ভাগৱত পাঠ ও ব্যাখ্যা ।। জ্ঞানী জচবীৰ সিংদেৱৰ দ্বাৰা মহৎ ব্যাখ্যা ।। Gyani Jasbir Singh Bhagawat Path

Поделиться
HTML-код
  • Опубликовано: 17 май 2024
  • ভাগৱত পাঠ ও ব্যাখ্যা ।। জ্ঞানী জচবীৰ সিংদেৱৰ দ্বাৰা মহৎ ব্যাখ্যা ।। Gyani Jasbir Singh Bhagawat Path
    নমস্কাৰ, সমূহ অসমবাসী ৰাইজলৈ বুলি আগবঢ়াইছোঁ অসমীয়া ভাষা সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ এটি RUclips চেনেল MONIKANCHAN
    আপোনালোকে এই চেনেলটোৰ জৰিয়তে অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত জড়িত প্ৰত্যেকটো ভিডিঅ' উপভোগ কৰিব পাৰিব সম্পুৰ্ণ বিনামূল্যে.
    আপোনালোকৰ আশীৰ্বাদ বিচাৰি Team মণিকাঞ্চন |
    𝐅𝐚𝐢𝐫 𝐔𝐬𝐞: "𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐃𝐢𝐬𝐜𝐥𝐚𝐢𝐦𝐞𝐫 𝐔𝐧𝐝𝐞𝐫 𝐒𝐞𝐜𝐭𝐢𝐨𝐧 107 𝐨𝐟 𝐭𝐡𝐞 𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐀𝐜𝐭 1976, 𝐚𝐥𝐥𝐨𝐰𝐚𝐧𝐜𝐞 𝐢𝐬 𝐦𝐚𝐝𝐞 𝐟𝐨𝐫 "𝐟𝐚𝐢𝐫 𝐮𝐬𝐞" 𝐟𝐨𝐫 𝐩𝐮𝐫𝐩𝐨𝐬𝐞𝐬 𝐬𝐮𝐜𝐡 𝐚𝐬 𝐜𝐫𝐢𝐭𝐢𝐜𝐢𝐬𝐦, 𝐜𝐨𝐦𝐦𝐞𝐧𝐭, 𝐧𝐞𝐰𝐬 𝐫𝐞𝐩𝐨𝐫𝐭𝐢𝐧𝐠. 𝐭𝐞𝐚𝐜𝐡𝐢𝐧𝐠, 𝐬𝐜𝐡𝐨𝐥𝐚𝐫𝐬𝐡𝐢𝐩, 𝐚𝐧𝐝 𝐫𝐞𝐬𝐞𝐚𝐫𝐜𝐡. 𝐅𝐚𝐢𝐫 𝐮𝐬𝐞 𝐢𝐬 𝐚 𝐮𝐬𝐞 𝐩𝐞𝐫𝐦𝐢𝐭𝐭𝐞𝐝 𝐛𝐲 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐬𝐭𝐚𝐭𝐮𝐭𝐞 𝐭𝐡𝐚𝐭 𝐦𝐢𝐠𝐡𝐭 𝐨𝐭𝐡𝐞𝐫𝐰𝐢𝐬𝐞 𝐛𝐞 𝐢𝐧𝐟𝐫𝐢𝐧𝐠𝐢𝐧𝐠."
    𝐃𝐨𝐧'𝐭 𝐂𝐨𝐩𝐲 𝐭𝐡𝐞𝐬𝐞 𝐂𝐨𝐧𝐭𝐞𝐧𝐭 𝐨𝐭𝐡𝐞𝐫𝐰𝐢𝐬𝐞 𝐲𝐨𝐮 𝐧𝐞𝐞𝐝 𝐭𝐨 𝐟𝐚𝐜𝐞 𝐬𝐞𝐫𝐢𝐨𝐮𝐬 𝐩𝐫𝐨𝐛𝐥𝐞𝐦.
    #rijupathakbhagawatpath
    #rijupathak
    #RIJUPATHAK_BHAGAWATPATH
    #rijupathak_bhagawatpath
    #assamesebhagawatpath
    #rijupathak_bhagawatpath
    #bhagawatpathbakhya
    #bhagawatpath_bakhya
    #gyanijashbir_singh_bhagawatpath
    #dhemajiharinam
    #pranabdihingia
    #hemantagogoi
    #hemantagogoi_dihannam
    #dhemaji_dihannam
    #অসমীয়া
    #ভাওনা
    #viral
    #ভাওনা_সংস্কৃতি
    #assamese
    #culture
    #travel
    #vlog
    #brindaban
    #narayanpur
    #narod
    #bituponduttanarod
    #bhauna
    #bhaona
    #bhawna
    #assamese
    #bhaunaxongskriti
    #viral
    #axomiyabhauna
    #assamesebhauna
    #অসমীয়াভাওনা
    #narayanpur
    #doishu rotnakor
    #vauna
    #vaunavideo
    #bhaunavideo
    #assamese
    #bhaunageet
    #bhaunaprobekh
    #viralbhaunageet
    #bhaunastartinggeet
    #narodnozabavna
    #bitupondutta
    #bitupo bora
    #anupombitupon
    #viralshortvideo
    #ভাওনা_সংস্কৃতি
    #ভাওনা
