প্ৰতিদিনৰ ভূতে নেৰা হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024

Комментарии • 314

  • @bishalgogoi4161
    @bishalgogoi4161 3 месяца назад +78

    ৰেচন কাডত Free বুলি কৈ ১০০০ টকা লৈছে। বেক লাগিলে আকৌ free গুছি ৭১৪০ টকা দিব লাগে। আকৌ semester fre নামত ১৪০০ টকা আৰু পৰীক্ষা মাচুলৰ নামত ১২০০ টকা দিব লাগে।এয়াই বাস্তৱ সত্য। 🙏🙏🙏

    • @Jurasikshekhar
      @Jurasikshekhar 3 месяца назад +2

      Val ke poh .... Comment kora bad de .. fail koribi ae....

    • @mrrajdeep007
      @mrrajdeep007 3 месяца назад +1

      Moi tu retion card disu kin2 college accept kora nai 7180 dibo loga hoise

    • @mr.dhrubjyoti6355
      @mr.dhrubjyoti6355 3 месяца назад

      Sob lge nki free

    • @Warriror4789
      @Warriror4789 3 месяца назад

      Porha Huna kora bhaiti. Back nalagibo.

    • @Starter-k7c
      @Starter-k7c 3 месяца назад +1

      Back lagile bare bare tok kio free admission korai dibo😂

  • @RuhiniGohain
    @RuhiniGohain 3 месяца назад +45

    গছত গৰু উঠা কথা কলে মানুহে মুখ মেলি চাবৈ ন।মামা😅😅😅

  • @ranjitgowsami7891
    @ranjitgowsami7891 3 месяца назад +51

    জাতি মাটি ভেঁটি নামত অসমীয়া ক ,সকলোৱেই বেঙেনা দিলে, 😢

  • @bakulboruah2026
    @bakulboruah2026 3 месяца назад +80

    গৌৰৱ গগৈ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।

  • @chhaygaonwushu5455
    @chhaygaonwushu5455 3 месяца назад +87

    আমাক বেলেগ এজন মুখ্য মন্ত্ৰী লাগে

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 месяца назад +2

      😂২৬ত পাই যাব

    • @abhijitbarman5730
      @abhijitbarman5730 3 месяца назад +1

      uppar or nalagy😅😅

    • @tapanrajbongshi5953
      @tapanrajbongshi5953 3 месяца назад +1

      Akhiluddin k patib lagib,miyar dap dapani aru alap bahrib

    • @jahidulhaque8357
      @jahidulhaque8357 3 месяца назад

      Thanks

    • @nayankumarpawe2671
      @nayankumarpawe2671 3 месяца назад

      ​@@tapanrajbongshi5953অন্ধ ভক্ত সকলৰ কথাবোৰ এনেকুৱাই।

  • @nipandas5010
    @nipandas5010 3 месяца назад +32

    ইয়াৰ মুখ খন দেখিয়েই দিনটো বেয়া হয়। ধুৰন্ধৰ

  • @anupdey1150
    @anupdey1150 3 месяца назад +15

    Thanks protidin time for telekast such type of news against govt. Keep it up.

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL 3 месяца назад +81

    ৰাতি সপোনতো দেখে চাগে প্ৰতিদিনক 😂

  • @bijoysaikia1405
    @bijoysaikia1405 3 месяца назад +4

    প্রতিদিনক ধন্যবাদ সাহস দেখুওৱাৰ বাবে।

  • @raza72519
    @raza72519 3 месяца назад +34

    বৰমা কলেজত আমি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হোৱা সত্বেও পইচা দি নামভৰ্তি কৰিব লগা হৈছে....গতিকে দূই লাখ এশ টকাৰ কথা আৰু কি...

