দাইৰ দৰে মানুহ থাকিলে সমাজ এখন সমাজ হৈ থাকে! কলা সংস্কৃতিবোৰ ধৰি ৰাখিবলে প্ৰতিখন সমাজত একোজন "দাই"ৰ প্ৰয়োজন। ইমান সুন্দৰ এখন চুটি ছবি উপহাৰ দিয়া বাবে আমি চিৰকৃতজ্ঞ!
ছবিখনৰ এটা এটা শব্দই হৃদয় চুই যোৱা । নিভাঁজ গাঁৱলীয়া মূহুৰ্ত বোৰেৰে, ভূপেনদাৰ গীতৰ সঠিক উপস্থাপনেৰে সঁচাকৈ এখন মননশীল চুটি ছবি । 'দাই'ৰ চৰিত্ৰটিৰ অভিনয় অতি সাৱলীল হৈছে।
Thank you so much for all artist and workers. Aneydhoronor jibonto kahini ru natyo ovinoi ai axomiya jati r ak omulyo khompod . Xusposto xobodor utsaron , gamvijyopurno ovinoi . Khosakoi bor val hoisey . Apunak khokol aro aguai jauok . JAI AI AXOM ✊🏻
Thank you so much from our দাই (Uncle) Team to you all for appreciation and immense love towards our film. please do share the link and help us to reach a wider audience ❤🙏
Huge congratulations to Whole team, much deserved love and attention💚 (Devi)Daai has always been Daai for us.. You both(Father-Son) should be very proud for this achievement 🙌
The simplified visual language makes #Daai (Uncle) a powerful international cinema. The content and It's presentation makes you spellbound . One can relate to it easily . Doesn't matter you understand the language or not. Don't miss this film guys.
I have not seen such a beautiful short film in my entire life. 💙 Lots of love to the whole team. In every area there is one "dai" who sacrifice everything only for the welfare of the society without any personal motive. But sadness is they don't get their respect which they can desire. Salute for that people. Thank you the team for giving us such a beautiful short film.🤗😘😍 Lots of love "dai" and the team.
The standard is like Satyajit Ray's muvie !!wont say much...this is third time m watching this..and cud not stop tears in the end..i am so proud of the makers !!i send to many non assamese friends they like it too!!
সচাকৈয়ে বহুত ভাল লাগিল । দাই এই আহোম শব্দটোৰ সলনি খুড়া বুলি মাতিলে অচিনাকী মানুহক মতাজেন বোধ হয় ।
দাইৰ দৰে মানুহ থাকিলে সমাজ এখন সমাজ হৈ থাকে! কলা সংস্কৃতিবোৰ ধৰি ৰাখিবলে প্ৰতিখন সমাজত একোজন "দাই"ৰ প্ৰয়োজন। ইমান সুন্দৰ এখন চুটি ছবি উপহাৰ দিয়া বাবে আমি চিৰকৃতজ্ঞ!
Best...Assamese Short Film...I have Ever Watched....গাওঁৰ সেইখিনি মানুহৰ প্ৰকৃত ছবিখন দেখাই দিছে যি কেইজনে গাওঁ সভা মেল-মিটিং ভাওনা নামঘৰ এইবোৰতে নিজৰ জীৱনতো উৎসৰ্গা কৰি দিছে কিন্তু তেওঁলোকৰ প্ৰয়োজনত কোনেও আহি তেওঁৰ ওচৰত থিয় হোৱা নাই । এইটো একেবাৰে Real ঘটনা আমাৰ গাওঁতে তেনে মানুহ বহুত আছে ।।
Daai....really...bohut Vall lagil ....Daair logote...Nobow Joni...votija jonir ovinoyo hundor...logote aaponalokor team or hokololoike huveswa jonalo....aaru jate enekuwa sobi sabole paw..Dhoinyobad🙏🙏🙏
ছবিখনৰ এটা এটা শব্দই হৃদয় চুই যোৱা । নিভাঁজ গাঁৱলীয়া মূহুৰ্ত বোৰেৰে, ভূপেনদাৰ গীতৰ সঠিক উপস্থাপনেৰে সঁচাকৈ এখন মননশীল চুটি ছবি । 'দাই'ৰ চৰিত্ৰটিৰ অভিনয় অতি সাৱলীল হৈছে।
অসমীয়া গাঁৱলীয়া জনসমাজৰ সহজ-সৰল মনটো সুন্দৰ ৰূপত পৰিস্ফূত হৈছে। আজিৰ এই যান্ত্ৰিকতাৰ পৃথিৱীখনত "দাই"ৰ দৰে মানুহৰ মহানুভৱতাই মানৱীয়তাক সময়ৰ চাকনৈয়াত বিলীন হৈ যাবলৈ দিয়া নাই। চলচ্চিত্ৰখনৰ মাজেৰে পুৰনি সেই অমৰ কবিতাবোৰ পুনৰ জীপাল হৈ উঠিছে।
অতি সুন্দৰ ভাৱে ফুটাই তুলিলে এখন গাঁৱৰ ছবি।দাই বৰ আপোন শব্দ।ভাল লাগিল চাই👌👌👍👍
Sobi khon sai khubei vl lgil....Akha karo Aponaloke aru anekowa soti sobi amar majoloi agbohrai Jen❤️
Awestruck
Hi Harpal Thank you. please share the link . It will help us to reach a wider audience 🙏❤.
