'বানপানীৰ বাবে অসমৰ মানুহে পুঁজি নিবিচাৰে, লাগে স্থায়ী সমাধান'

Поделиться
HTML-код
  • Опубликовано: 18 окт 2024
  • 'বানপানীৰ বাবে অসমৰ মানুহে পুঁজি নিবিচাৰে, লাগে স্থায়ী সমাধান' সদনত অসমীয়াতেই অসমীয়াৰ বাবে গৰজিল সাংসদ ফণীভূষণ চৌধুৰী।
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Комментарии • 491

  • @JituBora-q1k
    @JituBora-q1k 2 месяца назад

    Thnks

  • @birendeka4653
    @birendeka4653 2 месяца назад

    Welcome sir your presentation very good

  • @dhanmanideka4407
    @dhanmanideka4407 2 месяца назад

    Axomyt suni vl lagil ❤

  • @dhunu.sowali5763
    @dhunu.sowali5763 2 месяца назад

    Dhuniya lagise 💯

  • @shibamnath3088
    @shibamnath3088 2 месяца назад

    We need permanent solution on flood..thank you sir for taking this topic

  • @santanudas7169
    @santanudas7169 2 месяца назад

    স্থাই সমাধানৰ বাবে আলোচনা কৰি থকা হৈছে বৰুণ দেবৰ লগত।

  • @NituNath-z6r
    @NituNath-z6r 2 месяца назад

    Sir 🙏

  • @dipakbaruah8987
    @dipakbaruah8987 2 месяца назад +114

    বঙাইগাঁও বাসি ৰাইজলৈ ধন্যবাদ জনালো । বাকি অসমৰ লোকসভাৰ আসন বোৰতো BJP ৰ ফালৰপৰা এনেকুৱা বান্দৰ সাংসদ লৈ প্ৰেৰণ কৰে যাতে, অনুৰোধ জনালোঁ

    • @Destiny5535-d2r
      @Destiny5535-d2r 2 месяца назад +2

      BJP r vote besi paihe

    • @lyricistmilan3541
      @lyricistmilan3541 2 месяца назад +3

      Hahhaaa😂

    • @alakeshray7889
      @alakeshray7889 2 месяца назад

      Contact number tu da

    • @dipakbaruah8987
      @dipakbaruah8987 2 месяца назад +5

      @@Destiny5535-d2r BJP ৰ ভোট বেছি পাইছে নে বান্দৰৰ ভোট বেছি পাইছে ?

    • @digantadeka7201
      @digantadeka7201 2 месяца назад +1

      Moza 😂😂😂😂

  • @chaocheng9076
    @chaocheng9076 2 месяца назад

    Hori hori

  • @MITHUBARUAH-js2lc
    @MITHUBARUAH-js2lc 2 месяца назад

    Good

  • @hiteshkalita2265
    @hiteshkalita2265 2 месяца назад +6

    ধন্যবাদ ফণী চাৰ।। অসমীয়াত হ'লেও যে বানপানীৰ সমস্যাৰ বিষয়ে ইমান ধুনীয়াকৈ দাঙি ধৰিছে ।।

    • @amolgogoi4988
      @amolgogoi4988 2 месяца назад

      মই যোৰহাটৰ লৰা হয মই জানো কাক ভোট দিব লাগে। অসমীয়া ভাষা কৈ চে ঠিকে কিন্ত্ত অধ্যক্ষ জনে বুজি পাই চে জানো আৰু বেলেগ ৰাজ্য MP সকলে বুজি পাই চে জানো, বুজি পালে হে বেলেগ ৰাজ্য MP য়ে ও সমথন কৰিব। আৰু অধ্যক্ষ বুজি পোৱা লৈ কে বহুত সমই লব।হে কাৰণে যোৰহাট ৰ মানুহৰ পৰা শিক্ষা লব লা গে কাক ভোট দিব লাগে

    • @hiteshkalita2265
      @hiteshkalita2265 2 месяца назад

      @@amolgogoi4988 আপোনাৰ মতেই বৰপেটা লোকসভা সমষ্টিত ফণী ভূষণ চৌধুৰীৰ বাহিৰে ভোট দিবলগীয়া প্ৰাৰ্থী কোন আছিল ক'ব চোন ?

