শ্ৰেষ্ঠ লোহাৰী বিহু হুঁচৰি-২০২৪ৰ খিতাপ লাভ কৰিছে চৰাইদেউ সমন্বয় বিহু হুঁচৰি দল-চৰাইদেউ | HusoriBihu

Поделиться
HTML-код
  • Опубликовано: 4 май 2024
  • লোহাৰী কছাৰী-ভীমপৰা অৰুণোদই যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা বৃহত্তৰ লোহাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন-২০২৪ৰ বিহু হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে চৰাইদেউ সমন্বয় বিহু হুঁচৰি দল-চৰাইদেউয়ে । দলটিয়ে ১লাখ নগদ ধন পোৱাৰ লগতে "শ্ৰেষ্ঠ লোহাৰী" বিহু হুঁচৰি দলৰ খিতাপ লাভ কৰিছে..... দলটিলৈ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো.....
    #Charaideo_Samannoy_Bihu_Husori
    #husori_bihu
    #luhari_kachari_bihu
    #bihu_2024
  • РазвлеченияРазвлечения

Комментарии • 18

  • @user-wg2ei5bt5g
    @user-wg2ei5bt5g 2 месяца назад +8

    প্ৰিয় সুচৰি। চৰাইদেউ অভিনন্দন থাকিল।

  • @chintuchetia3365
    @chintuchetia3365 2 месяца назад +7

    প্রিয় হুঁচৰি দল ❤

  • @jamunarabha4536
    @jamunarabha4536 2 месяца назад +6

    Dhuniya hoisa, Dolt loi 🙏👍

  • @tsrajubhai4411
    @tsrajubhai4411 2 месяца назад +4

    East to west our Charaideo bihu is also best ❤

  • @joyram4113
    @joyram4113 2 месяца назад +1

    চৰাইদেউ এইবাৰ আন বিহু দল তকৈ সুকীয়া। চাই বহুত ভাল লাগে।

  • @zeal6360
    @zeal6360 2 месяца назад +5

    East or west Amar charaideu best❤

  • @bhrigukalita6479
    @bhrigukalita6479 Месяц назад +1

    সুন্দৰ

  • @JuchiDutta
    @JuchiDutta 2 месяца назад +2

    Bihukhn sawte gatu sesa pori goise ❤,,,,bhut besi kosto krise❤

  • @atulgogoi3362
    @atulgogoi3362 2 месяца назад +3

    Dhuniya lage moi sai thaku bihu jua

  • @niromaboruah143
    @niromaboruah143 2 месяца назад +2

    Mojaa ❤❤❤

  • @axomiyaagaan2923
    @axomiyaagaan2923 2 месяца назад +3

    🎉জয় চৰাইদেউ

  • @SHRISTIRABHA86
    @SHRISTIRABHA86 2 месяца назад

    এইবছৰৰ শ্ৰেষ্ঠ বিহু হুঁচৰি দল।এইবেলি একেবাৰে সুকীয়া ৰূপত দেখিছো।

  • @gogoideep979
    @gogoideep979 2 месяца назад

    ❤❤❤❤

  • @anandas1145
    @anandas1145 2 месяца назад

    ককাদেউ, আমাৰ পচোৱা বিহু খন, দিব চোন

  • @DurlovGogoi-
    @DurlovGogoi- 2 месяца назад +1

    Choraideo husori jura bhal lage kinu husori compitichont suwli.mane nasoni naly pordkhon koriboly matile beleg katha suwli bihu beleg jak koy jeng bihu ba gabhru. Bihu ba dhapor bihu...........

  • @sikhamonigogoi1209
    @sikhamonigogoi1209 2 месяца назад

    Chee-Nagar// Rai-jilikia// doi-porbot/ukho pahar

  • @user-mo1vs2vh9z
    @user-mo1vs2vh9z 2 месяца назад

    Namba r Tu pam neki

  • @tktairai3761
    @tktairai3761 2 месяца назад +2

    সুন্দৰ