Dada apuni mur sbtko vl lga youtubeer .🙂
♥️
Love you bro
You are cringe king , learn something from this film dude
বৰ সুন্দৰ উপস্থাপন। বীণা বাইদেউৰ সৈতে তেজপুৰ বাণ থিয়েটাৰত একেলগে নাটক কৰাৰ সৌভাগ্য পোৱা বাবে নিজকে ধন্য মানিছোঁ।
দায় ৰ অভিনয় অতুলনীয়। বহুত ভাল লাগিল। তেওঁৰ সহনশীলতা, সৰলতা আৰু ভতিজিৰ প্ৰতি মৰম সচঁাই ভাল লাগিল
Very beautiful story. . . গাওঁৰ নিকা পৰিৱেশলৈ মনটো উৰা মাৰি গল চুটি ছবি খন চাই চাই।
সমাজ সমাজ হৈ থাকে এই দাইৰ দৰে বাস্তৱ চৰিত্ৰবোৰৰ বাবে । বিষয়বস্তু চিত্ৰনাট্য আকৰ্ষণীয় আৰু মন চুই যোৱা । দাইৰ দৰে মানুহবোৰ , সঁচা মনৰ শিল্পীবোৰ ভালে থাকক ।
প্ৰতিটো শব্দ ... প্ৰতিটো চৰিত্ৰ ইমান ধুনীয়াকৈ পৰিচয় কৰা হৈছে যে গোটেই চিত্ৰ খন এই মন চুই গল্। সঁচাকৈ এ অসমীয়া সংস্কৃতি বহুত ধুনীয়া ।
জয় আই অসম । ❤️
ক্ষন্তেক সময়তে ইমান আবেগিক কৰি দিলে ! সমাজ ৰক্ষক আৰু সমাজ শুধৰক এনে " দাই " মোৰ প্ৰিয় চৰিত্র 👍👍👍👍👍👌
বহুত ভাল লাগিল। সমাজৰ বাবে নিজকে উচৰ্গা কৰা লোকসকল তেনেকৈয়ে সুখী। কিন্তু কোনোৱাখিনিত যেন বৰ অকলশৰীয়া
Mr. Devi Borkotoky. A gem . Priceless. How realistic of a pastoral life is depicted. দেউতা লৈ মনত পৰি গল।
অতি সুন্দৰ....গাওঁলীয়া পৰিৱেশৰ নিভাঁজ প্ৰতিচ্ছবি দেখি ভাল লাগিল
অপূৰ্ব ।
অসমীয়াৰ চহা জীৱন যাপনৰ সম্পূৰ্ণ এক অতি সুন্দৰ বিশ্লেষণ দাঙি ধৰিছে।
সঁচাই কি নাই, সকলোৱে চোন সামৰি পেলাইছে এই ১৯ মিনিটৰ ভিডিঅ'টিতে💜
সঁচাকৈয়ে হৃদয়স্পৰ্শী❤
Daai is a fabulous person,,every person like him was a real man of our society.
