কাকজান||আৰন্ধৰা গাঁও|| হোলোঙাপাৰ আঞ্চলিক

Поделиться
HTML-код
  • Опубликовано: 22 ноя 2024

Комментарии • 1 тыс.

  • @PinkuLaskar-b1t
    @PinkuLaskar-b1t Год назад +10

    Krishna probhu 🙏 mur gorvot thoka hontanti hustha hobol hobole aarhibad koribo probhu , ami apunar soron komlot hewa jonaisu probhu krishna krishna krishna probhu 🙏🙏🙏

  • @sarmahtrishna7356
    @sarmahtrishna7356 Год назад +2

    bohut val lagil ...atai khini xunilo🙏
    mor gorvot thoka dumohiya xantantik jate vale kukhole aei prithibiloi ana provu🙏🙏🙏🙏🙏🙏🙏

  • @MinuTaid-wt1fl
    @MinuTaid-wt1fl 9 месяцев назад +52

    এই ভগৱান আশীৰ্বাদ কৰিব, মোৰ আহি বলগীয়া সন্তানটি সুস্থ, সবল কৃষ্ণ গুণৰ অধিকাৰী হৈ জন্ম লাভ কৰে সেয়াই ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা।

  • @ashamonidas2931
    @ashamonidas2931 Год назад +5

    আপোনাৰ সুন্দৰ ভাগৱত পাঠে বহুত নজনা কথা আৰু জ্ঞান দিছে।আপোনালৈ মোৰ হৃদয়ৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ।

  • @aditimili2846
    @aditimili2846 8 месяцев назад +3

    He provu amar ahiblogiya santantu jate gyani pitri matrik morom sneh koribloi shakti bridri hokok .krishna krishna ♥️♥️

  • @anilchayengia5730
    @anilchayengia5730 9 месяцев назад +5

    হে প্ৰভু জগন্নাথ কৃষ্ণ আমাৰ আহিব লগা সন্তান টো যাতে জ্ঞানী হওঁক আশীৰ্বাদ কৰক কৃষ্ণ

  • @priyanshiworld3942
    @priyanshiworld3942 Год назад +1

    Radhe krisna..mor swali dujni...gorbhot thkutei emn ktha gomei nplo....etya hei jnilo..apnk bhut bhut dhanya probhu.....mor lora eta puar bor itsa ase...ghrua oxubidha...axirvaad kribo hklua

  • @JaanSonowal-v6j
    @JaanSonowal-v6j 9 месяцев назад +18

    হে 🙏🙏🙏 প্ৰভু জগন্নাথ কৃষ্ণ আমাৰ আহিব লগীয়া সন্তান টো যাতে জ্ঞানী ব্যক্তিক প্ৰলাদৰ দৰে বোধিমান শক্তি বৃদ্ধি হওক শিক্ষা গ্ৰহণ সকলোৰে মৰম স্নেহ বুজি পোৱা হ'ব লাগে পিতৃ মাতৃ ককায়েক বায়েক সকলোকে মৰম কৰি একেলগে থাকিবলৈ শক্তি বৃদ্ধি হওক কৃষ্ণ কৃষ্ণ,❤❤❤❤❤

    • @jitumonibora4227
      @jitumonibora4227 8 месяцев назад

      Krishna Krishna

    • @dipabaruah3532
      @dipabaruah3532 5 месяцев назад

      কৃষ্ণ কৃষ্ণ আপোনাক সহস্ৰ প্ৰণাম। 🙏🙏🙏

    • @ShubhlaxmiTaid-mz1jx
      @ShubhlaxmiTaid-mz1jx 5 месяцев назад

      ❤❤❤krishna

  • @moromidas167
    @moromidas167 Год назад +3

    krishna krishana pravu 🙏🙏🙏🙏 mur gorbho thoka sontantu Akhirvad koriba krishna

  • @pujaborah1407
    @pujaborah1407 Год назад

    Pravu apuni eman dhuniya ke kotha bur bujai dise bhut val lagil xuni🙏

  • @himanidas3813
    @himanidas3813 9 месяцев назад +4

    হে প্ৰভু আমাৰ আহিব লগিয়া সন্তান টো যাতে ভালে কুশলে আহে,,, কৃষ্ণ ,,

  • @rinachutia3723
    @rinachutia3723 Год назад +7

    কৃষ্ণ কৃষ্ণ প্ৰভূ , সেৱা আগবঢ়ায় ছো প্ৰভূ, কৃষ্ণ ।

  • @munumunudas4377
    @munumunudas4377 Год назад +2

    Krishna Krishna Prabhu 🙏🙏 xundor baikhya .nojona kotha janilu .vl lagil Jani..pranam jonaisu 🙏🙏🙏

