কোটিটকীয়া উপহাৰ দি চুমিৰ পৰা কি লৈছিল বিশালে?

Поделиться
HTML-код
  • Опубликовано: 1 ноя 2024

Комментарии • 423

  • @mohankaman4987
    @mohankaman4987 Месяц назад +84

    তাৰ বিনিময়ত গোটেই ৰাতি তাৰ লগত কটাব লাগিব এয়াই হৈছে বিনিময়।

    • @Crickeee7517
      @Crickeee7517 Месяц назад +8

      Ajoni suali virgin buli knke gom pam

  • @khao_na
    @khao_na Месяц назад +32

    সত্ৰভূমিত বাহিৰৰ মানুহে মাটি কিনা নিষিদ্ধ হোৱাৰ পূৰ্বে মাজুলীত ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নীৰ | এইবোৰ বাতৰি কেতিয়া দিব???

  • @rijuwanasultana9387
    @rijuwanasultana9387 Месяц назад +132

    ইমান কম বয়সতে কোটি টকাৰ মালিক হবলৈও extra talent থাকিব লাগিব😊😮

    • @martinlothar166
      @martinlothar166 Месяц назад

      Talent aajikali hokolure ase kintu enekua dhurt, bodmas hobo pora talent he hokolure nathake karon aajir jugat eman dangor eta scam kori basi jam buli eta murkho aru bodmase he bhabibo pare karon heijone pasor pirinamoloi bhoy nokore...😊

  • @LakhiPrasadSaikia-uq9df
    @LakhiPrasadSaikia-uq9df Месяц назад +64

    এতিয়া আৰু মিডিয়া ভাল জয় জয় ময় ময় চুমি আৰু বিশাল এটা কে দুটা কৰি কৰি বজাই থাকিব।

    • @RenuGogoi-l8q
      @RenuGogoi-l8q Месяц назад

      Thik koise poisa pabole jiti vul prosar kore

  • @ranjankrray8275
    @ranjankrray8275 Месяц назад +250

    তাৰ বিনিয়মত বিশালে Full night লৈছিল

  • @pranjalgogoi1138
    @pranjalgogoi1138 Месяц назад +43

    চুমিৰ দ্বিতীয় গিৰিয়েক আছিল বিশাল ফুকন । বয়স কম হোৱাৰ বাবে তাৰ্কি মূৰ্গীটোৰ নামত সেন্দুৰ লব লগা হৈছিল আইনৰ ভয়ত । কামফেৰা কিন্তু পয়ালগাটোৰ লগতে চলাই আছিল, যিটো কথা স্পষ্টকৈ ওলাই পৰিছে এই নৰ্টকী, নতি যদি এজনী সাংঘাটিক হাৰামী তাই মুখত থকা হাহিটোতে প্ৰকাশ পায় । কি লেবেলৰ কথা তাই, এইক ভিক্ষাৰী বনাই দিব লাগে মনত থকাকৈ যাতে ভৱিষ্যতে কোনেও এনেধৰণৰ কামক অনুসৰণ নকৰে ।

    • @kalpanaboruah3516
      @kalpanaboruah3516 Месяц назад +10

      নাৰীৰ নামত কলংক চুমি বৰা।

    • @sumivlogs1607
      @sumivlogs1607 Месяц назад +2

      Thik koise

    • @manusarma8806
      @manusarma8806 Месяц назад

      Nai ai pokor bikri kori haleo paisa ghotiboi.... Ane suali paisar karane jikono kam koribo pare......

