Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ভাল কাম কৰিছা ।।। selut মায়া টোমাক ❤❤❤❤ ভগবানে এজন যোগ্য লৰাৰ সংগী কৰি দিয়ক তোমাক অনাগত দিনবোৰত
❣️বহুত ভাল লগিল কাৰণ নিজৰ জীৱনতো নিজেইহে ভালদৰে জানে , ধন্যবাদ মায়া। ❣️
বা আপোনাক বহুত ভাল লাগে,,আপুনি সদায় সুস্থ হৈ থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো
নিজৰ জীৱনটো নিজৰ মতেৰে সজাইছে ভাল কাম কৰিছে । All the best 👍
বা জনি বহুত ধুনীয়া হয়। সদায় সুস্থ থাকে যেন।
ভিদিয় চাই ভাল লাগিল আপোনাৰ , আৰু বাইদেউ গৰাকী সুস্থ্য হৈ থাকক, আৰু এটা কথা কেমেৰা কৰা জন আপুনি সলনি কৰক ,
Xundar.নিজকে প্ৰকাশ কৰি সত্যক আকোঁৱালি লোৱাৰ কাৰণে তোমাক ধন্যবাদ ❤️
ভগবানে জি দিলে তাতে সুখী হব লাঘে। কিচুমানৰ যে কাম আৰু ।
Take
ভগবানে যি দিছে তাক লৈয়ে happy আছো নতুন দেহৰ প্ৰয়োজন নাই ।
পাঁচ বা দহ লাখ টকা খৰচ কৰি এইবোৰ অপাৰেচন কৰাৰ প্ৰয়োজনীয়তা কি বাৰু..এই বোৰ নকৰি যদি এইখিনি পইচাৰে ভাল ব্যৱসায় এটা আৰম্ভ কৰিলে হয় তেতিয়াও অন্তত ভাল লাগিল হয়।
Poisa dangor kotha nohoi bondhu . video to sai alop bujibo nuwarila neki
@@naja18 আপুনি কি বুজিছে ? তেওঁ জন্মৰ পৰা যেনেকুৱা তেনেকুৱাই থাকক। ভগৱানে যি ভাৱে জন্ম দিছে তেনেকৈয়ে সুখী থকাটো ভাল। ভগৱানে দিয়াতকৈ বেছি আশা কৰিলে বিপদ হব পাৰে। ইমান যদি ছোৱালী হোৱাৰ ইচ্ছা তেন্তে গে' হৈ থাকিলে হ'ল নহ। ইমান বোৰ পইচাৰে ট্ৰাঞ্চ অমেন হোৱাৰ প্ৰয়োজনীয়তা ক'ত..আপোনিয়ে কওঁক চোন
Right
@@AnkurJoyti123 dada kotha ata kou beya napabo..asolote poisae sob xukhi nohoi nijor jibontutkoi..teu vitoror pora agote xukhi hua nasile kin2 etiya teu xokolu khini xukh paise..10lakh toka di teu beboxai kori dui poisa besikoi pale hoi kin2 teu xukh napale hoi..etiya sage teu besi xukhi hoise nijok loi.. sorry beya napabo mur monor kotha khini aag bohalu..🙏🙏
Tumi etiyao buja nai ki hoi o tumi , tumi manuhor himajot nathaka neki , example tumak tumi jodi lora hoi aru tumak mekhela pindhai ghurai loi fura hoi tetiya tumar fill to kene hobo aru moi to laathi loi goru piton he dim
যথেষ্ট ভাল লগা,মহিলা হিচাপে তেখেতৰ সূন্দয্যতা বহুখিনি আছে অলপকৈ দেখা পাইছোঁ যদিও,মুখৰ ৰং,চকুযুৰী, চেলাওৰি,লিপ। আৰু তেওঁৰ মনৰ মাজত মহিলা হিছাপে বহুখিনি গাম্ভিয্যতা আছে যেন পাইছোঁ,কথা বোৰ বৰ ধুনীয়া মাতত লক্ষ্মী। কিন্তু বেয়া লাগিল,ভয়ো খাইছো যদিও বিজ্ঞান-প্ৰযুক্তি দিন,,, ইমান বোৰ কটা চিঙা কৰি কিয় ইমান কষ্ট কৰিবলগীয়া হৈছে যে।যি হওক আগবাঢ়ি যাওক তেওঁ তাৰ বাবে শুভেচ্ছা থাকিল
তেখেত ছোৱালী হিচাপে ধুনীয়া ।
যিটো মনোভাৱৰে এইটো কৰিলে, উপকৃত হওঁক সেইটোকে কামনা কৰিলোঁ ।
Bad baki bad diya tumi bohut cute hoi and moi bohut like koru tumak 🥰
কেমেৰা মেন জনৰ ভৱিষ্যত উজ্জলৰ কামনা কৰিলো আৰু যেন লৰাব পাৰে 😂😂😂😂
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣
🤣🤣🤣
😆😆😆😆
🤣🤣🤣🤣🤣🤣🤣🤣🤣