  • @priyankaphukan6560
    @priyankaphukan6560 Год назад +7

    কৃষ্ণ কৃষ্ণ প্ৰভু মোৰ আহিবলগীয়া সন্তান টি আপোনা হবৰ চৰণত সেৱা কৰি থাকিবলৈ কৃপা কৰক প্ৰভু ঈশ্বৰে।🙏🙏

    • @poligogoi4900
      @poligogoi4900 10 месяцев назад

      Eta honta mak bapakor g atv al beya gunor uprt vetri kori eta hontan dharmik guni geyani val hoi eta hontan gorbhot thoke obostat make bapak dharmik geyani hole gorbhot thoke hontan to a aitro kore

  • @jyotiborah3039
    @jyotiborah3039 Год назад +11

    কৃষ্ণ প্ৰভু কৃপা কৰিবা প্ৰভু 🙏🙏 মোৰ আহিবলগীয়া সন্তান টো সুস্থ সবল শক্তিশালী হৈ জন্ম হয় তাৰ বাবে প্ৰাথনা কৰিছোঁ প্ৰভু । অশ্ৰিবাদ কৰিবা প্ৰভু 🙏🙏

    • @rikimonikolita1188
      @rikimonikolita1188 11 месяцев назад

      মোৰ আহিবলগীয়া সন্তান টো সু-স্বাস্থ্য সুস্থ শৰীৰ আৰু সুস্থ মন দীৰ্ঘ আইউক্ষ লৈ জন্ম হয় তাকে প্ৰভু ভগৱন্তই আশীৰ্বাদ কৰে জেন

  • @purnimadas7779
    @purnimadas7779 Год назад +17

    হে প্রভূ অমূতময় ভাগৱত পাঠ ভাঙণি বহুত ভাল লাগিল শুনি আপোনা সবাৰো শ্ৰী চৰণত শতকোটি সেৱা জনালো 🙏🙏🙏🙏জয় গুৰু শংকৰ মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏🙏

  • @JaynataBoruah-wx9my
    @JaynataBoruah-wx9my Год назад +18

    কৃষ্ণ প্ৰভু মোৰ আহিবলগীয়া সন্তান টো ভাল হয় কৃষ্ণ প্ৰভু,🙏🙏🙏🙏🙏🙏🙏

  • @paragkonwar78
    @paragkonwar78 Год назад +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ভাল লাগিল আপোনা ভাগৱত বাখ্যা শুণি । আপোনাক পভুয়ে কিপা কৰক 🤗🤗🤗🤗🤗🤗🤗🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @purnimabharali457
    @purnimabharali457 Год назад +6

    কৃষ্ণ কৃষ্ণ বাপ সহস্ৰ প্ৰণাম জনাইছোঁ । ইমান সুন্দৰ বাখ্যা শুনিবলৈ পাই আনন্দিত হৈছোঁ ।

  • @luku223
    @luku223 Год назад +36

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏 মোৰ ৰ্গভত স্থিতি লোৱা সন্তানটি সদায় সুস্থ সৱল জ্ঞানী হবলৈ আশীৰ্বাদ কৰক প্ৰভু 🙏🙏

  • @SangitaGoingBorah
    @SangitaGoingBorah 11 месяцев назад +2

    Krishna Krishna...mur gorvot thoka hontanti jate hustho hobol aru adorkhoban hoboloi arkhirbad korebo... Krishna Krishna 🙏🙏🙏

  • @puspadharandkhyatibaruah3367
    @puspadharandkhyatibaruah3367 Год назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ,,,প্ৰভু আমকো এইবাৰ সন্তানটিৰ ওপৰত কৃপা কৰিবা ।

  • @pompigogoi8409
    @pompigogoi8409 3 месяца назад +1

    কৃষ্ণ প্ৰভু ভগৱান মোৰ গৰ্ভত স্থান লোৱা সন্তানটি সুস্থ শৰীৰে পৃথিৱীলৈ আহে যেন প্ৰভু কৃপা কৰিবা সদায় আশীৰ্বাদ কৰিবা 🙏🏻🙏🏻🙏🏻

