ধণ্যবাদ আপোনালৈ ,এতিয়াও সেই পৰম্পৰা কিছু গাওত পালন কৰা দেখিবলৈ পোৱা যায়। সুন্দৰ অতি সুন্দৰ কাব্যিক ৰছনা ৰখ কথা। আমাৰ গাৱত কম পৰিমানে এই নিয়ম ছনি আছে।
@@Bablu-hd6zt the morning of life in the morning of the morning of the morning of the morning of the morning of the morning of the morning of the morning of
আমাৰ ফালে এতিয়াও এই নিয়ম পালন কৰি আহিছোঁ। বাকী বহুত ধুনীয়া কথা কৈছে।
ভাল লাগিল ,পিচে কইনা সজোৱা ৰ কথা থাকি গ ল , বহুটো নিমন্ত্ৰিত অতিথিয়ে কইনাক মাত এষাৰ নিদিয়াকৈয়ে বিদায় লবলগা হয় , কিয়নো beautician ৰ ওচৰত দিনটোয়েই আবদ্ধ কইণা ছোৱালী
সত্য কথা কোৱা বাবে বহুত বহুত ধন্যৱাদ জনালো |
মৰমৰ দেৱজিৎ ,অশেষ ধন্যবাদ যাচিলোঁ । বাস্তৱ ছবি । বাৰে বাৰে শুনিবলৈ মন গৈছে । মই অতীতলৈও উৰিছোঁ আৰু ঘূৰি পকি আহি আজিৰ বিয়াঘৰত চকুমুদি তোমাৰ বাস্তৱ ছবিখন চালোঁ ।
সুন্দৰ । উপহাৰৰ কথাখিনিয়ে মন চুই গল।
ধন্যবাদ দাদা💐 খুব সুন্দৰ চিন্তাধাৰা 🙏আশা কৰিছো অসমীয়া সমাজখনে আপোনাৰ চিন্তাধাৰাক আকোৱালি লব 🙏
Dhalla villeg assault kallaboori nus tinisuka distik
বহুত ভাল কথা কৈছে। তেখেত আৰু আপোনাক ধন্যবাদ জনালো।
বহুত ভাল লাগিল।কথাবোৰ জী্ৱন্ত।তেখেতৰ চিন্তাধাৰাক সন্মান জনালোঁ।
কথাখিনি শুনি থাকিবলৈ মন যায় । সঁচাকৈ ইমান সুন্দৰকৈ উপস্থাপন কৰিছে । বহুত সুন্দৰ সুন্দৰ কথা ক'লে ।
ভিডিঅ'টোৰ কথাখিনিৰ উপস্হাপন বহুত সুন্দৰ হৈছে। মৰাণ সমাজত বৰ বিয়াত বা শান্তি বিয়াত কুলাবুঢ়ী নাচ বৰ্তমান ও প্ৰচলিত হৈ আছে। তিনিচুকীয়া জিলাৰ মৰাণ গাঁৱ সমুহ লৈ আহিবচোন বিয়া চাবলৈ ।আহিলে দেখিবলৈ পাব কুলাবঢ়ী নাচ ।কুলাবুঢ়ী নাচ মৰাণ সমাজৰ পৰম্পৰা ৰীতি-নীতি।🙏🏻❤️❤️❤️
ভিডিঅটো ভাল লাগিল......... কথা খিনিয়ে মন চুই গ'ল.... ইমান সুন্দৰকৈ কথা খিনি উপস্থাপন কৰা বাবে ধন্যবাদ....
কথা শুনি বহুত ভাল লাগিল ।একদম সচা কথা কলে ।
সঁচা আমাৰ গাঁৱৰ অতীত হৈ আছে এতিয়াও বহুত ভাল লাগে আমাৰ।
🙏🙏🙏 অনুপম শইকীয়া দা,, খুউব মনোযোগৰে ইউ টিউবৰ ভিডিওৰ কথাখিনি শুনিলো । বৰ ভাল লাগিল । বৰ্তমান আধূনিক যুগত সমাজত বিশেষকৈ আমাৰ অসমীয়া সমাজত চলি থকা অপ্ৰিয় সৎতয় কথা । বৰ Motivational & Knowledgeable Videos. Videos কাৰীক বহু আৰু অশেষ ধন্যবাদ... যে সমাজত চলি থকা অপ্ৰিয় কথা আৰু ঘটি থকা সৎতয় ঘটনা বোৰ উদঙাই দিয়া বাবে । ধন্যবাদ ।👍👍👍
ধণ্যবাদ আপোনালৈ ,এতিয়াও সেই পৰম্পৰা কিছু গাওত পালন কৰা দেখিবলৈ পোৱা যায়। সুন্দৰ অতি সুন্দৰ কাব্যিক ৰছনা ৰখ কথা। আমাৰ গাৱত কম পৰিমানে এই নিয়ম ছনি আছে।
ভাল লাগিল ভিডিঅটো।আমাৰফালেএই গোটেইবোৰ নিয়ম আছে। খুব ভাল লাগে মিলিজুলি বিয়াখন উপভোগ কৰে সকলোয়ে।
Niyes
@@Bablu-hd6zt the morning of life in the morning of the morning of the morning of the morning of the morning of the morning of the morning of the morning of
Dada apunar cntct nmbrt2 dibo sun ankua bia sabo bht ase
Moro jab mon jai anekowa beya t saboloi
সত্য কথা। ভাল লাগিল। খাতি খোৱা অসমীয়াৰ সংস্কৃতি কোন বিলাক ?????