Hilai hilai camara korise
Nice content.. Nice person both of you... Congratulations to mayabini... God bless both of you
মাইয়া বাৰ ভিডিঅ'টো ছাই ভাল পালোঁ।মাইয়া বা তোমাৰ জিবনতো সুখৰ হৈই।থাকক মই ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনায়জো দেই বা।
Poisa ye sob nohoi.. nije happy thaka tu he zindagi... best of luck
Enjoy your new life lovely women Maya🥰👍
Congratulations to your new life♥️ really proud of you. You are beautiful 😍
Val lagil video to sai❤
😂😂কেমেৰা কৰি থকা জনৰ খুজতিয়া/ খৰ কিবা হৈছে নেকি বাৰু..... ৰিংগাৰ ব্যৱহাৰ কৰিব ভাল হব সোনকালে... যতে ততে খুজাই থকাতকৈ 😂😂😂😂
আপোনাৰ মাহেকীয়াৰ বিষয়ে আৰু গৃহবাসীৰ বিষয়ে জনাবচোন ।
তোমাৰ কথাবোৰ ভাল লাগিল মায়া । এটা সুখী জীৱন যাপন কৰাৰ আশাৰে---
baajoni bht dhunia hoi❤morom jasilu jorhator pora happy thakok tekhetor notun jibonor hoite ruh mnhr kotha bddia junejikoi kobodia tmi tmrlifeot happy thaka bindas thaka 😊
মায়াৰ কথাবোৰ ইমান সুন্দৰ।ভঘৱানে সহায় কৰক
baa joni bht dhuniya. Congratulations ba
Best of luck for your new life ....... enjoy your life 😘
বহুত সুন্দৰ উপস্থাপন।
মানুহ জনী দেখাত বহুত ধুনীয়া লাগিছে আৰু কি জানা কথা কেইটাও বহুত ধুনীয়াকে কব জনা মৰম লাগি গৈছে
Apuni khahokhi.. Aguwai jaok.. Amar khubhokamona ase
মানুহৰ জনম এটা পাই চ শেইটোত সুখী নহৈ নিজকে হানি খুচী সুখী কৰাইচে আচৰিত ।
পাগলৰ জাত এইবোৰ
তুমিও পুৰুষ হৈ লোৱা! ভাল লাগিব তোমাক!
😂
দুয়ো জনীলৈ ধন্যবাদ থাকিল
সুন্দৰ ছোৱালী❤️👍
Nijor uporot ji confidence tak salute jonaisu🙏 kotha khini huni bohut ye val lagil❤️God bless you 🙏
Very very brave girl 💓👏
Imn cute tmi Maya rly so sweet...
Bht dhunia suwali jono
Seiiiiii bom hizra
ঈশ্বৰ ৰ সৃষ্টিক বাধা দিয়া কি কম এইখিনিকযি খিনি সচাকৈয়ে জন্মৰ পৰা তেওলোকৰ কথা সুকিয়া
Buhut kotha thake..tair lorar proti he akorkhon ahe ..seikarone sowali hoise
@@lakshyadharsarania9451 suwali lgt signals napaisil sage no😀
Nice sharing friend 👍 stay blessed 🙏
Maya baa dekhun bht vl krise apunaloke AMR Maya Baar o interview lole mi hodai support koru Maya Baak bht vl baa jni❤️Maya baa apunar hopun bur puron houk finally apunar ATA hopun puron hol bht vl lgil❤️❤️
Maia ba congresltion 👍👍👍👍
Very very Nice 👍
Val lagil
Ba tmi bohut dhuniy blagai je kok koithakok tmi agbahi juwa
fal2😂😂😂Vgwan ji diye tate hukhi hbo lage😂
Thike ase..val korise
বৰ্তমান সময়ত টকা থাকিলে চলি, জিয় হোৱা আৰো জিয়ই চলি হোৱা একেবাৰে সৰু কথা !
পিছৰ জীৱনত তুমি কেনেকুৱা পদক্ষেপ লবা ? যেনেকুৱা ধৰা বিয়া বাৰু,ঘৰ সংসাৰ ইত্যাদি ইত্যাদি ।
Beautiful step
এতিয়া সন্তান জন্ম দিব পাৰিবনে ? জনাবচোন
Best of luck
You are a brave girl. Congrts Maya
Ba apunar video sai bohut besi Val lage
মাহেকীয়া ঋতু হয়নে নে?
