Mur dukanor pasfale aru kakhot bohut ase ey gos kati dis pasotu ako hoi jai olop damgor holei kati diu .besike kati thakibou beya pao lukor mati katibo gole beya pai
1998 Chandigarhot thakote tv channelot iyar bikhoye saisilu. Same kotha koisile in hindit. Chandigarht o eibur bun bohut hoa asil aru mor bor bhoi lagisil hei programme suwar pisot.
Axomat aru ki ki je hoi...ephale Bangla deshi.....ketiaba akow Russell viper haap...akow etia eai gos joopa paitheniam nki...mothate super Bipode aguri dhorise.. 🙏🙏
মিছা কথা সৰুৰে পৰা এই গছজোপাৰ মাজত খেলি খেলি আজি ৩৫ বছৰ বয়সত ভৰি দিলো কোনো এটা বেমাৰ দেখা নাপালো। বৰ্তমান মই তিনিচুকীয়া জিলাৰ বৰগুৰিত আছো ইয়াতেও আছে। কোনো বেমাৰৰ সন্মুখীন হোৱা নাই
@bhaitisingha6063 ai gos jupa 1956 t first Maharashtra t pwa goisela ...1986 t ghy t ru atea gutai axomot..khojuoti.. asthama aivr bru horu bemar aivr moi nokou...kintu main karon hol aijupai mutagenicity koribo pare..mane DNA t mutation koribo pare jitu oti voyavokh...ear folot amr gene t bivino provab poribo pare ..balag balag bemar hb pare ..this plant can intruppt our genetic material
অসমৰ বিভিন্ন ঠাইত এই গছজোপা দেখা গৈছে ..বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰৰ মাজত আৰু দুয়োকাষত অধিক হোৱা দেখা গৈছে ..গছজোপা যদি ইমান বিষাক্ত তেতিয়াহ'লে চৰকাৰে বা প্ৰশাসনে কি চাই আছে..তেওঁলোকৰ কৰণীয় একো নাই নেকি..
Gash gupar picture clear nahal
Gasgopa bhalkoi sene powanai
উদ্ভিদৰ ফোটোতো ভাল দৰে দেখাই দিয়কচোন 3:51
It is also called as carrot grass😀😀😀,
closeup ot dekhuabo lage.
Some people use it for diabetic treatment combine with nayantara. It's spore can cause asthmatic problem.
Is there any strong plant that can repel a snake 🐍🐍🐍.....and I strong means strong.....
আমাৰ ঘৰৰ বাৰিতো বহুত আছে গছজোপাৰ বিষয়ে কিন্তু আজিহে জানিলো
Fulfula homoyote kati puri dib lge
Mur dukanor pasfale aru kakhot bohut ase ey gos kati dis pasotu ako hoi jai olop damgor holei kati diu .besike kati thakibou beya pao lukor mati katibo gole beya pai
Amr field te ase
ami daily running koru 😢😢
Thank you somach.
খূড়া অলপ ভাল কে দেখাওক।
1998 Chandigarhot thakote tv channelot iyar bikhoye saisilu. Same kotha koisile in hindit. Chandigarht o eibur bun bohut hoa asil aru mor bor bhoi lagisil hei programme suwar pisot.
Parthenium weed is very dangerous ,very good step Saikia da.
Akhubidha hoise jodi bonmora deway mari diyk.
Americai jani buji ai gos jopar bij Bharatat pothaisil
গছজোপাৰ পাত ফুল অলপ ডাঙৰকৈ স্থিৰ চিত্ৰৰ সহায়ত দেখুৱালে ভাল আছিল। আপোনাৰ ভিডিঅ'চাই এনেকুৱা লাগিল যেন আপুনি জুৰুৰী কাম এটাত ব্যস্ত হৈ আছে আৰু ভিডিঅ'টো যি হয় হক।
Vdo nejane bonabo
parthenium plant buli google t search kraa
আপুনি যি গছজোপা ক্ষতি কাৰক বুলি চিনাকি দিয়াবলৈ সেই গছজোপা সম্পূৰ্ণ ভিডিঅ' বা ফটো তুলি দেখা বলৈ কিয় কষ্ট পালে ? আপোনালোকে ভিডিঅ' বনাই নিজে এবাৰ চাই ল'ব লাগে 🙏 কাৰণ সকলোৱে দিষ্টী ক্ষেত্ৰত বস্তুটো পৰিচয় নহয়। 🙏।
এতিয়া পাৰিজাত নাৰ্চাৰী কোন ঠাইত আছে? আতিলাগাঁৱত থাকোতে বহুবাৰ গৈছোঁ।
এই গছবোৰ দেখিছোঁ। এতিয়া জানিব পাৰি ভাল লাগিল।
Dorob di mare palabo laga
Jorhat ajanta bypass major divider boort bahut besi...