Tothapiu j kaame kaaje nalage, laage mathu homajot rong hanibole... Hukhu diye, dukhu diye kotha khare... Kintu hotyo
আমাৰ প্ৰায় প্ৰতিখন গাৱতে এনে এজন দাই আছে । নিজৰ পৰিৱৰ্তে আনৰ কথা আগতে ভাবে, সমাজৰ বাবে সকলোখিনি কৰে, কেৰোপ নকৰে । অথচ দাইও এজন মানুহ । তেজত সম্বন্ধ নাথাকিলেও দাই বুলি মাতিলেই আপোন হৈ পৰে । এই যে নামঘৰত, বিয়া, সকামত লাগি দিয়ে তেনেকৈয়ে সুখ লভে । সমাজৰ স্হিৰতা প্ৰকৃততে তেওঁলোকৰ হাততহে থাকে ।
বৰ ভাল লাগিল চাই । এটা প্ৰাসংগিক বিষয়ৰ ইমান সুন্দৰ উপস্হাপন । আৰু পেক্ষাপটৰ কথা কিনো কম । ইমান সুন্দৰ । দাই❤
"তই সমাজৰ কাৰণে কিমান কৰিলি...সমাজে তোৰ কাৰণে কি কৰিলে".....এটা এটা মুহূৰ্ত মোৰ চিনাকি.....মই চিনিব পাৰিছোঁ এই ছবিখন....সুন্দৰ প্ৰচেষ্টা💙🌸🎭
Toy samajor karone ......... Ki korile... Ai kothare sage amar sinaki DAi kaijonok aji vagoruwa kori tulise. Protijone bor apon..
I am speechless. Bor aabegik kori pelale sobi khone. Specially jetia Bhupen Hazarika'r gaan'r prokrito ortho buji paalu.
"Aamar dore luk henu kaame kaaje nelaage. Laage maathu xomajote rong xaanibole"
They are the people who don't think about themself,they live for society ❤️ their love for the work is unmatchable . Loveed the character " Daai".
Thank you so much for all artist and workers. Aneydhoronor jibonto kahini ru natyo ovinoi ai axomiya jati r ak omulyo khompod . Xusposto xobodor utsaron , gamvijyopurno ovinoi . Khosakoi bor val hoisey . Apunak khokol aro aguai jauok .
JAI AI AXOM ✊🏻
ছবিখন সকলো দিশৰ পৰা পৰিপূৰ্ণ। দাইৰ দৰে বহু নামনজনা শিল্পী আমাৰ গাঁওবোৰতে আছে। এওঁলোকৰ প্ৰয়োজনীয়তা সমাজত সদায় থাকিব। ধন্যবাদ ইমান এখন ধুনীয়া ছবি উপহাৰ দিয়া বাবে। বিশেষকৈ গাৱত ডাঙৰ দীঘল হোৱা সকলে বেছিকৈ হৃদয়ংগম কৰিব পাৰিব।
Imman j Vaal lagil. Sobi khonor somuh poriyaloloi dhonyobad. Bohudinor murot nivaj axomiya ekhon sobi salu. Nikhut avinay, nikhut sanglap, nikhut bishoy....sokolu dishor porai ekhon sarbango sundor sobi.
প্ৰত্যেক অসমীয়া সমাজৰ গাঁও এখনত "দাই"ৰ দৰে ব্যক্তি আছে। এজন প্ৰকৃত সংস্কৃতি ৰক্ষাৰ লগতে সমাজ ৰক্ষক❤
বৰ শান্তি পালে অন্তৰখনে চুটি ছবি খন চাই ।
আশা কৰিলো আগলৈ চাবলৈ পাম।
Keep it up guys❤
পৰিচালক, অভিনেতা- অভিনেত্রীকে আদি কৰি সমূহ কলা কুশলীক ধন্যবাদ জ্ঞাপন কৰিলো এনে এখন মধুৰ চুটি ছবি উপহাৰ দিয়াৰ বাবে । আগলৈও আশা কৰিলো ।
We need people like Daai,, in todays world its hard to find someone this innocency.🥰this is assamese true innocemt face...
