Aha Xokhi He || Churamoni Dutta || Assamese devotional song || Raas Song || melody || Trip.TY

Поделиться
HTML-код
  • Опубликовано: 1 ноя 2024

Комментарии • 747

  • @manashikalita5151
    @manashikalita5151 10 месяцев назад +27

    Krishna r logot ekatmo hoi jau gaan tu hunile.. Bohut val lage..

  • @upashanachabukdhara134
    @upashanachabukdhara134 3 года назад +96

    বেলেগে কি কয় মই নাজানো কিন্তু মই শুনি পগলা হৈ গৈছোঁ ৰাসৰ কাৰণে এই গীতটি এক শ্ৰেষ্ঠতম উপহাৰ।।কৃষ্ণ🙏💕

  • @dolimali2550
    @dolimali2550 11 месяцев назад +7

    কৃষ্ণ ৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ পৰিবেশ্য কলাৰ(Drama) ক্লাছৰ অংকীয়া নাট পৰিৱেশন কৰাৰ সময়ছোৱাত এই গীতটি বজোৱা শুনিলো, ইমান সুন্দৰ গীত যে মোৰ মন চুই গল।
    ৰ'ব নোৱাৰি গীতটি বিচাৰি আহিলো....
    মই এনে ও ভক্তিমূলক গীত শুনো, কিন্তু এই গীতটি কেনেকৈ ৰৈ গল ভাবি নাপাওঁ।
    ইমান সুন্দৰ গীত, অশেষ ধ্যনবাদ আপোনালোকলৈ ❤❤

  • @sailenbordoloi1895
    @sailenbordoloi1895 3 года назад +67

    বহুত ৰাসৰ গীত শুনিছোঁ । কিন্তু এই গীতটি অতিমাত্ৰা ধুনীয়া হৈছে হে।

    • @churamonidutta
      @churamonidutta  3 года назад +4

      ধন্যবাদ ডাঙৰীয়া।

  • @DebajitKrDeka
    @DebajitKrDeka Год назад +8

    Belege aitu gaan xuni ki koi najanu moi mudha hoi galu non stop 50 times xunilu hepah nopolai xuniye thakibo mon goise...jen ami...xosake krishak sabo parim...jen amio brindabon jam....bahir xur tuo apurbo...montra mugdho hoi galu ........thank you anekuwa song...guwar babe....... thank you again.....

  • @samisthakumarsaikia3796
    @samisthakumarsaikia3796 Год назад +36

    সঁচাকৈয়ে এই গীতটোৱে মন - প্ৰাণ শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ সেই সুন্দৰ দৃশ্যলৈ উৰুৱাই লৈ যায়.... এনেকুৱা এটি গীত পাই আমি সঁচাকৈয়ে ধন্য ।😊

  • @robindrapachari2564
    @robindrapachari2564 2 года назад +19

    গান টো শুনিয়েই ৰাসৰ নন্দালয়ৰ দৃশ্যটো মনত পৰি গৈছে আৰু আপোনাৰ কণ্ঠত গীতৰ প্ৰত্যেক শব্দই প্ৰাণ পাই উঠিছে

  • @dipakbora1306
    @dipakbora1306 3 года назад +90

    মন প্ৰাণ পুলকিত কৰি তুলিছে গীতটোৱে, সঁচাই। মহাৰাসৰ এনে পবিত্ৰ সময়ছোৱাত অসমবাসীৰ বাবে এটা অতুলনীয় হৃদয়স্পৰ্শী উপহাৰ। কেইবাবাৰো শুনিলো ❤️
    অভিনন্দন সকলোলৈকে। ❤️🎉

    • @churamonidutta
      @churamonidutta  3 года назад +5

      Thank you

    • @dipikadutta925
      @dipikadutta925 3 года назад +1

      Eman dhuniya gan

    • @debakumarborah7006
      @debakumarborah7006 Год назад

      @@churamonidutta Speechless brother. I can't speak anything right now. Just crying like a little kid. What a mesmerizing voice