    #সদৌঅসমভাওনা
    #bhaunaprabekh
    #ramkrishnasishulilapralombaxurbodh
    #ramkrishnasishulila
    #viral
    #reels
    #harihazarikabhauna
    #doishuratnakar
    #mohan_rakhlila
    #beharbarioutpost_mohan_rakhlila
    #rakhlila23023
    #majuli_Rakh
    #bhauna
    #assam
    #assamese
    #harihazarikabhauna
    #harihazarika
    #assamese_bhauna
    TAGS IN USE :
    riju pathak bhagawatpath
    RIJUPATHAK BHAGAWAT PATH
    RIJU PATHAK GITA PATH
    ASSAMESE BHAGAWAT PATH
    BHAGAWAT PATH
    JAGAT BONIA BHAGAWAT PATH
    RIJU PATHAK BAAP JONAR BHAGAWAT PATH BAKHYA
    ASSAMESE BHAGAWAT PATH BY RIJU PATHAKL
    RIJU PATHAK BHAGAWAT
    RIJU PATHAK GEETA PATH
    ASSAMESE BHAGAWAT PATH
    GEETA PATH ASSAM
    riju pathak bhagawat path
    riju pathak bhagawat path bakhya
    dhemaji hori naam
    dhemaji horinaam dol
    pranab dihingia
    assamese tukari geet
    assamese hori naam
    hori naam assam
    zubeen garg assamese hori naam
    assamese new song 2024
    new song assam 2024
    assamese new horinaam
    horinaam assam
    new 2024 horinaam
    hemonto gogoi assamese nagara naam
    dhemaji nagara badok hemonto gogoi
    assamese new hemanta gogoi
    new assamese horinaam
    viral short video
    Trending
    Assamese viral rakh geet
    rakhpurnima
    trending
    rakhlila short
    majjuli
    majuli rakh assam
    nandaloy
    kangshalay
    rakhmahotsav
    rakhmahotsav 2023
    bitupon dutta narod
    bhauna
    bhaona assam
    viral assamese reels
    assamese bhauna 2023
    labakusha janma bhauna
    viral laba kusha
    viral short video 2023
    krishna sishu lila
    reels
    imstagram reels
    facebook reels
    asssamese viral reels
    assamese viral krishnaৰিজু পাঠক ভাগৱত ব্যাখ্যাriju pathak vagawat pathহাহচৰা ভাগৱত পাঠRiju pathak bhagwat pathজিন্টু গগৈ ভাগৱত পাঠriju pathak sangeetmay bhagwat pathriju pathak bhagwat pathGyani jashbir singh bhagawatpathriju pathak bhagawat bakhyaৰিজু পাঠক ভাগৱত পাঠ ব্যাখ্যাজোলাগাও ভাগৱত ব্যাখ্যাগীতা পাঠ ৰিজু পাঠক
  • РазвлеченияРазвлечения

