- Видео 13
- Просмотров 11 910
কথা আৰু আবৃত্তি
Добавлен 2 янв 2024
পেশাত অৰূপ কুমাৰ বৰঠাকুৰ টীয়ক, চি.কে.বি. কলেজৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী তথা মুৰব্বী অধ্যাপক আৰু নিচাত সাহিত্যৰ নীৰৱ সাধক আৰু কথা- ৰসিক। নাটক আৰু কবিতা ৰচনাৰ লগতে আবৃত্তিকাৰ হিচাপেও পৰিচিত। "কথা আৰু আবৃত্তি" তেখেতক শ্ৰোতাৰ কাষলৈ লৈ যোৱাৰ এক প্ৰয়াস।
আঘোণৰ কুঁৱলি। কেশৱ মহন্ত। অৰূপ কুমাৰ বৰঠাকুৰ। আবৃত্তি। Assamese Poem Recitation। @kothaaruabritti
আঘোণৰ কুঁৱলি
কবি: কেশৱ মহন্ত
আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ
কবি: কেশৱ মহন্ত
আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ
Просмотров: 438
Видео
ইয়াত এখন গাঁও আছিল। অৰূপ কুমাৰ বৰঠাকুৰ। অসমীয়া কবিতা। Assamese Poem Recitation @kothaaruabritti
Просмотров 545Месяц назад
ইয়াত এখন গাঁও আছিল কবি, আবৃত্তিকাৰ: অৰূপ কুমাৰ বৰঠাকুৰ #গাঁও #সেউজ #যন্ত্ৰিকতা #আধুনিকতা #concrete #home #village #house #building #farm #greenery #innocence #childhood #শৈশৱ #urban #rural #nostalgia #কবিতা #অসম #আবৃত্তি #poem #recitation #poetry
কি পালি শিপিনী। যতীন্দ্ৰ কুমাৰ বৰগোহাঞি। অৰূপ কুমাৰ বৰঠাকুৰ। Assamese Recitation @kothaaruabritti
Просмотров 5882 месяца назад
কবিতাৰ শিৰোনাম- কি পালি শিপিনী কবি- যতীন্দ্ৰ কুমাৰ বৰগোহাঞি আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ
কাঠ মিস্ত্ৰিৰ ঘৰ। ধীৰেন দত্ত। আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ। Assamese Recitation @kothaaruabritti
Просмотров 4863 месяца назад
কাঠ মিস্ত্ৰিৰ ঘৰ কবি-ধীৰেন দত্ত আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ
পথাৰ। ৰাম গগৈ। অৰূপ কুমাৰ বৰঠাকুৰ। অসমীয়া কবিতা আবৃত্তি। Assamese Recitation @kothaaruabritti
Просмотров 5444 месяца назад
মৃণাল কলিতাৰ বকুল ফুলৰ দৰে উপন্যাসৰ বিশ্লেষণ। অৰূপ কুমাৰ বৰঠাকুৰ। Novel। JDRCT। @kothaaruabritti
Просмотров 9554 месяца назад
"যোৰহাট জিলা অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থা"ৰ দেওবৰীয়া নিয়মীয়া অনলাইন(হোৱাটচ্ এপ)সভাৰ অন্তৰ্গত "দাপোণ" শীৰ্ষক অনুষ্ঠানত ৩০-০৪-২০২৩ তাৰিখে আগবঢ়োৱা কথিকা (অসম্পাদিত)।
মোৰ দেশ। হীৰেন ভট্টাচাৰ্য্য। অৰূপ কুমাৰ বৰঠাকুৰ। কবিতা আবৃত্তি। Hiruda। Assam @kothaaruabritti
Просмотров 5545 месяцев назад
কবিতাৰ শিৰোনামঃ মোৰ দেশ কবিঃ হীৰেন ভট্টাচাৰ্য্য আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ
বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য। অৰূপ কুমাৰ বৰঠাকুৰ। @kothaaruabritti
Просмотров 3,2 тыс.6 месяцев назад
কবিতাৰ শিৰোনামঃ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবিঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ
পোহৰতকৈ এন্ধাৰ ভাল| হেম বৰুৱা| অৰূপ কুমাৰ বৰঠাকুৰ| অসমীয়া কবিতা আবৃত্তি| Assamese Poem Recitation
Просмотров 6257 месяцев назад
কবিতাৰ শিৰোনাম: পোহৰতকৈ এন্ধাৰ ভাল। কবি: হেম বৰুৱা আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ #২০২৪ #india #bharat #2024 #assameseliterature #assamesepoemrecitation #assamese #assamesepoem #assamesevideo #audio #ytpoetry #ytrecitation #recitation #youtube #yt #youtubevideo #video #ytvideo #ytaudio #youtubeaudio #poetry #poem #poemrecitation #poemrecitationvideo #recitationvideo #axomiya #venacular #indigenous...
