সুনীল গগৈ কাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত CIDক পূৰ্ণ সহযোগিতা আগবঢ়াইছে সুনীল গগৈৰ পৰিয়ালে

Поделиться
HTML-код
  • Опубликовано: 2 июл 2024
  • সুনীল গগৈ কাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত CIDক পূৰ্ণ সহযোগিতা আগবঢ়াইছে সুনীল গগৈৰ পৰিয়ালে। আনহাতে, CIDয়েও ন্যায় প্ৰদান কৰাৰ আশ্বাস দিছে পৰিয়ালটোক। সবিশেষ চাওক আমাৰ এক প্ৰতিবেদন।
    #PratidinTime #assam #sunilgogoi #CID

Комментарии • 6

  • @user-yo9hn4md4j
    @user-yo9hn4md4j 27 дней назад

    ৰাইজৰ দাবীত এদিন জয়ন্ত পন্থী ক জেৰা কৰিলেও নামত হে জেৰা কৰিব | গতিকে সাংবাদিকেও প্রশ্নবোৰ জুগুত কৰি ৰাখিব লাগে যাতে তদন্তৰ নামত ভেকো ভাওনা এখন পাতি অপৰাধীক ওলাই যোৱাৰ পূর্ণ বন্দোবস্তী কৰিব নোৱাৰে |

  • @hknathnath6386
    @hknathnath6386 27 дней назад +1

    Thikadar keitak dhori aanile ulabo,ghush khur kot

  • @amardeep7414
    @amardeep7414 27 дней назад +2

    CBI ahb lgb sage....😢

  • @amarendradeka3521
    @amarendradeka3521 26 дней назад

    DNA ত কিবা খেলি মেলি লগালে নেকি .....