Комментарии • 147

  • @monikanchanOfficial23
    @monikanchanOfficial23  2 месяца назад +51

    জ্ঞানী জচবীৰ সিংদেৱৰ দ্বাৰা অনুষ্ঠান প্ৰচাৰৰ বাবে যোগাযোগ : 6001197350
    9401400500

    • @puspabora9053
      @puspabora9053 Месяц назад

      ঔঔওৌঔঔওৌঔওৌঔওৌওৌঔওৌওৌৌৌঔওওওওওৌওঞঔওওওওওৌৌঔওওওৌৌ

    • @UtpalDas-fb5gu
      @UtpalDas-fb5gu Месяц назад +4

      জচবীৰ সিং দেৱৰ মোবাইল নং টো অনুগ্ৰহ কৰি কোনোবাই দিব নেকি ?

    • @monikanchanOfficial23
      @monikanchanOfficial23  Месяц назад +1

      @@UtpalDas-fb5gu নিশ্চয়। 6001197350/9401400500 দুয়োটা নম্বৰটেই বাপজনক লগ পাব।

  • @keshabdas7527
    @keshabdas7527 6 дней назад +1

    কৃষ্ণ হৰি ৰাম প্ৰভু

  • @pallabikagohain5720
    @pallabikagohain5720 2 месяца назад +11

    জয় জগত গুৰু শংকৰ অনন্ত ঈশ্বৰ কৃষ্ণ l কৃষ্ণ নামে লৈলো শৰণ l কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @keshadutta8302
    @keshadutta8302 2 месяца назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    আপোনালৈ কোটি কোটি প্ৰনাম
    আপোনাৰ ɓhaagowat
    ব্যাখ্যা আতি ভাল লাগিছে. I
    ভগৱানে কৃপা কৰক. I

  • @bhubaneswarsaikia1098
    @bhubaneswarsaikia1098 2 месяца назад +4

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনাক কোটি কোটি প্ৰনামেৰে ভক্তি ভৰা সেৱা জানাইছো কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @sushilkalita7437
    @sushilkalita7437 6 дней назад +1

    Josbir sing bapojanloi namaskar.

  • @BharatNath-js2mr
    @BharatNath-js2mr Месяц назад +1

    Krishna Krishna 🙏

  • @surjyaborah73
    @surjyaborah73 Месяц назад +3

    জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ

  • @user-lq3mp3lf8v
    @user-lq3mp3lf8v 2 месяца назад +4

    অতি সুন্দৰ ভাগৱত বাখ্যা প্ৰভু সেৱা জনালোঁ 🙏🙏

  • @assamali4589
    @assamali4589 2 месяца назад +5

    গুৱাহাটীৰ পৰা জ্ঞানী যশ বীৰ সিং দেৱ লৈ প্ৰণিপাত জনাইছো। কৃষ্ণ

  • @anjalibaruah7669
    @anjalibaruah7669 2 месяца назад +4

    বাপ জনাৰ চৰণ ভক্তি ভৰা সেৱা জনাইছো🙏🙏🙏🙏🙏🙏

  • @debajitborah6983
    @debajitborah6983 2 месяца назад +3

    কৃষ্ণ কৃষ্ণ সেৱাস্থলীত উপস্থিত থকা সকলো বাপ আই সবলৈ সেৱা জনাইছো কৃষ্ণ।

  • @bubulgogoi3852
    @bubulgogoi3852 2 месяца назад +3

    কৃষ্ণ, প্ৰভুজাৰ যোগেদি গুৰুজনাৰ আৰু প্ৰভু ভগৱন্তৰ কথামৃত পান কৰি কৃতাৰ্থ হলো। 🙏 🙏