    • @hiteshkalita2265
      @hiteshkalita2265 2 месяца назад

      @@amolgogoi4988 যোৰহাটৰ বাহিৰে বেলেগ ঠাইৰ মানুহে কাক ভোট দিব লাগে নাজানে ন,,,,,,

    • @medico_spines
      @medico_spines 2 месяца назад

      ​@@amolgogoi4988 translator ase logote buji paiii

  • @hayetaliahmed4649
    @hayetaliahmed4649 2 месяца назад

    ১৪ জনৰ বাহিৰে কিমানজন সাংসদে বুজি পালে

  • @milangogoi2834
    @milangogoi2834 2 месяца назад

    Good yar

  • @BipuljyotiDas-ul7yw
    @BipuljyotiDas-ul7yw 2 месяца назад +58

    তাতকৈ শুকুৰ আলিক পঠিওৱাটোৱে ভাল আছিল!!!!

    • @dipakbaruah8987
      @dipakbaruah8987 2 месяца назад +5

      আপুনি আচল কথাটো কৈছে ।
      লাজৰো এটা সিমা থাকে ।

    • @MRINAL144
      @MRINAL144 2 месяца назад +2

      @@BipuljyotiDas-ul7yw তেওঁ যে সেই পৰ্যায়লৈ গৈ পাইছে বহুত ডাঙৰ কথা তুমি comment ত বেয়াকৈ কোৱা এটা পুতলা হে kela

    • @bhargabpratimkashyap6260
      @bhargabpratimkashyap6260 2 месяца назад

      Bjp koti seleka bokasuda

  • @Foggy950
    @Foggy950 2 месяца назад +22

    প্ৰদান বৰুৱা আকৌ পাছফালে বহি হাহিছে তেওঁ নিজেই অসমৰ সমস্যাৰ কথা কিমান কব পাৰিছে নিজেই । অকল হিমন্তই MP জিকাই পঠালে নহব কথা কোৱাৰ যোগ্যতা থাকিব লাগিব

    • @njyotinjyoti7541
      @njyotinjyoti7541 2 месяца назад +2

      মামাৰ চক্ৰান্তত জিকি গৈছে, হিন্দী, বা ইংৰাজী ক'ব জানিবৈ লাগিব সদনত।কথা খিনি উথ্থাপন কৰিছে বান পানিৰ বিষয়ে ভালই লাগিছে।

  • @surenboruah3241
    @surenboruah3241 2 месяца назад

    এই খিনি কৈ যেনে তেনে এবছৰলৈ সামৰণি মাৰিলে 😂

  • @Gt64xhu7xh
    @Gt64xhu7xh 2 месяца назад +1

    Eng tu sukur alir pora khika 😂

  • @bishaldey7303
    @bishaldey7303 2 месяца назад

    Content is good

  • @MRINAL144
    @MRINAL144 2 месяца назад +23

    তেওৰ গাত দোষ নাই। তেও নাযাও বুলি কন্দা কটা কৰিছিল। পিচে তেওক যোৰ কৰিহে পঠোৱা হৈছে। যাতে চকু মুদি হয় চাৰ হয় চাৰ কৈ থাকিব পাৰে।

  • @sayedulrahman
    @sayedulrahman 2 месяца назад

    ছাৰ আপুনি বিধানসভাত ঘুৰি আহক। আপোনাৰ কথা লোকসভাত বুজি নাপায়।

  • @madhurjyadas3191
    @madhurjyadas3191 2 месяца назад

    জনতা জনাদন ৰায়। ফণী ককা গাত দোষ নাই। কেন্দ্ৰ ত হিন্দী কব নাজানো বুলি অলপ কন্দা কতাও কৰিছিল।

  • @dipakgogoi5084
    @dipakgogoi5084 2 месяца назад

    গৰুৰ আগত টোকাৰী বজোৱা অৰ্থহীন ব্যক্তি।

  • @phukanrajbangshi426
    @phukanrajbangshi426 2 месяца назад +1

    Asomiyat kowa babe bhal paisu nijor bhasa aribo nalage jail singao. Adin hindihe koisil