বহুত বহুত সুন্দৰ কথা ধন্যবাদ
সুন্দৰ কথোপকথন দাদা।ভাল লাগিল।🌻🌸
সচাকৈ দাদা আপোনাৰ কথা বিলাক এই সমাজত আখৰে আখৰে মিলি গৈছে , আপোনাৰ কথা মন চুই গৈছে দাদা ,
দেৱতজিত দাৰ সম্পূৰ্ণ নামটো কি ? আচলতে মই দেৱজিত দাৰ চেনেলটো বিচাৰি আছো তেখাতৰ আৰু ভিডিও চাবলৈ ৷
Amulya asom sabo
দেৱজিত তোমালৈ ধন্যবাদ থাকিল সচাকৈ সমাজত চলি থকা নিয়ম এইবোৰ তোমাৰ ভি ডি ও চাই মানুহে নিজৰ ভুল 2বুজিব আগলৈ এনেকুৱা ধৰণৰ ভি ডি ও বনাই উৎসাহিত কৰিবা
দেৱতজিত দাৰ সম্পূৰ্ণ নামটো কি ? আচলতে মই দেৱজিত দাৰ চেনেলটো বিচাৰি আছো তেখাতৰ আৰু ভিডিও চাবলৈ ৷
Moi'u bisari asilu.. kintu pua nai.. naam 2'u hompurno ke najanu..
Amulya asom sabo
আপুনি সঠিক সময়ত সঠিক বিষয় এটা সুন্দৰ শৈলীৰে ডাঙি ধৰিছে।
আগতে বিয়াত সবে ৰভাৰ তলত বহি জানমণি, ৰাংঢালী, অঞ্জনা, আইমণি আদি চিনেমা চাইছিল 😁। অসমীয়া চিনেমা উদ্যোগটোও ভাল হৈছিল।
মন চুই গৈছে দেব ধন্যবাদ?
কম সময়তে বহু মুল্যবান কথা কৈ পেলালে।ভাল লাগিল।বহুত বহুত ধন্যবাদ। অনুপমদা, আপোনালৈও ধন্যবাদ।
সচাকৈ এক অতুলনীয় উদাহৰণৰ সৈতে মানুহৰ মানসিকতা ৰ পৰিৱৰ্তনৰ বাট দেখুৱাই দিলে
সচাই খুব ভাল লাগিল আপোনাৰ চিন্তাধাৰা।এনে অনুভৱৰ এতিয়া বহুত প্ৰয়োজন হৈছে।সমাজৰ এটা শ্ৰেণীয়ে বিয়াৰ ৰূপটোকে সলায় পেলাইছে।অসমীয়া সংস্কৃতি জীয়াই ৰাখিবলৈ আপোনাৰ দৰে চিন্তা কৰা লোকৰ প্ৰয়োজন আছে।
বৰ সুন্দৰ কথা কৈছে।
এখন বিয়া অনুভৱ কৰিলো ।❤❤❤❤❤
ইমান ধুনীয়া লাগিল।। আমাৰ গাঁৱৰ পৰিবেশটো দেখা পালো। Share nokorake nuarilo..thanx a lot
সচা কথা। সুন্দৰ। হয় আগতে কিতাপ, খামত টকা। আজিকালি চিচাৰ বাতি কিনোতে অকনো নাভাবে যে সেই বিলাক এনেই পৰি ৰব।
ভাল লাগিল! সচাঁই অতীতো বহুত ভাল আছিল! আমাৰ পৰম্পৰা বোৰ সময়ে সকলো সলনি কৰি পেলালে! আমি বিচাৰোঁ আমাৰ পৰম্পৰা ধৰি ৰাখিৱ! কিন্তুু অসহায়বোধ কৰিছোঁ?