কুল খুৰাৰ চোতাল| হেমাঙ্গ বিশ্বাস। Hemango Biswas| কুলচন্দ্ৰ বসুমতাৰী| কবিতা আবৃত্তি @kothaaruabritti
Просмотров 6038 месяцев назад
কবিতাৰ শিৰোনাম: কুল খুৰাৰ চোতাল কবি: হেমাঙ্গ বিশ্বাস। আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ #২০২৪ #2024 #assamese #assameseliterature #assamesepoem #assamesepoemrecitation #assamesevideo #audio #video #ytvideo #ytpoetry #rebel #comrade #comrades #Kulokhurarsutal #Kulosondrobasumatary #Basumatary #Bodo #Bodotribe #poem #poetry #recitation #recitationvideo #poemrecitation #poetryrecitation #vernacular #ind...
সোণজিৰা মাহীৰ নাড়ী। কেশৱ মহন্ত। কবিতা আবৃত্তি। Assamese Poem Recitation @kothaaruabritti
Просмотров 8759 месяцев назад
কবিতাৰ শিৰোনাম: সোণজিৰা মাহীৰ নাড়ী কবি: কেশৱ মহন্ত আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ #poetry #recitation #2024 #poem #assamesepoem #assamesepoemrecitation #assamese #northeast #northeastindia #india #regional #literature #assameseliterature #malevoice #vernacular #indigenous #indoors #local #audio #video #youtube #ytvideo #ytpoetry #কবিতা #কবিতা_আবৃত্তি #আবৃত্তি #২০২৪ #অসমী...
ৰখীয়া ভগৱান| কবিতা আবৃত্তি| Assamese Poetry Recitation| সদৌ অসম কবি সন্মিলন| @kothaaruabritti
Просмотров 61710 месяцев назад
কবিতা আবৃত্তি কবিতাৰ শিৰোনাম: ৰখীয়া ভগৱান প্ৰকাশ: সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ "নতুন কবিতা" কবি: ড° মৌচুমী ৰেখা খাউণ্ড আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ #কবিতা #কবিতা_আবৃত্তি #কবিতা_পাঠ #কবিতাআবৃত্তি #কাব্য #কাব্য_কথা #আবৃত্তি #আবৃত্তিশিল্পী #আবৃত্তিকার #আবৃত্তিপ্রয়াস #আবৃত্তিকাৰ #কবি #kobita #kobitarecitationvideo #kobitaabrittivideo #kobitaabriti #assamese #assameseliterature #assamesepoem #assam...
কবিতা আবৃত্তি। নৱবৰ্ষৰ শুভেচ্ছা তৰুণলৈ। ২০২৪। Assamese Poetry Recitation| New Year @kothaaruabritti
Просмотров 2 тыс.11 месяцев назад
কবিতাৰ শিৰোনাম: নৱবৰ্ষৰ শুভেচ্ছা তৰুণলৈ প্ৰকাশ: দৈনিক জনমভূমি, ডিছেম্বৰ ২০১৮ কবি: ড০ মৌচুমী ৰেখা খাউণ্ড আবৃত্তি: অৰূপ কুমাৰ বৰঠাকুৰ ফটোগ্ৰাফী: অণুসূয়া বৰঠাকুৰ (Instagram: naisarga_by_anusuya) Music: As Leaves Fall Edited in: InShot #poetry #recitation #newyear #2024 #youth #hope #poem #wish #newbeginnings #photography #professionalphotography #assamesepoem #assamesepoemrecitation #assamese #no...