  • @kaushikbaruah9522
    @kaushikbaruah9522 3 года назад +95

    মহাৰাসৰ বতৰত ইয়াতকৈ ভাল উপহাৰ আৰু কি হ'ব পাৰে !! কৃষ্ণপ্ৰেম বৈ থাকক সকলোৰে অন্তৰে অন্তৰে । বহুত ধন্যবাদ chura দা ।

  • @jyotikaburagohain8690
    @jyotikaburagohain8690 3 года назад +60

    I'm so unlucky 😪😪because I found this MASTERPIECE a few days back.. So soothing voice..❤️❤️ নুশুনাকৈ মোৰ এটা দিনো পাৰ হোৱা নাই । দিনটোত কিমানবাৰ শুনো হিচাপ নাই।

  • @popibora2324
    @popibora2324 2 года назад +8

    আৰম্ভণি কন শুনিয়ে গাৰ নোম শিয়ঁৰি উঠিছে।

  • @birinchinath4320
    @birinchinath4320 2 года назад +14

    chura মই শুই উঠি এই গানটোৰ পৰাই নিজৰ দিনটো আৰম্ভ কৰোঁ। গানটো যিমান বাৰ শুনা হৈ প্ৰতি বাৰে তোমাৰ গায়কীৰ প্ৰেমত পৰা দৰে হয় । এক অদ্ভুত ধৰণৰ ভক্তি ভাৱ জাগি উঠে মনত। 💗❤️ আগলৈও এনেকৈ গান ৰাইজৰ মাজলে এৰি দিবা তাৰে আশা থাকিল । তোমাৰ হোষ্টেল মেট বিৰিঞ্চি 🙏

    • @churamonidutta
      @churamonidutta  2 года назад +1

      অশেষ ধন্যবাদ বিৰিঞ্চি। নিশ্চয় চেষ্টা কৰিম

  • @nijoraborahazarika3336
    @nijoraborahazarika3336 3 года назад +22

    আপোনাৰ কণ্ঠ ইমান ধুনীয়া যে -ভাষাৰে বুজাব নোৱাৰি । মই মোৰ জীৱনত প্ৰথমবাৰ ইমান ধুনীয়া গান শুনিলোঁ ।

  • @navajitgogoi5754
    @navajitgogoi5754 3 года назад +24

    ৰাসোৎসৱ সমাগত এনেকুৱা সময়ত গীতটো শুনিছো মন প্ৰাণ নাচি উঠিল।😍❤️

  • @luhitmorang5729
    @luhitmorang5729 2 года назад +20

    ৰাস বুলি কলে এই গীতটিৰে বুকুত ছাঁ পেলাই যায়।গাঁওত প্ৰথম বাৰৰ বাবে বহুত কষ্ট কৰি ৰাস উদযাপন কৰিছিলোঁ।গান টি শুনা পিছত দুখ ভাগৰ আতৰি গৈছিল

  • @imanentertainment5485
    @imanentertainment5485 3 года назад +29

    ককাইদেউ তোমাৰ কন্ঠ God gifted 🙌 ✨ 🥰😍😍❤❤

  • @huntuburagohain8166
    @huntuburagohain8166 3 года назад +5

    Krishna Jagat khon kenekua hobo kolponare vahi uthise. Salute

  • @himangshudeka331
    @himangshudeka331 Год назад +21

    ৰাসৰ সময়ত ইয়াত কৈ ডাঙৰ উপহাৰ কি হব পাৰে ধন্যবাদ ❤ আগুৱাই যাওঁক অন্তৰৰ পৰা শুভকামনা জনালোঁ

  • @silaboro7112
    @silaboro7112 10 месяцев назад +9

    Eman moja lagil gan tu xuni rakhot thoka jen lagil oooo dada very nice ❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊😊😊😊

  • @ramkrishna3197
    @ramkrishna3197 2 года назад +9

    ককাইদেউ এসময়ত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত আপোনাৰ বাঁহীৰ মাতে মুগ্ধ কৰিছিল ৷
    সুব সুন্দৰ ৷
    আগুৱাই যাওক