শিৱসাগৰৰ মৰাণ ত বিয়া বা সকাম ত এনে নিয়মবোৰ দেখা পাইছোঁ! সকলোৱে মিলিজুলি কৰে টাই আহোমৰ লোকসকলে। একতা আজিও আছে তেওঁলোকৰ।
আপোনাৰ কথাবোৰ শুনি ভাল লাগিল ৷
আৰু এইববোৰ আপুনি কোৱাবোৰ সচাঁ ৷ বহুতৰ হৈছে মই শুনিবলৈ পাই আহিছো ৷
মন চুই গৈছে 🥺🥺🥺❤❤
আমাৰ ফালে এতিয়াও এইটো নিয়ম আছে।তেজপুৰ বৰডুবিয়া।
খুউব সুন্দৰ, ভাল লাগিল ইমান সুন্দৰ বৰ্ণনা
আমাৰ,ইয়াতো, পুৰণি নীতি-নিয়ম সকলোঅক্ষুণৰখাহৈছে।
সঁচা ভাল লাগিল ,সেই বাবে আজি কালি বিয়া বোৰলৈ যাব মন নাযায় ,বিয়া নহয় যেন হোতেল হে ,দিব লাগে আৰু খাই আহিব লাগে ,
Bohut bohut mulyaban kotha koyse. Apunar dore sinta koribo pora byokti amar homajot otikoyei prouwjon. Posimiya dhonge amak kisu ondho kori pelaise.
kotha khini xuni mon tu komol hoi gol dada....chuku paani ulai ahile . anekuwa kotha vabai mohan manuh ajnr porichoy... love u dada..... ❤️ from Dhubri Assam
আপোনালৈ অশেষ ধন্যবাদ থাকিল দাদা ।
সঁচাকৈ কথাবোৰ শুনি বৰ ভাল লাগিল।
💞💞
ভাল লাগিল সঁচা কথা কামত লগা বস্তু দিব লাগে 🥰🥰🥰
বৰ ভাল লাগিল অ'। একেবাৰেই সঁচা কথা। আমাৰ গাৱঁত কিন্তু কুলা বুঢ়ীকে আৰম্ভ কৰি সকলো নিয়ম-নীতি আছে। ---গোলাঘাট।
অলপ বুজায় দিব নেকি। কেনেকুৱা নাচ??
@@irani4809 এনেকৈ মোৱাইলত লিখি বুজাবলৈ অসুবিধা হব। সিমান ভালকৈ বুজাই লিখা অভ্যাস মোৰ নায়েই নহয়। পৰা হলে মোৰো বহুত ভাল লাগিল হেতেন।
Dhanybad sir eman ata val video diar karone.🙏
বহুত ভাল লাগিছে আপোনাৰ কথাখিনি
Kothabur Right... Bhal lagil bohut 👍👍👍
কি কম friend আপনাৰ ভিদিওটো চাই আজিৰ পৰা বিগত ২০ বছৰ কথা মনত পৰিছে। আমাৰ গাঁও খণো এদিন অনেকুৱা মৰম বান্ধোনৰ আছিল জাহক ভিদিওটো এক সঁচা পৰিণত চাই ভাল লাগিল
সঁচাকৈয়ে যি কি নহওঁক এটাই কম ,,,এতিয়া মোৰ 29বছৰ,,,কিন্তু আমাৰ 5-8-12বছৰ বয়সৰ দিন বোৰ মনত পেলাই দিলে আপুনি!!!সঁচাকৈয়ে আমিও গাঁৱৰ মানুহ অতীত বোৰ পাহৰি গৈছিলোঁ যান্ত্ৰীকতাৰ মাজত,,,আজি আপুনি সেই দিন বোৰ বহুত দিনৰ মূৰত মনত পেলাই দিলে,,, দুখ লাগিছে সেই দিন বোৰৰ কথা ভাবি কিন্তু সেইবোৰ যে কেতিয়াও ঘূৰাই নাপাওঁ আৰু
বহুত বহুত ভাল লাগিল, ময়ো বাতি ছেটৰ বিয়া পাইছো । সচাঁই,,,,
ভাল লাগিল মানুহে কিবা এটা বুজি পাৱ ।আপুনি দিয়া ভিডিঅটো আৰু জৱ মেলাৰ নামত ২৩ তাৰিখে জিলাই জিলাই পতা ড'কোমেণ্ট মেলা একে কথা হৈছে ।
