মৃণাল কলিতাৰ বকুল ফুলৰ দৰে উপন্যাসৰ বিশ্লেষণ। অৰূপ কুমাৰ বৰঠাকুৰ। Novel। JDRCT।

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024
  • "যোৰহাট জিলা অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থা"ৰ দেওবৰীয়া নিয়মীয়া অনলাইন(হোৱাটচ্ এপ)সভাৰ অন্তৰ্গত "দাপোণ" শীৰ্ষক অনুষ্ঠানত ৩০-০৪-২০২৩ তাৰিখে আগবঢ়োৱা কথিকা (অসম্পাদিত)।

Комментарии • 30

  • @anuradhasharmagoswami7577
    @anuradhasharmagoswami7577 3 месяца назад

    সুন্দৰ বিশ্লেষণ। চৰিত্ৰত সোমাই পৰি কৰা এই পঠন সঁচাকৈয়ে প্ৰশংসনীয়।

    • @kothaaruabritti
      @kothaaruabritti  3 месяца назад

      @@anuradhasharmagoswami7577 বহুত ধন্যবাদ তোক।

  • @malobikaborpuzari7131
    @malobikaborpuzari7131 2 месяца назад

    বৰ সুন্দৰ হৈছে ছাৰ ।ইমান সুন্দৰকৈ বিশ্লেষণ কৰিছে। সেই সুন্দৰ কাহিনীটো নিখুঁত ভাবে চকুৰ আগত ভাহি উঠিছে।

  • @nivanath147
    @nivanath147 3 месяца назад

    বৰ সুন্দৰ বিশ্লেষণ আগবঢ়ালা অৰূপ৷ আপ্লুত হলো৷

    • @kothaaruabritti
      @kothaaruabritti  3 месяца назад

      @@nivanath147 বহুত ধন্যবাদ তোমাক।

  • @majonikoushick05
    @majonikoushick05 Месяц назад

    ভাল লাগিল খুৰা,আকৌ এবাৰ 'বকুল ফুলৰ দৰে' কিতাপখন নিজেই পঢ়া নিছিনা লাগিল।

  • @RupaBorthakur-c5o
    @RupaBorthakur-c5o 2 месяца назад

    ভাল লাগিল শুনি

  • @nabajyotisaikiaa6137
    @nabajyotisaikiaa6137 3 месяца назад

    সুন্দৰ

  • @junalidutta36
    @junalidutta36 3 месяца назад

    Val lagila sir

  • @user-el9fi3jz8v
    @user-el9fi3jz8v 3 месяца назад

    Hundor sir

  • @rajibassam01
    @rajibassam01 3 месяца назад

    আপোনাৰ মুখত উপন্যাস খন শুনি নিজে পঢ়াৰ দৰেই দৃশ্যপটবোৰ চকুৰ আগত ভাহি আহিল। অতি সুন্দৰ আপোনাৰ পঠন আৰু বিশ্লেষণ। ❤

    • @kothaaruabritti
      @kothaaruabritti  3 месяца назад

      @@rajibassam01 অশেষ ধন্যবাদ প্ৰিয় বন্ধু।

  • @RekhaTamuli-n9m
    @RekhaTamuli-n9m 3 месяца назад

    Bhal lagise.

  • @Diyaleena_home_corner
    @Diyaleena_home_corner 3 месяца назад

    ভাল লাগিল দাদা।

  • @bijaysaikia2402
    @bijaysaikia2402 3 месяца назад

    Val lagil 🙏

  • @rakeshborah8655
    @rakeshborah8655 3 месяца назад

    শুনি বহুত ভাল লাগিল ছাৰ 🙏🙏

  • @SumantaBhattacharyya-p2s
    @SumantaBhattacharyya-p2s 3 месяца назад

    Val hoise sir🙏

  • @adiptanayanborthakur1521
    @adiptanayanborthakur1521 3 месяца назад

    Bhal lagil

  • @RubulBora-jd1il
    @RubulBora-jd1il 3 месяца назад

    ভাল লাগিল sir

  • @PunimaNarah
    @PunimaNarah 3 месяца назад

    Val lagil sir ❤️

  • @ankurborah9058
    @ankurborah9058 3 месяца назад

    শুনি ভাল লাগিল অৰূপ ছাৰ 👌👍

  • @arpanasarmah2316
    @arpanasarmah2316 3 месяца назад

    ভাল লাগিল ছাৰ।

  • @chimpidutta2730
    @chimpidutta2730 3 месяца назад

    ভাল লাগিল ছাৰ।🙏

  • @susmitakhound7366
    @susmitakhound7366 3 месяца назад

    Bhal lagil sir..

  • @minakshiboruah4455
    @minakshiboruah4455 3 месяца назад

    🙏🙏

  • @nabinrajkonwar1138
    @nabinrajkonwar1138 3 месяца назад +1

    কিতাপখন স্কুলৰ দ্ৰুত -পাঠ্য হিচাবে লব লাগে। A-Z সকলো শিক্ষকে পঢ়িব লাগে ।

    • @kothaaruabritti
      @kothaaruabritti  3 месяца назад

      @@nabinrajkonwar1138 হয় সহমত পোষণ কৰিলোঁ।

  • @abhishrutisarmah1819
    @abhishrutisarmah1819 3 месяца назад +1

    বৰ সুন্দৰ বিশ্লেষণ মামা। সঁচাকৈয়ে এইখন এখন বৰ সুন্দৰ উপন্যাস।❤

  • @FoodingandtravellingAssam
    @FoodingandtravellingAssam 3 месяца назад

    Bhal lagil