হৰিৰ সেৱাৰ যোগ্য কোন ? ||

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • হৰিৰ সেৱাৰ যোগ্য কোন ? দৰাচলতে ঈশ্বৰৰ সেৱাৰ বাবে ঈশ্বৰে স্বয়ং নিৰ্মাণ কৰিছে এই মনুষ্য শৰীৰ। গতিকে হৰিৰ গুণানুকীৰ্তন মনুষ্য জীৱনৰ এক অবিচ্ছেদ্য অঙ্গ।

Комментарии • 282

  • @lakhinandanphukan1711
    @lakhinandanphukan1711 3 года назад +2

    হৰি ৰ কথা শুনিবলৈ পাই আনন্দিত হলো। আপুনি আগবাঢ়ি যাওক আৰু আমাক কৃপা কৰক।
    আপোনাক ধন্যবাদ দিবলৈ ভাষা নাই।
    🙏জয় জয় ৰাম কৃষ্ণ।

  • @AtulBorahOfficial
    @AtulBorahOfficial 3 года назад +2

    কৃষ্ণ প্ৰভু বৰ সুন্দৰ লাগিল শুনি 🙏🙏

  • @rikirajyoutuber1754
    @rikirajyoutuber1754 3 года назад +2

    কৃষ্ণ 🙏

  • @dilip6pesrabha759
    @dilip6pesrabha759 3 месяца назад

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা প্ৰভু আপোনাৰ জীৱন ধন্য হওঁক ।

  • @sarajonisardar429
    @sarajonisardar429 3 года назад +2

    Krishna 🙏 Krishna 🙏 Krishna 🙏

  • @nabingogoi4699
    @nabingogoi4699 3 года назад +1

    Krishna Krishna 🙏🙏

  • @ranunayak3161
    @ranunayak3161 3 года назад +1

    Krishna Krishna Krishna 🙏🙏

  • @babitabaruah6868
    @babitabaruah6868 3 года назад +1

    Very nice

  • @kalpanasaikia4588
    @kalpanasaikia4588 3 года назад +1

    মাধৱ ৰাম মাধৱ ৰাম🙏🙏🙏🙏

  • @user-fv6bk6tv6o
    @user-fv6bk6tv6o 2 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏❤

  • @prabhatneog9930
    @prabhatneog9930 3 года назад +1

    কৃষ্ণ কৃষ্ণ সেৱা জনালো

  • @rikirajyoutuber1754
    @rikirajyoutuber1754 3 года назад +1

    কৃষ্ণ কৃষ্ণ 🙏

  • @shibosaloi8549
    @shibosaloi8549 Месяц назад

    পাঠক ও ভকত ভক্ত বৃন্দক চৰণত শত শত প্রণাম। সুন্দৰ প্রয়াস সকলো ধৰণৰ ক্ষেত্ৰত সকলো সমাজলৈ সুন্দৰ নিদর্শন। কৃষ্ণ হৰি ৰাম।

  • @manjulabhuyan5676
    @manjulabhuyan5676 3 года назад

    Krishno 🙏🙏🙏

  • @priyakheebora25
    @priyakheebora25 2 года назад +1

    Krishna 🙏

  • @gitanjalipathak1375
    @gitanjalipathak1375 2 года назад

    কৃষ্ণ ‌সেৱা আগ বঢ়ালো। আপোনাক ভগৱানে কুশলে‌ ৰাখক কৃষ্ণ 🙏🙏

  • @Sankarsangha8532
    @Sankarsangha8532 3 года назад +1

    ভাবিলে ভাবোকক পাই,নাভাবিলে কিছু নাই । ঈশ্বৰ মালিক বাপ

  • @abhijitborah6673
    @abhijitborah6673 3 года назад +2

    কৃষ্ণ প্রভু ঈশ্বৰ আমাৰ সেৱা জনালোঁ। কৃষ্ণ

  • @anjanadowarah416
    @anjanadowarah416 3 года назад +1

    🙏🙏🙏

  • @narayankalita7181
    @narayankalita7181 2 года назад +1

    🙏কৃষ্ণ কৃষ্ণ 🙏

  • @gitalineog6489
    @gitalineog6489 2 года назад

    Krishna Prabhu krishna apunar Sri saranat koute koute pranam Prabhu krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 3 года назад +1

    Om namah bhagawate vasudevaya..