  • @pranjalboruah6747
    @pranjalboruah6747 3 месяца назад +11

    এইবিলাকটো চলিয়েই থাকিব। মুখ্যমন্ত্ৰীয়ে মাত্ৰ এটা হিচাপ দিব লাগে প্ৰতি মাহত চৰকাৰখনে সকলো শিতানত কিমান টকা উপাৰ্জন আৰু কিমান টকা খৰছ কৰে। বাকীখিনি আমি নিজেই বুজি লম। জধেমধে ফাইন কাটি, ধাৰ ঋণ লৈ খাটিখোৱা মানুহক মাধমাৰ শোধাই কেমেৰাৰ আগত বেবেৰিবাং গায় লাভ নাই।

  • @torabali5756
    @torabali5756 3 месяца назад +15

    মোৰ লৰাৰ এডমিচন ৭১৮০টকা ললে, মই এজন ফেৰিৱালা, এইজনে কয় এটা কৰে এটা

    • @nayankumarpawe2671
      @nayankumarpawe2671 3 месяца назад

      মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কি দেখা পাইছোঁ।

  • @rakashdas9087
    @rakashdas9087 3 месяца назад +20

    উচিত কথাত লাগে বেজাৰ

  • @PapuMahanto-r9i
    @PapuMahanto-r9i 3 месяца назад +46

    এই টোৰ কথা বেছি কাম কম

  • @KasturiHazarika-rl7zu
    @KasturiHazarika-rl7zu 3 месяца назад +6

    ইমানবোৰ টকা দি নামভৰ্তি কৰা পিছতো বিনামূলীয়া শব্দটো কেনেকৈ আহে।

  • @gaurangasaikia2584
    @gaurangasaikia2584 3 месяца назад +24

    Great job Pratidin, keep it up🤝

  • @HibjurRahman-xy5cm
    @HibjurRahman-xy5cm 3 месяца назад +22

    মই B.A admission লৈছো কলেজত 650 টকা লৈছে।

    • @KBA481
      @KBA481 3 месяца назад +1

      Tor mobile recharge koribole poisa ase ,kintu porhibole nai😂

    • @hrishikeshbaruah7570
      @hrishikeshbaruah7570 3 месяца назад

      Vai 650, clg r namot dile ako nhy diyk.. Tmlkr Khongress sorkar thakote 3/4 hazar toka di sobe admission lob lagixil

    • @HibjurRahman-xy5cm
      @HibjurRahman-xy5cm 3 месяца назад

      @@hrishikeshbaruah7570 কংগ্ৰেছ চৰকাৰৰ দিনত বস্তুৰ দাম কম আছিল। 2000/3000 টকা ছমাহৰ মূৰত একো ডাঙৰ কথা নাছিল।

    • @HibjurRahman-xy5cm
      @HibjurRahman-xy5cm 3 месяца назад

      @@KBA481 এনে মই কেতিয়া তোক ক'লো মোৰ পইচা নাই। তোৰ ইমানেই যদি টকা আছে Admission লোৱা টকা পঠাই দিবি।

  • @localstoryinassam8358
    @localstoryinassam8358 3 месяца назад +36

    প্ৰতিদিনে সদায় সছা খবৰ দি আহিচে বাবে খং তেওৰ.

  • @palashphukan9545
    @palashphukan9545 3 месяца назад +14

    ২০২৬চনত অসমৰ মূখ্যমন্ত্ৰী গৌৰৱ গগৈ

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 3 месяца назад +2

    এহহহহ মজা কথা । বেপাৰ বঢ়িয়া ।

  • @hemkantaborah7434
    @hemkantaborah7434 3 месяца назад

    এই জনৰ পৰকুটি লৰিল। বেলেগ এজন মূখ্যমন্ত্ৰী চাবৰ হ'ল।

  • @Anuragkashyab
    @Anuragkashyab 2 месяца назад

    প্ৰতিদিন নিৰপেক্ষ❤️

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl 3 месяца назад +10

    এইটো চৰকাৰী নে প্ৰাইভেটট সচোদুৰ্ভাই মামা পইচা দি এডমিচন দিছো কেলা

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 месяца назад +1

      😂দিবই লাগিব বিজেপিৰ দিনত

  • @rmfashion4457
    @rmfashion4457 3 месяца назад +1

    শুনিলে মজা লাগে। দেখিলে কষ্ট লাগে। কোনফালে যাৱ ছাত্ৰ-ছাত্ৰী সকল

  • @pranjal1393
    @pranjal1393 3 месяца назад +1

    এজন মুখ্যমন্ত্ৰীৰ ভাষা

  • @nabajotyvlogs2385
    @nabajotyvlogs2385 3 месяца назад +1

    Himanta sar jindabad🙏🙏🙏

  • @Ahmed-tq3wo
    @Ahmed-tq3wo 2 месяца назад

    Education price hike.. Bah bah CM Sir salute.

