Very nice Australia t thaka Assamis Dada baideu hatak k bahut vl lagile eman milapritire aase ru Dimpu ko j eman maram dise tar karane thnxx Dada Baideu . thnxx Dimpu tumi dhunia k aamak j Australia r pora video bilak dekhuai aasa. Take yer Dimpu Bhai
বৰ ভাল লাগিল ডিম্পু ! অষ্ট্ৰেলিয়াত অসমীয়া মানুহবোৰ নিশ্চিতভাৱে উচ্চ পদস্থ বিষয়া@ তেওলোক বহুত কৰ্ম ব্যস্ত।তথাপিও তোমাক ইমান মৰম আৰু আদৰণি জনাইছে ।ইমান আগ্ৰহেৰে ৰৈ আছে তোমাৰ বাবেই ❤❤❤। তেওলোকক ধন্যবাদ জ্ঞাপন কৰিছো🙏🙏🙏অনাগত দিনবোৰ তেওলোকৰ ❤❤সুন্দৰ হওক
Bohut valke Kobo parila😊❤
Mojja
এখনো দেশ ভ্ৰমণ কৰি নোপোৱা সকলে লাইক 👍 কৰা 😢
Aku ni bro adin pariba a
@@tusharborahkattarmskian6337 নিশ্চয়...🙏
😂amar reality
অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গৈ পোৱা নাই মই😛
Moi Jai paiso
সকলোতে অসমীয়া বিৰাজমান, জয় আই অসম❤
বিদেশত আপোন মানুহ ❤
বিদেশত আপোন মানুহ,video বো ৰ চাই আপ্লুত হৈছো ,দিম্পু তোমাৰ জীৱন সাৰ্থক হৈছে,ইমান বোৰ দেশ ভ্ৰমণ কৰিব পাৰি চা,অসম ত বহুত ধনী মানুহ আছে কিন্তু বহুত ধনী হৈয়ো কিন্তু এনেদৰে বিদেশ ভ্ৰমণ কৰাৰ হইটো সৌভাগ্য ঘটা নাই ,যি তোমাৰ হৈছে,গতিকে ভাগ্য বান,তুমি নিজৰ লগতে আনকো মনোৰঞ্জন দিব parisa,তাৰ বাবে তোমাক বহু বহুত ধন্যবাদ
Aww♥️✨ Dimpu da.. বাহিৰ ৰ দেশ বোৰত বস্তু বোৰক বহুত বেছি maintain কৰে.. কিন্তু আমাৰ ইয়াত থকা বস্তু বোৰ ও কদৰ নকৰে.. তাত থকা গছ বোৰ যেনেকৈ emn ধুনীয়া ।। আমাৰ অসমত ও বহুত ধুনীয়া গছ আছে.. আজাৰ, কৃষ্ণচুৱা, ৰাধাচুৰা , সোণাৰু আদিবোৰ আমাৰ ইয়াত আছে । এই সকলো বোৰক ও vlke maintain korile বাহিৰ country বোৰৰ নিচিনা হব.. ইয়াত ও যদি লাইন লাইন ke ai গছ বোৰ লগাই। Vlke ছফা কৰি maintain Kora hoi .. তেতিয়া amr ঠাই বোৰ ধুনীয়া হৈ পৰিব..
Niki, unity makes this possible ❤
Right 👍
Thikadar ,dalal,montri ,M.L.A bure Jodi poisa nakahai deshor krne kam krlehtn..India khn bht unnot holhtn
Tar krne amar manuhor mentality u val hbo lagibo toh
কি ধুনীয়া ঠাই , যাব মন গৈছে কাৰ কাৰ মন গৈছে like কৰা
Glad to see the unity of the Assamese people...
Tuniya
Eta xosa kotha..dimpu dar video bur okole sai vale nalage..ami pura family 👪 ekgut hy..sau..bht val lge tetiya....❤❤
Absolutely. Akole suatke family r logot sai besi amej lage.
Amej lage buleh ! uhhff ! what a historical assamese langg.
Bhal lagil..bahirot thkiu eman dhuniake axomiya jiai rakhse
Khub bhodro bebohar
নিজে এই দেশ সমূহ ভ্ৰমণ কৰিব নোৱাৰিলেও আমাৰ অতি জনপ্ৰিয় দিম্পু দাৰ জৰিয়তে এই দেশসমূহৰ সমক্য ঞ্জান তথা চাক্ষুস অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছোঁ হওঁক গতিকে দিম্পু দালৈ এক অন্তৰ ভৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏 লগতে তেওঁ যাতে আৰু অসীম দূৰলৈ আগুৱাই যাব পাৰে তাৰে কামনা কৰিলো 🙏
বৰ ভাল লাগিল। বিশেষকৈ অসমৰ মানুহ খিনি (বিদেশত আপোন মানুহ)দেখি আৰু ভাল লাগিল। তেওঁলোকক লৈ আমাৰো গৌৰৱ অনুভৱ হয়।
বিদেশত আপোন মানুহবোৰ দেখি বহুত ভাল লাগিল❤❤❤ জয় আই অসম ❤❤❤
বিদেশত আপোন মানুহ ❤ সঁচাই দেই কিন্তু ধুনীয়া লাগিল 🔥
Bhal lagil video2 Sai....Tinsukia.