  • @rebotisaikia661
    @rebotisaikia661 Месяц назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু নাৰায়ণ 🙏🙏🙏

  • @themedicobrain9399
    @themedicobrain9399 2 месяца назад +4

    জয় জগত গুৰু শ্ৰীমন্ত শংকৰ দেব প্ৰ্ণাম বাপ জনা 🙏🙏

  • @bhupennath6771
    @bhupennath6771 Месяц назад +1

    আপুনাৰ অমৃত বানিয়ে আমাৰ হৃদয় চুই গৈছে। আপুনীলৈ কোটি কোটি প্ৰনাম। কৃষ্ণ কৃষ্ণ।

  • @bijoyhandique3835
    @bijoyhandique3835 Месяц назад +2

    কৃষ্ণ কৃষ্ণ সেৱা জনাইছো

  • @TarunHandique
    @TarunHandique Месяц назад +4

    মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত শ্ৰীমদ্ভাগৱত বাখ্যাৰ সৈতে সংগতি ৰাখি
    গুৰু নাণকজী দেৱৰ দাৰা ৰচিত শ্ৰী গুৰু গ্ৰন্থ ঢাহিবৰ শিখ ধৰ্মৰ আওধ্যাত্মিক তত্ত্ব ৰ বিষয়ে কিছু হলে ও জানিবলৈ পাই নিজকে ধন্য মানিলো। আপোনাৰ এই আধ্যাত্মিক যাত্ৰা ত্যাগ আৰু ভক্তিৰে মহিমামণ্ডিত হবলৈ ঈশ্বৰ ৰ ওচৰত পাৰ্থনা জনালো।

    • @Jmahanta644
      @Jmahanta644 Месяц назад

      এজন শিখ লোকৰ মুখ পদ্ম হন্তে ভাগৱতৰ ব্যাখ্যা লগতে গুৰু জনাৰ গুণানু কীৰ্তন শুনি ধন্য মানিছো। ইয়াৰ পৰা গুৰু জনাৰ উদাৰ ধৰ্ম মতৰ পৰিচয় কিমান মহান। 🙏🙏

  • @MousumiLaskar-lu1zg
    @MousumiLaskar-lu1zg Месяц назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @pallabinayak4593
    @pallabinayak4593 Месяц назад +2

    কৃষ্ণ

  • @bhatimadowarah2110
    @bhatimadowarah2110 Месяц назад +2

    Krishna probhu .

  • @RajuDeka-se2eh
    @RajuDeka-se2eh Месяц назад +2

    কৃষ্ণ,‌ সুন্দৰ আপোনাৰ ব্যাখ্যা,শুনি সুখী হলো। আপোনাক ধন্যবাদ জনাইছো। কৃষ্ণ

  • @ToramaiDevi-hh2vu
    @ToramaiDevi-hh2vu 2 месяца назад +5

    বাপ জন আপোনাৰ বাখ্যা ৰ বৰ ভাল্ লাগিল

  • @BirenSaikia-qv6fw
    @BirenSaikia-qv6fw 23 дня назад +1

    Ram Ram🙏

  • @arunpathak2120
    @arunpathak2120 Месяц назад +2

    কৃষ্ণ। জয় গুৰু শঙ্কৰ। ওম্ নমো: ভগৱতে বাসুদেৱায়।বাপ জনালৈ সেৱা নিবেদন কৰিলো।

  • @user-em1fh4rg2m
    @user-em1fh4rg2m Месяц назад +1

    কৃষ্ণ কৃষ্ণ 🙏 জয় গুৰু শংকৰ 🙏🙏

  • @sarojinichaudhury179
    @sarojinichaudhury179 Месяц назад +2

    বহুত ভাল লাগিল শুনি ৷কৃষ্ণ কৃষ্ণ ৷

  • @tileswaryein1295
    @tileswaryein1295 2 месяца назад +2

    Sing devor byakya bohut val lagil. Gotike dhonyad jonalu.🎉🎉🎉.

  • @sanjoychetia1599
    @sanjoychetia1599 Месяц назад +3

    কৃষ্ণ কৃষ্ণ

  • @runjungogoi8777
    @runjungogoi8777 2 месяца назад +2

    Krishnna krishnna bap.

  • @rosheswarsonowal6134
    @rosheswarsonowal6134 2 месяца назад +2

    Oti somotker khub val lagil pinot bhagawot explain hunim lot of thanks

  • @user-fc8iw3qe3n
    @user-fc8iw3qe3n 2 месяца назад +3

    Krishna Krishna

  • @utpaldas794
    @utpaldas794 Месяц назад +2

    মানুহজনৰ কথা শুণি বৰ ধুনীয়া লাগিছে । ধুনীয়া অসমীয়া কৈছে ।

  • @pradeepkonwar1123
    @pradeepkonwar1123 Месяц назад +1

    Salute to the channel and Krishna Krishna to all of you

  • @mahendradas6626
    @mahendradas6626 2 месяца назад +1

    ভাগৱত সকলোৰে যিয়ে এইভাগৰ ভক্তি তত্ব হৃদয়াঙগম কৰিব পাৰে

  • @AnjanaBorah-uq6nd
    @AnjanaBorah-uq6nd Месяц назад +2

    Krishna

  • @rekhamonigogoi5063
    @rekhamonigogoi5063 2 месяца назад +3

    Krishna krishna Baap jonar logote homuh vagowat premi Raijok Mur hahaswar pranam nebedilu

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকলো লৈকে সেৱা নিবেদন কৰিছো
    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @bulbulbora-cw1el
    @bulbulbora-cw1el 2 месяца назад +2

    আমি গোলাঘাট জিলাৰ অন্তৰ্গত বৰপথাৰৰ পৰা জ্ঞানী জচবীৰ সিং দেৱক সেৱা ধৰিলোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @nirjurajgogoi319
    @nirjurajgogoi319 2 месяца назад +20

    জচবীৰ চিঙদেৱ এজন পাঞ্জাবী লোক আছিল কিন্তু তেওঁ এতিয়া এজন হাৰে হিমজুৱে অসমীয়া। তেওঁ এতিয়া পাঞ্জাবী হৈ থকা নাই। সেয়ে মই ভাবোঁ তেওঁক দাড়ি মোছৰ প্ৰয়োজন নাই । কিয়নো যিসকলে ভক্তি ধৰ্মৰ কথা জানে ( শঙ্কৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্ম) তেওঁ লোকে কোনো ধৰ্মীয় অনুষ্ঠানত ( সভা সমিতিৰ কথা কোৱা নাই ) অঙ্শ গ্ৰহণ কৰিলে দাড়ি মোছ আতৰাই লয় । তেওঁ আদি প্ৰকৃত অসমীয়া বুলি চিনাকি দিবলৈ কোণ্ঠাবোধ কৰে তেতিয়া বেলেগ কথা । কিয়নো নাম প্ৰসংগ বা ভাগৱতৰ অনুস্হান কৰিলে আমি সকলোৱে দাড়ি মোছ আতৰাই ল ও। এইটো মোৰ ব্য়ক্তিগত ধাৰণা। ভূল হ'ব পাৰে।