  • @NehoruRamday
    @NehoruRamday 3 месяца назад +1

    ইমান মিছলিয়া কব নেপায় শিক্ষাৰ্থী সকলক।কয় কিবা কৰে পিছফাদি কৰে কিবা। হায় হায়,,,,,,

  • @bitukonwar2116
    @bitukonwar2116 3 месяца назад +1

    ৰাতি হ'লে সাতহাল বায়, পুৱা হ'লে এহালো নাই

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 3 месяца назад

    এজনে কয় এটা কৰে এটা, প্ৰতিদিন Time 🙏, এজনৰ খেল বুজায় বুজে , অসমৰ পৰা ল'ৰা-ছোৱালীৰ বহি ৰাজ্যলৈ কৰ্মৰ বাবে ধাপলি মেলিছে , অসম চৰকাৰে এই বিষয়তো কিয় চকু নিদিয়ে,...... কেন্দ্ৰীয় চৰকাৰ পৰা ধাৰ লৈ লৈ , অৰুনোদৈ আৰু .... টকা বিলাইছে, অসমত কোম্পানী হ'লে অসম চৰকাৰে Tax পাব আৰু অসমীয়া খিলঞ্জীয়া কৰ্ম সংস্থাপন পাব , অসমৰ উন্নতি হ'ব ......🙏

  • @mintusaikia8443
    @mintusaikia8443 3 месяца назад +1

    B. Ed rw M. A. ত নামভৰ্তি আৱেদন ৰ নামত প্ৰতিখন বিশ্ববিদ্যালয় ত বছৰে বছৰে মাচুল বৃদ্ধি সেইবোৰো চাব ।

  • @dibyanayanbhattacharya3905
    @dibyanayanbhattacharya3905 3 месяца назад +2

    যাৰ ঘৰত সাধাৰণতে চৰকাৰী চাকৰি নাই তেওঁলোকে বিনামূলীয়া নামভৰ্ত্তি পাই আহিছে। প্ৰতিদিনৰ বাতৰি ভিত্তিহীন । আমি GU -PG ত সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি পাইছো 2018 বর্ষতেই ।

    • @ChayanikaSaikia-kl8fs
      @ChayanikaSaikia-kl8fs 3 месяца назад +2

      চৰকাৰী আঁচনি ত অকল আপুনিয়ে নপৰে। আপোনাৰ দৰে আন ১০০০জনে paisene নাই নিজৰ টো কৈ অন্ধ ভক্তৰ পৰিচয় নিদিব।

  • @trishnagogoiphukan5529
    @trishnagogoiphukan5529 3 месяца назад +3

    ইয়াকে কয় হাতীৰ দাঁত দেখুওৱা এটা খোৱা এটা ☝️🤪

  • @subratlahon286
    @subratlahon286 3 месяца назад +5

    Good

  • @mineswardutta722
    @mineswardutta722 3 месяца назад +3

    Good news.

  • @bantidas2403
    @bantidas2403 3 месяца назад

    হয় হয় কথাটোও কিন্তু সচা কথা হয় কিন্তু এটা কথা ক ও মই মোৰ ক্ষেত্ৰত মোৰ মন প্ৰাণ হৃদয় বহুত পবিত্ৰ হয় কিন্তু মোৰো একেই গতি জি ভয় কৰো তাকেই মোৰ ওচৰ পাই এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ সঁচা কথা কৱ গ'লে মাইকি বা জি কোনো প্ৰাণি হৈই জন্ম লোৱাই ভূল হয় এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @dwipenbarman1313
    @dwipenbarman1313 3 месяца назад +1

    বাকী ৰাজ্য সমুহে ভাবে 5:16 মদ বিক্ৰী কৰি ইমান উন্নতি কৰিব পাৰি আৰু য'ত শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ সলনি মদৰ কথা কয় । আপুনি আৰু আপোনাৰ চৰকাৰ থাকিলে অসমৰ উন্নতি হ'ব হ'বই ?