একদম ঝাক্কাছ হৈছে, সুন্দৰ এখন ছুটি ছবি 😍😍
Splendid work by everyone! Simple and beautiful
Thank you @kenny DB Films.. Means a lot
মনোজ বৰকটকীৰ দাই এখন উৎকৃষ্ট মানৰ চুটি ছবি । দাই মানে আমাৰ দেৱী দা এজন প্ৰথম শ্ৰেণীৰ অভিনেতা । বাকী সকলোৰে অভিনয় অতি সুন্দৰ । আমি আৰু আশা কৰোঁ । দেৱী দালৈ নমস্কাৰ ; মনোজলৈ ধন্যবাদ আৰু বহুত মৰম ।
অতি সুন্দৰ, ভাল লাগিল ,এতিয়াও সদৰ্থক মানৱ দৰদী লোকেই সমাজ খন শৃংখলিত কৰি ৰাখিছে,কাহিনী,অভিনয়,সংগীত,সজ্জা সকলো কৰ্ম -কৰ্তালৈ আমাৰ শুভ কামনা জনালোঁ 💐💐💐
অন্তৰ চুই যোৱা এখন ছবি, বিশেষকৈ সাংস্কৃতিৰ লগত জড়িত সকলৰ লগত হৈ থাকে, ভুক্তভোগী!! কিন্তু সংস্কৃতিৰ লগত জড়িত হৈ যেন অনন্য সুখ পোৱা যায়, জড়িত জনেহে উপলব্ধি কৰিব পাৰে।
নিজৰ গাওঁখনৰ ছবি চকুৰ সন্মুখত ভাঁহি উঠিছে। প্ৰত্যেক খন গাওঁতে এনে এজন মানুহক দেখা পোৱা যায়। সচাঁকৈ বৰ সুন্দৰকৈ সজাই তুলিছে "দাই" চৰিত্ৰ টোক। প্ৰতিটো চৰিত্ৰই চুই গ'ল। ❤
😘😘😘😘😘Bohut bhal lagile sai Dai best short film
Bhtt vl lagil sai# enekua ejon daik amar oxomor protitu suburit proyujon# kintu dukhor kotha aguntuk dinot ebe ejon dair abirbaad hbo ne nai hondeh jonok kotha karon amar new generation tuk atia mobile bula bostutue gugrahe gili pelaise beyakei..
সাধাৰণতে নাচাওঁ চুটি ছবি। পিছে এইখনে হৃদয়স্পৰ্শ কৰিলে। OUTSTANDING 👌👌👌
কি নু কম কবলে মোৰ ভাষা নাই ছবিখন ইমান সুন্দৰকৈ দেখুওৱা হৈছে ❤️❤️❤️❤️love u all আশা কৰোঁ আৰু পাছলৈ এনেকুৱা ছবি দেখিবলৈ পাম❤️😊
সুন্দৰ । বহু দিনৰ মুৰত এখনি ভাল চুটি ছবি চালো ।
অসমীয়া গ্ৰাম্য সমাজৰ এখন সুন্দৰ প্ৰতিচ্ছবি "দাই" ৰ মাজেৰে দেখা গৈছে!! সকলোৰে অভিনয়ও নিভাজ.. Lots of love to "daai" ❤❤
Daai❤️..