  • @prantikhazarika2923
    @prantikhazarika2923 2 месяца назад +7

    মাজুলী বাসীৰ কাৰনেতো এইটো অমৃত। শুনা লাগে লাগে goosebumps আহে

  • @Allinone-ls7bh
    @Allinone-ls7bh 3 года назад +5

    Hoxakoi ki j hundor geet..
    Ratipua geet ti hunile huni thkbo mon jai agoloi ankua de thkiba bhktimulok geet

  • @trishnakshideka9183
    @trishnakshideka9183 2 года назад +35

    বাহীৰ সুৰটো আহঃ কি অপূৰ্ব😊💝
    কণ্ঠ অতুলনীয়😊

  • @sumithazarika9831
    @sumithazarika9831 Год назад +5

    Kati aru aghun mahot rati hole ene xur xunibole pale montu brindabonole jabo khuje... Ene xundor xur aru tal ki je mon muhiniya.... 🙏krishna

  • @khirodtanti2919
    @khirodtanti2919 3 года назад +6

    O shyam Gopal guwali tapate nase.. eitu natun roopt xunibo paam buli axa krilu

  • @90দশকৰপ্ৰিয়গীতলগতেক্লাচিকেলগী

    ফেচবুকৰ অমূল্য অসম পেজত আজি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে এটা এই গীতৰ video পাই ইউটিউব ত বিচাৰি ভালকৈ শুনিছোঁ,এবাৰ নহয় একে লেথাৰীয়ে সাত বাৰ ।হেপাহ পলোৱা নাই,ইমান ধুনীয়া কণ্ঠদান ❤️,বুকুৰ মাজত সোমাই পৰিল সঁচাই👏❤️

  • @bhargobsaikia7974
    @bhargobsaikia7974 3 года назад +10

    Pura BRINDABAN t asu Jen lagise...❤️❤️

  • @90দশকৰপ্ৰিয়গীতলগতেক্লাচিকেলগী

    যোৱাকালি মনাই জয়সিদ্ধি ৰাসত এই গীতটো গাইছে এজনে,সুৰ তানিবৈই নোৱাৰিলে,ঘৰ গুচি আহিলো শুনিয়েই😌

  • @Rontudas05
    @Rontudas05 Год назад +3

    Ki Kom aru ei gan tur kotha. Jetia mon jai tetiai xunu. Enekue gan aru lage dada🥺🙏❤️

  • @bijaysvlog131
    @bijaysvlog131 2 года назад +5

    ভক্তিভৰা সোৱাদ । কি উওঁম উপহাৰ দেৱগন নহয়নে এয়া । মন পৰশা । হৃদয় জুৰোৱা ।

  • @moramisaikia8566
    @moramisaikia8566 Год назад +3

    Super...otuloniyo kontho aaru geet...emn hondorkoi gaise jen lagise brindabonot krishnoi nasi ase..homogro music team r ek hundor uphar aamar babe...🙏🙏

  • @gopalkurmi1161
    @gopalkurmi1161 4 месяца назад +4

    ইমান সুন্দৰ দিনটোত কেইবাৰ শুনো হিচাপ নাই বহুত ভাল লাগিল ❤️

  • @bishnubabuli28
    @bishnubabuli28 Год назад +7

    দূবছৰ পূৰনি এটা গিত জন্মাষ্টমী দিনা চকুত পৰিল নাজানো এইয়া মোৰ সূভাগ্য নে দুৰ্ভাইগ🙏 আগুৱাই যোৱা❤

  • @geetaranisarmah4324
    @geetaranisarmah4324 Год назад +4

    জয় শ্ৰী শ্ৰী ৰাধে কৃষ্ণৰ মাজতো গভীৰ প্ৰেম আছিল গতিশীল জীৱনৰ সৈতে বন্ধুত্ব কৰিছোঁ সঁচাই এনে এজন বন্ধু যাৰ ওচৰত হৃদয়খন সপি দি সুখী অনূভব কৰিছোঁ সঁচাই এনে লাগিছে যেন সাক্ষাৎ কৰে যে এজন ব্যক্তিত্ব সম্পন্ন বন্ধু চন্দিপ মহেশ্বৰি জীৰ হৈ থাকিম আপুনি মোৰ মৰমৰ শ্ৰদ্ধাৰ ভক্তি সন্মান বিশ্বাস প্ৰতিক ৰূপে গণ্য কৰিছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধু।