  • @tarunchandramorang7988
    @tarunchandramorang7988 3 месяца назад +8

    Michaliya aitu

  • @santudas1202
    @santudas1202 2 месяца назад

    Ghenta আমাৰ দৰে দৰিদ্ৰ মানুহে লৰাক ডিব্ৰুগড় কানৈ কলেজত পহাই আছোঁ আজিলৈকে আকু এডাল নেপালো আৰু ghenta ভাষণ শুনিবলৈ থকা নাই

  • @akalobyasaikia3949
    @akalobyasaikia3949 3 месяца назад +1

    এই জনৰ কথানো আৰু কি কবা ....

  • @Johntamuli1969
    @Johntamuli1969 3 месяца назад +2

    Realy assam great boss

  • @avlogs1674
    @avlogs1674 3 месяца назад +1

    Assam legand media network Pratidin time

  • @JayantaRajbonshi-fz3cm
    @JayantaRajbonshi-fz3cm 3 месяца назад

    Right words..

  • @ali_goria8149
    @ali_goria8149 3 месяца назад +3

    ফকটিয়া লেকচাৰ দিয়াত নাম্বাৰ ১

  • @ddas4452
    @ddas4452 3 месяца назад +1

    ফীৰ বুলি এনে কৈ দিব নেলাগে।

  • @AnonyaSaikia
    @AnonyaSaikia 3 месяца назад

    ঠিক

  • @beria842
    @beria842 3 месяца назад +5

    Cong

  • @madllybangali
    @madllybangali 3 месяца назад +1

    সরকারি স্কলে নেই পর্যাপ্ত শিক্ষক। একটা বিদ্যালয় পরিচালনা করতে হলে 6 টি শ্রেণী কক্ষ এবং প্রত্যেক বিষয়ের জন্য একজন করে শিক্ষক প্রয়োজন

  • @Amir_Hussain12328
    @Amir_Hussain12328 3 месяца назад

    Remembering Porag Kumar Das

  • @MerujitPatowary
    @MerujitPatowary 3 месяца назад +2

    Protidin jindabaad....

  • @jintuassam2535
    @jintuassam2535 Месяц назад

    আপোনাৰ কথা বন্ধ পদত্যাগ কৰক

  • @hairprasaddeori2325
    @hairprasaddeori2325 3 месяца назад +7

    Baki jagat tu apunak nidib, Assam r manuhe vote dib....😂😅

  • @ashifvideos
    @ashifvideos 3 месяца назад +1

    Ami abeli admission free paisu thank you Mama ❤❤🎉.
    B A

  • @RajeshPegu-oo5fh
    @RajeshPegu-oo5fh 3 месяца назад +2

    ৰাতিত দহটা হাল বাই । দিনত এহালো নাভাই

  • @rahulaxom2603
    @rahulaxom2603 3 месяца назад

    Hmm... Pise Protidein aru Mama r major manu malinya khini natok noholei hol aru.. Aru jodi he Protidein Time hosakoi e Raij r logot.. Tetiahole hazar hazar pronam... 🙏🙏🙏

  • @किरण2021
    @किरण2021 Месяц назад

    😂😂😂.. মূখ্য মন্ত্ৰী মহাশয়... আপুনাৰ মুখত ফুল তুলসী পৰক....
    মহাবিদ্যালয়ৰ নামভৰ্তিৰ শিতান সমূহ দেখি তাহানিৰ হাইস্কুলৰ এডমিছন ফৰ্ম খনলৈ মনত পৰিছে... 😂😂😂😂

  • @KBA481
    @KBA481 3 месяца назад +6

    হাই অসমীয়া জাতি, ম'বাইল ৰিচাৰ্ছ কৰিবলৈ পইছা আছে , পঢ়িবলৈ পইচা নাই। মদ খাবলৈ পইচা আছে, পঢ়িবলৈ পইচা নাই। সকলো বস্তু ফ্ৰীতে কিয় লাগে?
    মদ খাবলৈ এৰক , জ্ঞান আহৰণ কৰিবলৈ পইচা উপাৰ্জন কৰক। সেই জ্ঞানে আৰু দুগুণ পইচা উপাৰ্জনৰ পথ দিব। সকলো কথাতে চৰকাৰৰ ওপৰত কিয় নিৰ্ভৰশীল হয়? অসমীয়া মানুহ ইমান ৰসাতলে গ'ল নে যে আজিৰ দিনত পঢ়া খৰচটো নিজে উলিয়াই লব নোৱাৰা হ'ল!
    আজি নিজ স্বীকাৰ্য দুখীয়া সমাজৰ বাবে দেশ ৰসাতলে গৈছে। এই সমাজ দেশৰ শত্ৰু।

