মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭২ ত্বম জন্ম জয়ন্তী উপলক্ষে আমাৰ এক ব্যতিক্ৰমী অনুষ্ঠান। News S Subansi

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024
  • News S Subansiri ৰ আজিৰ অনুষ্ঠানত আধ্যাত্মিকতা ও শঙ্কৰী সংস্কৃতিৰ বিষয়ে আলোকপাত। আমাৰ সৈতে আছে শঙ্কৰী সংস্কৃতিৰ যুৱ সাধক এঞ্জেলা চাংমাই। কবিতা, আখ্যানেৰে জীপাল অনুষ্ঠানৰ মজিয়া। শঙ্কৰদেৱৰ আদৰ্শৰ মহত্ব আৰু তাৎপৰ্য ব্যাখা কৰি যুৱ সমাজৰ চিন্তাক আলোকপাত কৰে অতিথি এঞ্জেলা চাংমাই। শঙ্কৰদেৱ দৰ্শন, আধ্যাত্মিক চিন্তা, শঙ্কৰী সংস্কৃতি আটাইবোৰ বিষয়ৰ প্ৰশ্নৰ সৈতে সুদৰ্শন বৰুৱা ৰ আজিৰ অনুষ্ঠান। অসমীয়া সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্ম দিৱসটোত News S Subansiri ৰ ভক্তি অঞ্জলি ।

Комментарии • 10

  • @jadavgogoi4008
    @jadavgogoi4008 3 месяца назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    আই মহাঅধমে‌ সেৱা নিবেদিলো ঈশ্বৰে কৃপা কৰক কৃষ্ণ।।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 3 месяца назад +2

    অতি সুন্দৰ আৰু সময়োপযোগী আলোচনা। আলোচক এঞ্জেলা এগৰাকী সফল, সুদক্ষ, সাহসী, স্পষ্টবাদী আৰু যথেষ্ঠ অধ্যয়নপুষ্ট উদীয়মান সঙবাদকমী

  • @JitulGogoi-lx7id
    @JitulGogoi-lx7id 3 месяца назад +2

    সুন্দৰ। হৈছে ❤❤। কৃষ্ণ

  • @abinashkalita9242
    @abinashkalita9242 3 месяца назад +3

    আলোচনা সুন্দৰ। 'জন্ম জয়ন্তী’ নহয়,'শংকৰ জয়ন্তী', 'গুৰু জয়ন্তী' বা 'শংকৰদেৱৰ জন্মোৎসৱ’হে ।কিয়নো,'জয়ন্তী’ মানেই জন্ম বিষয়ক উছৱ।

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 3 месяца назад +2

    অতি সুন্দৰ কথা বতৰা কৃষ্ণ

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 2 месяца назад

    বৰ ভাল লাগিল মৰমলগা এঞ্জেলাৰ বিষয়ে জানিব পাৰি ❤❤❤❤

  • @Damodar-q7c
    @Damodar-q7c 3 месяца назад +2

    Krishna Krishna

  • @Satyajit-zl6jp
    @Satyajit-zl6jp 2 месяца назад

    Nice

  • @jatinborah-hj9jf
    @jatinborah-hj9jf 2 месяца назад

    Anjela tumi.soshakoi.agoraki.somaj sonskarok.and sonkori sonskritik

  • @BiplabSaikia-l2m
    @BiplabSaikia-l2m 2 месяца назад

    Ba Tumi agote nito hikisile ni