Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Bapre.. ki kom.. 🙏🙏🙏🙏🙏 iman dhunia xur... Rash ekhn t xuna paislu.. ai2 xur.. aji bisari palu.. thanku RUclips, thnku Nabajit Bora dada
বহু দিনৰ বিচাৰ খোচাৰৰ অন্তত আজি এই বাঁহীৰ সুৰটো শুনা পালো।ভাল লাগিল।
Sam😔😔
Sam
সত্য কথা
Sdg
❤
নৱ দা আৰু আগুয়াই যোৱা বহুত ভাল লাগে সুৰটো শুনিলে❤❤❤❤
বাঁহী আৰু খোলৰ চেঁৱে মন যোৰ কৰি পেলাইছে ধন্য খোল বাদ্যক ধণ্য বাঁহী বাজক ❤❤❤❤
মজা লাগিছে দেই❤❤❤
বাঁহীৰ সুৰে মানুহৰ মন প্ৰাণ হৃদয় জুৰাই জিয়ে এইয়া ভাল নাপায় কি কম ...আপুনি ত বুজিলেই ।
বহুত ভাল লাগিল দাদা 👌👌👌 বাৰে বাৰে শুনি থাকিলেও হেপাহ নপলায় ।
Dhunia
Hi
Assamis hoßàri
বাৰে বাৰে শুনি ও হেপাহ এ নপলাই ☺️😍
এই সুৰটো শুনিলে মনতো ৰাস ৰাস লাগি যায়
বাৰে বাৰে শুনি থাকিলেও আমনি নলগা এটি মনোমোহা সুৰ। ❤️
বহুত ভাল লাগিল নৱ দা .....এটি সুন্দৰ উপহাৰ আমাৰ বাবে.....💐💐
অতি মধুৰ আৰু মনোমোহা সুৰ।শুনিলে শুনি থাকিবৰ মন যায়।
অশান্ত মন শান্ত হৈ ৰাসৰ মুহূত্ববোৰলৈ উৰা মাৰে। বহুতো সুন্দৰ।
অতি সুন্দৰ মোৰ এই সুৰটো বৰ প্ৰিয়
Guys vabok sun manuhe jodi Iman dhuniya ke bahi bojai tenehole sri krishna bhogobane kiman dhuniya bojaisile ❤️❤️🙏🙏kune kune agree kore muk say👍👍👍
Bohovalagicaaibilikkhdiba
এই বাহীঁ সুৰটোৰ মোৰ প্ৰিয় ❤❤
বাৰে বাৰে শুনি থাকিলেও যে আমনি নালাগে ইমান ধুনীয়া সুৰ
World no 1 best performance of the world.
এই বাঁহী ৰ সুৰটো শুনিলে মোৰ মন টো মোহিত হৈ যায়।🙏❤️ যেনে ৰাৱণে সীতাৰ ৰূপত মোহিত হৈ ছিল।❤️🙏
নিউজ ওর পড়া শুনি পাগল হইছু তার পিছত বহুত খুঁজার পিছত হে পালু 🥰 ওয়াল্ড বেস্ট মিউজিক 🥰
এটা মনোমোহা সুৰ যিটো বাৰে বাৰে শুনি থাকিব মন যায় । ভবিষ্যতলৈ ইয়াতকৈও ভাল শুৰ শুনিব পাম বুলি আশা থাকিল।
দিনটোত এবাৰ হ'লেও শুনো এই সুৰটো......মন প্ৰাণ হৰি নিয়া সুৰ
Best performance, my favourite performance of the world.
বাৰে বাৰে শুনি থাকিবলৈ মন যায় অ😘😘 একদম মিঠাসুৰ ,আগবাঢ়ি যাওক
Mojja
বাহীঁৰ সূৰটো মজা লাগিছে ।
মজা
Wow superhit, most beautiful, amazing,my favourite.
Wow amazing 😍😍❤️....and I have no word... touching my heart.
Eman moja bojaise hosa eman val lagile huni 👌
এই সুৰটো ইমান শুনো ইমান শুনো তথাপিও কেতিয়াও আমনি নালাগে🙏🙏💖💖💖💖
দাদা আপোনাৰ বাঁহীত সঁচাই বলীয়া 🖤💕🖤 আপুনি আৰু আগুৱাই যায় তাৰে কামনা কৰিছো ভগৱানৰ উচৰত 🙏🙏🙏
Bohot.adsa
o o
ধুনিয়া বাৰে বাৰে শুনি থাকিব মন যায়❤️❤️❤️❤️
Guiness world record book World no 1 best performance of the world.