Bohut vl lagile....gom pwa nasilu film khonor ktha ... ojaantric r pra gom palu
অতি সুন্দৰ ভাবে ফুটাই তুলিছে এখন গাৱৰ ছবি, লগতে সুন্দৰ অভিনয়, বৰ ভাল লাগিল, শুভেচ্ছা থাকিল।
সুন্দৰ . দদাই দেউৰ সুন্দৰ বলিষ্ঠ অভিনয়ত অভিভূত হলো। ❤️🙏
গাঁৱলীয়া জীৱনটোৰ প্ৰতিফলিত ৰূপ দাই'ৰ দৰে অনেক নিভাঁজ গাঁৱলীয়া লোক🌼সকলোবোৰ দিশৰ পৰা উন্নত মানদণ্ডৰ এখন মননশীল চুটি ছবি❤️
Bahut bahut bhal bhal lagise.👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
বহুত ভাল লাগিল চাই। দাই দৰে মানুহ সমাজত থকাতো অতি দৰকাৰ ।
সচাকৈ বহুত ভাল লাগিল 🙏❤️❤️
' দাইটিৰ' দৰে হাজাৰ চৰিত্ৰ গাওঁবোৰত লুকাই আছে সুন্দৰ উপস্থাপন লগতে সমাজৰ পৰম্পৰাগত অদৰকাৰী ৰীতি নীতিবোৰ নাইকিয়া হওঁক সোনকালে। শিল্পীবোৰ শিল্পী হিচাপে সমাজত স্থান পাওঁক ,নিকা হওঁক সমাজ গঢ়ি উঠক নতুন ইতিহাস । ভাল লাগিল।
এনেকুৱা এজন ব্যক্তি প্ৰত্যেক গাওঁতে থাকে প্ৰায়.. যিয়ে নিজৰ কাৰণে নহয় সমাজৰ কাৰণে থাকে... কিন্তু সমাজে একো নিদিয়ে তেওঁলোকক উভতাই..! ভাল লাগিল চাই
'দাইটি', এক সুমধুৰ অসমীয়া শব্দ। অতি সুন্দৰ আৰু সাৱলীল অভিনয়, এখন উপভোগ্য আৰু নিভাঁজ অসমীয়া চুটি ছবি 🙏🏻
Eman je bhal lagil🥰dukhu lagil
"আলি টো কাটি দে চোন " the upper Assam accent ❣️❣️❣️
Khub bhal Lagile Sai 👍 Mozzaah
এনেকুৱা ছবিবোৰেই অসমীয়া ভাষা, কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব | খুবেই সুন্দৰ উপস্থাপন
Bahut besi val lagil.. Love thik Story ❤❤
অতি সাধাৰণ ভাৱে উপস্থাপন কৰা এটি এটি দৃশ্য ই মন চুই গ'ল। প্ৰকৃতাৰ্থত এখন ভাল ছবি ।❤️❤️
আমাৰ সমাজত এনে লোক বহুত আছে।এক অনন্য প্ৰতিভূ।দাই চৰিত্ৰটোত সুবহু ৰূপত সকলো ফুটি উঠিছে।
আপোনালোকৰ এই পদক্ষেপ সচাকৈ সলাগনিয়। ইমান যে সুন্দৰকৈ উপস্থাপন কৰিছে চৰিত্ৰ কেইটি। বৰ ভাল লাগিল, আপোনাক আৰু আগোৱাই যাৱক তাৰেই কামনা কৰিলোঁ❤️
the best short film in Assamese language ever, my all time fav.
বঢ়িয়া হৈছে দেই ❤️ হৃদয় স্প্রশ কৰা কাহিনী 🙂❣️
এক বাস্তৱসন্মত হৃদয়স্পৰ্শী চুটিগল্প,,, সচাকৈ এটি বেলেগ অনুভৱ,, 🙏🏻🙏🏻
এটা অতি সহজ সৰল কাহিনী
তথাপিও মনটো চুই গল
সুন্দৰ উপস্থাপন ।
"দাই" খুউব ভাল লাগিল। চহা জীৱনৰ এক মধুময় ছবি। য'ত মোৰ ল'ৰালিৰ কেঁচামাটিৰ গোন্ধ পাইছোঁ। শিল্পী কিয় সকলোকে নকয় আৰু কাক কয় বুজি পালোঁ। গোটেইখিনিয়ে খুবেই সুন্দৰ হৈছে। ইমানেই ভাল লাগিল চাই যে শ্বেৱাৰ কৰিও ভাল লাগিছে।
আশা কৰিছোঁ আগলৈ, আশা পূৰণ কৰি যাব😍🙏❤️
ইমান সৰু সৰু কথা বোৰ লৈ ইমান ধুনীয়া উপস্থাপন সঁচাই খুব ভাল লগিল , খুব সুন্দৰ চিন্তা ধাৰা বহুত ভাল লাগিল ৫ বাৰ মান চালোঁ,প্ৰত্যেক বাৰেই চকু কেইটা চলচলীয়া হৈ উঠে, বহুত বৰম হুভকামনা ♥️
দলটোৰ সমূহ সদস্য লৈ অভিনন্দন জনাইছোঁ।। সকলো চৰিত্ৰ সুন্দৰ আৰু সাৱলীল হৈছে।।
সঁচাকৈ বহুতেই ভাল লাগিল🌼
অসমীয়া গাঁৱলীয়া এনেকুৱা দাই ৰ জীৱন বোৰক জীয়াই তোলা এখন উন্নত মানদণ্ডৰ ছবি.. বৰ ভাল লাগিল🌼♥️
Daai is one of the best short films India ever produced. A remarkable work that need to appreciate🙏.