তেওঁৰ বহু দিনৰ আগত এটা ভিডিঅ চাইছিলো ৰাস্তাৰ পেইন্টিংৰ ওপৰত প”ষ্টাৰ লগোৱাক লৈ… সচাকৈ মানুহজনৰ ভিডিঅবোৰে হৃদয় চুই যায়।
সচা কথাবোৰ উপস্থাপন কৰাৰ বাবে বহুত ভাল লাগিল।
Bhut bhut xundar ktha aji apuni kua ktha khni adin moi koisilu akhkn khvat
Eman hundar kotha koise.montu soi gol.bhut bhut vl lagile
বহুত ভাল লাগিল।বহুত বহুত ধন্যবাদ।হয় ভিডিওটিত থকা কথা বোৰ যেন একেবাৰে মোৰ মনৰ কথা তেনে লাগিল।হয় আমি অসমীয়া তাহানিত ক'ত আছিলো আৰু এতিয়া ক'ত?আমি অসমীয়াই আজি বহুত উন্নতি কৰিলো,বহুত উপৰলৈ উঠলো, প্ৰাণখুলি হাহিঁবলৈ পাহৰি কৃটিম হাহিঁ মাৰিবলৈ শিকিলো। মইও ঘৰত আৰু ওচৰৰ কিছুমানক কওঁ, যে কাৰোবাক দিয়া উপহাৰটি দেখিবলৈ ডাঙৰ আৰু ধুনীয়া দেখুৱাই কামত নলগা বাতিৰ চেট বা গৰম চাহ বাকি দিলে ফাট মেলি এৰিবলৈ ধৰা কাপৰ চেট দিয়াতকৈ সেই পৰিমাণৰ নগদ টকাকিটা এনব্লৱত ভৰাই হাতত তুলি দিলে বেচি কামত লাগিব। তাকো দিব নোৱাৰিলে ফুল বা ফলৰ পুলি এটিকে দিয়ক। ক'ত যে হেৰাল সেই দিনবোৰ, গাওঁখনৰ কাৰোবাৰ ঘৰত বিয়া সভা হলে গাওঁখনৰ ল'ৰাবোৰে লগে ভাগে লাগি ৰভা দিয়া ৰাতিটো ৰভাতলত বহি তাচপাত লৈ ২৯ খেলা, কেৰম খেলা, দবা খেলা, বিহুনাম যোৰা, ক'ত যে হেৰাল সেইদিনবোৰ। পামনে ঘুৰাই সেই দিনবোৰ? আজি কালি কিছুমানে ঘৰৰ আগফালে জেগা (ঠাই) থাকিলেও ঘৰৰ পৰা আঁতৰত থকা বিবাহ ভবন বা ৰেছৰ্টত হে ছোৱালী জনীৰ বিয়া পাতে। কিন্তু এবাৰৰ বাবেও অনুভৱ কৰেনে যে ঘৰৰ কাষৰীয়া বা গাওঁখনৰ যি বিলাকৰ যাতায়াতৰ বাবে নিজস্ব সুবিধা নাই তেনে মানুহ বোৰৰ বা কাষৰৰ বয়োজ্যেষ্ঠ ককা আইতা গৰাকীৰ বিয়াখন খাবলৈ নহলেও চাবলৈকে যাবলৈ সুবিধা কৰিব নোৱাৰি মনৰ আশা মনতে সামৰি যাবলৈকে বাদ দিব লগা অৱস্থাত পৰে। এইখিনি মোৰ অনুভবহে দেই দিঘলীয়া হ'ল কবলৈ বা লিখিবলৈ গলে আৰু বহু দিঘলীয়া হব। তাতে লিখা মেলাৰ অভ্যাস নাই বাবে আজিলৈ এইখিনিতে সামৰিলো ৰাইজে দোষ ক্ৰতি মাৰ্জনা কৰিব।
Thank u DEBOJIT....
Khub sundor 👌👌husakoi man sui guise katha bure.🙋
ভাল লাগিল ভিডিঅটো চাই । একেবাৰে সঁচা কথা ।
Val lagil apunar kotha xuni, xasakoi ajiu gharot pori ase xeidharanor gift.
Gaon khon xadai gaon r dore rakhi nijor sanskriti dhari rakhibo parilehe ami oxomiya hoi thakibo parim.
Kintu ajikali Fashion kunu ximareka nai jenei lage.
Ji dekhe takei koriboloi jai. Ami xomoy r lagot khuj di solibo lagibo Kintu nijor Culture eri nahoi.