  • @loyal1556
    @loyal1556 2 месяца назад

    এইয়াই সাংসদ, কিবা এটা ক'ব খুজিছে, কিন্তু নাই ‌ preparation নাই confidence, নাক কটাবলৈ যাই ইহঁতে, L P স্কুল পাইছে

  • @binoynath9605
    @binoynath9605 2 месяца назад

    এই জনক আচলতে সদনৰ অধ্যক্ষৰ পদটো দিয়া হলে ভাল আছিল।এইজনৰ ইংৰাজী শুনি জয়ন্ত মল্ল বৰুৱাই বা কি কয় ।।

  • @dr.gobindamoral7359
    @dr.gobindamoral7359 2 месяца назад

    মহাশয়, অলপ অপ্ৰিয় কিন্তু সত্য কথা কবলৈ ওলাইছো দোষ হলে ক্ষমা কৰিব ।১৯৭৯ চনৰ পৰাই অসম বাসী জ্ঞাত যে আপোনা লোক কোনো কৰ্মৰ যোগ্য নহয় ! কিন্তু জাতীয় আবেগক বিক্ৰী কৰাত আপোনালোকে সিদ্ধ হস্ত । এনেকুৱা জ্ঞানৰ ভাণ্ডাৰেৰে পৰিপূৰ্ণ আপোনালোকৰ গাধৰ দল অগপ ! কত হেৰাল অসমত আমিয়েই জাতীয়তাবাদী বুলি ফিতাহি মৰা এই গাধৰ দলৰ সভাপতি গৰাকী ? সৌসিদিনা এই খন সংসদত মণিপুৰৰ সাংসদৰ যুক্তি পূৰ্ণ মানৱ দৰদী সিংহ গৰ্জন শুনি ভাৰতেই নহয় সমগ্ৰ বিশ্ববাসী স্তম্ভিত হৈ পৰিছিল । হায় হায় কি দিন আহিছে অসমীয়া জাতীয় জীৱনলৈ ! আপোনালোকে সোণৰ অসম গঢ়া সোণাৰি হে ; ভাষণ -তাষণ কিয় লাগে ? জ্ঞানৰ পৰিসৰ জানিলে টো বিশ্বৰ পণ্ডিত গণ বেহুচ হৈ যাব । আপোনালোকক কেৱল আসন খন (ক্ষমতা) লাগে । জাতি দেশৰ চিন্তা আপোনালোকৰ মগজুত নাই । মহাশয় সদৌ শেষত, চল চাতুৰিৰে নিজৰ জীৱিকা হিচাবে দখল কৰা ৰাইজৰ প্ৰতিনিধিৰ এই আসনৰ মৰ্য্যদা লাঘৱ কৰি আমাক অপমান নকৰিবলৈ অনুৰোধ জনালো।
    ধন্যবাদ ।

  • @saddikurrahman7617
    @saddikurrahman7617 2 месяца назад

    ফনীয়ে আমাৰ অসমক লজ্জানত কৰি পেলাইছে, সৰ্বনাশ 😁😝🙊

  • @KironDuwarah
    @KironDuwarah 2 месяца назад

    ভালেই হৈছে, অসমীয়া ভাষা টো আগবঢ়াই নিয়াৰ বাবে। সমস্যা সমাধান হক বা নহক। হলেও হিন্দী বা ইংলিছ টো ভালকৈ কব জানিব লাগে, নহলে সকলোৱেই উপলুঙা কৰিব। যিহেতু এজন mp