    • @NijumoniGogoi-o9p
      @NijumoniGogoi-o9p Месяц назад +2

      Xosake pai

    • @dilipsarmah882
      @dilipsarmah882 Месяц назад +1

      Sumi Vtjalokiya logabo lage

  • @SorifAli-qu1lq
    @SorifAli-qu1lq Месяц назад +22

    তাৰ বিনিময় ত আচলটো গোতে ৰাতি পাইছে, ভালকৈ দিছে

  • @bijitdas2073
    @bijitdas2073 Месяц назад +1

    সুন্দৰ হৈছে।

  • @SankarjitGogoi-z9j
    @SankarjitGogoi-z9j Месяц назад +94

    Biya patile kunubai, suhagh rat manile karubar logot

    • @BhishmaChirang
      @BhishmaChirang Месяц назад +6

      Hoi dai 😂😂😂😂😂 elu elu

    • @dhirajbarman007
      @dhirajbarman007 Месяц назад +1

      pati lowa nhoi pati dea baiyak hoi ako

  • @khanindas4586
    @khanindas4586 Месяц назад +18

    চুমি হ'বলৈ গৈ আছে ৰানু মন্দলৰ দৰে

  • @himnextgen3093
    @himnextgen3093 Месяц назад +29

    Dinot baidew rati bhoraidow😮

  • @HiruKoch-t7h
    @HiruKoch-t7h Месяц назад +31

    চুমি চুমি চুমি ধুনীয়া,
    তোমাৰ নুন খনি
    পুলিচে পালে বাঁহ ভৰাব
    ওলাই নাহিবা তুমি

  • @bijurabha6234
    @bijurabha6234 Месяц назад +7

    All day nigth njoy bishal group

  • @pikubora9865
    @pikubora9865 Месяц назад +20

    যি লব লাগিছিল সেইটোকে লৈছিল

  • @BituponHazarika-zi5ry
    @BituponHazarika-zi5ry Месяц назад +27

    বিয়া পাতিলে কোনোবাই হানিমুন গৈ ই ইঞ্জয় কৰিলে বিছালে।
    ইঞ্জও কৰি আছে কি লাগে খিনাই গল বিশাল

  • @lakhikalita5002
    @lakhikalita5002 Месяц назад +29

    বিশালৰ মাকে বাৰু পুতেকক সোধা নাছিল নেকি ইমান টকা কেনেকৈ ঘটিছে এনেকোৱা মাক বাপেক থাকেনে 😅

  • @kaberimoran5496
    @kaberimoran5496 Месяц назад +7

    ইমান চিঞৰি আছে সকলোৱে এতিয়া বিচাৰি পোৱা নাই চুমি তুমি। ঘটনা বোৰ হ'লে সকলো চিঞৰে পিচত দেখিবলৈ পাও একো কৰিব নোৱাৰে।

  • @rupalichetiahandique4442
    @rupalichetiahandique4442 Месяц назад +22

    বিশালৰ মাক দেউতাক নাই নেকি, তেওঁ লোকে কি কৰে,ই অনাথ নেকি, কোনো এটা চেনেলত তেওঁ লোকৰ কথা কোৱা নাই।

  • @bhabanandasaikia4764
    @bhabanandasaikia4764 Месяц назад +4

    সুখ লৈছিল ভগাই

  • @dhirajrabha1491
    @dhirajrabha1491 Месяц назад +15

    আৰক্ষীয়ে চুমি বৰাক আটক কৰিব বিচাৰা নাই?
    নে আটক কৰিব পৰা নাই?

  • @pabitrasaikia5831
    @pabitrasaikia5831 Месяц назад +12

    এই কেইদিন আৰু বেলেগ নিউজ দেখিবলে নেপাম চাগে ঢকুৱাখনা সুনীল গগৈ কত গল গুৱাহাটী ৰমেন বৰুৱা কি হল

