাইদেউ, মিদিকু অৰ্থাৎ দেওশালত জিমুছিয়া নামৰ এজন মিৰিক (দেৱতাক) দিয়া হয়। এজন দেৱতাৰ নাম অনুসৰি এটা জাতি হ'ব নোৱাৰে। দেউৰী প্ৰতি শব্দ অৰ্থ মিদিৰি। গোলাঘাট থকা তামৰ ফলি অনুসৰি ১৪০০ শতিকাৰ প্ৰথম ভাগত পৰা মিদিৰি সকলক দেওৰি বুলি কোৱা হৈছিল। কালক্ৰমত দেওৰি পৰিবৰ্তে সংবিধানত Deori অসমীয়াত দেউৰী বুলি কোৱা হৈছে। যেনেকৈ বহাগ বিহুৰ পৰিবৰ্তে আজি কালি ৰঙালী বিহু , দেউৰী সমাজতো বহাগ বিচুৰ পৰিবৰ্তে ইবাকু বিচু বুলি কিছুমান গাঁৱত পাতিবলৈ লৈছে।
Rice beer tuke Deori vasat Apong buli kuajai naki.Apong buli kuatu Arunachalor Adi janjati hokolor vasa naki.apunar Deori vasa pora kole bhal asile
Tt
Suje buli koi