  • @nabanitabonia8887
    @nabanitabonia8887 3 года назад +5

    বহুত ধুনীয়া হৈছে। বাৰে বাৰে শুনিও হেপাহ পলুৱা নাই। সঁচাই বহুত ধুনীয়া হৈছে। ❤❤❤

  • @UshaHazarika-tg5cb
    @UshaHazarika-tg5cb 11 дней назад +3

    Finally the rakh season is coming ❤️

  • @porismitasaikia2834
    @porismitasaikia2834 2 года назад +7

    Excellent song ... Mon pran muhi Nile ow... Jay Krishna ❤️

  • @musical7846
    @musical7846 2 года назад +12

    ইমান মন - প্রাণ জুৰুৱা কন্ঠ.. 🙏🌸🌸

  • @সোনাৰু-ঘ৬য
    @সোনাৰু-ঘ৬য 2 года назад +7

    মোৰেই ভাগ্য বেয়া এবছৰ আগৰে গানটো এটিয়াহে পাইছো৷ এইকেইদিন শুনিয়েই আছো৷ ইমান ধুনীয়া🙏

  • @PahiGogoi-kp9co
    @PahiGogoi-kp9co 3 месяца назад +3

    গীতটি শুনিলে বহু কথা মনলৈ আহে। নিশাৰ লগৰী এই গীতটি। যিয়ে মনত দি যায় এক প্ৰকাশ কৰিব নোৱাৰা শান্তি❤😊

  • @amlanjyotichetia8997
    @amlanjyotichetia8997 3 года назад +7

    সুন্দৰ কণ্ঠ৷আগলৈও সংগীতৰ জগতত নতুন নতুন আৱদান পাম বুলি আশা ৰাখিলো৷

  • @premangaborgohain4707
    @premangaborgohain4707 27 дней назад +3

    শৰণ ভাগিত সুৰ আৰু কণ্ঠ সুললিত ভাগে নিগৰাইছে। অতিব সুন্দৰ।

  • @popidas6208
    @popidas6208 3 года назад +21

    গীতটি শুনি মনটি জোৰ পৰি গ'ল 🥰🥰

  • @parthaofficial7107
    @parthaofficial7107 3 года назад +3

    O Shyam kanu Ru ai2 ganor Dre Ru LGE..emn dhunia Ka gaise.mon pran hat Pori jy ..din2t kiman bar hunu hisap ny....

  • @jushnaborah1919
    @jushnaborah1919 Год назад +5

    Hay vogoban Teo Hatole mone bisora Homan poisa Ahok 🙏🙏🙏

  • @Travel....434
    @Travel....434 10 месяцев назад +2

    Unbelievable Songs 🙏🙏 Radhe Radhe

  • @kalpanahazarika7631
    @kalpanahazarika7631 Год назад +4

    গোপীৰ হৃদয়ৰ আৱেগৰসুৰ মেন বাঁহী টিৰ সুৰ। বহুত বহুত সুমধুৰ।

  • @souravlakhimpuriya
    @souravlakhimpuriya 3 года назад +14

    ৰাসৰ বতৰ..তাতে তোমাৰ সুমধুৰ কণ্ঠ শুনিলে শুনি থাকিবলৈ মন যায়.. আগুৱাই যোৱা #চূড়ামণি_বন্ধু