  • @utshavtalukdar8156
    @utshavtalukdar8156 3 года назад +2

    🙏🙏🙏🙏🙏🙏🙏🙏

  • @RajEntertains
    @RajEntertains 2 года назад

    কৃষ্ণ প্ৰভু ভগৱন্তই কৃপা কৰক ।

  • @purabichetiapurabichetia7703
    @purabichetiapurabichetia7703 3 года назад

    Pronam provu

  • @achyutsaikia4312
    @achyutsaikia4312 3 года назад +2

    🙏🙏🙏কৃষ্ণ কৃষ্ণ বাপ, সেৱাহে নিবেদিলো কৃষ্ণ কৃষ্ণ,🙏🙏🙏

  • @bantideka823
    @bantideka823 3 года назад +1

    কৃষ্ণ বাপ সেৱা ভাগ গ্ৰহণ কৰিব।

  • @surabhihazarika5269
    @surabhihazarika5269 Год назад

    Krishna krishna🙏🙏🙏

  • @dipankardas5204
    @dipankardas5204 Год назад

    কৃষ্ণ🙏

  • @tirthanathpayeng697
    @tirthanathpayeng697 3 года назад +2

    বিষয় সম্বন্ধ কি ঈশ্বৰক সেৱা কৰাৰ সুবিধা যাক দিছে সেয়া জানি অন্ত্যত সুখী অনুভব কৰিছো। কৃষ্ণ কৃষ্ণ

  • @rulibordoloi5652
    @rulibordoloi5652 3 года назад +4

    হে বাপ প্ৰভু আপোনালৈ কৌটি কৌটি প্ৰণাম জনাইছো। সচাকৈ আপোনাৰ পৰা সুন্দৰ ব্যাখ্যা শুনি মোৰ বহুত ভাল লাগিছে। জয় গুৰু শংকৰ মাধৱৰ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @purnimadowarah3175
    @purnimadowarah3175 2 года назад

    কৃষ্ণ প্ৰভু ঈশ্বৰ

  • @krishna5713
    @krishna5713 3 года назад +1

    KRISHNA🌷🙏🙏🙏

  • @dipakborah1152
    @dipakborah1152 3 года назад +1

    🙏🌺Krishna🌺🙏

  • @bijoypawandasakhilgogoicmh505
    @bijoypawandasakhilgogoicmh505 3 года назад

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিছু।

  • @sarbanandasingh269
    @sarbanandasingh269 3 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @ankurdutta7292
    @ankurdutta7292 3 года назад +1

    Namashar bapjana

  • @nilimarabha7373
    @nilimarabha7373 2 года назад

    Krishna bap pronam

  • @padminikonwar34
    @padminikonwar34 3 года назад

    Krishna baapjona shaxrodha pranam.apunar amulya ukti xuni dhanya haisu.dirghayu karak bhagwantoi apunak.

  • @dhanjittalukdar1950
    @dhanjittalukdar1950 2 года назад

    আপোনাৰ অমৃতবাণী শুনি মন প্ৰফুল্লিত হ'ল I

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 3 года назад +2

    Krishna ! Pranam Baap🙏alochana ti xuni vl lagil.Krishna🙏

  • @sabitriboruah4411
    @sabitriboruah4411 3 года назад

    কৃষ্ণ ।

  • @vallagilsaigog7oi744
    @vallagilsaigog7oi744 3 года назад

    Krishna bap apunak pranam

  • @nibeditasaikia3484
    @nibeditasaikia3484 2 года назад

    Krishna provu Apnr protitu khndoi pua godhuli suni anondito hou sukhi hou apnk stokuti pronam Apnr knthot vgbntr amrit bani suni mn pran vri pore🙏🙏🙏🙏🙏

  • @banimagogoi4912
    @banimagogoi4912 3 года назад +3

    কৃষ্ণ আপোনাৰ কণ্ঠৰে ভাগৱত শ্ৰৱণ কৰিবলৈ আগ্ৰহেৰে ৰৈ আছো

  • @ranibaidya7263
    @ranibaidya7263 3 года назад

    Krishna krishna bapjon🙏🙏🙏

  • @prasantakumarnath9469
    @prasantakumarnath9469 3 года назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ সৰণ শতকুতি প্ৰণাম,

  • @rubineog9534
    @rubineog9534 3 года назад

    Jai Krishna, prbbhujon

  • @dhankaibarta3971
    @dhankaibarta3971 3 года назад +3

    বাপ আপোনাৰ পাঠ অমৃত সমান ।আমি আপোনাৰ মংগল কামনা কৰিলো কৃষ্ণ 🙏

  • @arupdutta1873
    @arupdutta1873 3 года назад +2

    কৃষ্ণ বাপ ঈশ্বৰ, ভগৱন্ত প্ৰভুৱে আপোনাক কৃপা কৰি জগতত কৃষ্ণ কথা প্ৰচাৰৰ সুমতি প্ৰদান কৰক ।আমি সদায়ে বাট চাই থাকো ভকতিৰ ৰস অকণমান পোৱাৰ আশাৰে ।ভগৱানৰ বুদ্ধ অৱতাৰৰ বিষয়ে অকণমান বাখ্যা দিবচোন আমি এই বিষয়ে একোকে নাজানো আৰু ভকতৰ সংগতো ইয়াৰ কোনো শুদ্ধ সিদ্ধান্ত পোৱা নাই ।কৃষ্ণ কৃষ্ণ কৃষ্ণ ।।।

  • @daisyrabha2343
    @daisyrabha2343 3 года назад

    Krishna Krishna bap 🙏🙏🙏🙏

  • @pranatisaikia2424
    @pranatisaikia2424 2 года назад

    Prabhul apune essar tulyea apuner sree sarat koti koti prathna joniesu Namosker,

  • @ranjanatalukdar3319
    @ranjanatalukdar3319 3 года назад +1

    আপোনাৰ গৃহ কত প্ৰভূ ?আপোনাৰ লগত ঈশ্বৰ সম্বন্ধে কথা পাতিবৰ মন যায়,

  • @mahabahu6757
    @mahabahu6757 3 года назад +5

    কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ পৰা এই অমূল্য কথাবোৰ শুনিব পাই থাকিলে মনটো বৰ ভাল লাগে কৃষ্ণ ।

  • @mantumedhi7317
    @mantumedhi7317 3 года назад

    কৃষ্ণ ৷

  • @champawatidekadeka336
    @champawatidekadeka336 3 года назад

    কৃষ্ণ

  • @bhanudas6159
    @bhanudas6159 3 года назад

    Krishna 🙏🙏🙏🙏🙏

  • @parineetapari2645
    @parineetapari2645 2 года назад

    সেৱা গ্ৰহণ কৰিব প্ৰভু🙏🙏🙏

  • @mamatakonwar2216
    @mamatakonwar2216 3 года назад +2

    কৃষ্ণ বাপ প্ৰণাম জনালো 🙏

  • @bivadhekial50
    @bivadhekial50 3 года назад

    Krishna Krishna bap oti darkari bakha.sewa jonalu

  • @bibhamedhi6490
    @bibhamedhi6490 2 года назад

    ৰাম 🙏 কৃষ্ণ,বাপ

  • @rupamoni2043
    @rupamoni2043 3 года назад +2

    Krishna pravu pranam

  • @rajibpatar2445
    @rajibpatar2445 2 года назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু শ তকৌটি নমস্কাৰ গ্ৰহণ কৰিব।আপোনাৰ ভাগৱত প্ৰতিদিনে শুনি থাকো। আপোনাক গুৰু হিচাবে সেৱা কৰি আছো। নমস্কাৰ গ্ৰহণ কৰিব। লক্ষী কান্ত পাটৰ আতি গাঁও।

  • @rekhadas5058
    @rekhadas5058 3 года назад +4

    ঈশ্বৰ পুৰুষে আপোনাক কুশলে ৰাখক সেইয়া প্ৰাথনা কৰো পুৱা গধূলি ঈশ্বৰ পুৰুষৰ ওঢৰত

  • @sabitrimedhi6564
    @sabitrimedhi6564 3 года назад +4

    কৃষ্ণ কৃষ্ণ শ্ৰীশঙ্কৰ-মাধৱদেৱ গুৰুদুজনাৰ অভয়চৰণত শীৰণত হৈ শ্ৰীগুৰুদেৱৰ পাঠবিশ্লেষণে আমিসৱৰে প্ৰেৰণা প্ৰসাদক আদৰিছোঁ লগতে আপোনাৰ শ্ৰীচৰণত আন্তৰিকতাৰে সেৱা নিৱেদিছোঁ । কৃষ্ণ ৰাম

  • @dipikagogoi2840
    @dipikagogoi2840 3 года назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালো । ভাল লাগিল

  • @nareswarbarman9048
    @nareswarbarman9048 3 года назад

    Sundar bakhya suni aplut halo.
    Prabhu aponak esware 120 basar jisi rakhal.krishna Krishna.