    • @broken___mad____0123
      @broken___mad____0123 2 месяца назад +2

      ডাঢ়ি,মূছ কিয় ৰাখিব নাপায় জনাবচোন।

    • @dgogoi5836
      @dgogoi5836 2 месяца назад +1

      Amar duwarmukhkhan sopha hoi thakib large

    • @satyajitgogoi968
      @satyajitgogoi968 Месяц назад

      Right

    • @hrittikrajpnkonwar6705
      @hrittikrajpnkonwar6705 Месяц назад +1

      Namghar is an Assamese place of worship. Iyat axomiya manuh e dhormo niropekhya bhabe jabo pare. Hindu, Sikh, Muslim houk, ji axomiya hoi teuluk namghor jai e. Aru Singh deo axomiya hoi, teur dhormo he Sikh dhormo. Nagaon t bohut ene Sikh dhormo r axomiya manuh ase. Tekhet Punjabi nohoi, axomiya he. Muslim hol buli je Arab r hobo lagibo tene kunu kotha nai, thik tenedore Sikh hol bulie je Punjabi hobo, heitu u nohoi. Bohut axomiya Sikh manuh ase. Hokolue olop Axom khonok odhyoyon koribo. Aru Sikh dhormo t Darhi mus rokha tu niyom. Heibabe teuk Dari mus katibo kua tu ohonman kora hobo.

    • @nirjurajgogoi319
      @nirjurajgogoi319 Месяц назад

      @@hrittikrajpnkonwar6705 নামঘৰলৈ যিকোনো জাতি বৰ্ণ ধৰ্মৰ লোকে গৈ প্ৰাৰ্থনা কৰিব পাৰে ৷ যিকোনো ধৰ্মগ্ৰন্থ পঢ়িব পাৰে ৷ তাত বাধা কোনেও দিব নোৱাৰে ৷ কিন্ত বেলেগ এটা ধৰ্মৰ গণ্দিত থাকি আন ধৰ্মৰ মানুহক ধৰ্মৰ নীতি শিক্ষা বা গ্য়ান দিয়াটো কিমানদূৰ সমিচীন হৈছে সেয়া আছৰিত কথা ৷ যেনে ধৰক তেওঁ শিখ ধৰ্মৰলোক হিছাপে কৃপাণ লব লাগে ৷ তেওঁ কৃপাণ নললে আমি কৃপান লবলৈ উপদেশ দিয়াটো উচিত নহব ৷ আমি শিখধৰ্মৰ বিষয়ে জানিলেও তেওলোকৰ মানুহক ধৰ্মীয় গ্য়ান দিব নোৱাৰো ৷ মই শিখধৰ্মৰ অন্তৰ্গত হোৱাৰ পিছতহে সেইটো ধৰ্মৰ লোকক কিবা উপদেশ দিব পাৰিম ৷ আমি সচাকৈ ভাল পাইছো তেওঁ শিখধৰ্মৰ লোকহৈ ভাগৱত অধ্যয়ন কৰি গভীৰ গ্য়ান অৰ্জন কৰিছে ৷ গ্য়ান অৰ্জন কৰা আৰু উপদেশ দিয়া দুয়োটা নিমিলে ৷ হজৰত মহমদৰ আৰ্হি আমি সকলোৱেই জানো ৷

  • @gopalkrishnadas3754
    @gopalkrishnadas3754 Месяц назад +1

    ❤❤ অতি সুন্দৰ ভাগৱতৰ বৰ্ণনা ৷শ্ৰদ্ধাৰে প্ৰণাম নিবেদিলোঁ ৷

  • @janajyothi7544
    @janajyothi7544 Месяц назад +1

    Joy Guru Shree manta Sankardev and Shree Madhabdev Krishna Krishna 🙏🙏🙏Sata kuti pranam Pujaniya punjabi Singh Sahab bahut Sundar Voice suni thakibar man jai namaste God bless you Singh ji Joy Aei Asom Joy Bharat Mata ki joy ho 🙏🎉❤️

  • @saratdas4705
    @saratdas4705 2 месяца назад +2

    Krishna bap

  • @user-fv6bk6tv6o
    @user-fv6bk6tv6o Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @mayureshdeka
    @mayureshdeka Месяц назад +2

    প্ৰণাম জনালোঁ।🙏🙏🙏🙏

  • @rajibborah6874
    @rajibborah6874 Месяц назад +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @DibyaGogoi-hm2jz
    @DibyaGogoi-hm2jz 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিছে শুনি থাকিব মন যায়