  • @deboprotimhazarikamajuli79
    @deboprotimhazarikamajuli79 3 года назад +5

    বহুত ভাল লাগিল।দাদা।
    আপোনাৰ কণ্ঠ ইমান ধুনীয়া।
    ভাল লাগিল ❤️

  • @tina-lx6dr
    @tina-lx6dr Год назад +4

    ❤JAI SHRI KRISHNA❤JAI DWARKADHISH❤JAI SHRI GOVIND❤OM NAMAH VENKATESAYA❤JAI MAA RADHARANI❤JAI MADANMOHINI❤JAI MAA RADHARANI❤RADHE RADHE❤JAI SHRI RADHE KRISHNA❤JAI SHRI VISHNU❤JAI SHRI NARAYAN❤JAI SHRI VISHNU❤JAI MAA LAKKHI❤JAI SHRI MAHAKAL❤JAI SHIV SHANKAR❤JAI SHRI KEDARNATH❤JAI SHRI MAHAKAL❤HAR HAR MAHADEV❤JIA SHIV SHAMBHOO❤JAI MAA PARVATI DEVI❤JAI MAA SATI DEVI❤JAI SHIVSHAKTI❤JAI MAA DURGA DEVI❤JAI MAA KALI❤JAI MAA KAMAKHYA DEVI❤JAI MAA SARASWATI❤JAI MAA LAKKHI❤JAI SHRI RAM❤JAI HANUMANJI❤JAI SIYARAM❤JAI SITA MAIYYA❤JAI SHRI SHYAM❤OM SAI RAM❤JAI MAA HARSHIDDHI❤JAI MAA SAPTASHRUNGI❤JAI MAA SHERAWALI❤JAI MAA VAISHNO DEVI❤JAI MAA AMBE❤JAI MAA SHRINKHALA DEVI❤JAI MAA SARASWATI❤JAI MAA LAKKHI❤JAI MAA HARSHIDDHI❤JAI MAA BHAGWATI❤JAI MAA BHADRAKALI❤JAI MAA DURGA DEVI❤JAI MAA SARASWATI❤OM SARASWATAYE NAMAH❤JAI MAA SHELPUTRI❤JAI MAA KALRATRI❤JAI JAGANNATH❤JAI NRIHINGHO MURARI❤OM NAMAH SHIVAY❤RADHE RADHE❤JAI GURU XANKAR❤

  • @dhanjitsarmah9706
    @dhanjitsarmah9706 Год назад +6

    অতদিনৰ পিছত আজিহে শুনিবলৈ পাইছো গানটো। মানুহে এনেবোৰ গান প্ৰচাৰেই নকৰে। কৃষ্ণৰ সুৰ মানুহৰ সীৰাই সীৰাই বিয়পি থাকক। বৰ সুন্দৰ গীত। সাংঘাতিক❤️

  • @sijuka44
    @sijuka44 2 года назад +8

    সঁচাকৈ শুনিলে শুনি থাকিবৰ মন যোৱা এটি মন পৰখা গীত

  • @ghananeog6389
    @ghananeog6389 Год назад +3

    Oh my God.. Goosebumps after listening this song. Thank you for give us this spiritual song. May God bless you

  • @bhaktideepahandique957
    @bhaktideepahandique957 2 года назад +1

    Ajihe xunilu. Jibon sarthak kore anekuwa sristiye.😇😇🥰🥰🥰🥰

  • @PapulHazarika-oq3jl
    @PapulHazarika-oq3jl 11 месяцев назад +1

    Bohut hundor suwalijni e aitu hunie hui jai

    • @himankanborkakati8731
      @himankanborkakati8731 11 месяцев назад

      Bohut bhal xonskar dise 🙏🏼❤️, aaji kali enekuwa dekhiboloi puwatu oti durlov🙏🏼

  • @surabhikalita1398
    @surabhikalita1398 Год назад +11

    ৱাহ্ কি সুমধুৰ কন্ঠ নিগৰাইছে 🌼 মন প্ৰাণ হৰি নিয়ে গীতটোৰ সুৰে 🌸❤️🌹💙

  • @dipz4268
    @dipz4268 2 года назад +4

    Watched more than 100 times
    Still listening and watching its now 101 times
    The voice and each words truely is deep and heart touching,proud to be a hindu and a Assamese
    And to the creator of this song and who sang this song🙂🙏🏻hare krishna,Lord krishna bless you.