  • @ranjitkalita2558
    @ranjitkalita2558 2 месяца назад

    মেদামৰ পৰা শিকি লব 😮😮😮😮😮

  • @muhankutum6496
    @muhankutum6496 2 месяца назад

    বুঢ়া অ বু‌ঢ়া এটা উমালে বুঢ়া 😂😂

  • @DebanandaPegu-ie3hp
    @DebanandaPegu-ie3hp 2 месяца назад +1

    সমষ্টিবাসীৰ সন্মান শেষ।

  • @hirakjyotimedhii
    @hirakjyotimedhii 2 месяца назад

    I admire this man, great leader ❤.
    There is no doubt that why this man was MLA for 39 years since 1985.
    Why our "Assamese" people are trolling him for his English? Does English speaking skill make a man good leader or knowledgeable? Wake up guys, don't act like morons. তহঁত ইংৰাজী কব জনা কেইটাই নহলে 39 বছৰৰ পৰা এজন প্ৰতিনিধি হৈ থাকিব লাগিছিল। এখেতক ৰাইজে ইংলিছ জনা নজনাক লৈ বাছনি কৰা নাই 39 বছৰে, এতিয়া আকৌ MP হিচাপে। আগবাঢ়! ইমান পিছপৰা চিন্তাধাৰা কিয় তহঁতৰ? তহঁতে ইংলিছ জানি কি বাল চিঙিছ?

  • @DebanandaPegu-ie3hp
    @DebanandaPegu-ie3hp 2 месяца назад +1

    কি আশা‌ কৰিব সমষ্টিবাসী। বিজেপিৰ নতুন আবিষ্কাৰ নতুন সাঙসদ।

  • @lakhikantapegu1589
    @lakhikantapegu1589 2 месяца назад

    BJP নেকুৱা আৰু পতাব অসম আৰু দেব লৱ হব

  • @MukulDas-l2m
    @MukulDas-l2m 2 месяца назад

    হিন্দী ও নাজানে নেকি শুকুৰ ৰ ইংলিছ😅

  • @bhargabdas7447
    @bhargabdas7447 2 месяца назад

    অসমীয়াত কলে কিবা অসুবিধা আছিল নেকী ?

  • @debadutta4066
    @debadutta4066 2 месяца назад

    আচৰিত আৰু দেই 🤣🤣🤣 লে বে চে কি কৈচে হে 😅😅😅 চুকুৰ আলি লাইত ভাৰচন চোন

  • @user-Sondesh48
    @user-Sondesh48 2 месяца назад +37

    আলপো লাজ লগা নাই নে বাৰু? কৈ থকা জনক কোৱা নাই, আপোনাক কৈছোঁ। আপুনিয়েই টো এখেতক MP বনাইছিল।

    • @MARD_NO_1
      @MARD_NO_1 2 месяца назад +2

      Moi Vote Diyai Nai

    • @SanjuBaba-jk8hs
      @SanjuBaba-jk8hs 2 месяца назад

      enhn ktha kuno ekjn mp aji loike kbo pra ni

  • @munakalita.390
    @munakalita.390 2 месяца назад +40

    বিধান সভা নে লোকসভা ধৰিব এ পৰা নাই

  • @ratankonwar7231
    @ratankonwar7231 2 месяца назад

    😮😮😮😮😮😮😮😮😮

  • @bhaskarhazarika9835
    @bhaskarhazarika9835 2 месяца назад +1

    Oh.. my God 😱😱

  • @BikramKonwar-v7l
    @BikramKonwar-v7l 2 месяца назад

    ইয়াত ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বেয়া কমেণ্ট দিয়া সকলক কৈছোঁ, আপোনালোকে ইমান ইংৰাজী জানে যদি আপোনালোকে নিৰ্বাচন খেলি সাংসদ নহয় কিয়, যাওঁক ইংৰাজীতে অসমৰ সমস্যা সমূহ উত্থাপন কৰকগৈ

  • @BonomaliPathak
    @BonomaliPathak 2 месяца назад

    হব ছলি বলবো বাপ তেহে গুচবো মনৰ তাপ

  • @sarataxom1651
    @sarataxom1651 2 месяца назад

    অ 😂😂😂ফনিদা কিতাপ পঢ়ি কি কৈ আছে তাকো স্পষ্ট কৈ কব পৰা নাই??? ফনি দাৰ ভাষন শুনি চকু কপালত উঠিল অসমৰ ৰাইজৰ😂😂😂

  • @alaminmullah
    @alaminmullah 2 месяца назад

    Good job than rokibul Hussain . Next time kick out rokibul from dubori.