😂😁😂
Ammar Polashbari ( South Kamrup) teo
Xustha thkok tarei kamona korilu🙌❤
Beautiful Maya. & God bless you
U r really very beautiful n cute Mayapriya. God bless u madam. Stay safe n healthy 💖💝💞
All the best Maya baa ❤️❤️
Enjoy your new life
লৰা পৰা ছোৱালী ছোৱালী পৰা লৰা হোৱা এইসোপা ক অলপ ও দেখিব মন নাজাই।
Congratulations sis😍😍
Good
Lovely...enjoy ur life Maya
Beautiful smile
Vl lgl
Nari Hola hoi dekhat aku bhal loga nai next gonomot jorul xundur xuwali ajoni hoba
এনে কোৱা লাগিছে যেন ভূমিকম্প দি আছে 🧐🙄
SISTER CAMERA STAND USE KORILE VAL HOBO NENI.
Wow🧡
তুমি ল'ৰা পৰা ছোৱালী হলা
থিক আছে টকাই সকলো কৰিব পাৰে ।এতিয়া মাহেকিয়া হব নে আৰু লৰা ছোৱালী হবনে
Ou aii kotbaby hbo aru...testtube loiye baby kribo sage bejidi😄😄
@@dhonraj2253 অহ
Maya ba cngrsltn.tumi xokolu kotha khula khulikoi koi disa.manuhok nijor mote jiyai thakibole xahokh dibo lge.
Cemerar coalty val howa nai, video 2 sai val lagil🥰
Val lagil . aru apuni bht thog ♥️🥰
Thog??
Thog . mane dhuniya 🥰 apuni bht dhuniya🥰😊
সন্তান জন্ম দিব পাৰিব নে নাই ?
Nai nowrey
Vogobane diyatuk challenge koribo nepai .Bipod nijore hoi
👍👍👍👍
Sowali or Dore lagise ....duniya
Jss mix thank you for this vdo 🙏
Maya Moi tumak biya patim Tumi so cute dei😍
Mahekiya hoine😂
Dhet nappe 😂😂
Agoloi thka dinkeitat tumi bishara dharne hukhere thaka akhirbad thakil
Camera Mann mal khaise nki na kiba blg feel krse 🤪
Camera jon Kun o😘😘
কেমেৰা মেন জনে কি কমেৰা কৰিছে
মহে কামুৰি আছে 😋
😍..nice
Vogowany tomk g bonaisil tat heppy thakibo lagisil.
Nice
Nice 👍
Video sai vl lgil..anekwa topic loii video bnwa vbe thnks ba..
Maya ba apuni adarshar pratik
Congratulations
তেখেতে সন্তান জন্ম দিব পাৰিব নে
ji hoi vle hoi
Kiman khorsa gol total aru kot korisil please
You are So Cute Mam
ভাল কাম কৰিছা ।।। selut মায়া টোমাক ❤❤❤❤ ভগবানে এজন যোগ্য লৰাৰ সংগী কৰি দিয়ক তোমাক অনাগত দিনবোৰত
❣️বহুত ভাল লগিল কাৰণ নিজৰ জীৱনতো নিজেইহে ভালদৰে জানে , ধন্যবাদ মায়া। ❣️
বা আপোনাক বহুত ভাল লাগে,,আপুনি সদায় সুস্থ হৈ থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো
নিজৰ জীৱনটো নিজৰ মতেৰে সজাইছে
ভাল কাম কৰিছে । All the best 👍
বা জনি বহুত ধুনীয়া হয়। সদায় সুস্থ থাকে যেন।
ভিদিয় চাই ভাল লাগিল আপোনাৰ , আৰু বাইদেউ গৰাকী সুস্থ্য হৈ থাকক, আৰু এটা কথা কেমেৰা কৰা জন আপুনি সলনি কৰক ,
Xundar.নিজকে প্ৰকাশ কৰি সত্যক আকোঁৱালি লোৱাৰ কাৰণে তোমাক ধন্যবাদ ❤️
ভগবানে জি দিলে তাতে সুখী হব লাঘে। কিচুমানৰ যে কাম আৰু ।
Take
ভগবানে যি দিছে তাক লৈয়ে happy আছো নতুন দেহৰ প্ৰয়োজন নাই ।
পাঁচ বা দহ লাখ টকা খৰচ কৰি এইবোৰ অপাৰেচন কৰাৰ প্ৰয়োজনীয়তা কি বাৰু..এই বোৰ নকৰি যদি এইখিনি পইচাৰে ভাল ব্যৱসায় এটা আৰম্ভ কৰিলে হয় তেতিয়াও অন্তত ভাল লাগিল হয়।
Poisa dangor kotha nohoi bondhu . video to sai alop bujibo nuwarila neki