  • @kamaldas8781
    @kamaldas8781 Месяц назад +6

    লৰাটোৰ শক্তি হীনতাৰ আঁৰৰ কাৰণ টো চুমি বাইদেউ এ

  • @juniorpatir6113
    @juniorpatir6113 Месяц назад +24

    উপভোগৰ নামত কলংক আনিছে চুমিয়ে।

  • @BhishmaChirang
    @BhishmaChirang Месяц назад +7

    full moja lole sage Dubaite 💅

    • @pabitrasaikia5831
      @pabitrasaikia5831 Месяц назад +2

      সি চাগে বহুত মজা পালে দেই

  • @SurprisedAirplane-ds9hp
    @SurprisedAirplane-ds9hp Месяц назад +40

    নকও দেই মোৰ লাজ লাগে☺

  • @MirHassanBarbhuiya-ck6os
    @MirHassanBarbhuiya-ck6os Месяц назад +3

    Moja loise বিশাল এ

  • @Nagaa8266
    @Nagaa8266 Месяц назад +2

    চুমিৰ পৰা নিশাৰ মৰম লৈছিল

  • @PranabjyotiBaruah-x2i
    @PranabjyotiBaruah-x2i Месяц назад +16

    বিনিময় আপুনি কোৱাটো নহয়,😂

  • @Regional-i7b
    @Regional-i7b Месяц назад +6

    বিশালৰ বাঢ়িদাল মুখত লৈছিল

  • @RinkiSultana-g5p
    @RinkiSultana-g5p Месяц назад +1

    Mojja enjoy korise ..Bhai namat jolai dise

  • @pallabjyotikonwar5065
    @pallabjyotikonwar5065 Месяц назад +11

    গোটেই শৰীৰ টোয়ে ললে😅

  • @DBARMAN-v6c
    @DBARMAN-v6c Месяц назад +13

    অবৈধ বিনিয়োগ কৰাৰ বাবে তহতে ৰাইজক কান্দি কান্দি আবেগিক কৰা অসমীয়া মানুহে অসমীয়া চলচ্চিত্ৰ নাচায় বুলি। কষ্টৰে সংগ্ৰহ কৰা টকা ফাংচনবোৰত 4/5 লাখ লাগে এইবোৰ কৰিবলৈ?

  • @KanakNath1
    @KanakNath1 Месяц назад +30

    বিশালৰ সমগ্ৰ পৰিয়ালৰ বিষয়েও জানিবলৈ মন গৈছে।সাঙবাদিকক জনাবলৈ অনুৰোধ জনালো।😂

  • @pujapanservice3710
    @pujapanservice3710 Месяц назад +38

    Meli disil😂

    • @samssolovlogs3337
      @samssolovlogs3337 Месяц назад +2

      😢

    • @Crickeee7517
      @Crickeee7517 Месяц назад +5

      Ajoni suali virgin buli knke gom pam biya pota agt

    • @manusarma8806
      @manusarma8806 Месяц назад

      ​@@Crickeee7517baba kamfera korilei gom paba...... Baki bujai kobo alap digdar.....

  • @himandas6042
    @himandas6042 Месяц назад +6

    চিল ফতাইছিল ৷

  • @amritsonowal977
    @amritsonowal977 Месяц назад +5

    আপুনি নকলেও হ'ব আমাৰ ৰাইজ বহুত smart হয়

  • @dipukumarnath-xz3lv
    @dipukumarnath-xz3lv Месяц назад +11

    আপোনালোকে নকলেও সদৌ অসম বাসীয়ে জানে, একপোৱা তিনি কোনীয়া মাংস লৈছিল / বিচাৰিছিল😂

  • @success2089
    @success2089 Месяц назад +5

    বুচৰ ফুটা

  • @mithunbora5618
    @mithunbora5618 Месяц назад +5

    কি লব আৰু বুজি পাইছে সকলোৱে 😅😅😅😅

  • @dkoch8020
    @dkoch8020 Месяц назад +45

    Sudan desil

    • @Crickeee7517
      @Crickeee7517 Месяц назад +3

      Ajoni suali virgin buli knke gom pa.

    • @pabitrasaikia5831
      @pabitrasaikia5831 Месяц назад +2

      বস্তু ভাগ ভাল আছিল

    • @MonjitSaikia-k9p
      @MonjitSaikia-k9p Месяц назад +1

      Ghenta Gutaikhon Gela gida🪰🪰

  • @Momi.HRajkhowa-yz4tm
    @Momi.HRajkhowa-yz4tm Месяц назад +2

    চুমী নামৰ এই হৰামজাদি জনীৰ লগত কোন কোন বেছি সক্ৰিয় হৈ আছিল তেওঁলোককো ধৰি আনি জেইল দিব লাগে, আৰু উপযুক্ত শা স্তি দিব লাগে। পইচা খাই দুখিক এৰি দিলে সিহঁত পুনৰ একেই শোষণ কাৰীয়ই হৈ থাকিব