  • @ananditagogoi6299
    @ananditagogoi6299 Год назад +16

    অতি সুন্দৰ অধ্যায় ।উঠি অহা প্ৰজন্ময় জানিব লগীয়া কথা ।তেহে পাছৰ প্ৰজন্ম সৎ আৰু ভকত হব ।মাজে মাজে পাঠ হব লাগে ।কৃষ্ণ সেৱা যাচিলো ।

  • @kalpanadihingiagogoi1361
    @kalpanadihingiagogoi1361 Год назад +5

    🙏🙏🙏 শত কোটি প্ৰণাম প্ৰভু জয় শ্ৰী কৃষ্ণ। শুনি বৰ ভাল লাগিল কৃষ্ণ

  • @TulikachetiaChetia-zw6lz
    @TulikachetiaChetia-zw6lz Год назад +2

    Pobhu ji khini kotha kole bohut vl lagil mur hontantia pobhu kotha hunil kiba jodi koxte vul hoise khema koribo apuniuu vle thakok aneu hasto hunibole nepauua apunar mukhere hunibole palu 🙏🙏🙏👨‍👩‍👧 dhaniya bad kirss no kirss no pobhu

  • @RupaBorah-cy6jr
    @RupaBorah-cy6jr Год назад +5

    আপোনাৰ এই অমৃতময় ব্যাখ্যা শুনি বহুতো জ্ঞান লাভ কৰিলো ,ভালে থাকক আপুনি আৰু আমাক এই অমৃতময় জ্ঞান দি আগবঢ়ায় নিয়ক। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @borahsima6263
    @borahsima6263 Год назад +4

    হে প্ৰভু আশীৰ্বাদ কৰিবা আমাৰ আহিব লগা সন্তানটি সুস্থ সৱল হয় যেন প্ৰভু ...ভগবানৰ অধিকাৰী হব পাৰে যেন...🙏🙏🙏

  • @debokantosaikia1369
    @debokantosaikia1369 Год назад +14

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ লগতে সমস্ত জনৰে শ্ৰী চৰণত এই মহাঅধমে ভক্তিভাৱেৰে সেৱা জনালো কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @ranjitsaikia4917
    @ranjitsaikia4917 Год назад +6

    কৃষ্ণ কৃষ্ণ বাপজনা ৷ আপোনাৰ চৰণত সেৱাঁ প্ৰণিপাত কৰিলোঁ৷

  • @JaanSonowal-v6j
    @JaanSonowal-v6j 8 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই আমাককো ভগৱন্তই শী চৰনত থাই দিয়ক ❤❤❤❤❤

  • @krishnagogoi328
    @krishnagogoi328 11 месяцев назад +7

    Krishna পভু আমাৰ আহিবলগীয়া সন্তানটো ভালে কুশলে পৃথিৱী লৈ আহিবলৈ আশীবাদ কৰিবা পভু ,🙏🙏

  • @MantuChutia-vl2df
    @MantuChutia-vl2df Год назад +6

    Krishna Krishna bap sewa janalu Krishna 🙏🙏🙏

  • @Misstrishikagogoi6419
    @Misstrishikagogoi6419 Год назад +5

    Krishna Prabhu ..mur garvot thoka hontanti jate guni gyani hoi tar babe aakhirbad kribo ..

  • @nabanitasaikia8540
    @nabanitasaikia8540 Год назад +1

    Krishna krishna🙏🙏🙏 kripa koriba provu amar ahibo loga hontanti jate vale kukhole ai prithibiloi ahe ru teu jate onagot dinot guni gyani val manuh hoi.. Akhirbaad koribo hokolu a krishna krishna🙏🙏🙏

  • @pritirekhagam6157
    @pritirekhagam6157 Год назад +4

    হে প্ৰভু মোৰ গৰ্ভত থকা সন্তানতি যাতে সুস্থ সবল হৈ জন্ম লাভ কৰে আৰ্শিবাদ কৰিব।

  • @aryansaikia7848
    @aryansaikia7848 Год назад +12

    কৃষ্ণ কৃষ্ণ 🙏🙏 ভগৱানে মোক দিয়া সন্তান টি ভালে কুশলে ৰাখে যেন

  • @junumech7558
    @junumech7558 Год назад +9

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে প্ৰাভ ঈশ্বৰ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ

  • @mainamedak1346
    @mainamedak1346 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ ,আপোনাক অস্ঠাংগে প্ৰণাম।

  • @indrabori1803
    @indrabori1803 Год назад +7

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ মুখে ভাগৱত বাখ্যা শুনি ভাল লাগি কৃষ্ণ।

  • @Nob850
    @Nob850 Год назад +6

    কৃষ্ণ, কৃষ্ণ🙏🙏 বৰ ভাল লাগিল শুনি । আশিবাদ কৰিব মোৰ আহিব লগিয়া সন্তানটো ভাল মানুহ হয় । 🙏🙏🙏

  • @sanjaydeka4529
    @sanjaydeka4529 Год назад +7

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ।বৰ সূন্দৰ ভাগত বাসা।।

  • @sangitabaruah1527
    @sangitabaruah1527 2 месяца назад

    He vogoban Mor ahibologa khontanti jate Vale kusole prithibiloi ane pravu🙏🙏🙏Khusta khobol guni Dgani Hoi pravu tumi akhirbad koriba vogoban 🙏🙏

  • @NoganDas-i5o
    @NoganDas-i5o 8 месяцев назад +4

    Krishan krishan pronam janisu🙏🙏🙏🙏

  • @romen7372
    @romen7372 Год назад +1

    সঁচাকৈয়ে বহুত সুন্দৰ ভাগৱত ব্যাখ্যা 🙏🌺

  • @priyankaphukan6560
    @priyankaphukan6560 Год назад +6

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদন কৰিলোঁ।🙏🙏🙏🙏

  • @pranamikadas7019
    @pranamikadas7019 4 месяца назад

    প্ৰভু মোৰ জীৱনলৈ আহিব লগা সন্তান টি ভালে কুখলে মোৰ জীৱনলৈ আনা প্ৰভু,মোক শক্তি দিবা মই ভাল মানুহ হিচাপে গঢ় দিব পাৰো 🙏🙏

  • @dipamonidas9648
    @dipamonidas9648 Год назад +40

    মোৰ গৰ্ভত থকা সন্তান তো গুণী গীয়ানী হ'বলৈ আশীৰ্বাদ কৰিব প্ৰভূ 🙏 সুস্থ সবল কৰি ভালে কুশলে ৰাখিব প্ৰভূ🙏🙏🙏 কৃষ্ণ❤

  • @JaanSonowal-v6j
    @JaanSonowal-v6j 9 месяцев назад

    হে প্ৰভু জগন্নাথ কৃষ্ণ আমাৰ আহিব লগীয়া সন্তান টো যাতে জ্ঞানী প্ৰলাদৰ দৰে বোধিমান শক্তি মান সকলোকে মৰম ছৰধা কৰিব পৰা কৈ শক্তি দিব প্ৰভু নাৰায়ন কৃষ্ণ কৃষ্ণ

  • @ganeshdeka2380
    @ganeshdeka2380 11 месяцев назад +29

    Kishn kishn🙏🙏🙏 Mur jate khontanti khust khobl aru Val giyan hoi ketysu jate Karu mont dukh nidire Val mon hoi jate pobhu...pobhu sabara tmi kishn

    • @preetysvlog686
      @preetysvlog686 3 месяца назад +1

      Krishna Krishna provu muku kripa koriba 🙏🙏...

  • @JaanSonowal-v6j
    @JaanSonowal-v6j 8 месяцев назад

    কৃষ্ণ কৃষ্ণ প্ৰভু জগন্নাথ মোৰ গৰ্ভত স্থিতি লোৱা সন্তানটি সদাই সুস্থ সৱল ঞানী হবলৈ আশীৰ্বাদ কৰক প্ৰভূ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤বাপ সুন্দৰ অমৃত বানী শুনিলো কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏

  • @rajibkakati8729
    @rajibkakati8729 Год назад +3

    Vl lagil bapjana katha huni kisna Kisna namoskar

  • @dcreations535
    @dcreations535 4 месяца назад +1

    হে ভগৱান মোৰ আহিবলগীয়া সন্তানটি যাতে সুস্থ আৰু ভালে থাকে তুমি আশীৰ্বাদ কৰিবা সদাই কৃপা কৰিবা সদাই প্ৰভু