  • @AnujNath-tx6ln
    @AnujNath-tx6ln 2 месяца назад

    A mojjjjjjjja

  • @anupengti4092
    @anupengti4092 2 месяца назад

    অসমীয়াত কলে কি দাল বুজিব তাঁহাতে

  • @jishnutalukdar1938
    @jishnutalukdar1938 2 месяца назад +2

    "Asom r banpani" rosona mukhasto mata dise....... 😂😂😂

  • @TheLife-hw8dp
    @TheLife-hw8dp 2 месяца назад

    New Sukur Ali of Assam

  • @mridul1983
    @mridul1983 2 месяца назад

    তাৰমানে actually

  • @ratulsaikia7157
    @ratulsaikia7157 2 месяца назад +2

    অসমীয়াত কব নেৰিব আমি অসমীয়া ❤

  • @ispitamixedentertainment5976
    @ispitamixedentertainment5976 2 месяца назад +27

    প্ৰথমৰ পৰাই অসমীয়াতে কোৱা হলে কি হানি হলহেতেন

  • @LakhiPrasadSaikia-uq9df
    @LakhiPrasadSaikia-uq9df 2 месяца назад +5

    সঁচাই হাস্য কৰ মুখত শব্দ নুফুটে কি ভাগ্য তথাপিও সাংসদ 😮

  • @dhirajbaishya6245
    @dhirajbaishya6245 2 месяца назад

    অসমীয়া বুজি পাইছেনে বাইদেউজনীয়ে?

  • @anilboro6516
    @anilboro6516 2 месяца назад +76

    দিল্লীৰ বাবে এনেকুৱা অসমৰ সাংসদ খুবেই প্ৰয়োজন। ধন্যবাদ।

  • @BabuManuh-hc7ss
    @BabuManuh-hc7ss 2 месяца назад

    No comments........., respected viewers

  • @rrahman853
    @rrahman853 2 месяца назад +61

    Sir, ইংৰাজী নাজানিলে অসমীয়াতে কওক । নহ'লে অসমৰ মান সন্মান নাথাকিব ।

    • @sports_guru_149
      @sports_guru_149 2 месяца назад +1

      Apuni english t M.A sage 😢

    • @realmerealme1453
      @realmerealme1453 2 месяца назад

      😂

    • @dipakbaruah8987
      @dipakbaruah8987 2 месяца назад

      @@sports_guru_149 Comment দিয়া জনো MA পাছ লাগে নেকি মহাশয় ?

    • @MintunAli
      @MintunAli 2 месяца назад

      ​Englisht M.A hbo nlge English kobo lagile 6month vlk course korok MP hoi kobo najanile lajor kotha dei 😂Sir madam ​@@sports_guru_149

  • @testyyummy7811
    @testyyummy7811 2 месяца назад +1

    বেয়া কমেণ্ট কৰা কেইটাক কৈছোঁ। আজি লৈ কিজানি গাওঁ সভাত ভাষণ দি পোৱা নাই। আৰু যি খিনি কথা কৈছে আপোনালোকে বুজি পোৱা নাই যদি মূৰ্খ বুলি বেয়া কমেণ্ট কৰা কেইটাক হে কব

  • @sultanahmedlaskar80
    @sultanahmedlaskar80 2 месяца назад

    We need gaurav gogoi from assam ❤️

  • @BhaskarPegu-q5o
    @BhaskarPegu-q5o 2 месяца назад

    Mojaaaa English koka

  • @FactwithAi426
    @FactwithAi426 2 месяца назад

    Phani Bhushan ha to mumkin Haa AGP zindabad

  • @ajitnarah6687
    @ajitnarah6687 2 месяца назад

    অসমীয়াত ক'ব লাগে।আমাৰ বৰুৱা দাদাই ইন্দিত বুজাই দিব যিজন আপোনাৰ পিছ ফালে আছে।😂

  • @nityanandadoley-mg7xq
    @nityanandadoley-mg7xq 2 месяца назад +19

    ফণীভূষন ডাঙৰীয়াই প্ৰথবাৰ M.P হয় সদনত বানপানী সমস্যাটো লৈ হকে নহকে মাত মাতিছে । কিন্তু পিছত বহা আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ সদস্য প্ৰদান বৰুৱাই বানপানী সমস্যাটো ক মাত মাতিবলৈ সাহস নকৰিলে। অথচ তেওঁৰ সমষ্টিটো অসমৰ আটাইতকৈ বান প্ৰভাবিত এলেকাত পৰে। তেনে এজন অকৰ্মন্যক ২ বাৰকৈ সাংসদ পাতি ৰাইজৰ কি উপকাৰ হৈছে???