    • @pranjal1393
      @pranjal1393 3 месяца назад +1

      কোনোবাই খুজিছিল নেকি কলেজৰ এডমিছন ফ্ৰি কৰক বুলি? দেউতাৰে নিজেই উস্তাদ মাৰি ফ্ৰী কৰিছোঁ বুলি বাঃ বাঃ লৈছে। কোনোবাই খুজিছিল নেকি কলেজৰ ছোৱালীক স্কুটি দিবলৈ? কোনোবাই খুজিছিল নেকি কলেজৰ ছোৱালীক মাহিলী টকা বিলাবলৈ? কোনোবাই খুজিছিল নেকি মাহিলী ১২৫০ টকাকৈ দিবলৈ? ৰাইজৰ মাথাত কিয় ভাঙিছে?

  • @stp100
    @stp100 3 месяца назад +1

    ...... GooaaaL

  • @saddamhussainkhono
    @saddamhussainkhono 3 месяца назад

    প্ৰতিদিন জুইইইইইইইই

  • @হালোৱাৰপুতেকমই

    প্ৰতিদিনৰ মালিক জয়ন্ত বৰুৱা ক টিকট দিম বুলি টোপ দি থৈছে ৷ এদিন ৰাজনাথ সিংক লৈ গৈছিল বৰুৱা ৰ ঘৰত ৷ এতিয়াচোন হিমন্তৰ দিন গ’লেই ২০২৬ ত গৌৰৱ গগৈ আহি আছে ৷ জয়ন্ত বৰুৱা Succes নহ’ল ৷ মাজতে হিমন্তৰ Against t নিউজ বজোৱা বন্ধ কৰিছিল ৷ বিধান সভা ইলেকছন আহাৰ লগে লগে আকৌ সাৰ পাইছে জয়ন্ত বৰুৱা ৷ বৰুৱা ও সুবিধাবাদি ৷

  • @pikusaikia5953
    @pikusaikia5953 2 месяца назад

    প্ৰতিদিন টাইম বিজেপি বিৰোধী সকলোৱে জানে

  • @mrigenbarman2641
    @mrigenbarman2641 2 месяца назад

    মিছা কথা মোৰ ছোৱালীৰ admisson ৩৬০০ টকা লৈ ললে b borua kollegot

  • @pinkimajuli8143
    @pinkimajuli8143 3 месяца назад

    ৰেচন কাৰ্ড থাকিলে মুখ্য মন্ত্ৰী মহোদয়ে বিনামূলীয়া নামভৰ্তি হব বুলি কলে ঠিকেই । কিন্তু কলেজত ৬৫০ টকাকৈ লৈছে নাম ভৰ্তিৰ নামত । তেন্তে বিনামূলীয়া বুলি কিবা কথা থাকিল জানো ?

    • @OVMIXER
      @OVMIXER 3 месяца назад

      Kua mote khokoku hua heten thike asilee......

  • @jaangaonkhowa1824
    @jaangaonkhowa1824 3 месяца назад +6

    তেজ খোৱা ৰাজনীতি

    • @menteljem4553
      @menteljem4553 3 месяца назад

      Azmol ba rakibulk cm bonai lo gedi

  • @budheswarnath6516
    @budheswarnath6516 3 месяца назад +3

    এইটোৰ মিঠা- মিঠা লগা কথাবোৰ শুনিবলৈ ইচ্ছা নোযোৱা হল... কেৱল মিছা কথাৰে আৰু কিমান দিন... ২০২৬ চনলৈ আৰু কিমান দিন ..??