কি মূৰাৰ দৰে ভিডিও বনোৱা গছ জোপা ভালকৈ চিনাক্ত নকৰালি 😂
ধন্যবাদ ।
Aapuni goshjupa bhalkoi dekhua naai.
There is hundreds of this plants in NH-37 highway jorhat
Ei gos jopa besi koi train line elekat dekha jayay. 😮
গছজোপা একো ধৰিবই পৰা নাই।
কিমান চাবা তিনিচুকীয়া বৰগুৰিৰ Industry areaত আহিলে দেখা পাবা
গছ জোপা ভাল দৰে দেখুওৱা হলে ভাল আছিল।
Axomat aru ki ki je hoi...ephale Bangla deshi.....ketiaba akow Russell viper haap...akow etia eai gos joopa paitheniam nki...mothate super Bipode aguri dhorise.. 🙏🙏
বহু আগৰে পৰা এই গছ বোৰ আছে ।আজি অলপ দিনৰ পৰা হৈছৈ হৈ আছে ।
Train t ahe. Rail line r kinarot besi ase.
Thanks dada.very informative video
Practical ke apunar kotha bohut..
Usor pora dekhab lage
মিছা কথা সৰুৰে পৰা এই গছজোপাৰ মাজত খেলি খেলি আজি ৩৫ বছৰ বয়সত ভৰি দিলো কোনো এটা বেমাৰ দেখা নাপালো।
বৰ্তমান মই তিনিচুকীয়া জিলাৰ বৰগুৰিত আছো ইয়াতেও আছে। কোনো বেমাৰৰ সন্মুখীন হোৱা নাই
@bhaitisingha6063 ai gos jupa 1956 t first Maharashtra t pwa goisela ...1986 t ghy t ru atea gutai axomot..khojuoti.. asthama aivr bru horu bemar aivr moi nokou...kintu main karon hol aijupai mutagenicity koribo pare..mane DNA t mutation koribo pare jitu oti voyavokh...ear folot amr gene t bivino provab poribo pare ..balag balag bemar hb pare ..this plant can intruppt our genetic material
বহুত বহুত ধন্যবাদ ককাইদেউ মই ভাবোঁ যে মোৰ ছালৰ ৰোগ কিয় ভাল নহয়
এতিয়া হে বুজিব পাৰিছো মই এই উদ্ভিদ বিধ প্ৰায়েই খালি হাতে উঘালি পেলাও
গছজোপা ধৰিবই নোৱাৰিলো। অস্পষ্ট আছিল
Gaas dal nedekhilu, akol gas dal dekhai repeat, please
Sir.. Moi Mehgoni gos logaisu 2mah hoise.. Ki har dile val hobo?? Pls reply koribo
Sini napalu gos jupa
চেনিজান ডিভাইদাৰ মাজত (এ টি ৰোড) বাগানৰ দৰে গজি আছে ।
37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বহুত আছে
সকলো ঠাইতে দেখা পোৱা যায়। মই বহুতকে কওঁ যদিও গুৰুত্ব নিদিয়ে। অতি বেয়া গছ।
ভাল লাগিল জনোৱাৰ বাবে৷ ধন্যবাদ৷
ঐ বেটা সৃষ্টিকৰ্তাই গছজোপা এনে সৃষ্টি কৰা । ইয়াৰো কিৱা কাৰণ আছে । সস্তিয়া ভাইৰেল হৱ আহিছা ।
Well. Suggestion.
Please continue your programme.
From.
Tezpur.
বহুত দিনৰ আগতেএই বিষয়ে শুনিছিলো ।বিশ্বাস নকৰো ।গছজোপাৰ পৰা যে শ্বাস -প্ৰশাসৰ ৰোগ আৰু খজুৱতি হয় তেন্তে প্ৰদূষনে একা ।নে প্ৰদূষনে কাৰো ক্ষতি নকৰে ?
Nodir parot thke nki dada...moi hatere singisilu
বৰ দৰকাৰী ভিডিও দাদা।। অশেষ ধন্যবাদ।। মই চেয়াৰ কৰিছো গ্ৰুপত।
ৰাস্তাৰ কাষত থাকে নেকি
Fhul fular agottei ghaa Mora dorob d maribo pari.
এই বিষাক্ত উদ্ভিদ ধংশ কৰিবলৈ সমাজৰ প্রত্যেক জন ব্যক্তি সজাগ হৈ __
আহক আমি এই বিষাক্ত উদ্ভিদ ধংশ কৰি আমি সকলোৱেই নিৰাপদে জীয়াই থকাৰ ব্যৱস্থা কৰোঁ । 🙏

ধন্যবাদ।