@@naja18 আপুনি কি বুজিছে ? তেওঁ জন্মৰ পৰা যেনেকুৱা তেনেকুৱাই থাকক। ভগৱানে যি ভাৱে জন্ম দিছে তেনেকৈয়ে সুখী থকাটো ভাল। ভগৱানে দিয়াতকৈ বেছি আশা কৰিলে বিপদ হব পাৰে। ইমান যদি ছোৱালী হোৱাৰ ইচ্ছা তেন্তে গে' হৈ থাকিলে হ'ল নহ। ইমান বোৰ পইচাৰে ট্ৰাঞ্চ অমেন হোৱাৰ প্ৰয়োজনীয়তা ক'ত..আপোনিয়ে কওঁক চোন
Right
@@AnkurJoyti123 dada kotha ata kou beya napabo..asolote poisae sob xukhi nohoi nijor jibontutkoi..teu vitoror pora agote xukhi hua nasile kin2 etiya teu xokolu khini xukh paise..10lakh toka di teu beboxai kori dui poisa besikoi pale hoi kin2 teu xukh napale hoi..etiya sage teu besi xukhi hoise nijok loi.. sorry beya napabo mur monor kotha khini aag bohalu..🙏🙏
Tumi etiyao buja nai ki hoi o tumi , tumi manuhor himajot nathaka neki , example tumak tumi jodi lora hoi aru tumak mekhela pindhai ghurai loi fura hoi tetiya tumar fill to kene hobo aru moi to laathi loi goru piton he dim
যথেষ্ট ভাল লগা,মহিলা হিচাপে তেখেতৰ সূন্দয্যতা বহুখিনি আছে অলপকৈ দেখা পাইছোঁ যদিও,মুখৰ ৰং,চকুযুৰী, চেলাওৰি,লিপ। আৰু তেওঁৰ মনৰ মাজত মহিলা হিছাপে বহুখিনি গাম্ভিয্যতা আছে যেন পাইছোঁ,কথা বোৰ বৰ ধুনীয়া মাতত লক্ষ্মী। কিন্তু বেয়া লাগিল,ভয়ো খাইছো যদিও বিজ্ঞান-প্ৰযুক্তি দিন,,, ইমান বোৰ কটা চিঙা কৰি কিয় ইমান কষ্ট কৰিবলগীয়া হৈছে যে।যি হওক আগবাঢ়ি যাওক তেওঁ তাৰ বাবে শুভেচ্ছা থাকিল
তেখেত ছোৱালী হিচাপে ধুনীয়া ।
যিটো মনোভাৱৰে এইটো কৰিলে, উপকৃত হওঁক সেইটোকে কামনা কৰিলোঁ ।
Bad baki bad diya tumi bohut cute hoi and moi bohut like koru tumak 🥰
কেমেৰা মেন জনৰ ভৱিষ্যত উজ্জলৰ কামনা কৰিলো আৰু যেন লৰাব পাৰে 😂😂😂😂
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣
🤣🤣🤣
😆😆😆😆
🤣🤣🤣🤣🤣🤣🤣🤣🤣
Hilai hilai camara korise
Nice content.. Nice person both of you... Congratulations to mayabini... God bless both of you
মাইয়া বাৰ ভিডিঅ'টো ছাই ভাল পালোঁ।মাইয়া বা তোমাৰ জিবনতো সুখৰ হৈই।থাকক মই ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনায়জো দেই বা।
Poisa ye sob nohoi.. nije happy thaka tu he zindagi... best of luck
Enjoy your new life lovely women Maya🥰👍
Congratulations to your new life♥️ really proud of you. You are beautiful 😍
Val lagil video to sai❤
😂😂কেমেৰা কৰি থকা জনৰ খুজতিয়া/ খৰ কিবা হৈছে নেকি বাৰু..... ৰিংগাৰ ব্যৱহাৰ কৰিব ভাল হব সোনকালে... যতে ততে খুজাই থকাতকৈ 😂😂😂😂
আপোনাৰ মাহেকীয়াৰ বিষয়ে আৰু গৃহবাসীৰ বিষয়ে জনাবচোন ।
তোমাৰ কথাবোৰ ভাল লাগিল মায়া । এটা সুখী জীৱন যাপন কৰাৰ আশাৰে---
baajoni bht dhunia hoi❤morom jasilu jorhator pora happy thakok tekhetor notun jibonor hoite ruh mnhr kotha bddia junejikoi kobodia tmi tmrlifeot happy thaka bindas thaka 😊
মায়াৰ কথাবোৰ ইমান সুন্দৰ।ভঘৱানে সহায় কৰক
baa joni bht dhuniya. Congratulations ba
Best of luck for your new life ....... enjoy your life 😘
বহুত সুন্দৰ উপস্থাপন।
মানুহ জনী দেখাত বহুত ধুনীয়া লাগিছে আৰু কি জানা কথা কেইটাও বহুত ধুনীয়াকে কব জনা মৰম লাগি গৈছে
Apuni khahokhi.. Aguwai jaok.. Amar khubhokamona ase
মানুহৰ জনম এটা পাই চ শেইটোত সুখী নহৈ নিজকে হানি খুচী সুখী কৰাইচে আচৰিত ।
পাগলৰ জাত এইবোৰ
তুমিও পুৰুষ হৈ লোৱা! ভাল লাগিব তোমাক!