ভাল লাগিল
ভাল লাগিল 🙏
@@rekhamoninathproduction5269 ধন্যবাদ।
বৰ ধুনীয়া কবিতাটো।তাতে তোমাৰ কন্ঠত সুন্দৰ কৈ প্ৰকাশ পাইছে কবিতাৰ অৰ্থ। পথাৰৰ সোনোৱালী সোনগুটিৰ দৃশ্য অতি মনোমোহা।গ্ৰুপ আজি চাবলৈ সময় পোৱা নাছিলো।থেৰাপীলৈ অহা যোৱা কৰোতে বহুত সময় যায়।আৰু শুনাবা। ।
@@janulahon9911 বহুত,বহুত ধন্যবাদ জানু।
ভাল লাগিল
@@PrasantaKrDutta-od5dx ধন্যবাদ।
ভাল লাগিল
@@RashmiRekhaKhound ধন্যবাদ
Val lagil
ভাল লাগিল ছাৰ।
বৰ সুন্দৰ হৈছে অৰূপ ।
@@hemanjali-yb4dp ধন্যবাদ হেমাঞ্জলি।
সুন্দৰ ❤
বাঃ অৰূপ অতুলনীয়। কেশৱ মহন্ত দেৱৰ কবিতাৰ শব্দচয়নৰ তুলনা নাই। তোমাৰ আবৃতি আৰু সাংঘাতিক ভিডিঅ’ এডিটিং, দুয়োটা মিলি কবিতাটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। অভিনন্দন বন্ধু, আন্তৰিক অভিনন্দন।🙏
@@rajibassam01 ধন্যবাদৰ ভাষা নাই বন্ধু।
❤
সুন্দৰ বৰঠাকুৰ সুন্দৰ। vdoটোৰ ফটো বোৰেও মনত ধাননিপথাৰৰ ছবিখনি সুন্দৰ কৈ দাঙি ধৰিছে।
@@AnuvaBaruah বহুত ধন্যবাদ।
" আঘোণৰ কুঁৱলী " আবৃত্তি শুনি ভাল লাগিল অৰূপ ছাৰ😊❤।
@@ankurborah9058 ধন্যবাদ।
ভাল লাগিল চাৰ
@@lipikabhuyan6979 ধন্যবাদ লিপিকা।
Val lagil sir😊
@@FoodingandtravellingAssam ধন্যবাদ।
সুন্দৰ ।
@@minakshiboruah4455 ধন্যবাদ।
কালি শুনিলো। সুন্দৰ লাগিছে।
@@jogenkoch7828 ধন্যবাদ।
সুন্দৰ আবৃত্তি অৰূপ 👌 ভাল লাগিল।
@@ranjanakonwar1356 ধন্যবাদ ৰঞ্জনা
খুব ভাল লাগিল ছাৰ
@@AchyutKumarSharma-h4c বহুত ধন্যবাদ।
সুন্দৰ
বৰ সুন্দৰ হৈছে অৰূপদা
@@rajashreebhatta ধন্যবাদ।
Hundar upastapon with videography
@prosenjitsarmabaruah401 ধন্যবাদ মাইনা।
বৰ সুন্দৰ বিশ্লেষণ
@@rajashreebhatta বহুত ধন্যবাদ।
সুন্দৰ আবৃত্তি
@@manasibuzarbaruah3541 ধন্যবাদ।
খুব সুন্দৰ হৈছে চাৰ,,, আগলৈও সুন্দৰ কবিতা উপভোগ কৰিব পাম বুলি আশা ৰাখিলোঁ,,,, ❤❤❤❤❤ ভগৱানে আপোনাক কুশলে ৰাখক,,
@@krishnapriyakp464 বহুত ধন্যবাদ কৃষ্ণাপ্ৰিয়া। বাকীবোৰ শুনিবা।
সচাঁই অতিতবোৰ বৰ সুন্দৰ আছিল,,,নষ্টালজিক হৈ গ'লো
Fine
Bor val lagil sir
এৰি অহা দিনৰ সুবাস❤
সহজ নিৰ্মল দিনবোৰ চকুৰ আগত ভাঁহি আহিল। ভাল পালো দাদা।
@@Diyaleena_home_corner ধন্যবাদ তোমাক।
ভাল লাগিল,,শৈশৱৰ সময় খিনি মনত পৰি গ'ল।
@@majonikoushick05 ধন্যবাদ।
👍🏼
Bor bhal hoise. Carry on Arup
@@lukumoniborthakur3540 Thank you so much.
