ডাঙৰ খবৰ।নীতুমণি শইকীয়া আৰু ভৱেশ কলিতাৰ মাজত ভয়ানক আলোচনা।হাহাকাৰ লাগিল।/virel news

Поделиться
HTML-код
  • Опубликовано: 4 ноя 2024

Комментарии • 35

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp Месяц назад +11

    উজনি ৰ ৰাইজ সজাগ হৈ উঠিছে বিধান সভাত ইয়াৰ ফলাফল ভাবি ব নোৱাৰা উন্নত হ'ব বুলি উজনি ৰ ৰাইজে আশা কৰি আছে বুলি শুনি বলৈ পাইছো।

    • @Jaihanuman-k9b
      @Jaihanuman-k9b Месяц назад

      যি কৰে কৰক,,এনেকুৱা দল বিচাৰক যাতে এদিন মিয়া ৰাজ্য লৈ পৰিণত নহয়

  • @jetukimech3484
    @jetukimech3484 Месяц назад +4

    গতি নহয় গুৱাহাটীৰ অধোগতি হব বিজেপিৰ

  • @dibyagogoi7823
    @dibyagogoi7823 Месяц назад +2

    হেৰৌ বগী বিলৰ দলংখন কংগ্ৰেছৰ দিনতে হোৱা নাই জানো ? সেই দলং খনকে মোদীয়ে উদ্বোধন কৰিলে হি । বিজেপিৰ অকনো লাজ নাই অ। তহতি নমৰা লৈকে মন্ত্ৰী বিধায়ক হৈ থাকিবলৈ ৰাইজক মিছা কথা কৈ বিভ্ৰান্তিৰ বীজ ৰোপন কৰিছে। সভাপতি মহোদয় চকু বন্ধ কৰি মুখ্যমন্ত্ৰীৰ ভৰি মালিছ নকৰিব। ৰাইজৰ কথা চিন্তা কৰক। আপোনাৰ কথাবোৰ শিয়ালে হোৱা দিয়া যেন লাগিছে হা::হা::

  • @AfsjsjjHhhas
    @AfsjsjjHhhas Месяц назад +2

    Bhavesh dar kotha bilak suni hahi a uthe

  • @pranabjyotidowerah6234
    @pranabjyotidowerah6234 Месяц назад

    আনৰ পিঠাগুৰিৰে সকাম পাতি কিমান দিন জীয়াই থাকিব ৷ চাব যাতে সেই পিঠাত অকণমান বালি পৰিলেই সকলো শেষ ৷

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx Месяц назад +1

    কোনজন বিধায়কে মূখ্যমন্ত্ৰীৰ ভৰি নেচেলকে!!!

  • @nabanath6934
    @nabanath6934 Месяц назад +1

    নাঁও দুবিলে ও ,টিঙৰ পৰা নানামে দে...মানিছো.

  • @user-hq6qv3yo1opriuuu....
    @user-hq6qv3yo1opriuuu.... Месяц назад +2

    Misa kotha koise b k

  • @gangadhorbailung5702
    @gangadhorbailung5702 Месяц назад

    বিধান সভাত কোনে তেওঁলোকক বহাই ৰাখিছে জনাবছোন ভবেশ কলিতা ডাঙৰীয়া।

  • @NurjamalHoque-by4zm
    @NurjamalHoque-by4zm Месяц назад +1

    পিযু হাজৰিকাৰ কৈছিল গৌৰৱ গগৈ জিকিলে ৰাজনীতি ত্যাগ কৰিম।মামাই কৈছিল ২০২১পিছত ৰাজনীতি নকৰোঁ।

    • @Jaihanuman-k9b
      @Jaihanuman-k9b Месяц назад

      সস্তীয়া কথা কৈ সময় নষ্ট কিয় কৰে,,

  • @jetukimech3484
    @jetukimech3484 Месяц назад +1

    অক্টোবৰ ৰ পৰা কমিব কাৰণ তেতিয়া ফেনিবিলাক নচলিব।

  • @Jaihanuman-k9b
    @Jaihanuman-k9b Месяц назад

    BJP মুখ থকা নেতা এজনৰ লগত বহিব লাগিছিল,,

  • @gangadhorbailung5702
    @gangadhorbailung5702 Месяц назад

    সিদ্বাত ভটাচায্য কি কংগেছৰ মানুহ নেকি ভবেশ কলিতা মহোদয়! তেখেতৰ ভিদিঅ কেইটা চাবছোন।

  • @mukutborah4081
    @mukutborah4081 Месяц назад +1

    ভাল নালাগিল আলোচনা বিলাক। অপৰাধী কোনো জাতি ধৰ্ম সমাজ একো নাই। মিৰা বিলাকক ভোটধিকাৰ কোনে দিলে। NRC নাম কেনেকে সোমাৱ পালে। মিৰাক খেদিব কেনেকে। এয়াই হল নাটক আৰু ৰাজনীতি।

  • @jibankarmakar8575
    @jibankarmakar8575 Месяц назад

    Smirti mitare kintu. Kisu vote komabo

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 Месяц назад

    Bhabesh kalita ,,Right speak, Thanks

  • @ShgVkg
    @ShgVkg Месяц назад +1

    অই অহাবাৰ তুমি হৰাটো খাতাং তেতিয়া কুকুৰেও তোমাক হাট নি দিয়ে।

  • @prankrishnavlogs9890
    @prankrishnavlogs9890 Месяц назад

    Kalita mohudoi smart metark loi abul tabul boki nathkibo

  • @merajulahmed9320
    @merajulahmed9320 Месяц назад +2

    bjp hatao desh basao

    • @Jaihanuman-k9b
      @Jaihanuman-k9b Месяц назад

      তেতিয়াহে ৰেপ,,দুজনী মাইকী,
      ১০ তা লৰা ছোৱালী,,এইবোৰ সুবিধা কৰিব পাৰি বি

  • @kamal__22
    @kamal__22 Месяц назад

    Assomor janatai buji paise aibar bjp sarkarok bad dibo ami koiso aibar cong bahut seatot joi hobo bjp utkhat hobo

  • @prankrishnavlogs9890
    @prankrishnavlogs9890 Месяц назад

    Education mantri jone CM r advice nolola kam a koribo nuwre.aru bki bur putola montri nam matra ha

  • @ahmeddc158
    @ahmeddc158 Месяц назад

    Subsidy Rs 53/- only

  • @devaborgohain1121
    @devaborgohain1121 Месяц назад

    43:33

  • @jalaramcochin9009
    @jalaramcochin9009 Месяц назад

    Bhavesh kalita ayibar xiyal budhie kamot nahib

  • @kanudast6665
    @kanudast6665 Месяц назад

    400parhoba sage

  • @prankrishnavlogs9890
    @prankrishnavlogs9890 Месяц назад

    Smart metar off hoba lge .100%

  • @amjedhussain4268
    @amjedhussain4268 Месяц назад +1

    Hindu manuhe bewa kam nokorane

  • @devaborgohain1121
    @devaborgohain1121 Месяц назад

    Kukurtue. Kotha. Koboli. Nidie. Supthalk. .

  • @ashadeoriranideori2864
    @ashadeoriranideori2864 Месяц назад

    একো ভাল কাম কৰা নাই ।মানুহ ক ঠগিব জানে ।