  • @adityadas-rg6pc
    @adityadas-rg6pc Год назад +4

    বৰ ভাল লাগিল বাপ সদায় ভালে ৰাখক ভগৱানে আপোনাক ❤

  • @nitumonidutta-br5hu
    @nitumonidutta-br5hu 25 дней назад

    He probhu !amar hontantik tumi hokolu homoiot kripa kora ,jate hustha hobol hoi jonmo pai.krishna👏👏👏

  • @RidipMainavlogs
    @RidipMainavlogs Год назад +7

    কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম ৰাম ৰাম কৃষ্ণ হৰি নাৰায়ণ। জয় গুৰু শঙ্কৰ ।শুভৰাত্ৰি

  • @barsharitu8317
    @barsharitu8317 Год назад +8

    কৃষ্ণ প্ৰভু আশীৰ্বাদ কৰিব মোৰ গৰ্ভত স্থিতি লোৱা সন্তানটি সুস্থ সৱল হৈ কুশলে থাকে যেন

  • @nirutpalborgohain9662
    @nirutpalborgohain9662 8 месяцев назад +2

    কৃষ্ণ প্রভু আমাৰ আহিবলগীয়া সন্তান তীক আশীর্বাদ কৰা 🙏🙏🙏

  • @runumeeborah4417
    @runumeeborah4417 Год назад +4

    কৃষ্ণ কৃষ্ণ ,মধুৰ বানিয়ে।জীৱন ধন্য হওক।

  • @bharati__gogoi
    @bharati__gogoi Год назад +5

    কৃষ্ণ প্ৰভু ঈশ্বৰে আপোনাক সদাই ভালে ৰাখক

  • @ranabora7262
    @ranabora7262 10 месяцев назад +21

    মোক আশীৰ্বাদ কৰিব মোৰ আহিবলগীয়া সন্তানটি সুস্থ, সবল কৃষ্ণ গুনৰ অধিকাৰী হৈ জন্ম লাভ করে কৃষ্ণ কৃষ্ণ

    • @TrishnaBorah-iz4dr
      @TrishnaBorah-iz4dr 6 месяцев назад

      Vl apunr xontan God bisah lrib

    • @jyotimoihazarika3262
      @jyotimoihazarika3262 6 месяцев назад

      😅😮😅😮😅😮W😅😮wae😅😮😅w😅😅😅😅😅re😅😮😊e😅yap😅😅😅😮😅e😅😮😅😊😅😮😅yap😅w😅😅😮e😅qeey😅😮😅😅😅😅😅😅😅😅😅

    • @jyotimoihazarika3262
      @jyotimoihazarika3262 6 месяцев назад

      W😮😅😅yap😅u😅😅😅😅e😅q😊😮😅wt😅😮😮😅😅😅😅😅😅😮

    • @jyotimoihazarika3262
      @jyotimoihazarika3262 6 месяцев назад

      😅We😊e😅ww😅😮e😅😅trwwe😅y😅rwae😮eq😅😅ww😅w😅ew😅eweqtwewewrwrw😅w😅w😅😅😅w😅w😅😅www😅😅😅w😅😅😅😅eh😅w😅😅w😅q😅😅y😅😅😅😅😅😮w😅😅😅ewwww😅😅emwww😅😅😅😅e😅eyeywwwrerw😅e😅😅wwwwwwwe😅😢😅😅😅😅😅eels😮😅ee😅😅rwwww😅e😅😅wq😅😅😅😅😅😅wqere😅wr😅w😅😮😅w😅😅😅😅wemqomw😅wr😅weqe😅😅😅😮w😅wwww😅erw😅😅😅e😅emrre😅😅😅😮😅w😅eew😅😅w😅😅😅😅😅😅e😅w😅ew😅😅r😅ye😅😅e😅😅ewe😅😅😅we😅wwee😅w😅😮😅😮😅😅wwe😅eetwyw😅😅😅w😅😅w😅😅😅😮😅wqwwww😅😮e😅😅😅😅😅😮😅ewell😅😮😅😅😅😅😅😅😮😅😮😮emr😅😅😅e😅😅😅😅😅😅😅😅😅😅😅😅😅😅​@@TrishnaBorah-iz4dr

