ৰাজ্যিক ভলীবল খেলুৱৈ তথা নাগাৰা নামৰ জনপ্ৰিয় পাঠক জোনালী ডেকাৰ কন্ঠত এটি নাগাৰা নাম(8822514380)

Поделиться
HTML-код
  • Опубликовано: 1 июн 2024
  • মই Ritamani Kalita entertainment চেনেলৰ জৰিয়তে সকলোলৈকে পোন প্ৰথমে মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ 🙏
    মোৰ চেনেলটোলৈ নতুনকৈ অহা সকললৈ বিনম্ৰ অনুৰোধ সকলোৱে যাতে মোৰ চেনেলটো subscribe কৰি দিয়ে লগতে আগতীয়াকৈ মোৰ ভিডিওবোৰ পাবলৈ 🔔 press কৰি ল'ব 🙏
    মই এই চেনেলটো খোলাৰ উদ্দেশ্য হৈছে নাগাৰা নাম প্ৰচাৰ কৰা গতিকে কোনোৱা পাঠকে যদি নিজৰ নামৰ ভিডিঅ'প্ৰচাৰ কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে 🥰‌ মোৰ যোগাযোগ নম্বৰ - 8822514380 🙏
    আপোনালোকৰ মৰম আৰ্শীবাদ মতামত আৰু সহায় সহযোগিতা মোৰ কাম্য 🙏 চেনেলটো আগুৱাই নিবলৈ মোৰ সহায় কৰিব আৰু দিহা পৰামৰ্শ দি যাব 🙏 কৃষ্ণ
  • РазвлеченияРазвлечения

Комментарии • 2