  • @bebidewri787
    @bebidewri787 3 месяца назад +7

    মামাই অসমত একো অসুবিধা নোহোৱা কৰি দিলে । পিছে পিছে আমাৰ গাঁৱৰ এলাগী কৰি ৰাখিব পাৰিলে পীযুজ হাজৰিকা ঘৰৰ পৰা 3 কিঃ মিঃ মান দূৰ হব আমাৰ গাঁৱৰ ।

  • @bishaldas3964
    @bishaldas3964 3 месяца назад +2

    Mamar kiba eta hoise... manuhjone kiba etat bhugi ase

  • @taradoi7957
    @taradoi7957 3 месяца назад

    কত বিনামূলীয়া মিচা মাতিবলৈ আৰু ঠাই নাপালে । আমাৰ ছোৱালীক দেখুন পইচা দি এদমিচন দিচো

  • @KBA481
    @KBA481 3 месяца назад +3

    চৰকাৰ যেনেকুৱা বদমাছ, প্ৰজাও কম নহয়। সব ফ্ৰী লাগে।😂

  • @arunsaikia3774
    @arunsaikia3774 2 месяца назад

    ইমান মিছা কথা কেনেকৈ কব পাৰে।

  • @sagarsaikia6727
    @sagarsaikia6727 3 месяца назад

    চাব টো,,,ইমান গাজা দিব পাৰে বুলি,,,

  • @shukllabikash5354
    @shukllabikash5354 3 месяца назад

    🎉🎉🎉 Atia ami mukh mali Sai asu kolejot amar lora sualik admition diboloi going fij dim ne reason kard khon dim 🎉🎉tur ai fuljari Mora kothabur dipawolir homoyat kabi tetia amar lora sualik burak fooljari kini nidileu hobo. 🎉🎉🎉

  • @madhabidevi9585
    @madhabidevi9585 3 месяца назад

    ১৯৯১ ,১৯৯২,১৯৯৩ আমি পঢ়িছিলোঁ, তেতিয়া এই বিলাক frees নালাগিছিল ,এইয়া বিকশিত অসম

  • @kirongogoi2562
    @kirongogoi2562 3 месяца назад +3

    ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰোঁতে ৰেচন কাৰ্ড থকা নথকা সকলোৰে পৰা ল'ৰাৰ ৫৯৬০ আৰু ছোৱালীৰ ৫২৬০ নে ৫২২০ টকা লৈছিল। আচৰিত কথাটো হৈছে যে তেতিয়াও মাননীয় মুখ্যমন্ত্ৰীয়ে নামভৰ্তি বিনামূলীয়া হৈছে বুলি কৈ ফুৰিছিল।

    • @ProdipBorahProdip
      @ProdipBorahProdip 3 месяца назад

      Dostumot micha kotha,opoprochar aei bur chob free di dichu ami,lora burok Royal Mfiel dim aei bar,chuali burk care dia kotha vabi asu,logote tel vorabole 4000 per month BJP

  • @dipty__ray
    @dipty__ray 3 месяца назад +1

    Entrance patibo lge schoolership aru free admission or karne... Amar dore lower middile class or manuh bure he Besi bhugibo lge 85% pai o na schoolership paisu na free admission,degree ye complete hl🙂.... Tar karne entrance patibo lge....

  • @Starter-k7c
    @Starter-k7c 3 месяца назад

    Amr bpl asse aru ami free admission laisu... Prattek semester yeart ... Exam ahile 2 pora 3 hazar tokaloi... Dibo Lage.

  • @nawanitapator3572
    @nawanitapator3572 3 месяца назад

    2লাখ 100 টকা বাদ দিয়ক যদি 1 টকা বেছি হব নোৱাৰিব... নিম্নতম আৰু উচ্চতম কিয় ধাৰ্য্য কৰে সেই সম্পৰ্কে জ্ঞাত নহয় নেকি আপুনি...

  • @shaakhash4277
    @shaakhash4277 Месяц назад

    2026 ত উত্তৰ পাই যাব।

  • @bhargabdeka733
    @bhargabdeka733 3 месяца назад

    Mojja dise ak dom right koise... Moi nize paid admission loisu...