নিখুত অভিনয় অতুলনীয় উপস্থাপন । এয়াইযে আমাৰ নিভাঁজ থলুৱা সৰলমনা দাই।❣️❣️❣️❣️
বহুত বহুত মৰম থাকিল যোৰহাটৰ পৰা 💌💌💌💌💌
সর্বাংগ সুন্দৰ । 'দাই' এটা আবেগ হৈ ৰল । তেওঁৰ অভিনয় একেবাৰে মনপুত । অকণমানো artistic নহয় ।
It's not only a pocket film... বহুত লোকক সাধাৰণ জীৱন জীয়াই থাকিবলৈ শিকাই গৈছে। Fantastic 👍👍👍
সুন্দৰ অতি সুন্দৰ অভিনয় বহুত ভাল লাগিল শুভেচ্ছা থাকিল 👍💞
সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ "মদাৰৰে ফুল হেনো" গীততিৰ অৰ্থৰ গভীৰতাৰ প্ৰকাশ 🥰
বহুত ভাল হৈছে ছবিখন, প্ৰতিজন মানুহে সুন্দৰ অভিনয় কৰিছে, একেবাৰে নিখুঁত হৈছে ছবিখন, গাঁৱৰ প্ৰতিটো ছবি একেবাৰে উলাই পৰিছে।
Thank you so much from our দাই (Uncle) Team to you all for appreciation and immense love towards our film. please do share the link and help us to reach a wider audience ❤🙏
We have seen so many Dai , yet you brought him to life like no one else.
such a beautiful movie....congratulations to whole team..
Last part Relly like it... Love from Nagaland North east India 👍
Huge congratulations to Whole team,
much deserved love and attention💚
(Devi)Daai has always been Daai for us..
You both(Father-Son) should be very proud for this achievement 🙌
মোৰ মূকাভিনয় কৰি কৰি এই অৱস্থাই
Bht dinor Pasot monposondor axomiya kahini eti sai plu..
Salute to him
Dai🫡
অতুলনীয় অৱদান আগবঢ়াইছে ছবি খনে নতুন প্ৰজন্মৰ বাবে । দাই ❣️
ধুনীয়া বহুত ধুনীয়া...দাই এটা অন্তৰ চুই যোৱা শব্দ❤
সুন্দৰ ছবি। বৰ ভাল লাগিল। ইয়াৰ লগত জৰিত সকলোটিলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালো।
ছবিখনৰ শেষ ত ইমান ধুনীয়া খোল আৰু বাঁহী বজাইছে , অতি মনোৰম 👌🙏
আগৰ সেই গাওঁ এতিয়া আৰু গাওঁ হৈ থকা নাই , যান্ত্ৰিকতাই গ্ৰাস কৰি পেলোৱা একোখন গাওঁ বৰ্তমান । সুন্দৰ পদক্ষেপ পৰিচালক মহাশয় ধন্যবাদ ছবিখনৰ বাবে ।
আপ্লুত হ'লো | বহু উন্নতমানৰ কাহিনী, চিত্রায়ণ | অভিনয় বহু সুন্দৰ | এনে কাহিনী আৰু পাম বুলি আশা কৰিলোঁ |
সচাঁকৈয়ে বৰ ভাল লাগিল ৷ গাওঁলিয়া পটভূমিৰ মননশীল এখন সুন্দৰ চলচ্চিত্ৰ ৷সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে ৷🙏❤️❤️
অতি সুন্দৰ ,,,হয় সমাজত বহু তেনেকুৱা মানুহ আছে তেওঁ লোকক অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ 🙏🙏🙏🙏
The simplified visual language makes #Daai (Uncle) a powerful international cinema. The content and It's presentation makes you spellbound . One can relate to it easily . Doesn't matter you understand the language or not. Don't miss this film guys.