    • @gautamnarayangoswami4812
      @gautamnarayangoswami4812 2 месяца назад +1

      হয়, কেৱল মোদী জীৰ গুণ গান গালে ।

    • @pankajgogoi7617
      @pankajgogoi7617 2 месяца назад

      হয়টো। দূয়োজন MP ৰ কৰ্ম -ৰাজিৰ মাজত ৰিজনি মিলালেই অসমৰ বহু সমস্যা সমাধান বাট মুকলি হ'ব বুলি মোৰ ধাৰণা হয় ।

  • @Regional-i7b
    @Regional-i7b 2 месяца назад

    ৰাজবংশী বান্দৰ 😜😜😜😜😜😜

  • @mousumBaishya
    @mousumBaishya 2 месяца назад +34

    কোনে পঠাইছিল এইজনক হাই হাই

    • @ACAction2.O-is9jo
      @ACAction2.O-is9jo 2 месяца назад +2

      কি ভূল কৰিলে বাৰু

    • @pranabdas7121
      @pranabdas7121 2 месяца назад +2

      বৰপেটা সমষ্টিৰ জাৱৰ বোৰে

    • @MintunAli
      @MintunAli 2 месяца назад

      ​@@pranabdas7121Toi ata jabor Ami eyak vote diya nii nohoi direct gote Mnhuk kio dhoribi

  • @binoydeka7916
    @binoydeka7916 2 месяца назад

    নাক কান কটা এটা বস্তু,,,,

  • @RukunAhmed-qj5sw
    @RukunAhmed-qj5sw 2 месяца назад +23

    কি অৱস্থা হৈছে।সন্মান শেষ কৰি দিলা।

    • @ACAction2.O-is9jo
      @ACAction2.O-is9jo 2 месяца назад +1

      কি সন্মান নষ্ট কৰিলে বাৰু

  • @bhabanihazarika8148
    @bhabanihazarika8148 2 месяца назад

    He is not also a dull ,who was selected him for MP ;they also a -----D

  • @bidyutsaikiachannel1682
    @bidyutsaikiachannel1682 2 месяца назад

    Axomor jodhamurkho 2...borpeta xamosti bakhi dhanyabad r patro aeuk pothua bbe

  • @KhaninHaloi-v9h
    @KhaninHaloi-v9h 2 месяца назад +62

    😮 ইংৰাজী ভাষাৰ অধ্যয়ন কম M P জনৰ

    • @Foggy950
      @Foggy950 2 месяца назад

      Apuni gusi jok

    • @nabajyotiborkakoty1799
      @nabajyotiborkakoty1799 2 месяца назад +8

      ইংৰাজীত ভালকৈ কব নোৱাৰাতো একো ডাঙৰ কথা নহয়৷ ইংৰাজী হিন্দী একো নজনা তামিলনাডু কেৰেলা কৰ্ণাতক আদি দক্ষিণৰ ৰাজ্যবোৰ আজিৰ তাৰিখত বেছি উন্নতি কৰিছে৷ শিপা পাহৰা অসমীয়াই আজিৰ তাৰিখত নিজৰ ৰাজ্যতে ভাষিক সংখ্যালঘু হবলৈ গৈ আছে ৷

    • @Foggy950
      @Foggy950 2 месяца назад

      @@nabajyotiborkakoty1799 এইজনৰ মতে ইংৰাজী ভাষাটো অসমীয়া ভাষাতকৈ ওপৰৰ

    • @dipakgogoi5084
      @dipakgogoi5084 2 месяца назад

      ​@@nabajyotiborkakoty1799কিন্তু তেওঁলোকে কোনেও একো বুজি নোপোৱাকৈ মূৰ্খৰ দৰে। গৰুৰ আগত টোকাৰী বজাই নাথাকে। সকলো সংসদত ইংৰাজীতে কয়।