  • @RanjitDas-p8i
    @RanjitDas-p8i Месяц назад +31

    প্ৰশ্ন : চুমিৰ পৰা কি লৈছিল বিশালে?
    উত্তৰ : চুমিৰ পৰা চুমা লৈছিল বিশালে

  • @afruja7029
    @afruja7029 Месяц назад +3

    Oo my god moito bishal....fida hoi golu❤️

  • @khanindas4586
    @khanindas4586 Месяц назад +5

    চুকত ভেকুলীৰ দৰে লুকাই আছে চুমি অসমীয়াৰ পৰিচয় দিছা

  • @RahulNath-t7n
    @RahulNath-t7n Месяц назад +1

    I have a গভীৰ প্ৰশ্ন
    নাৰিকলৰ ভিতৰত পানী কেনেকৈ সোমাল ।

  • @pridulmonibora114
    @pridulmonibora114 Месяц назад +5

    Sumeya okol besaloka nohoi balag karubaku body base furesel.koreograffer kora namot .ana oveñatric valkoi ahekone debo laga

  • @dilip_baruah1108
    @dilip_baruah1108 Месяц назад +9

    আইন কানুন বেলেগ বিষয়, কিন্তু ক'ব লাগিব যে বিশাল ফুকন আচলতে এজন বহু মেধাৱী ল'ৰা, তেওঁৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ❤️ মোৰ মতে টকা দিয়া সকল হে বেছি জগৰীয়া।

    • @ManaswitaBaruah
      @ManaswitaBaruah Месяц назад +1

      O, ki likhise, teur jibon aru ujjwal hoboloi aasei ne?

  • @bhaskarborah7873
    @bhaskarborah7873 Месяц назад +1

    গিৰীয়েকটো নামত হে দেখোন।

  • @সমুদ্ৰকুমাৰনাথ

    টকা বিনিয়োগ কৰা বোৰৰ‌ দূখ বহুত যদিও মোৰ টকা মৰিল‌ বুলিও ক'ব নোৱাৰাটো কম ডাঙৰ দুখ নে? ক'লা টকা বোৰ এনেকৈ যাব লাগে। বেলেগৰ টকাৰে আমবানীৰ জীৱন নিৰ্বাহ কৰিছিল

  • @ghussain1994
    @ghussain1994 Месяц назад +2

    Axomor treandig jiahd #mama moye moye

  • @bhabeshdas8720
    @bhabeshdas8720 22 дня назад

    বিনিময়ত বিশালে চুমিৰ পুৰা ৰস পান কৰিছে ৰাতি ৰাতি

  • @puspadhardowarah1932
    @puspadhardowarah1932 Месяц назад +1

    কোটি টকীয়া উপহাৰ দি চুমিৰ পৰা প্ৰেম পীৰিতিৰ বাদে আন নো কি পাব!তাৰ্কিকৰ লগত 50%ত হয়তো ভাগ কৰি লৈছিল বুজা পৰাৰ মাধ্যমেৰে।

  • @parangogoi4570
    @parangogoi4570 Месяц назад +1

    Good very good nortoky

  • @DilipDas-j2f
    @DilipDas-j2f Месяц назад +1

    আচলতে চুমী বৰা, বিশাল ফুকনৰ পাতি লোৱা বাইদেউৱেক হয়,নে উপভোগ কৰা ২নম্বৰ ঘৈণীয়েক হয়,সেইটোত মোৰ সন্দেহ আছে ।

  • @jayadass2681
    @jayadass2681 Месяц назад +1

    ৰাইজৰ টকা ঘূৰাই দে।

  • @krishnagogoi1657
    @krishnagogoi1657 Месяц назад +3

    দিন টোৰ বাবে বায়েক | নিশা টোৰ বাবে মাইকী

  • @Runjunborah-un5zk
    @Runjunborah-un5zk Месяц назад +2

    এজনীয়ে দেখোন কান্দি কান্দি নহয় বুলি কৈছিল ফটোৱা নৰ্তকী জনী

  • @stephenhawking7992
    @stephenhawking7992 Месяц назад +1

    বিশালে চুমীৰ লগত Night duty কৰিছিল,আকৌ সেইটো কিবা ক'ব লগা কথানে?