  • @debendutta3945
    @debendutta3945 2 месяца назад +2

    Kridhna .🙏🙏

  • @user-xb1mf6ms2g
    @user-xb1mf6ms2g Месяц назад +1

    ৰাম ৰাম হৰি হৰি

  • @nitumonideka7406
    @nitumonideka7406 Месяц назад +1

    এই হ'ল আচল অসমীয়া

  • @Minakakati-nu5hp
    @Minakakati-nu5hp Месяц назад +1

    কৃষ্ণ বাপ অতি সুন্দৰ🙏🙏🙏🙏

  • @runudeka5500
    @runudeka5500 Месяц назад +1

    কৃষ্ণ কৃষ্ণ বাপজনা ।

  • @niranjankalita4493
    @niranjankalita4493 Месяц назад +1

    Bapjonaloi shahara koti pranam Jonalo ,KRISHNA KRISHNA

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Месяц назад +1

    Krishna krishna krishna baap shway nebadulu krishna
    Joy guru Shankar krishna

  • @phukanchandranath6664
    @phukanchandranath6664 Месяц назад +1

    জয় গুৰু শংকৰ🙏🙏🙏

  • @suchitrakakati2803
    @suchitrakakati2803 Месяц назад +1

    জয় শ্ৰী মন্ত শংকৰ গুৰু জয় জচ বীব সিং

  • @jayaborah2926
    @jayaborah2926 Месяц назад +1

    কৃষ্ণ প্ৰভূ 🙏

  • @joyantakakati7642
    @joyantakakati7642 Месяц назад +2

    জ্ঞানী জচবীৰ সিংদেৱৰ ভাগৱত পাঠ আৰু ব্যাখ্যা শুনি আপ্লুত হ'লো । ভকতবাপক প্ৰণাম জনালো ।

  • @gitahazarika6430
    @gitahazarika6430 Месяц назад +8

    আই অ দেহি, এজন পাঞ্জাবী মানুহৰ মুখে ভাগৱত কথা হুনি বহুত বেছি ভাল লাগিল 🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব

  • @pranjalboruah6491
    @pranjalboruah6491 Месяц назад +1

    Jasbir ji apako hatbor ki Sundar gaon se pronam...apako bahut Miss kar Raha hu.

  • @mihirdutta5617
    @mihirdutta5617 Месяц назад +1

    Shree Guru Nanakeu Amr Sankar Gurur Horon lua kotha tur byakhya ase...

  • @budheswarsaikia3103
    @budheswarsaikia3103 2 месяца назад +1

    Krishna bap jonaloi nomoskar.

  • @RAJUHIRA1234
    @RAJUHIRA1234 Месяц назад +1

    Joy sree krishna krishna 🙏🙏🙏🙏

  • @user-to3rv9yi5t
    @user-to3rv9yi5t 2 месяца назад +2

    Krishna Krishna ❤

  • @user-dn7ot6yb5m
    @user-dn7ot6yb5m 2 месяца назад +1

    ❤❤❤❤❤mojja.bahut.bhal.lagil.namaskar

  • @rameshbaruah8558
    @rameshbaruah8558 Месяц назад +1

    Bhakatar charanat sewa jonalo. Krishna Krishna

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад +1

    Namaste🙏 Sing Prabhu.

  • @urmilaborah-ic2ug
    @urmilaborah-ic2ug Месяц назад +1

    krishna krishna bap pronam jonainsu

  • @AWPL478
    @AWPL478 Месяц назад +1

    Krishna krishna Bap. Ami Titabor r pora uponak pronam jonaisu. Krishna

  • @junemonimahanta5291
    @junemonimahanta5291 Месяц назад +1

    কৃষ্ণ, কৃষ্ণ 🙏🙏🙏🙏

  • @munmikachari6189
    @munmikachari6189 Месяц назад +1

    Josbir singh bapjonaloi hoto krutri pronam Krishna krishna❤❤🎉🎉

  • @anandasaikia1892
    @anandasaikia1892 2 месяца назад +2

    Hundaŕ byakha krisna2....