  • @pankajgogoi7617
    @pankajgogoi7617 2 месяца назад

    ইমান দিনে জানি অহা সন্মানীয় "ৰাজহুৱা প্ৰতিনিধি"জনক ময় বা অসমৰ ৰাইজে আজিহে এতিয়াহে যেন বুজি পালোঁ। শুকুৰ আলিয়েই এইজনতকৈ অলপ উন্নত যেন অনুভৱ হৈছে। যতৰৰ মহুৰা হৈয়ো,যে ৰাইজৰ ওচৰত ইমান বছৰে . ......? মানিছো দেই।

  • @surajmedok6155
    @surajmedok6155 2 месяца назад

    Dhonor vholot jika mp 😂😂😂

  • @NipuLahkar-qv1jq
    @NipuLahkar-qv1jq 2 месяца назад

    Pagaal Hoie Jabo Ami..... Pagaal e Hoie Jabo...... 😂😂😂😂

  • @bubulsaikia7158
    @bubulsaikia7158 2 месяца назад

    We want more jokers like him 😂😂

  • @digantadeka7201
    @digantadeka7201 2 месяца назад +6

    শুকুৰ আলীৰ ভৰি ধুই পানী খাওক তেতিয়াহে ইংলিছত পকিব পাৰিবা ককা 😂😂😂!

  • @bijongogoi7772
    @bijongogoi7772 2 месяца назад +15

    কি বকিছে এইটোৱে ।চাদা অকনমান দি তাক ।

    • @madhujyaloying4318
      @madhujyaloying4318 2 месяца назад +1

      পাত চাদা অলপ বনাইছো ৰ খাই ল

  • @pareshnath4649
    @pareshnath4649 2 месяца назад +18

    ভাল দাবি কৰিছে৷ধন্যবাদ ৷

  • @bhaskarsharma2300
    @bhaskarsharma2300 2 месяца назад

    অসমীয়া বুজি পাইছেনে?

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a269 2 месяца назад +65

    অসমীয়াতে কওক অ ডাঙৰীয়া নহলে লালু দৰে হব😂

  • @ratultaro6391
    @ratultaro6391 2 месяца назад +13

    এই ভাষানতো যদি...মাননিয় অখিল গগৈ দেৱে কোৱা হ'লে... কোনেও নুহোনিলে হেঁতেন... যেনেকৈ..মাননিয় চৌধুৰী দেৱে ইমান দীঘলীয়া সময় পাইছে কবলৈ । গগৈ দেৱক বিৰুধী সকলে কবলৈ সুবিধা ই নিদিলে হেঁতেন ।

    • @Destiny5535-d2r
      @Destiny5535-d2r 2 месяца назад

      @@ratultaro6391 geda sarkar ahile nichoi kobole pabo Akhiluddin e

  • @tapanray3836
    @tapanray3836 2 месяца назад

    Moja aiber borpeta loksova somosti bhut unoti hobo re .moja lagse .
    Ki je hobo

  • @sumbhuyan6196
    @sumbhuyan6196 2 месяца назад

    বেলেগে লিখি দিয়া english টো কব নাজানে চাললা।লাজ লাগিছে নে নাই বাৰু মহাসয়

  • @dast1040
    @dast1040 2 месяца назад

    Akhetok delhit pothiyai, himantai rasta mukuli korile,,

  • @bitupandas1535
    @bitupandas1535 2 месяца назад +19

    English kobo najanileu ... parliament t Assam r hoi kiba ata koise...karubak gali pariboloi parliament juwa nai....

  • @NKMedia-d6k
    @NKMedia-d6k 2 месяца назад +31

    বাপৰে বাপ ফণি দাই বিশ্বৰেকৰ্ড কৰিহে এৰিব এইবাৰ

  • @babul8718
    @babul8718 2 месяца назад

    😅😅😅 GORU.......2nd Sukur Ali......