Very nice
Australia t thaka Assamis Dada baideu hatak k bahut vl lagile eman milapritire aase ru Dimpu ko j eman maram dise tar karane thnxx Dada Baideu . thnxx Dimpu tumi dhunia k aamak j Australia r pora video bilak dekhuai aasa. Take yer Dimpu Bhai
জিয়াব জানিলে পৃথিৱী খন ইমান ধুনীয়া
ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সকলো মানুহে ৰাখিছে ধুনীয়াকৈ। ভাল লাগিল তাত থকা মানুহৰ মিলাপ্ৰিতি দেখি।
প্ৰবাসী অসমিয়া সকলেও ভাল পায় অসমৰ কোনোবা গলে
That's why we feel proud to be Assamese
বহুত ভাল লাগিছে সপোনৰ দেশ দেখিবলৈ পাইছো
বহুত বেছি ভাল লাগিল ভিডিঅ'টো চাই। ধন্যবাদ ডিম্পু।কেতিয়াও নেদেখা এখন ঠাই দেখুৱাৰ বাবে।
LAWRA Is Very Beautiful 😍❤️
❤🌝
😂😂😂😂
😂😂😂😂lawra
😂😂
😂
মানুহ বোৰ ইমান মৰমিয়াল❤️
Australia dekha palu আপোনাৰ ভিডিঅৰ দ্বাৰা, আশা কৰোঁ এদিন আমেৰিকা দেশ খানকো দেখা পাম
অসমীয়া সকলক দেখি বৰ ভাল লাগিল ৷
Moja bhal lagil
One like for LAURA😂😂
😂😂😂😂😂😂😂😂
🤣🤣🤣 Laura main
Dimphu voice is speechless
🤣🤣🤣🤣🤣🤣🤣🤣🤣👌🏻👌🏻👌🏻👌🏻👌🏻
😂😂😂😂
10:03 most funniest moments😂❤
Memes boni jbo mane 😂😂assmt
Laura main 😂😂😂😂😂😂
❤❤
December মাহত মই ও গৈ আছোঁ Australia 😍😍
Muku loi jaba neki
@@RakeshRajkhowa ulaba ako 😑
Pohibo jaba ne job ?
Bohut dhunia lagil video tu
এ সুন্দৰ ।।আমাকো লগতে নিব লাগে
It's called Assam. Proud to you Dimpu daaaa🎉
যিসকলে Australia যোৱা নাই সোনকালে যাওক আশীর্বাদ কৰিলো 🙏🙏🙏
Vai Axomot Kot ase Cunsultancy
Barpeta sorbhog t
জীৱনত যাৱটো নোৱাৰো আপোনাৰ বাবে উপভোগ কৰিছো ধন্যবাদ।❤❤❤
Waaah soboke sai val lagil..sobei kintu jibonor Val moja pai ase♥️🙏
ভাল লাগিছে, বিদেশত আপোন মানুহ ।
ভাল লাগে দেখিলে যে অসমৰ বাহিৰতো 😊অসমীয়া মানুহ বোৰ একেলগে মিলি যুলি আছে ❤
গোটেই পৃথিৱীত আমাৰ অসমৰ মানুহ আছে নেকি ও 🤔
Dimpu da জয় আই অসম ❤সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব
Bohut bhal lagil dekhi bidekhot apun hokolor milapriti dekhi
bohud dhuneya lagil video tu Sai
Ist view . Love from majuli. Kune kune dimpu dak vl puwa like kora😌
এটা কথা মন কৰিছো যে অষ্ট্ৰেলিয়াত থকা অসমীয়া মানুহবোৰ শাৰিৰীক আৰু মানসিক ভাৱে অষ্ট্ৰেলিয়ানৰ দৰে হৈ গৈছে।
Misa kole
Dimpu da very nice Australia journey love 💕 from sivasagar
সুব ধুনীয়া লাগিছে দিম্পু 👍
যথেষ্ট ভাল লাগিল মানুহখিনিৰ মৰম দেখি..... 😊😊
এই ভিডিওত 500K লাইক হব লাগে৷ মই জানো অসমবাসী ৰাইজে কৰি দিব ৷ এটা কৈ লাইক সকলোৱে দিয়ক ভিডিওত ৷
50k hobo pare
আজিকালি B Boys ৰ video বহুত views হৈছেও, local জাগাত থাকিযে ঢোল বজায় আছে । বেলেগত গলেতো আৰু কবযে নালাগে ।
@@tmgblaster6453 who is bboys
@@Xangsing Who is Dimpu Boruah ?