Nostalgic feeling
@@RhythmicZeal Thank you.
❤
অতি মন পৰশা কবিতা হিৰেণ ভত্ব দেৱৰ আৰু তুমি সুন্দৰকৈ আবৃত্তিৰে সজাই তুলিবলৈ কৰা প্ৰচেষ্টাৰ সলাগ লৈছোঁ৷ যান্ত্ৰিকতাৰ মাজত হেৰাইযোৱা আমি শৈশৱতে পাই অহা পৃথিৱীখনৰ পৰিৱেশৰ অভাৱ বাৰুকৈয়েই অনুভৱ কৰো৷
@@AbdulMujib-v3s বহুত ধন্যবাদ তোমাক। কবিতাটো মই লিখা বন্ধু।
হিৰুদাক লঘু নকৰিবা বন্ধু।
সুন্দৰ 🎉
@@PurnimaBorthakur-wo8oo ধন্যবাদ।
বৰ ভাল লাগিল মামা👌👌
@@abhishrutisarmah1819 ধন্যবাদ মৌমন।
🙏
সুন্দৰ আবৃত্তি ছাৰ
@@user-el9fi3jz8v ধন্যবাদ।
অতি সুন্দৰ কথা আৰু আবৃতি। ৬০বছৰৰ ওপৰো কটালো মাদকতা পূৰ্ণ জীৱন। আপোনাৰ কবিতাৰ আবৃতিয়ে পুনৰাই লৈগ'ল সেই সোনালী শৈশৱলৈ । ধন্যবাদ।❤
@@putulbaruah5804 আপোনাৰ মন্তব্যই আহ্লাদিত কৰিলে ছাৰ।
ভাল হৈছে অৰূপ ছাৰ 🤗 ।
কবিতা আৰু আবৃত্তি দুয়োটাই ভাল হৈছে
@@RashmiRekhaKhound ধন্যবাদ তোমাক।
*ব'লা দুয়ো সোনালী শৈশৱ বিচাৰি ওলাই যাওঁ*
@@khagenmohan7166 সহযাত্ৰী আমি একেখন ---
ভাল লাগিলে দেই অৰূপ । দৃশ্যবোৰো সুন্দৰ ।
@hemanjali-yb4dp ধন্যবাদ হেমাঞ্জলি।
বৰ ধুনীয়া চাৰ❤
@@PunimaNarah বহুত ধন্যবাদ।
সুন্দৰ হৈছে
@@rakeshborah8655 ধন্যবাদ ৰাকেশ।
সুন্দৰ হৈছে আবৃত্তি ।
এখন জীৱন্ত চবি।সুন্দৰ আবৃত্তি ।
@@RajibBorgohain-ru5vh বহুত ধন্যবাদ
ৰাম গগৈৰ এই কবিতাটো বহুবাৰ পঢ়িছো।আমনি নালাগে ।তোমাৰ কন্ঠই আল্পুত কৰিলে।
@@RajibBorgohain-ru5vh ধন্যবাদ তোমাক।
কবিতাটোও সুন্দৰ ।আবৃত্তি সুন্দৰ ।ভাল লাগিল । 🙏🙏
@@rupabaruah1748 বহুত ধন্যবাদ।
Hundar kobita,, hundar paribexon
@@gitaliborthakur8704 ধন্যবাদ।