    • @jyotimoihazarika3262
      @jyotimoihazarika3262 6 месяцев назад

      ​😅qee😅q😅eew😅rafww😅ty😅😮r😊eh😅weeqw😅w😅😅😅😅😅😅e😅😅😮ryewers😅wweweewrtt😅😅😮😅😅y😮yewwrtee😅😅eww😅yerwewee😅eeks😅😮r😅w😮😅wqewweewwweeewee😅eeew😅waewweeewwreweeqewteeewqtwwre😅e😅rq😮😅erweeeewweewwrwwweeeewweewwwetewwe😅😅ewewr😅eelsweywew😅wwweeww😅eyqw😅wqewqee😅wr😅eewwee😅😅eee😅w😅😮wwwyttwwyeewwwwad😅ew😅ww😅ee😅😮😅www😅😅ewwweywree😅😮ee😅weewreye😅weeee😅😅ew😅😅😅😮ehwwwe😅wwwe😅w😅😅wewewwrwwewe😅yw😮w😅eew😅ww😅qomw😅e😅eewwee😅q😅weewee😅re😅😅ewrwwww😅ey😅😮😅😅ee😅e😅wrqqweeqwwew😅😮ww😮q😅w😅😮www😅😅wwww😅😮😅😮ewww😅w😅😅😅😅😅😅w😅😅e😅😅ww😅y😅😊😅weeeere😅e😅😅😅e😮😅wewwwerwee😅eewweye😅eweeew😅e😅😮yeereeeweee😅😮ewks😅😮😮😅😮😅😅😮😮e😅😮😅😮😅w😅😮😅😅😅😅😮😅😅😅😮😅😅😮😅w😅😅😅e😮😅😅😮😅r😅😅😮t😮wy😅😅😮😮😅😮equus😮wereet😅😅😅😮😅😮😅😮er😮😅😅😮😅w😅😮😅😅😮wewqwwee😅😅😮😅😮w😅😅w😅😅😅😮😅www😅😅wae😅😮😅😅😮😅😅😅😅r😅😮😅😮😅😅😅wewwe😅w😅😮😅😅😮😅😅😮😅😮😮😅😮😮😮😅😅😮😅😅😅😅😮😅😅😅😅😅😮😅😮😅😅😮😅😮😅😮😅😅😅😅😮😮😮😅😮😅😮😮😅😅😅😅😮😮😅😅😮😮😅😮😅😮😅😮😅😅😮😅😮😅😅😮wag😅😅😮😅😅😅😮😅😅😅😅😅😮😅😅😮😅😅😮😅😮😅😮😅😮😅😮😅😮😅😅😮😅😅😮😅😮😅😮😢😅😮😅😮😅😮😅😮😅😮😅😮😅😮😅😮😅😮😮😅😮😅😮😅😮😅😅😅😮😅😮😅😮😮😅😮😮😅😮😅😅😮😅😅😮😅😅😅😮😅😅😮😅y😅😅😮😅😅😮😅😮😮😅😮😅😮😮😅😅😅😅😅😅😮r😅😮😅😮😅😅😅😅😅😅😅😮😅😮😅y😮😅😮y😅😮😅y😮😮r😅😅😮😅😮😅😅😮t😅😅😮😅😮😮😮😅😅😅😅😅r😅😮😮😅😮😅😅😮t😅😊😅😅😅😮t😅😅😅😅😅😮😅😅😮😮😅😮😅😅😮😅r😮😅tac😅😮😅😅😅😅😅😅😮😅😮😮😅😮😮😅yap😅😅😮😅😅😅😅😅😅😮😮😅😅😅😅😅😅😅😅😮😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😮😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😅😮😅

  • @KongkonaKoch
    @KongkonaKoch 2 месяца назад

    Krishna krishna 🙏🙏mur gorbhot thoka xontantu vhle kuxole ralhiba probhu xustho xobol nirugi kri rakhiba doyamoi🙏🙏🙏🙏