  • @tulikaaboruah5413
    @tulikaaboruah5413 3 года назад +3

    অন্তৰ চুই যোৱা গীত আৰু কন্ঠ. আগলৈ আৰু এনেদৰে ধুনীয়া ধুনীয়া গীত আমাক উপহাৰ দি থাকিব ...

  • @mridupankhimahanta1126
    @mridupankhimahanta1126 3 года назад +14

    Beautiful voice 😍

  • @rimpidutta1489
    @rimpidutta1489 2 года назад +1

    Moi a masterpiece tu aji he paisuu,😕.........Bohut Bohut vl lgil huni hsakoi💞💞💞💞

  • @chapter00
    @chapter00 Год назад +6

    The beauty of Assam💚💚💚

  • @wildlifevet5137
    @wildlifevet5137 2 года назад +1

    Krishna bhakati naam e amar jibonor srrsthotom, tumar hure bhakat gonor mon pran jur porise. Joy Hori Raaaml!

  • @sumandas3734
    @sumandas3734 2 года назад +3

    Bohut bhal hoise gaan tu… gantur first line khini bohut bhal lage

  • @sukumardutta9260
    @sukumardutta9260 7 месяцев назад +1

    Rashleela geet are remarkably sweet and touch the hearts which are exquisite composition in praise of Lord Krishna Suramoni Dutta is singing beautifully

  • @ruminath4668
    @ruminath4668 Год назад +8

    I loveeee this song.......❤️💞...
    _Jai sree Krishna_🙏❤️🧡

  • @BituponBorah-zq2mh
    @BituponBorah-zq2mh 5 месяцев назад +1

    Mojja dada chironjit daya gantu hunai sila mojja lagila ❤❤❤

  • @jofficialteam1540
    @jofficialteam1540 2 года назад +2

    Bohut dhuniya hoise gaan tu agoloi anekua aru gaan xunibo pam buli axa rakhilu Krishna🙏🥺

  • @palashparasar7432
    @palashparasar7432 2 года назад +1

    Aru bonaok Raas geet.. apunalukor composition bur't beleg eta rokh bisari paisu.. maat 2'u eman hundor ❤️

  • @madhujyaborah320
    @madhujyaborah320 3 месяца назад +1

    Ufff ki hundor kokai eggal man morom apunaloi ❤

  • @utpalgam9106
    @utpalgam9106 Год назад +3

    Love from majuli ❤❤❤❤❤

  • @parag_saikia_1
    @parag_saikia_1 2 месяца назад +2

    Aha hokhi heeeee...❤❤❤

  • @debajitgogoi3337
    @debajitgogoi3337 10 месяцев назад +2

    Why only 9.8 lakhs view. .. eman ata asorit geet ..eman asorit music ... Eman asorit kontho... ..jiman pari dur pabogoi lage aibilak geet

  • @birajboraheduvlog1stchanne283
    @birajboraheduvlog1stchanne283 3 года назад +5

    Very nice suramoni dada.......

  • @pampiborgohain8806
    @pampiborgohain8806 4 часа назад

    ইমান সুন্দৰ হৈছে গীতটি বহুত বহুত বহুত মানে👍

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu 11 месяцев назад +2

    Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 Год назад +4

    Guiness world record book world no 1 best song, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song

  • @sanjibkalita8982
    @sanjibkalita8982 2 года назад +2

    Bahut bahut dhunia lagesa huni gan tu

  • @nitulkalita2442
    @nitulkalita2442 2 года назад +4

    So soothing... Can't help but listening repeatedly. Very nice voice.

  • @asomiyasanskritikjogot1131
    @asomiyasanskritikjogot1131 2 года назад +2

    বাৰে বাৰে শুনো।। কিন্তু হেঁপাহ নপলাই।। সচাকৈ খুব সুন্দৰ হৈছে।

  • @himakshidaskalita2572
    @himakshidaskalita2572 Год назад +1

    Emn dhunia lgse..... Thank you dada❤

  • @minakshiboruah4772
    @minakshiboruah4772 3 года назад +3

    Hay prabhu aaponk aaru hundor huror goraki korak....100bart ke besi hunilo ....mon mugdho hoi goise .....6mnth pragnency moi....aponr dore huror goraki kore jen bhogabne mur hontantuku.....