  • @kalpanadas4409
    @kalpanadas4409 2 месяца назад +1

    Krishna Krishna Krishna Krishna 🙏🙏

  • @TilakGogoi-ff2xn
    @TilakGogoi-ff2xn Месяц назад +1

    🙏 ব্যাখ্যকাৰ প্ৰভু জনালৈ সেৱাহে জনালো । 🙏🙏🙏

  • @munindraborgohain6054
    @munindraborgohain6054 2 месяца назад +1

    Krishna. Krishna. 🙏🏼🙏🏼🙏🏼🙏🏼

  • @ramnathborah7356
    @ramnathborah7356 Месяц назад +3

    জ্ঞানী জচবীৰ সিং ভাপ জনালো সেৱা জনালো

  • @kamalgogoi909
    @kamalgogoi909 Месяц назад +1

    Krishna Ram

  • @susilkalita8039
    @susilkalita8039 2 месяца назад +1

    🙏🏾🙏🏾🙏🏾🌹Ram krishna Hari❤

  • @allone2175
    @allone2175 Месяц назад +1

    Best, krishna

  • @rurallifene4766
    @rurallifene4766 Месяц назад +1

    Joy Sri Ram.....

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 Месяц назад +1

    কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻

  • @user-ob9yb5dn2m
    @user-ob9yb5dn2m Месяц назад +1

    শতকোটি প্ৰণাম বাপ

  • @jatinborah-hj9jf
    @jatinborah-hj9jf 2 месяца назад +1

    Krisna krisna bap ❤ ak deu ak seu ak bine nai keu 😢 . .

  • @tapansaikia5798
    @tapansaikia5798 2 месяца назад +1

    Krishna Krishna 🙏 Really Assamese.

  • @uddhabbaishya5097
    @uddhabbaishya5097 Месяц назад +1

    Sing Bap Namaskar ....

  • @akhilburagohain381
    @akhilburagohain381 2 месяца назад +1

    Krishna Krishna Krishna

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад +1

    Krishna Krishna.

  • @taralanath3876
    @taralanath3876 2 месяца назад +1

    Krishna 🙏🙏🙏

  • @gitikakalita5413
    @gitikakalita5413 2 месяца назад +1

    Krishna. 🙏. Krishna

  • @kakuborah8460
    @kakuborah8460 Месяц назад +1

    🙏🙏🙏

  • @NarayanSaikia-go1hb
    @NarayanSaikia-go1hb 2 месяца назад +1

    Krishna bap,kripakorak

  • @pahishorts569
    @pahishorts569 Месяц назад +1

    Very nice speech

  • @user-yw7rc3jf7z
    @user-yw7rc3jf7z 2 месяца назад +1

    Bor xundar ❤🙏

  • @kanakborah1406
    @kanakborah1406 2 месяца назад +1

    জ্ঞানী যশবীৰ সিং বাপ জনালৈ সশ্ৰদ্ধ প্ৰণাম।

  • @bibhagogo6627
    @bibhagogo6627 Месяц назад +1

    🙏🙏🙏🙏

  • @priyalataphukan4619
    @priyalataphukan4619 Месяц назад +1

    🙏🙏🙏❤️🙏🙏🙏

  • @biplabnath8006
    @biplabnath8006 Месяц назад +1

    Krisnk bap krisnk krisnk

  • @NipamDas-zg5bh
    @NipamDas-zg5bh Месяц назад +1

    Krishna Krishna baap

  • @dhirenroy899
    @dhirenroy899 2 месяца назад +1

    Sundar

  • @binudkonwar8415
    @binudkonwar8415 Месяц назад +1

    Krishna pruvu