  • @JaanSonowal-v6j
    @JaanSonowal-v6j 9 месяцев назад +4

    কৃষ্ণ বুজাব নোৱাৰি শান্তি অনুভৱ কৃষ্ণ বাপ🙏🙏🙏

  • @rupalisaikiajuli2395
    @rupalisaikiajuli2395 5 месяцев назад +1

    Krishna krishna pravu 🙏🙏mur gorbho thoka sontantu akhirvad korib krishna 🙏🙏🙏

  • @jyotihazarika8089
    @jyotihazarika8089 Год назад +32

    বহুত ধুনীয়া লাগিল শুনি 🙏🙏 আশিবাদ কৰিব মোৰ আহিবলগীয়া সন্তানটো জাতে ভাল মানুহ হয়। কৃষ্ণ প্ৰভু 🙏🙏🙏

    • @suramonitvmobilereparing849
      @suramonitvmobilereparing849 Год назад

      👍👍👍♥️♥️♥️ ভাল হব

    • @BROJENBORAH-mp4ww
      @BROJENBORAH-mp4ww Год назад

      শুনি ধুনীয়া নহয়। ভাল লাগিছে বা ভাল লাগিল।

  • @rashmitaphukan
    @rashmitaphukan 3 месяца назад

    হে প্ৰভু মোৰ আহিব লগিয়া hntanti গুণী জ্ঞানী আৰু সুস্থ হবল হব লাগে আশীৰ্বাদ কৰিব,,

  • @brojengogoikrisnakrisna7975
    @brojengogoikrisnakrisna7975 Год назад +9

    Krishna Krishna bap hewa janalu

  • @dipabaruah3532
    @dipabaruah3532 5 месяцев назад +2

    কৃষ্ণ কৃষ্ণ আপোনাক সেৱা নিবেদিছো , ভগৱানে সকলোকে কূশলে ৰাখক। 🙏🙏🙏

  • @gitikamahanta2227
    @gitikamahanta2227 Год назад +10

    বাপ,কৃষ্ণ 🙏🏻,বহুত ভাল লাগিল আপোনাৰ এই ভাগৱত বাখ্যা শুনি। আন্তৰিক ধন্যবাদ জনালো 🙏🏻 কৃষ্ণ

  • @jagotdutta6954
    @jagotdutta6954 Год назад +2

    Krishno bap🙏🙏 huni vll lagil

  • @RajuDas-jo6ci
    @RajuDas-jo6ci Год назад +8

    কৃষ্ণ কৃষ্ণ। মোৰ গৰ্ভত থকা সন্তান টো সুস্থ হৈ জন্ম লাভ কৰে মোক আশীৰ্বাদ কৰিব কৃষ্ণ।

  • @oo-jk8cc
    @oo-jk8cc 10 месяцев назад +2

    he provu tumiea hkolu. mur hntantu jate vale kuhole thake🙏🙏

  • @jaanmonibora70
    @jaanmonibora70 Год назад +7

    কৃষ্ণ কৃষ্ণ বাপ জন সেৱা নিবেদিলো

  • @JyotiBoruah-e8c
    @JyotiBoruah-e8c 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু কৃপা কৰিবা প্ৰভু🙏🙏 মোৰ আহিবলগীয়া সন্তান টো ভালে কুখলে জন্ম হয় তাৰ বাবে প্ৰাথনা কৰিছোঁ

  • @nitudas2643
    @nitudas2643 Год назад +7

    কৃষ্ণ.....….......বাপ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো

  • @HDGAMER-rp8er
    @HDGAMER-rp8er 6 месяцев назад +2

    Krishna provu mr ahibo logiya sontan tu te susto , sobol ,guni gyani, Su.sontan hoy ...asribad koribo🙏🙏🙏🙏 Krishna

  • @munmigogoi8060
    @munmigogoi8060 Год назад +26

    কৃষ্ণ কৃষ্ণ প্ৰভু ।। মোৰ ৰ্গভত স্থিতি লোৱা সন্তানটি সদায় সুস্থ সৱল জ্ঞানী হ'বলৈ আশীৰ্বাদ কৰক প্ৰভু।

  • @Mukulgogoi252
    @Mukulgogoi252 Год назад +2

    Kishno provu..🙏🙏 mur ahibo logiya hontan ti gusto hobo Aru giyani man hoi akhibad koribo provu..🙏🙏

  • @apurbathakuria6457
    @apurbathakuria6457 Год назад +3

    Jai Sri Krishna. Bahut val lagil.

  • @lalsonowal8369
    @lalsonowal8369 Год назад +1

    Yes.According.to science "The baby cries with out knowing why".They probably cri because the environment has changed. Tq.