    • @churamonidutta
      @churamonidutta  3 года назад +1

      Apunak mohaprobhu e kripa korok... Ahibo loga xontan tir xuswaistho aru ujjal vabishyot kamona korilu ... Anekuwa morom seneh buror babei ami jiyai asu, bohut inspire hou. Dhanyabad.

    • @minakshiboruah4772
      @minakshiboruah4772 3 года назад

      @@churamonidutta dhonobad dai ....aaru aaponi bahu dur aaguaai jauk tarai kamona korilo.....

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu 11 месяцев назад +6

    World no 1 best song, my favourite song, I love you this song, my favourite song

  • @pubalisarmah2396
    @pubalisarmah2396 2 месяца назад +1

    So beautiful song ❤❤

  • @MunmiBoruahofficial
    @MunmiBoruahofficial 3 года назад +2

    Apunr voice tu bht bsi prio...hklu gunei vl lge apunr...bht bar hunu din2t apunr hklu gun

  • @prakashmudoi1103
    @prakashmudoi1103 3 года назад +3

    Hardt lagi goise dada.....❤️❤️❤️❤️

  • @kapilsekhar7338
    @kapilsekhar7338 3 года назад +5

    Thanks from my heart for such a devotional song

  • @banasridas7566
    @banasridas7566 11 месяцев назад

    Bht anuvab r aagmani ..kinto sabadabur he sunyo hoi goise ...

  • @palabidewri
    @palabidewri 3 года назад +2

    ❤️❤️❤️iman dhuniya ..mon xat pori goise

  • @saurabhkalita1343
    @saurabhkalita1343 Месяц назад +1

    ইমান সুন্দৰ কন্ঠ 👏, প্ৰভু ভগৱন্তৰ

  • @Adventure_with_Homen
    @Adventure_with_Homen 2 года назад +3

    আধ্যাত্মিক ৰসেৰে মন ভৰি যোৱা এটি সুন্দৰ ৰাস ৰ গীত, বহুত ভাল লাগিল। আৰু নতুন উপহাৰ পাও যেন আগন্তুক সময়ত।

  • @bonoriyaaxomiya6112
    @bonoriyaaxomiya6112 3 года назад +1

    Sura moja lagile bey huni, may God bless you

  • @SomiranDas-kl1ch
    @SomiranDas-kl1ch 8 месяцев назад +1

    Beautiful song ❤❤❤❤

  • @sumudehingia3724
    @sumudehingia3724 3 года назад +3

    বৰ সুন্দৰ হৈছে দাদা।মনটো বহুত বেছি ভাল লাগি গ'ল শুনি।

  • @Shamma123abc
    @Shamma123abc 10 месяцев назад +1

    Bhaxa nai bujabole 😭😭😭❤️❤️❤️

  • @geetikahazarika8896
    @geetikahazarika8896 5 месяцев назад +1

    I am yours, you are mine ❤ jai shree shyam❤ Radhe Krishna 🪷🪷🪷🪷🪷

  • @sanjeevkumardas2700
    @sanjeevkumardas2700 Год назад +6

    My gf recommended this song, I just loving it ❤️

  • @arupdutta2554
    @arupdutta2554 3 года назад +1

    Bohut dhunia lagil Aru gai jaba

  • @monmaurabha2984
    @monmaurabha2984 Год назад +2

    শুনিলে শুনি থাকিব মন যাই। ♥️♥️

  • @rishasaikia4570
    @rishasaikia4570 3 года назад +3

    (goosebumps)hoi gol what a voice u have dear😍😍😍🎧highly recommended.raast thaka nisina feel hoi ...♥️♥️♥️

  • @elinataid490
    @elinataid490 3 года назад +1

    Moha rakhor nikhale khubei monot pore..hudor kontho apunar konthaoi Mon muhito kore..