  • @bonomalipegu508
    @bonomalipegu508 2 месяца назад

    Second sukur ali😂

  • @learningroom07
    @learningroom07 2 месяца назад +9

    গোটেই ভাষণ তে শুনিব তেখেত অসমীয়া ভাষাত কথা খিনি ঠিকে কলে । I support Assamese because all MP have translators

  • @rajukonwar6089
    @rajukonwar6089 2 месяца назад

    কি সেই এইটো

  • @pradipdas3459
    @pradipdas3459 2 месяца назад +19

    এইখন বিধানসভা নহয়।

  • @kanakkumarnath223
    @kanakkumarnath223 2 месяца назад

    SYSTEM E ,,,KHELI MELI,,,,MADAM E,,,,BANPANI KI KENEKE BUJI PABO,,,, PRACTICAL,,, KNOWLEDGE NAI,,,,ONLY THEORY,,,,,,KI HOBO,,,,,,BANPANI HOI THAKIBO

  • @Regional-i7b
    @Regional-i7b 2 месяца назад +2

    শেষ কৰিলে বঙাইগাঁওৰ সন্মান 😜😜😜😜😜😜

  • @khargeswarkalita4630
    @khargeswarkalita4630 2 месяца назад +5

    অসমীয়াত কোৱা হে টোপানিৰ ৰাজা। অসম আৰু অসমীয়াৰ দুৰ্ভাগ্য।

  • @LAWRENCE-f5t
    @LAWRENCE-f5t 2 месяца назад +39

    বঙাইগাঁও বাসি ৰাইজ অশেষ ধন্যবাদ, এনেধৰণৰ সাংসদ প্রয়োজন অসমত😂😂😂😂

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 месяца назад +59

    অসমীয়াৰ সন্মান নষ্ট কৰিব গৈছে দিল্লীলৈ😂😂😂😂

    • @Foggy950
      @Foggy950 2 месяца назад +4

      Ki সন্মান নষ্ট কৰিলে জনাব নেকি ।
      Atleast তেওঁ অসমৰ বানপানীৰ কথা সংসদত কোৱাৰ সাহস কৰিছে। আৰু অসমীয়াত কথা কলে সন্মান নাযায়🙏

    • @kaushikbarma4430
      @kaushikbarma4430 2 месяца назад +2

      Enei kiman sanman asaam r babe anise apuni .

    • @jint465
      @jint465 2 месяца назад +1

      টোৰ বাপেক অলিম্পিকত সোণৰ মেডেল অনিছি সন্মান অৰ্জন কৰিছিল

    • @Regional-i7b
      @Regional-i7b 2 месяца назад

      😜😜😜😜😜😜👌👌👌👌👌

    • @Asomiya_kochrajbongshi
      @Asomiya_kochrajbongshi 2 месяца назад

      Asomiyat kole asomiyar honman nosto hobo?? Baki bure buji napabo buli sinta kori koise jodi Shashi tharoor ye jtya english koi adha house r member ye bujiye napai sage so nothing wrong in speaking one of the scheduled language of India.

  • @pborah562
    @pborah562 2 месяца назад

    সুন্দৰ
    একবাৰ অসমীয়া
    এক বাৰ ইংৰাজী😂😂

  • @anubhavpriyammirikaman7213
    @anubhavpriyammirikaman7213 2 месяца назад +30

    ই প্ৰদান বৰুৱাতকৈ আগত।

    • @Foggy950
      @Foggy950 2 месяца назад

      Hoi pradan baruah আকৌ পিছফালে বহি হাহিছে তেওঁ নিজেই অসমৰ সমস্যাৰ কথা কিমান কব পৰিছে নিজেই

    • @Inamul-tk6ki
      @Inamul-tk6ki 2 месяца назад

      😂

    • @navajitborpatra4088
      @navajitborpatra4088 2 месяца назад

      Hima thakar usit

    • @swarajgogoi5989
      @swarajgogoi5989 2 месяца назад

      Pradan Baruah mekuri Hoi tat goi...e kotha nkoi aklo attitude bsi..

  • @hemantaborgohain4493
    @hemantaborgohain4493 2 месяца назад +5

    কুকুৰাজনীয়ে কণী পাৰিছিল ঠিকেই কিন্তু কণীবোৰযে উমনি লোৱাৰ পাছত ঘোলা হব ভবাই নাছিলো অ' ।

  • @pulinkalita8576
    @pulinkalita8576 2 месяца назад

    Fonibhukhon dagoriya apuni sangkhod hisape English kobo nuarileu hindi kuya proyojon karon delhit oxomiya buji napai

  • @hyatt7790
    @hyatt7790 2 месяца назад

    Sir/madam😂