  • @devajitchetia204
    @devajitchetia204 3 года назад

    Krishna Krishna

  • @jayantamedhi5040
    @jayantamedhi5040 3 года назад +3

    প্রণাম.প্রভু.ঈশ্বৰ🙏🙏🙏🙏🙏

  • @sashibhatta5198
    @sashibhatta5198 3 года назад +2

    দিনটোৰ সৰহ খিনি কৰ্মত ব্যস্ত হৈ থকাজনতকৈ অনবৰতে হৰি সাধনা আৰু গীতা-ভাগৱত পাঠতে ব্যস্ত হৈ থকাজনক কমকৈ ভাল পায় বুলি ভাবোঁ ৷ সুধী সমাজে এই সম্পৰ্কত মতামত দিব বুলি আশা ৰাখিলোঁ ৷
    'কৰ্মই ধৰ্ম' বুলি এষাৰ কথা আছে বাবেহে প্ৰশ্নটো কৰিছোঁ ৷

  • @tridipborghain8585
    @tridipborghain8585 3 года назад

    Saranat he shewa janalo Prabhu

  • @ronjitborah1997
    @ronjitborah1997 3 года назад +2

    Sewa jonalu.bor val Palu.

  • @tunusaikia7230
    @tunusaikia7230 3 года назад

    কৃষ্ণ বাপ সেৱা জনাইছো ।

  • @rajivroom1125
    @rajivroom1125 3 года назад +1

    Provu val lagil

  • @khirodbhuyan5967
    @khirodbhuyan5967 3 года назад +1

    Krishna bap

  • @bontiborah5014
    @bontiborah5014 3 года назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীমুখে অমৃত বাণী পান কৰি পৰম আনন্দ লাভ কৰিছো । আপোনাৰ চৰণত কৌটি কৌটি প্ৰণিপাত জনাইছোঁ । কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @dipalidevi507
    @dipalidevi507 3 года назад +3

    কৃষ্ণ কৃষ্ণ বাপ জন । আমি মূঢ়মতিয়ে ভগৱন্ত আৰু আপোনাৰ শ্ৰী চৰণত সেৱা জনাইছোঁ । আপোনাৰ শ্ৰী মুখে হৰি কথা শুনি মন প্ৰাণ শান্ত হৈ পৰিল । কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @mriduldas9989
    @mriduldas9989 3 года назад +1

    কৃষ্ণ বাপ,সেৱা জনালোঁ।আমি আপোনাৰ ভাগৱত পাঠৰ এজন শ্ৰৱণ সেৱক।আপোনাৰ ভাগৱত বৰ্ণন শুনিলে সৰ্ব শৰীৰ হৰিৰ সেৱাত নিমগ্ন হয়।আগলৈকে আপোনাৰ শ্ৰীমুখে হৰিৰ গুণানু কীৰ্তন শুনিবলৈ আশা কৰিলোঁ।হে বাপ, অভাজনে বুজি নোপোৱা এটি প্ৰশ্ন আছে,বুজায় দিলে সুখ পাম। "প্ৰশ্ন হল ভগৱান শ্ৰীকৃষ্ণই নিজৰ পেহিয়েক কুন্তিৰ পুত্ৰ অৰ্জুনক,তেওঁৰে নিজৰ ভগ্নী সুভদ্ৰাক কেনেকৈ বিয়া দিলে। আমাৰ হিন্দু মতে এইয়াতু ভাতৃ ভগ্নী সমন্ধ। আপোনাৰ ওচৰত ইমানবিলাক শ্ৰোতাই কৰা কমেণ্ট আছে কোনজনৰ, সকলোৱে কমেণ্ট চাবলৈ আপোনাৰ হয়তু সময়ৰ অভাৱ হোৱাটো কোনো ডাঙৰ কথা নহয়। তথাপিও কেতিয়াবা সময় পালে সহাৰি পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।

  • @nirmaltalukdar4562
    @nirmaltalukdar4562 2 года назад

    Krishna...

  • @karishmadas2665
    @karishmadas2665 3 года назад +2

    কৃষ্ণ বাপ , পোনপ্ৰথমে আপোনাক সেৱা নিবেদন কৰিলোঁ | কাইলৈ ল'ৰাজনৰ ( শ্ৰী জয়দীপ দাস , 18 বছৰ ) জন্মদিন উপলক্ষে আপুনি তাক আশীৰ্বাদ দিয়ক যাতে তাৰ ভগৱানৰ প্ৰতি ভক্তি জন্মে |

  • @rupshreebharali9698
    @rupshreebharali9698 Год назад

    সেবা জনালোঁ প্ৰভূ

  • @priyadoleypegu597
    @priyadoleypegu597 3 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভূ ঈশ্বৰ প্রণিপাত জনালো🙏🙏🙏🙏🕉🕉🕉🕉🕉

  • @rupalibora6650
    @rupalibora6650 3 года назад +3

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ।

  • @munmigogoi2377
    @munmigogoi2377 3 года назад +2

    কৃষ্ণ বাপ ঈশ্বৰ শতকৌটি প্ৰনাম জনালো ।

  • @pratibhapathak5602
    @pratibhapathak5602 3 года назад +2

    Krishna bapjana 🙏 🙏

  • @rajmonisaikia4568
    @rajmonisaikia4568 3 года назад +1

    কৃষ্ণ, বাপজনা আপোনাৰ ভাগৱত বাখ্যা যোৱা কবিত -19 লগদাওনৰ সময়ত আমি শুনি বহুত পৰিমাণে সুখি হলো, কৃষ্ণ, আপুনি যি কথা ভাগি কবলৈ গৈছে আমি ধৰিব পাৰিছো , আপোনাৰ লগত আমাৰ একে মতপোষণ কৰো আপুনি আমাৰ মনৰ কথা ভাগ জনালে, আমি এই কথা ভাগ প্ৰথম দিনাই আমাৰ সমাজত ইয়াক আলোচনা কৰি আছিলো কেৱল মাত্ৰ আপোনাৰ দৰে কব পৰা নাছিলো । এতিয়া কথা হল আমাৰ দৰে বহুলোকেই তেখেতৰ এই আচৰণ বোৰ চাই আছে । কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @SumanDas-gk5ux
    @SumanDas-gk5ux 3 года назад +1

    কৃষ্ণ কৃষ্ণ বাপজন🙏🙏🙏

  • @user-jm9ig1bb2c
    @user-jm9ig1bb2c 3 года назад

    কৃষ্ণ কৃষ্ণ বাপ

  • @shyamaborah4819
    @shyamaborah4819 3 года назад +5

    কৃষ্ণ কৃষ্ণ আপোনাৰ সৃমুখেৰে এইদৰে কৃষ্ণ কথা শুনিবলৈ আশা থাকিল।

  • @bijoypawandasakhilgogoicmh505
    @bijoypawandasakhilgogoicmh505 3 года назад +10

    কৃষ্ণ বাপ সেৱাহে ,হৰিৰ সেৱাৰ যোগ্য কোন, বিষয়ত আপুনি যি বাখ্যা আগ বহালে আমি আপোনাৰ সতে এক মত। কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ পুণ পুণ সেৱাহে।

  • @assamboy9325
    @assamboy9325 3 года назад +3

    প্ৰভু ঈশ্বৰ , আপোনাৰ চৰনত শতকোটি প্ৰণাম🙏🏻 ।

  • @pradipsarma6762
    @pradipsarma6762 3 года назад

    Krishna

  • @abmonty7274
    @abmonty7274 3 года назад +1

    প্ৰণাম প্ৰভু । তেওঁক ঈশ্বৰে সুমতি দিয়ক ।
    অঞ্জলি দাস ।

  • @krishnatamang7248
    @krishnatamang7248 3 года назад +3

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏সেৱা গ্ৰহণ কৰিব। অতি সুন্দৰ শ্ৰৱণ কৰিবলৈ পাই আনন্দিত হলোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক।
    কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

  • @rajivkachari9342
    @rajivkachari9342 3 года назад +1

    প্ৰণাম জনালোঁ কৃষ্ণ

  • @anjanarupadas6601
    @anjanarupadas6601 3 года назад +5

    🙏🙏কৃষ্ণ কৃষ্ণ বাপ ঈশ্ৱৰ সহস্র প্ৰণিপাত নিবেদিছো আপোনাৰ ওচৰত কৃপা ৰ সাগৰ কৃপা কৰিব। অতি আনন্দিত হলো শ্ৰৱণ কৰি। পুনৰ সেৱা ধৰিছো🙏 কৃষ্ণ কৃষ্ণ

  • @japanidas6859
    @japanidas6859 2 года назад

    Krishna ram ram ram

  • @skalita3262
    @skalita3262 3 года назад +5

    বা। আপোনাক ভগবানে এশ বছৰ জীযাই। ৰাখক আমাক ভাগবত। শুনাবলৈ

  • @jayantidas3472
    @jayantidas3472 3 года назад +2

    কৃষ্ণ বাপ ঈশ্বৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ গ্ৰহণ কৰিব 🙏🙏🙏 কৃষ্ণ কৃষ্ণ

  • @dilipdas3549
    @dilipdas3549 3 года назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু আমাৰ সেৱা গ্ৰহণ কৰিব ।