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 Год назад +9

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @bornalikalita2053
    @bornalikalita2053 3 месяца назад

    Ahibologi tumar Ashirwadr hontantik kukhole rakhi ai prithibiloi aniba Prabhu.

  • @dipakgogoi7376
    @dipakgogoi7376 Год назад +3

    কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @DipuDeka-xw7wm
    @DipuDeka-xw7wm Месяц назад

    Krishna Krishna pravu mur gorbho thoko khuntan tu apunar kirpat jaita giyane hoi

  • @sangitaborah5519
    @sangitaborah5519 Год назад +10

    কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম জনাইছোঁ পোন প্ৰথমে 🙏🏻 মোৰ যেন এটি সুন্দৰ সুস্থ সন্তান জন্ম হয় আৰ্শীবাদ কৰিব প্ৰভু 🙏🏻❤🙏🏻

  • @JaanSonowal-v6j
    @JaanSonowal-v6j 8 месяцев назад

    কৃষ্ণ কৃষ্ণ প্ৰভু জগন্নাথ মোৰ গৰ্ভত স্থিতি লোৱা সন্তানটি সদাই সুস্থ সৱল ঞানী হবলৈ আশীৰ্বাদ কৰক প্ৰভূ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤

  • @hemantadutta3339
    @hemantadutta3339 Год назад +3

    হে প্ৰভু, আহিবলগীয়া তিনিমহীয়া গৰ্ভাৱস্থাত থকা সন্তানটি যাতে সুস্থ শৰীয়ে এই পৃথিৱীলৈ কৃষ্ণৰ গুণানুকীৰ্তন কৰিব পাৰে বুলি আশা কৰিলো,আশীৰ্বাদ কৰিব।।

  • @Moromikuli-f1f
    @Moromikuli-f1f 8 месяцев назад

    বহুত ধুনীয়া লাগিল শুনি 🙏🙏🙏 আশিবাদ কৰিব মোৰ আহিবলগীয়া ‌সতানটো জাতে ভাল মানুহ হয় |

  • @simpysamor8751
    @simpysamor8751 Год назад +32

    কৃষ্ণ দয়াময় 🙏 মোৰ বৰ্তমান এটি ভগৱানৰ দান গৰ্ভত ধাৰণ কৰিছে। সেই দান যেন সুস্থ শৰীৰে ভাল হয় আপোনালোক সকলোৱে দয়া কৰি আশীৰ্বাদ কৰিব🙏🙏🙏🙏

  • @taralidas7069
    @taralidas7069 Год назад +1

    Krishna Krishna mur gorvot taka babytu guni gyani hoi jate vagoban.❤❤❤
    I

  • @poragboruah4156
    @poragboruah4156 Год назад +7

    🙏কৃষ্ণ🙏জয় জগত গূৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @gargitalukdar278
    @gargitalukdar278 8 месяцев назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু আশীৰ্বাদ কৰিবা কৃষ্ণ প্ৰভু

  • @TitongDevil-co3br
    @TitongDevil-co3br Год назад +3

    Mur gorbhot thoka hontantik Akhirbad diya probhu 🙏🙏🙏

  • @ritamonisaikia2793
    @ritamonisaikia2793 Год назад +10

    হে প্ৰভু মোৰ আজি বহুত দুখ লাগিছে আপোনাৰ ভাগৱত বাখ্যা শুনি আমি ভাল সময়ত সন্তান জন্ম দিব নোৱাৰি সেই কাৰণে আমি দুখিত।

  • @bornasriborman8437
    @bornasriborman8437 Год назад +1

    Aikhini kotha xuni bhout buji palu aru bhout mon tu khula hoi poril val lagile karona bhout bar xuni asu aru dibo anakua Krishna 🙏🙏🙏🙏

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 Год назад +11

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @Assamesegirl9864
    @Assamesegirl9864 Год назад +2

    Om nomu bhagabate basudebaye 🙏♥️🙏

  • @indrajitsaikia5809
    @indrajitsaikia5809 Год назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @Jcb3Dx-w7x
    @Jcb3Dx-w7x Год назад +2

    He probhu tumi soku meli saba aru.❤❤❤❤

  • @bhaktirsagor
    @bhaktirsagor Год назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