@@Xangsing *_B BOYS is known all over India but Dimpu Baruah is known only in Assam, it's the difference, you motherfucker_*
বাকী যি নহওঁক ....আমাৰ মৰাণৰ বাইদেউ এগৰাকীক দেখা পালো...... Love you মৰাণবাসী ৰাইজ
😊
🤣🤣🤣🤣🤣
Dhuniya Timing vat khai uthi data on kori Apunar notification ❤❤❤
Bhai moi vt khai khai sai asu 🗿
@@nixonxeditz3199 Boriah ❤️❣️
sobji ke ke asil
@@itz_dimbeswar dali, mankho, torkari 🗿
bohut val lagil dimpu.
Thank u.
Bahut vl lagil Dimpu ru aguai joa amako Gyan di joa
Whenever I can't sleep I always end up watching your channel and it's so worth not getting the sleep. ❤️
Really precious moments ❤️👍
বিদেশত আপোন মানুহ❤❤❤
সুন্দৰ ডিম্পু
Dimpu tumaloi bhut morom aru aakhirbad tumi aru ntun ntun video bnuwa jar Dara Ami ghrt thakiyei bidekhr bhu kotha janib paru sab paru❤❤❤❤
Moja dimpu da. Eman moja kam korise ❤ proud of you ❤
Dimpu tumr voice tu unique hoi..... 🔥
It's just great to see you guys explore the world ❤️
Dimpu da akdom real filings lge pura vdo to sai 💕
Moranr baa jnik Sai vaal lagil deii ... Happy bohut 😁😁
Lewrak Val লাগিছে কিন2😂😂
Kak ki koise jane ne
Tew ajon Assam or best youtuber
Hey man try to understand please mind your language
Miya buli proman dili
5:39 to 5:53 এইখিনি একদম সচা কথা। 😂
Really Awesome.......😮Luv from Mangaldai❤❤❤❤❤❤❤
Video almost bohut val lagil
Mozaaa 👍 lagil dimpu daa 💓
অসম গৌৰৱ দিম্পু দা 💕
Lawra is so cute 😁😁😍😍
😂😂
😅😂
Love you from golaghat, Assam😍😍😍😍
Dimpu da bhut Val lagil ❤️❤️
ভাল লাগিল , বিদেশত আপোন মানুহৰ লগত
Love you dimpu daaa ❤️❤️
Wow so beautiful ❤️🙌❤
HAPPY Journey Dimpu da ❤❤❤ Enjoy your life ❤❤
wow . মজা লাগিছে dimpu দা ।
Biyat moja lagile video 2 Sai
Wow! Beautiful 😍❤️
PROUD TO BE AN INDIAN ❤️🤙 INDIA IS THE BEST ❤️❤️🔥
জয় আই অসম ♥♥
Hi
Video akl saie thakibo mon goise dimpu da bahiror video bur alp basy deghol kore debo sun I am from jorhat. teok❤❤❤❤❤❤
Val lagil video tu sai❤
Dimpu da become naughty day by day😂😂..
Next level 😍😎
Love from Dibrugarh Assam ❤❤❤❤
Car driver kora baido joni kintu tamam cute 🥺🥰
Hosai dimpu bhai tumak selut tumar logoty ami bahu nedekha tthai sabo paisu tumak loi proud fill koru happy journey bhai aru agowai jowa 👍❤❤❤❤🙏🙏
Great journey Dimpu da
Love from Pathsala ❤
Tumar karone bhut dhuniya videos bur sab parisu 🤗🤗
আপোনাৰ এ দিন আৰু দিম্পু দা ইউটিউব থকা লৈকে গোটেই পৃথিৱী ঘূৰি শেষ কৰি লব পাৰিব ফ্ৰীতে ।।।lucky মানুহ আপুনি
One Like for dimpu da👍
Love from Bongaigaon ♥️♥️
Video bur Sai Val lagise
Dimpu da karone like🙏👍
জয় আই অসম ❤️
Big fan Dimpu da❤ your video is ultimate and Next Level
ভাল লাগিল
বহুত বহুত মৰম দিলো
10:03 😂🤘
Imagine I get heart from Dimpu's vlogs ❤
Hi dimpu da ki khobor tumar ❤