😂
দুয়ো জনীলৈ ধন্যবাদ থাকিল
সুন্দৰ ছোৱালী❤️👍
Nijor uporot ji confidence tak salute jonaisu🙏 kotha khini huni bohut ye val lagil❤️God bless you 🙏
Very very brave girl 💓👏
Imn cute tmi Maya rly so sweet...
Bht dhunia suwali jono
Seiiiiii bom hizra
ঈশ্বৰ ৰ সৃষ্টিক বাধা দিয়া
কি কম এইখিনিক
যি খিনি সচাকৈয়ে জন্মৰ পৰা তেওলোকৰ কথা সুকিয়া
Buhut kotha thake..tair lorar proti he akorkhon ahe ..seikarone sowali hoise
@@lakshyadharsarania9451 suwali lgt signals napaisil sage no😀
Nice sharing friend 👍 stay blessed 🙏
Maya baa dekhun bht vl krise apunaloke AMR Maya Baar o interview lole mi hodai support koru Maya Baak bht vl baa jni❤️Maya baa apunar hopun bur puron houk finally apunar ATA hopun puron hol bht vl lgil❤️❤️
Maia ba congresltion 👍👍👍👍
Very very Nice 👍
Val lagil
Ba tmi bohut dhuniy blagai je kok koithakok tmi agbahi juwa
fal2😂😂😂Vgwan ji diye tate hukhi hbo lage😂
Thike ase..val korise
বৰ্তমান সময়ত টকা থাকিলে চলি, জিয় হোৱা আৰো জিয়ই চলি হোৱা একেবাৰে সৰু কথা !
পিছৰ জীৱনত তুমি কেনেকুৱা পদক্ষেপ লবা ? যেনেকুৱা ধৰা বিয়া বাৰু,ঘৰ সংসাৰ ইত্যাদি ইত্যাদি ।
Beautiful step
এতিয়া সন্তান জন্ম দিব পাৰিবনে ? জনাবচোন
Best of luck
You are a brave girl. Congrts Maya
Ba apunar video sai bohut besi Val lage
মাহেকীয়া ঋতু হয়নে নে?
😂😁😂
Ammar Polashbari ( South Kamrup) teo
Xustha thkok tarei kamona korilu🙌❤
Beautiful Maya. & God bless you
U r really very beautiful n cute Mayapriya. God bless u madam. Stay safe n healthy 💖💝💞
All the best Maya baa ❤️❤️
Enjoy your new life
লৰা পৰা ছোৱালী
ছোৱালী পৰা লৰা হোৱা এইসোপা ক অলপ ও দেখিব মন নাজাই।
Congratulations sis😍😍
Good
Lovely...enjoy ur life Maya
Beautiful smile
Vl lgl
Nari Hola hoi dekhat aku bhal loga nai next gonomot jorul xundur xuwali ajoni hoba
এনে কোৱা লাগিছে যেন ভূমিকম্প দি আছে 🧐🙄
SISTER CAMERA STAND USE KORILE VAL HOBO NENI.
Wow🧡
তুমি ল'ৰা পৰা ছোৱালী হলা
থিক আছে টকাই সকলো কৰিব পাৰে ।এতিয়া মাহেকিয়া হব নে আৰু লৰা ছোৱালী হবনে
Ou aii kotbaby hbo aru...testtube loiye baby kribo sage bejidi😄😄
@@dhonraj2253 অহ
Maya ba cngrsltn.tumi xokolu kotha khula khulikoi koi disa.manuhok nijor mote jiyai thakibole xahokh dibo lge.
Cemerar coalty val howa nai, video 2 sai val lagil🥰
Val lagil .
aru apuni bht thog ♥️🥰