বিজেপিৰ সভাপতি হোৱাৰ দিশে বসুন্ধৰা ৰাজে!

Поделиться
HTML-код
  • Опубликовано: 10 янв 2025

Комментарии • 24

  • @taradoi7957
    @taradoi7957 18 дней назад +8

    যি কম সঁচা কম ।---------------অমিত শ্বাহ নামৰ মানুহ জনৰ কিবা বিবেচনা শক্তি আছে বুলি মই নেভাৱো । জ্ঞান শূন্য । ভাগ্যৰ ‌যোৰত মন্ত্ৰী হৈছে । তেনেকুৱা ভাগ্যৰ যোৰত মন্ত্ৰী , বিধায়ক হোৱা বহু নেতা আছে ।

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj 18 дней назад +3

    ৰাজনীতিত মূৰ্খতাই সমস্যা নহয় , নহ'লেনো ৫০টা পুখুৰী খন্দোৱাই অসমৰ বানপানীৰ সমস্যাটো স্থায়ী ভাৱে সমাধানৰ উপায় দিয়েনে....।

  • @UpenDeka-t9r
    @UpenDeka-t9r 19 дней назад +1

    Very good 👍👍👍 Salute

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 19 дней назад +2

    বিজেপিয়ে অদ্ভূত কথা কয়
    শাসনে মূৰত ধৰিছে বিজেপি ক
    অসমত ৰাহুল গান্ধী ক ৰাজিৱ গান্ধী
    সজাই দিলে

  • @kowserlaskar-qt7kv
    @kowserlaskar-qt7kv 17 дней назад

    Joy Bhim

  • @SohidulHoque-e1u
    @SohidulHoque-e1u 15 дней назад

    Crj

  • @mixerbangla9365
    @mixerbangla9365 19 дней назад +2

    First viewer

  • @DipjyotiKalita-i8i
    @DipjyotiKalita-i8i 18 дней назад

    Rajib gandhi will next national president from BJP
    ফকতীয়া বাতৰি বোৰ কত পাই আপোনালোকে😊😊😊

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my 18 дней назад

    Ei adani company tuk khedilehe projai janti pabo.

  • @kowserlaskar-qt7kv
    @kowserlaskar-qt7kv 17 дней назад

    Kuno somossya nai ed,cd,cid,fd,fid,xyz ASE

  • @abdulmannaf5519
    @abdulmannaf5519 18 дней назад

    Never can do anything to this proudy A.S.

  • @RashmiSaikia-z7r
    @RashmiSaikia-z7r 19 дней назад

    Ata kothai gom Pau bule henu kothate kota jai kothate botao pai 💯

  • @cgohain7304
    @cgohain7304 19 дней назад

    🙅‍♂️🙅‍♂️🙅‍♂️🙅‍♂️🙅‍♂️

  • @MoniPegu-l1n
    @MoniPegu-l1n 19 дней назад +1

    ভাৰতত একজনো Bjpক ভোট নিদিলেও মই সদায় bjp

    • @chand8918
      @chand8918 19 дней назад +3

      উপাই নাই বোপাই আৰু কৰিবানো কি , মহাভাৰত যেনেকৈ পিতামহ ভীষ্মৰ সন্মুখতেই দ্ৰুপদীৰ বস্ত্ৰ হৰন কৰিছিল তেতিয়া সেই সমূহ চাই থকাৰ বাদে আৰু একো মাতিব সাহস কৰা নাছিল কাৰণ তেও যানে হস্তিনাপুৰত থাকি খাই দাঙৰ হোৱা তেনে ক্ষেত্ৰত দুৰ্যোধনৰ বিপৰীতে গৈ কথা কলে কি হব তেও বুজি পাইছিল ,ঠিক তেনেকৈ তুমাৰ সেই একেই অৱস্থা 😂😂😂

    • @MoniPegu-l1n
      @MoniPegu-l1n 19 дней назад

      @chand8918 কংগ্ৰেছৰ পৰা উদ্ধাৰ হৈ এতিয়া যেনেকৈ ৰাইজে শান্তি হৈ আছে মহাভাৰতৰ দিনতো এতিয়াৰ দৰে কৌৰৱক আদায় কৰি শান্তি পাইছিল পাই৷ আপুনি কথাবোৰ বাবি ছা কৃষ্ণ মোদী হয় ভাই

    • @chand8918
      @chand8918 18 дней назад +2

      @@MoniPegu-l1n ধৰ্মৰ নামত অন্ধ হয় গৈছা তহঁতে বৰ বেছি কথা কৈ লাভ নহব মোৰ
      এৰিলোঁ মই

    • @saddikurrahman7617
      @saddikurrahman7617 18 дней назад

      গো-মূত্ৰ খোৱা অন্ধভক্ত চাল্লা, চাবি বিজেপি ওৰফে চুৰ পাৰ্টীৰ ভৰি চেলেকি থাকি থাকি হেৰীটো চেলেকি নিদিবি ত‌ই অন্ধভক্ত 😡🤬🙄

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 18 дней назад

    BJP dolat Amrit Chahor dore Neta Thakile BJP Doltuk Bahut khayati karibo. Doltu Servicing Karibor hol

  • @LakhyanDewri
    @LakhyanDewri 17 дней назад

    এই নিউজ চেনেলটোৰ কংগ্ৰেছৰ হয়। এই চেনেলতোৱে বিজেপিক বদনাম কৰাৰ বাহিৰে আন কিবাৰ ভাল গুন গান গোৱাৰ দেখিছানে। আপোনাৰ লোকে অনুভৱ কৰিব চোন ।