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 24 дня назад

    এই বোৰ বুজি পালোঁ বাৰু , এতিয়া , ৰাইজৰ টকা , ৰাইজক ঘূৰাই দিয়া - নিদিয়া বিষয় আৰু জেল , এইবোৰৰ চুড়ান্ত উত্তৰ কি ?????? ইয়াৰ উত্তৰ দিয়ক ।

  • @aryanboys1972
    @aryanboys1972 Месяц назад +2

    Money power 💰💰💰💰💰

  • @vlog-ex3mr
    @vlog-ex3mr Месяц назад +14

    Kesa masor piece loisil

    • @ytdesert3581
      @ytdesert3581 Месяц назад +2

      Maas dekhun bojar pora kinile hoi..,.200-250 tokahe kg.

  • @mindrefresh715
    @mindrefresh715 Месяц назад +1

    কথা হল মানুহবোৰে টকাবোৰ ঘুৰাই পাব নে!? বিশাল জেল হব উলাই আহি পুনৰ বিন্দাছ্ জীৱন কটাব।

  • @joymotibaishya3079
    @joymotibaishya3079 Месяц назад +5

    Bishal logot thoka mane linkot jibur manu ase komsekom 30. &40 year jail hobo lage,,

  • @mukundamahanta7553
    @mukundamahanta7553 Месяц назад +4

    বিশাল চুমিকলৈ অসমিয়াই গৌৰবকৰক‌‌ ইমান ঠগ ধেমালি নহয়

  • @Tdast-t1gyv
    @Tdast-t1gyv Месяц назад +3

    Nortoki❌notti✅

  • @rinasonowal163
    @rinasonowal163 Месяц назад +9

    Amr Asaamt o je emn dhoni manuh ase moi bhobai naasilu..emn dami dami give dibo pare je

  • @jugalgarg3281
    @jugalgarg3281 Месяц назад +3

    Olp time koribo karone emn poisa waste kore ....

  • @rontuhazarika639
    @rontuhazarika639 Месяц назад

    hundor

  • @MainuGogoi-h6b
    @MainuGogoi-h6b Месяц назад +1

    News huni amoni লাগিছে

  • @khanindas4586
    @khanindas4586 Месяц назад +2

    চুকত ভেকুলীৰ দৰে কত লুকাই আছা চুমি উলাই অহা বিশাল জেলৰ ভিতৰত আছে

  • @Play99128
    @Play99128 Месяц назад +2

    Noti 2 ktha aro kimn koy thake amni lgise aro

  • @bhaskarborah4254
    @bhaskarborah4254 Месяц назад +1

    চালো কি হ'ব নেট গ'ল আৰু সময় বেকাৰ গ'ল, সাৱধান ধন্যবাদ

  • @DilipDas-j2f
    @DilipDas-j2f Месяц назад +8

    চুমী বৰাক সম্পূৰ্ণ ৰূপে ছবি জগতৰ পৰা বহিষ্কাৰ কৰিব লাগে, আইনী ব্যৱস্থাৰে চুমী বৰাক এনেকুৱা শাস্তি প্ৰদান কৰিব লাগে যাতে তাই কতো খোজ পেলাব নোৱাৰে । ধন্যবাদ

