Bhupenda aru Anju Devi Gargaon Collegor field oloi ahisil--yr tu 1999 ei hobo neki--sakoluwe koisil--Bhupendar rajohuwa tour aeibarei last--Keiba copy bhal photo loisilu--dukopy man ase--dukhon man print koriboloi diute akebare film negative saho heruwai pelale--dukh lagil--
"মহান সংৰক্ষণ"!🙏🙏❤️❤️
এক আপুৰুগীয়া সম্পদ ।
Many Many thanks to Dhruba Da...
স্বাগতম্
আগলৈও এনেকুৱা গীতবোৰ শুনিবলৈ পাম বুলি আশা কৰিলো। বহুত ভাল লাগিল
ধন্যবাদ্
Bhupen was a mahan singer of Assam as wel as india
Rana da loi bohu shahasra pranam jasilu
জোনাকী পৰুৱা ৰাণা দাৰ গীত নহয়
গীতটি শুনি আবেগিক হৈ পৰিলোঁ। আপোনাৰ এই সুন্দৰ প্ৰচেষ্টাৰ বাবেই হয়তো আমি এনেবোৰ সুন্দৰ, চিৰসেউজ গীতবোৰ শুনিবলৈ পাইছোঁ।ডেকা ডাঙৰীয়া, আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ
স্বাগতম্
Song of golden years.Pranam to Bhupenda.
Very nice video,thank you
সুন্দৰ 👌✌️👍🙏💕💕
অপূৰ্ব
বহত ভাল লাগিছে
গীতটিৰ অন্তৰ্নিহিত কথা খিনি ও হৃদয় জোকাৰি যায় !! বেদনা বিধৌত সুৰৰ মায়াজাল ..........!!!
God bless you
Anju বাইদেউৰ ফটো এখন দেখা পোৱা হয় ভাল লাগিল হেঁতেন।
অঞ্জুদেবীয়ে ভূপেনদাৰ লগত কেইটিমান বৰ Super Hit. গান গালে। পিচৰফালে তেওঁ ক'ত হেৰাই গ'ল? তেওঁৰ পৰা আমি আৰু আশা কৰো।
হয়
ধন্যবাদ ৷ৰেকৰ্ডটো দিয়াৰ বাবে ৷
জয়ন্ত হাজৰিকা মোৰ সকলোতকৈ প্ৰিয় গায়ক 🤩🤩🤩🤩🤩🤩
আপোনাৰ প্ৰচেষ্টাৰ সলাগ লৈছোঁ। আগলৈও কৰি যাব।
🙏
মোৰ প্ৰিয় এই গীততো তেতিয়া১৯৭৬
ধন্যবাদ
Bhut bhut dhanyabaad dhruba da
ভূপেন দা চিৰসেউজ।
I like❤👍 bhupen hazarika
Oh sir .I want to know many more .
💚❤👌🙏🙏
আপোনাৰ প্ৰচেষ্টা সফল হোৱা কামনা কৰিলো। এনেধৰণৰ গীত বোৰ শুনিলে আৱেগিক হৈ পৰো।
Dhruba good work.
Keep it up.
সচাকৈ সুন্দৰ
Dhuba thanks
thanks
আপোনাৰ প্রচেষ্টাৰ শলাগ লৈছোঁ | ভিডিও থাকিলে আৰু বেছি আকৰ্ষণীয় হ'লহেঁতেন |
হয় | কিন্তু সেই সময়ত আজিৰ দৰে মবাইলত কেমেৰা নাচিল
সুন্দৰ।
'আমাৰ মৰা সুতিৰ বুকুত উঠে বান...'খগেন মহন্তৰ ৰেকৰ্ডৰ এই গীতটো আছে যদি দিবচোন
কৰিছো আজি
মোৰ লগতে খগেন মহন্তৰ 78 RPMৰ ৰেকৰ্ডৰ আটাইকেইটা গান আছে ৷ সময় পালে upload কৰিম ৷
Excellent work.... 👌👌
Appreciate you...
Bor moromar git.
Thanks to your kind effort
:;
gd job
সুন্দৰ
Nayan staikia Thank you
Bhupenda aru Anju Devi Gargaon Collegor field oloi ahisil--yr tu 1999 ei hobo neki--sakoluwe koisil--Bhupendar rajohuwa tour aeibarei last--Keiba copy bhal photo loisilu--dukopy man ase--dukhon man print koriboloi diute akebare film negative saho heruwai pelale--dukh lagil--
আপুনি কি লিখিছে ,বুজি পোৱা নাই | ভালকৈ লিখক |
অতীৱ সুন্দৰ
Dhruba good work.
Keep it up.
ধ্ৰুব ডেকাদেউ লৈ মোৰ অজস্ৰ প্ৰণাম ! দাদা , মই এটি যাযাবৰৰ পেৰদীটোও দিবচোন !