🙏🙏🙏🙏
Hosa kotha bor bhal lagil apunar sobe jodi bhabe tenke hosaye bhal hobo🙏🙏🙏🙏
thnx dada. Bhut vl lgil apunar ktha khini
কুলাবুঢ়ী নাচ তিনিচুকীয়া জিলাৰ মৰাণ জনগোষ্ঠীৰ মাজত আজিও প্ৰচলিত
Valllal
মটক জনগোষ্ঠীয় লোক সকলৰ মাজতো প্ৰচলিত
Debojit. Bahut val lagil tumar vabdharak. Mur otit manot pori gol. Tumar dore 10 lora hole akhom punor natun hoi jabo. Thanks
বহুত বহুত ভাল লাগিছে👍👍👍❤❤❤আৰু আগন্তুক দিনত এনেকুৱা video পাম বুলি আশা থাকিল,
Bhal lagil
সচাকৈ খুব ভাল কথা কলা দেব।ধন্যবাদ
অনুপম দা এই লৰাজনৰ পৰা আপুনি অলপ শিকক। এওঁৰ কথাবোৰ ইমান ভাল লাগে। আপোনাৰ দৰে নাটক নকৰে
Yas
Exactly..... Your topic is 100% right
বৰ সুন্দৰ কথা কৈছে ভাল লাগিল..
Hosakoi bahut bhal lagil. Dhanyabad
বৰ ভাল লাগিল কথাবোৰ শুনি। লৰাৰ বিয়া হৈ গোল তামুল কতা মানুহে নাপালু ।
Kothabur huni bohut bhal lagil aaru enedore Kam koriboloi sesta korim.
বহুত ভাল লাগিল ।
🙏🙏Woooww.. Really bohut bhaal lagil
Absolutely correct I will always remember
Eman dhuniya kotha huni vl lagi gol
সুন্দৰ
কথা খিনি শুনি কিমান ভাল লাগিল ভাষাৰে বুজাব নোৱাৰি অন্তৰৰ পৰা আশা কৰিছো পুনৰ ঘুৰি আহেযেন আগৰ দিন বোৰ
নিশ্চয় আশা ৰাখিলোঁ
vaaal lagil dei kothabur.... bohut kiba kibi monot pori gl
Debojit Bohut dhonybad
ইমান সুন্দৰ ক'বলৈ ভাষা নাই ।
মই সেইকাৰণে যি পাৰোঁ টকাকে দিওঁ যেন বিয়াৰ পিছত কিবা এটা কামত দিয়ে নিজৰ পছন্দ মতে বস্তু এপদ লব পাৰে ।
বিয়া ঘৰট গৈছু ,কিন্তু দাদা আপুনি কুৱা কথাৰ মাজত যিমান গভিৰ ভাৱে সুমাই গৈছু, এখন বিয়াৰ ঘৰটো তেনে একো নিয়ম দেখা নাই। ছাগে আমিও কৰবাট তেনে ভূল কৰিছু সেই বাবে।
হয় কথা বোৰ যুক্তিসংগত আপোনাৰ, কিন্ত কিছুমান বিয়া আগৰ নিয়ম মতে আছে |কিন্তু বয়সৰ লগে লগে মদান বিয়া বোৰ ভাল নালাগে |কাৰন থিয় হৈ খাবলৈ ৰৈ থকা তো|
@@alpanagogoi5429 নিশ্চিত
@@alpanagogoi5429 আগলৈ আৰু তেনে কিবা ভিডিও চাব পালে সুখি হম। কিয়নো আপোনা লোকৰ পৰা বহুটো নযনা কথা আমি হিকিবলে সহজ হয়।
আমাৰ গাৱত এতিয়াও তেনে নিয়ম আছে ।
বৰ ধুনীয়া কথা কলে আপুনি।
Kokha bhur huni mur mon sui gl💞💞
Aru dusoku juri hemeki poril💓💓
ভি বি অ টো বহুত ভাল লাগিল চাই। ধন্যবাদ
ধুনীয়া স্বচ্ছ বক্তব্য ।
Bahut..val.lagil.asolota.aiai.annado..thank
সচাঁ কথা।।।
মনটো কিবা হাহাকাৰ কৰি উঠিছে..লাহে লাহে আন্তৰিকতাবোৰ বিলুপ্তিৰ পথত
Bohut dhuniya lagile kotha khini xuni. 👍👍❤️❤️
বহুত ভাল লাগিল কথাবোৰ
মন চুই গল কথাবোৰ ।
আমাৰ মিছিং সমাজত এইবোৰ অবশ্যে জীয়াই আছে। 🥺🥺
Bor hundor . bhal lagil.
ভিডিঅটো চাই বহুত ভাল লাগিল ।
সঁচাই বৰ সুন্দৰ কথা কয় আপুনি,, মই আগৰ vedio share কৰিছো
অতি প্ৰয়োজনীয় কথা
This video is very nice and good job and I love you man Amar ontorot toka kota and Assamis feeling kole joi Assam