  • @ManashBoruah-vs3xb
    @ManashBoruah-vs3xb Месяц назад

    বাইদেউৰ বিশাল সাগৰ দেখিছিল বিশাল ফুকনে ।

  • @ranudas593
    @ranudas593 Месяц назад

    ৰিনিকি বাইদেউৰ কথা তল পৰিলনে,খবৰটো লব,

  • @rahulgogoi4606
    @rahulgogoi4606 Месяц назад +17

    Morom loisil

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 Месяц назад

    এই সম্পত্তি বোৰৰ ওচৰত বাৰে বাৰে বকি থকাকৈ , আত্মসাৎ কৰা , ৰাইজৰ কুটি টকা , ঘূৰাই দিয়া হবনে নহ'ব ???? তাকেই ৰাইজক জনাওক ।

  • @Paaalash
    @Paaalash Месяц назад +2

    Pati luwa dada❌
    Pati luwa vaiti✅😂

  • @VLOGSANDSHORTSDIPAK01
    @VLOGSANDSHORTSDIPAK01 Месяц назад +2

    Investment kora khiniye kot eman poisa pale heytu o Sauk chek korok kot eman poisa pale

  • @ridipbora2621
    @ridipbora2621 Месяц назад +1

    Ful night লৈছিল ডুবাই ৰোম ত

  • @dekapranjal...33k
    @dekapranjal...33k Месяц назад

    Wowww niceee

  • @jayadass2681
    @jayadass2681 Месяц назад

    এইটো দেহাত একো নাই ৰাইজে ধৰি চৰ দিলে ক'ৰবাত ওলতাখাই পৰিব।

  • @DimpiBorah-nt3oc
    @DimpiBorah-nt3oc Месяц назад +9

    Ki dise ru kobo lage nii sobe gom paise ru vayek ne blg kiba

  • @DibyajyotiDas-np7nz
    @DibyajyotiDas-np7nz Месяц назад +4

    Psa khn loisile

  • @balikapathak3677
    @balikapathak3677 Месяц назад

    Belegor dhn dekhi amar mur nughurai o .

  • @vulaboruah1530
    @vulaboruah1530 Месяц назад

    সকলো চৰকাৰে জব্দ কৰিব লাগে

  • @MonikantaBoruah
    @MonikantaBoruah Месяц назад

    ইৰাত কৈ বেদনা লাগেনে জীৱনত শান্তি নহব কিজানি

  • @Momi.HRajkhowa-yz4tm
    @Momi.HRajkhowa-yz4tm Месяц назад

    কেতিয়া আটক কৰিব চুমি আৰু তাইৰ স্বামীক,, । নে পলাবলৈ সুবিধা কৰি দিছে।

  • @Simanta-l8u
    @Simanta-l8u Месяц назад

    কি লব আৰু সি ,,,মজা লব ন ,,বিশালে

  • @abhijitassamlov4778
    @abhijitassamlov4778 Месяц назад

    Adre examot আহি যাব পাৰে কিন্তু

  • @ratultaro6391
    @ratultaro6391 Месяц назад

    দিনত বাইদেউ আৰু ৰাতি হ'লে.......... নকওঁ আৰু....

  • @vlog-ex3mr
    @vlog-ex3mr Месяц назад +8

    Raati Rangin

  • @jyotishdoley1470
    @jyotishdoley1470 Месяц назад

    Misa bonam desa apuni newsr namot

  • @Rinyabae
    @Rinyabae Месяц назад

    Need your good comments for everyone..

  • @birajkumardas4230
    @birajkumardas4230 Месяц назад

    হেৰি লৈছিল.....অ" হেৰি 🙈

  • @user-en5yv3iu2p
    @user-en5yv3iu2p Месяц назад

    Caption : heights of Journalism😂😂

  • @anjumoni3006
    @anjumoni3006 Месяц назад

    নালীয়া কম তেঙৰ বস্তু নে বাৰু.

  • @DibyadharSaikia
    @DibyadharSaikia Месяц назад +1

    Sab property bajeapta kari dilei letha khatam

  • @naturalvlogs6.5
    @naturalvlogs6.5 Месяц назад +2

    Kii lobo aruu ji laage sobokee xaitu a loise...jitu ghotona xodai hoi a thake

  • @puspadhardowarah1932
    @puspadhardowarah1932 28 дней назад

    শব্ধটো হব লাগে সচকিত;সতচকিত নহয়!