আগলৈও এনে ধৰনৰ video পাই থাকিম বোলি আশা থাকিল❤️🙏🔥🔥🔥🔥🔥👍👍👍👍👍
🙏🙏🙏bohut .....xundur ......husakoi Krihsnaa
ভাল লাগিল ।নৱ দা👌❤
One of the most beautiful song❤❤❤😢😢😢
এই সুৰটো ইনান শুৱলা i like this song🥰🥰🥰
অতি সুন্দৰ ৷ শুনিলে শুনি থাকিবৰ মন যায় ৷
সচাকৈ ইম্মান ধুনীয়া বাহীৰ সুৰ । শুনিলে শুনিয়ে থাকিব মন যায় । মোৰ ফালৰ পৰা আপোনাক অলেষ শুভেচ্ছা জ্ঞাপন কৰিছো । 🙏🙏❤️❤️
কি সুন্দৰ ,মন ভালো লাগি যায়
বাৰে বাৰে শুনি থাকিলেও আমনি নলগা সুৰটো , মোৰ প্ৰিয় 😍
মোৰ অতি প্ৰিয়।
বহোত ভাল লাগিল
W are wwaww2w\as
Sem
hi
কি ধুনীয়া সুৰটো বৰ মজা লাগিছে
It's mind fresh and heart touching.. lyrics.. great our Assamese culture and tradition..joi aai Assam ❤️❤️ india ..also.universe also❤️❤️❤️
Bor khundor khur Tu khulile montu Val lagi jai bohut dhuniya bahi bojai se nobajit Bora😍😍😍😘🤗☺️😊😊
বাঁহীৰ সুৰত গকুল বৃন্দাবনৰ দৰ্শন কৰালে। অতি মধুৰ ।.......
@@devapawe3682 bnbeinglstopzixidipsaDr
nice নৱ da ❤️😍
প্ৰতিবাৰে শুনি এনে লাগে যেন বাঁহীৰ সুৰটোতে কলিজাটো ফালি উলিয়াই দিম ৷
A moja
শুনি আমনি নলগা সুৰটো ...........বাৰে² যেন শুনিয়েই থাকিম ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
একেৰাহে শুনি থাকিলেও আমনি নালাগে অ'...😘😘😘😘👌👌👌👌👌💖💖💖💕💕💕💕💕💕💖💗💗💗💙💙💚💛💛💓💓❤❤❤💘💘💙💙💙💚💛💛💜💛💟💟💞💞💝💝💝💝💞💝💝💕💖💗💙💚💛💛💜💓💓❤💘💙💗💖💕💕💖💗💗💗💗💗💙💙💚💚💚❤❤❤❤
শুনিলে শুনি থাকিবৰ মন যায়।।কি সুন্দৰ।।
❤️
বৰ ভাল লাগে সুৰটো।।সচাই মন চুই যায়❤❤❤❤
উফ যিমান শুনি থাকিলেও আমনি নালাগে❤️😌*অনুপম* ❤️
Umm
সুন্দৰ ....মনমুগ্ধ 🙏🏼🙏🏼👌🏼👌🏼
বহুত ভাল লাগিল নব দা
Naba daa... just wow!!😍😍😍
Mur bohut bohut val loga bahir xurtu
সুন্দৰ হৈছে নৱ দা ।যিমান পাৰোঁ সুনি থাকিম
Bohut vall lagisa bara bara khuni thakilao amoni nalage 😘😘❤❤
Moja bro♥️♥️🔥🔥🔥
সুন্দৰ বৰ মৰম লাগা সুৰ
কৃষ্ণ, বহুত প্ৰিয় ❤️
Bahia hur bohut Val payou😊😊
মজা নৱজ্যোতি দা
Outstanding performance... love it
বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে।।। সুৰটো শুনি বহুত ভাল লাগে 🙏
বহুত ভাল লাগে সুৰ টো শুনি 👌👌👍👍
Koble aku bhakha nai hridoy hat pri jua ati hur....very nice...🌝🌝🌝💗💗💗💗
ধন্যবাদ আপোনাক প্ৰতিটো ৰাতিপুৱাই মোৰ বাবে সুন্দৰ কৰি তুলা বাবে😊❤️
ধুনীয়া লাগিছে দেই শুনি থাকিবই মন গৈ থাকে বাৰে বাৰে
অসমৰ সকলোৱে ভালপোৱা এতি মধুৰ বাঁহীৰ সুৰ
So so so so so so so so so so so so so so so so so so so so so so so so So nice 🎊😘😘😘😘😍😍😍😍
অ নৱজিত, তোমাৰ বাঁহিৰ সুৰ।মোৰ ভাষা নাই।
অতি সুন্দৰ দাদা
Bohut dhuniya lagise dada 🙏🙏🙏
Khundor hoisa.bhal lagil.aru ana video Pam buli akha rakhilu!
Beautiful mixing of tune and other instruments.
সচাই শুনি থাকিবৰ মন যায়😇
বহুত ভাল লাগে❤❤🕺🕺
Uff hridoysporkhi sur ❣️ jiman hunileu hepah nopolay ❤️
শুনিলে শুনি থাকিব মন যায়
Xosai amoni nalage xuni thakilau...😊😊😊😊😊😊😊😊
Bht bht bht vl lage ooo... Xuni🤗🤗
Uum bht vl lgesa😍
অতি সুন্দৰ।আৰু dislike দিয়া কেইজনক বৰ এটা বুজি নাপালোঁ।আমি সৰু মানুহ বাৰু।
Moja bey.
সদায় প্রিয়❤️
Rash Bahi Bhal Lagise 👍👍👍
Superb.This tune have a separate fanbase .Awesome brother ❤️#koushikbora
Xosai Bohut lagise ei Bahir xur toh💖💖...... Ebr xuni thakile xuni thakibo mon jay❤❤❤❤
অতি সুন্দৰ 👌❤️
মন ভাল লাগিল দাদ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুমধুৰ বাহী সূৰ 😍😍😍😍
Eman Val Lage eman Val Lage eman Val Lage hepahe napolai
Love From Assam 🇮🇳
ruclips.net/video/FJ19B3U0-lc/видео.html
Bohut dhuniya lagise dada❤❤❤❤❤❤
যিমান বাৰ শুনি থাকিলেও আমনি নালাগে...😍😍👍👍
Ai mahot 30..40 bar man hunilu sage.....amoni nologa bahi sur💕🔥❤️
Comment nidiya koi nowarilu Emn dhuniya lagisa huni amoni nalagise bara bara hunibo mon goise ❤❤emn dhuniya koi bahi bojaise
Excellent, Mind fresh music...❤️❤️❤️
Super.
Dhuniya lagise abar xunile xuni thakibole Mon Jai ❤️❤️❤️
Love this music. Its touch my heart❣️
Moja bhut vl lage dei aitu... keep it up
অনবৰতে কাণৰ কাষত বাজি থাকিলেও আমনি নালাগে সুৰটো ...
Bapre.. ki kom.. 🙏🙏🙏🙏🙏 iman dhunia xur... Rash ekhn t xuna paislu.. ai2 xur.. aji bisari palu.. thanku RUclips, thnku Nabajit Bora dada
বহু দিনৰ বিচাৰ খোচাৰৰ অন্তত আজি এই বাঁহীৰ সুৰটো শুনা পালো।ভাল লাগিল।
Sam😔😔
Sam
সত্য কথা
Sdg
❤
নৱ দা আৰু আগুয়াই যোৱা বহুত ভাল লাগে সুৰটো শুনিলে❤❤❤❤
বাঁহী আৰু খোলৰ চেঁৱে মন যোৰ কৰি পেলাইছে ধন্য খোল বাদ্যক ধণ্য বাঁহী বাজক ❤❤❤❤
মজা লাগিছে দেই❤❤❤
বাঁহীৰ সুৰে মানুহৰ মন প্ৰাণ হৃদয় জুৰাই জিয়ে এইয়া ভাল নাপায় কি কম ...আপুনি ত বুজিলেই ।
বহুত ভাল লাগিল দাদা 👌👌👌 বাৰে বাৰে শুনি থাকিলেও হেপাহ নপলায় ।
Dhunia
Hi
Assamis hoßàri
বাৰে বাৰে শুনি ও হেপাহ এ নপলাই ☺️😍
এই সুৰটো শুনিলে মনতো ৰাস ৰাস লাগি যায়
বাৰে বাৰে শুনি থাকিলেও আমনি নলগা এটি মনোমোহা সুৰ। ❤️
বহুত ভাল লাগিল নৱ দা .....এটি সুন্দৰ উপহাৰ আমাৰ বাবে.....💐💐
অতি মধুৰ আৰু মনোমোহা সুৰ।শুনিলে শুনি থাকিবৰ মন যায়।
অশান্ত মন শান্ত হৈ ৰাসৰ মুহূত্ববোৰলৈ উৰা মাৰে। বহুতো সুন্দৰ।
অতি সুন্দৰ মোৰ এই সুৰটো বৰ প্ৰিয়
Guys vabok sun manuhe jodi Iman dhuniya ke bahi bojai tenehole sri krishna bhogobane kiman dhuniya bojaisile ❤️❤️🙏🙏kune kune agree kore muk say👍👍👍
Bohovalagicaaibilikkhdiba
এই বাহীঁ সুৰটোৰ মোৰ প্ৰিয় ❤❤
বাৰে বাৰে শুনি থাকিলেও যে আমনি নালাগে ইমান ধুনীয়া সুৰ
World no 1 best performance of the world.
এই বাঁহী ৰ সুৰটো শুনিলে মোৰ মন টো মোহিত হৈ যায়।🙏❤️ যেনে ৰাৱণে সীতাৰ ৰূপত মোহিত হৈ ছিল।❤️🙏
নিউজ ওর পড়া শুনি পাগল হইছু তার পিছত বহুত খুঁজার পিছত হে পালু 🥰 ওয়াল্ড বেস্ট মিউজিক 🥰
এটা মনোমোহা সুৰ যিটো বাৰে বাৰে শুনি থাকিব মন যায় । ভবিষ্যতলৈ ইয়াতকৈও ভাল শুৰ শুনিব পাম বুলি আশা থাকিল।
দিনটোত এবাৰ হ'লেও শুনো এই সুৰটো......মন প্ৰাণ হৰি নিয়া সুৰ
Best performance, my favourite performance of the world.
বাৰে বাৰে শুনি থাকিবলৈ মন যায় অ😘😘 একদম মিঠাসুৰ ,আগবাঢ়ি যাওক
Mojja
বাহীঁৰ সূৰটো মজা লাগিছে ।
মজা
Wow superhit, most beautiful, amazing,my favourite.
Wow amazing 😍😍❤️....and I have no word... touching my heart.
Eman moja bojaise hosa eman val lagile huni 👌
এই সুৰটো ইমান শুনো ইমান শুনো তথাপিও কেতিয়াও আমনি নালাগে🙏🙏💖💖💖💖
দাদা আপোনাৰ বাঁহীত সঁচাই বলীয়া 🖤💕🖤 আপুনি আৰু আগুৱাই যায় তাৰে কামনা কৰিছো ভগৱানৰ উচৰত 🙏🙏🙏
Bohot.adsa
o o
ধুনিয়া বাৰে বাৰে শুনি থাকিব মন যায়❤️❤️❤️❤️
Guiness world record book World no 1 best performance of the world.
আগলৈও এনে ধৰনৰ video পাই থাকিম বোলি আশা থাকিল❤️🙏🔥🔥🔥🔥🔥👍👍👍👍👍
🙏🙏🙏bohut .....xundur ......husakoi
Krihsnaa
ভাল লাগিল ।
নৱ দা👌❤
One of the most beautiful song❤❤❤😢😢😢
এই সুৰটো ইনান শুৱলা i like this song🥰🥰🥰
অতি সুন্দৰ ৷ শুনিলে শুনি থাকিবৰ মন যায় ৷
সচাকৈ ইম্মান ধুনীয়া বাহীৰ সুৰ । শুনিলে শুনিয়ে থাকিব মন যায় । মোৰ ফালৰ পৰা আপোনাক অলেষ শুভেচ্ছা জ্ঞাপন কৰিছো । 🙏🙏❤️❤️
কি সুন্দৰ ,মন ভালো লাগি যায়
বাৰে বাৰে শুনি থাকিলেও আমনি নলগা সুৰটো , মোৰ প্ৰিয় 😍
মোৰ অতি প্ৰিয়।
বহোত ভাল লাগিল
W are wwaww2w\as
Sem
hi
কি ধুনীয়া সুৰটো বৰ মজা লাগিছে
It's mind fresh and heart touching.. lyrics.. great our Assamese culture and tradition..joi aai Assam ❤️❤️ india ..also.universe also❤️❤️❤️
Bor khundor khur Tu khulile montu Val lagi jai bohut dhuniya bahi bojai se nobajit Bora😍😍😍😘🤗☺️😊😊
বাঁহীৰ সুৰত গকুল বৃন্দাবনৰ দৰ্শন কৰালে। অতি মধুৰ ।.......
Mojja
@@devapawe3682 bnbeinglstopzixidipsaDr
nice নৱ da ❤️😍
প্ৰতিবাৰে শুনি এনে লাগে যেন বাঁহীৰ সুৰটোতে কলিজাটো ফালি উলিয়াই দিম ৷
A moja
শুনি আমনি নলগা সুৰটো ...........বাৰে² যেন শুনিয়েই থাকিম ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
একেৰাহে শুনি থাকিলেও আমনি নালাগে অ'...
😘😘😘😘👌👌👌👌👌💖💖💖💕💕💕💕💕💕💖💗💗💗💙💙💚💛💛💓💓❤❤❤💘💘💙💙💙💚💛💛💜💛💟💟💞💞💝💝💝💝💞💝💝💕💖💗💙💚💛💛💜💓💓❤💘💙💗💖💕💕💖💗💗💗💗💗💙💙💚💚💚❤❤❤❤
শুনিলে শুনি থাকিবৰ মন যায়।।কি সুন্দৰ।।
❤️
বৰ ভাল লাগে সুৰটো।।সচাই মন চুই যায়❤❤❤❤
উফ যিমান শুনি থাকিলেও আমনি নালাগে❤️😌
*অনুপম* ❤️
Umm
সুন্দৰ ....মনমুগ্ধ 🙏🏼🙏🏼👌🏼👌🏼
বহুত ভাল লাগিল নব দা
Naba daa... just wow!!😍😍😍
Mur bohut bohut val loga bahir xurtu
সুন্দৰ হৈছে নৱ দা ।
যিমান পাৰোঁ সুনি থাকিম
Bohut vall lagisa bara bara khuni thakilao amoni nalage 😘😘❤❤
Moja bro♥️♥️🔥🔥🔥
সুন্দৰ বৰ মৰম লাগা সুৰ
কৃষ্ণ, বহুত প্ৰিয় ❤️
Bahia hur bohut Val payou😊😊
মজা নৱজ্যোতি দা
Outstanding performance... love it
বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে।।। সুৰটো শুনি বহুত ভাল লাগে 🙏
বহুত ভাল লাগে সুৰ টো শুনি 👌👌👍👍
Koble aku bhakha nai hridoy hat pri jua ati hur....very nice...🌝🌝🌝💗💗💗💗
ধন্যবাদ আপোনাক প্ৰতিটো ৰাতিপুৱাই মোৰ বাবে সুন্দৰ কৰি তুলা বাবে😊❤️
ধুনীয়া লাগিছে দেই শুনি থাকিবই মন গৈ থাকে বাৰে বাৰে
অসমৰ সকলোৱে ভালপোৱা এতি মধুৰ বাঁহীৰ সুৰ
So so so so so so so so so so so so so so so so so so so so so so so so So nice 🎊😘😘😘😘😍😍😍😍
অ নৱজিত, তোমাৰ বাঁহিৰ সুৰ।মোৰ ভাষা নাই।
অতি সুন্দৰ দাদা
Bohut dhuniya lagise dada 🙏🙏🙏
Khundor hoisa.bhal lagil.aru ana video Pam buli akha rakhilu!
Beautiful mixing of tune and other instruments.
সচাই শুনি থাকিবৰ মন যায়😇
বহুত ভাল লাগে❤❤🕺🕺
Uff hridoysporkhi sur ❣️ jiman hunileu hepah nopolay ❤️
শুনিলে শুনি থাকিব মন যায়
Xosai amoni nalage xuni thakilau...😊😊😊😊😊😊😊😊
Bht bht bht vl lage ooo... Xuni🤗🤗
Uum bht vl lgesa😍
অতি সুন্দৰ।আৰু dislike দিয়া কেইজনক বৰ এটা বুজি নাপালোঁ।আমি সৰু মানুহ বাৰু।
Moja bey.
সদায় প্রিয়❤️
Rash Bahi Bhal Lagise 👍👍👍
Superb.
This tune have a separate fanbase .
Awesome brother ❤️
#koushikbora