মন চুই গল। সুন্দৰ কাহিনী আৰু নিখুঁত অভিনয়।
Outstanding....🔥
দাই.....এজন শিল্পী, কেঁচা মাটিৰে গঢ়া এজন প্ৰকৃত মানুহ।
এনেকুৱা এটা চেনেলত নিজৰ ভাষাৰ চিনেমা এখন চোৱাৰ কথাই সুকীয়া, তাতে ইমান সুন্দৰ অভিনয়। সচাই গৰ্বিত।
Woww eman dhuniya gaonr pratisshabi khan enekua e asile agote etiya je emman hinkha,akhanti sabote
ইমান ধুনীয়া ছবি মই আজিলৈকে চোৱা নাই...গাঁৱৰ এখনৰ সুন্দৰ ছবি প্ৰতিফলিত হৈছে😍
ভাষা নাই, সুন্দৰ অভিনয়, চুটি চিনেমাখন চাই সঁচাই আপ্লুত হলো।আমি bangalore ত থাকোঁ,চিনেমাখন চাই নিজক অসমীয়া বুলি গৌৰাম্বিত যেন অনুভৱ কৰিলোঁ।ইমান সুন্দৰকৈ উপস্থাপন কৰিছে, দাই চৰিত্ৰটো বহুত বেছি ভাল লাগিল, তাৰোপৰি অভিনয় বুলি কবলৈ ভাষা নাই, বহুত বেছি ভাল হৈছে, এনেকৈ আগলৈ আৰু ভাল ভাল চিনেমা আমাক যাতে উপহাৰ দি যায় তাৰ আশাৰে বাট চাই ৰলো ধন্যবাদ সকলোকে🙏🙏🙏
I have not seen such a beautiful short film in my entire life. 💙
Lots of love to the whole team. In every area there is one "dai" who sacrifice everything only for the welfare of the society without any personal motive. But sadness is they don't get their respect which they can desire.
Salute for that people. Thank you the team for giving us such a beautiful short film.🤗😘😍 Lots of love "dai" and the team.
Sobore acting kintu kobo lgib bht vl bhttee❤❤❤
দাই সঁচা অৰ্থত এজন প্ৰকৃত শিল্পী। তেওঁ অভিনয়ে মোৰ স্বৰ্গীয় "ককা"ক মনত পেলাই দিলে। আৰু বুজি পালোঁ ভূপেন মামাৰ সঁচা অৰ্থত সেই কালজয়ী গীতটি 💓
The standard is like Satyajit Ray's muvie !!wont say much...this is third time m watching this..and cud not stop tears in the end..i am so proud of the makers !!i send to many non assamese friends they like it too!!
আৱেগিক হৈ পৰিলো....চকুপানী ওলাই গ'ল কিয় নাজানো... খুব ভাল লাগিল....বৰহাটৰ ছোৱালী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ... গাওঁবোৰ সঁচাই বহুত ধুনীয়া💚💚
Amar dofola gaowt, korisil..
বহু গুনেই অপৰৰ ছবি এইখন, সমাজক আগ বাঢ়ি নোযোৱা পৰম্পৰা এৰি সমাজক আগুৱাই নিবা পৰাটো হে মূল লক্ষ্য হ'ব লাগে, ছবি খনৰ কাহিনীভাগ অতি সুন্দৰ কৈ প্ৰৰ্দশন কৰিছে,, সচাকৈ ছবি খনে সকলোকে বিশেষ ভাৱে মনোনিবেশ কৰিছে, আৰু সকলোকে আবেগিক কৰি তুলিছে, 🤩🤩
কেচাঁ মাটিৰ নিভাঁজ ছৱি....❤
মনটোৱেই ভাল লাগি গ'ল 😊
অতি সুন্দৰ ছবি ।নিভাজ গাঁৱলীয়া প্ৰতিচ্ছবি ফুটি উঠিছে।