  • @pankajhazarika287
    @pankajhazarika287 3 месяца назад +1

    Ahi ase 2026 ... himanta 🤚khotom

  • @NilaSarmah-t2n
    @NilaSarmah-t2n 3 месяца назад

    পেপাৰ খনৰ ওপৰত মান হানি কেচ কৰিবলৈ ভয় কৰিছে।

  • @Ahmed-tq3wo
    @Ahmed-tq3wo 2 месяца назад

    Anokua sai dia photo ba Vedio upload dibo sir..

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf 3 месяца назад +1

    Basari 2 lakh taka uparjanaloike college't admission free . val kotha , pise basari 4 lukh taka loike " ARUNODAI ASANI " free kiya janibo man jai .

  • @digantahazarika3728
    @digantahazarika3728 3 месяца назад

    Literacy rate kimn hoi ase?

  • @apoorvavlogs1887
    @apoorvavlogs1887 3 месяца назад

    মামাক আৰু ভোট ডিয়ক 😂

  • @RekhaKalita-dv7lt
    @RekhaKalita-dv7lt 3 месяца назад

    Cm sir a diya bur pai Kune moi vabi napao. Amar ghorar obosta sabo ahile val asil.

  • @RekhaKalita-dv7lt
    @RekhaKalita-dv7lt 3 месяца назад

    Kathabur xunile val val lage cm sir r kintu bastab jetiya sao fupola

  • @kishorkumarsarmah2140
    @kishorkumarsarmah2140 3 месяца назад +5

    মিছা কথাৰ cm.

  • @romiodas508
    @romiodas508 3 месяца назад

    Kam nuhua sarkar....

  • @ajitbhowmick490
    @ajitbhowmick490 3 месяца назад

    We are culprit because we choose them so now time to change

  • @bharatbaishya3891
    @bharatbaishya3891 3 месяца назад

    Baki rajyat koi assamor bahut 2 komharot dise.

  • @MBora-ry6ud
    @MBora-ry6ud 3 месяца назад +1

    Desh birodhi khabar banned hona chahiye. Manish

  • @surjyabordoloi1984
    @surjyabordoloi1984 3 месяца назад

    Reson crad free buli kuwatuhe karon 3150 Toka lole

  • @pradipkumardas7571
    @pradipkumardas7571 2 месяца назад

    Pratidinehe truth explains koribo pare,, belege kole magistratek statement record koribo diye.

  • @AssamNE_india
    @AssamNE_india 3 месяца назад

    kiman hosa misa najanu but a bosor 2024 bhati atai admision loise so he kuwa mote spot admission ot Dibrugarh DHSK college ot 6000+ ne 7000+ a loise kintu DIbru college 250 ne 270 rs only loise Sc. student or karone so CM kotha pura misa buli kobo nuwari khali baki apunalik NEws chnl hoi so apuna luke hosa to gom pai a ki hosa misa

  • @BHABESHKALITA-d2p
    @BHABESHKALITA-d2p 3 месяца назад

    BJP sorkare joya 7 মাহে lp up merit list প্ৰকাশ নকৰিলে,, election r babe বৰশী দিছিল নিবনুৱা ৰ আগত,, সাংবাদিকৰ lp up ক লৈ কৰা questions ৰ ans kiba পাগলৰ নিচিনাকৈ আবুল তাবুল বকে,, Direct ans টো নিদিয়ে পাৰিলে সাংবাদিকে অপৰাধ হে কৰিছে lp up merit list প্ৰকাশ ৰ কথা সুধি তেনে অনুভৱ কৰাই দিয়ে

  • @Mahesh_Assam
    @Mahesh_Assam 2 месяца назад

    5 bosos hoi gol Aaji loike Aadhar dibo pora nai.. Rason card pora naam katile. NRC naam aahise kintu aadhar lock kori rakhise.. ki j hobo 😌
    Aaru moi aaji loike sob bar BJP Vote 🗳️ dilu 😢🤦🏻‍♂️🤦🏻
    Aami jikiwa sorkar aamar problem solve koribo pora nai.😢🙆🤦🏻

  • @digantadas1883
    @digantadas1883 3 месяца назад

    Pratidinoko HBS r bhute dhorise

  • @KhagenChintey
    @KhagenChintey 3 месяца назад

    Missa kota koy kiman tikib

  • @NilutpolKhound
    @NilutpolKhound 3 месяца назад

    কত বিনামূলীয়া নমভৰ্তি হৈছে