Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Jems of Assam, জুবিন আৰু ৰূপ কোঁৱৰ, we Assamese are very lucky to have these Jems among us.
সুন্দৰ হৈছে ❤
পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি ৰেণুৰে বোলালি তই কুমলীয়া হাত,অ’ ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি-গাঁথি লেখি লেখি সেউজীয়া পাত ৷ বনে মইনা সেউজীয়া, গছে মইনা সেউজীয়া, পাতে মইনা সেউজীয়া পাত,মইনা চৰাইটিয়ে অ'গছৰ ডালে-পাতে পৰি মাতিছে তোলৈকে মিঠা মিঠা মাত৷আমনে-জিমনেকৈ থাকনো তই কিয় ঐ গালতেনো দিয় কিয় হাত? হাঁহ অ’ মোৰ মইনা হাঁহ অ’ মোৰ মইনা হাঁহ অ’ মোৰ মইনা হাঁহ অ’ হাঁহ৷ভালেনো পাওঁ চাবলৈ, ৰঙা ওঁঠৰ হাঁহিৰ সতে জিকিমিকি দুয়ো পাৰি দাঁত৷৷অ’ ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি গাথি লেখি লেখি সেউজীয়া পাত...কথা আৰু সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা
ধন্যবাদ আপোনালৈ
Thank you❤
agote nuxuna geet ..bor bhal lagil.
Lyrics লিখা বোৰ পাৰিলে দিব। গান টো গোৱাত আৰু লিখাত সুবিধা হয়। ভাল হৈছে। 💐👌👍
Very nice zubeen da.❤❤❤❤
Joi zubeen da❤❤❤♥️♥️♥️
Dhunia gan aji he sunilo
🌹
Old voice of Zubeen Da..🥳🥰
Oh my God what a song zubeen da 🔥
l
Zubeen da ei mat mur prio
সুন্দৰ
Best Song
❤❤❤❤❤❤
Please kunubai jonaok original version kuntu
Gaantu a larali kaloloi manot pelai dise.Bharati.
nice song
Very nice 👌
💎
👍
Sub:Oxomiya:Junuwali Nixa ৰূপোৱালী পোহৰে Chokur পাহিত. ছবি আঁকি Zay. :Kontho:Lalita for Class vi for Ever Green. 19 65. to 2024 to 2025 to 2030
Jems of Assam, জুবিন আৰু ৰূপ কোঁৱৰ, we Assamese are very lucky to have these Jems among us.
সুন্দৰ হৈছে ❤
পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি
ৰেণুৰে বোলালি তই কুমলীয়া হাত,
অ’ ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি-গাঁথি
লেখি লেখি সেউজীয়া পাত ৷
বনে মইনা সেউজীয়া,
গছে মইনা সেউজীয়া,
পাতে মইনা সেউজীয়া পাত,
মইনা চৰাইটিয়ে অ'
গছৰ ডালে-পাতে পৰি
মাতিছে তোলৈকে মিঠা মিঠা মাত৷
আমনে-জিমনেকৈ
থাকনো তই কিয় ঐ
গালতেনো দিয় কিয় হাত?
হাঁহ অ’ মোৰ মইনা
হাঁহ অ’ মোৰ মইনা
হাঁহ অ’ মোৰ মইনা
হাঁহ অ’ হাঁহ৷
ভালেনো পাওঁ চাবলৈ,
ৰঙা ওঁঠৰ হাঁহিৰ সতে
জিকিমিকি দুয়ো পাৰি দাঁত৷৷
অ’ ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি গাথি
লেখি লেখি সেউজীয়া পাত...
কথা আৰু সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা