Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Mr Basanta Patgiri, a genius of Assamese Lokogeet, earning glory to the entire Assam. God may prolong your life
অতি সুন্দৰ বহুত ধন্যবাদ প্রকৃত শিল্পী
Dhunia
Dhunia dada.
Oti Xundor Lokogeet, Apunar geet bur sorure pora xuni shisu, bahut priyo mur.
ধন্যবাদ
Bohut. Dhunia. Lagese. Patgiri. Da
ধন্যবাদ ভাই
একদম ধুনীয়া
ধুনীয়া হৈছে । ভাল লাগিল শুনি ।
আকৰ্ষণীয় লোকগীত শুনিবলৈ সমৰ্থ হলো।
পাটগিৰি ডাঙৰীয়া,বৰ ভাল লাগিল গীত টো ।আপোনাৰ সকলো গীতেই ভাল পাওঁ,স্পষ্ট সুমধুৰ কণ্ঠ ভগবানৰ দান আপোনালৈ ।ধন্যবাদ ,আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো।
অশেষ ধন্যবাদ
অতি সুন্দৰ ❤️❤️👌👌👌
আগতে লোকগীত বুলি কলে ভাল নালাগিছিল , এদিন আপোনাৰ কণ্ঠত শুনাৰ পিচৰ পৰা এতিয়া লোকগীত ৰ প্ৰেমত পৰিছোঁ, মোৰ এ মন যায় গাবলৈ । আপোনাৰ সুন্দৰ কণ্ঠ , কি মাত , কি সুৰ আৰু বিষেশকৈ গীতৰ শব্দ কি মজা, 👍
মূল্যৱান মন্তব্যৰ বাবে অশেষ ধন্যবাদ।
অতি সুন্দৰ ।কণ্ঠ সুৰ মিউজিক মিলি এক সুন্দৰ পৰিবেশন ।
এনেকুৱা উন্নত মানৰ লোকগীত আপোনাৰ পৰা আৰু বহুত আশা কৰিছোঁ ।ভগৱানে আপোনাক সহায় কৰক ।কৃষ্ণ....
সৰুৰে পৰা আপোনাৰ গান শুনি আহিচো। সুন্দৰ গান গায়
লোকসংগীতৰ পূজাৰীলৈ প্ৰণাম জনালোঁ আৰু এনেদৰে অসমৰ লোকসংগীতৰ ভৰাল চহকী কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত উজ্জ্বল তৰা হৈ জিলিকি থাকক তাৰেই প্ৰাৰ্থনা কৰিছোঁ 🙏🙏🙏
Nice
Basanta da, Tapan e koisu. 1990 year t e aapuni ji musical tructure t lokageet bor gaaise, xosakoi maniba lagibo aapunak ! bahut bahut dhanyabad apunak. Thank U. Mr Tapan Medhi from Pathsala Town.
চিনাকি টো ভালকৈ দিয়াচোন
বৰ সুন্দৰ !আপোনাৰ গীতবোৰ ৰেডিঅ দিনৰ পৰা শুনি আহিছোঁ | বৰ ভাল লাগে গীতৰ কথা, সুৰ, চহা মনৰ স্বতস্ফূতপ্ৰকাশ শৈলী | এইয়াই আমাৰ সংস্কৃতিৰ মহানতা,সমন্বয় আৰু সম্পদ | আপোনাৰ পৰা আৰু এনে সৃষ্টি আশা কৰি আপোনাৰ সুস্বাস্থ্যৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ | ভূপেন দাস, কুমাৰকটা লখিমপুৰ |উজ্জ্বল
ধন্যবাদ দাস ডঙৰীয়া। মন্তব্যই সুখী কৰিলে।
ধন্যবাদ |
ধুনীয়া হৈছে দাদা
Moja lagi Gol , mor lorali kalor monot pori Jay aaponar lokogeet hunile,bahut bhal lage aaponar lokogeet Bilalk Dada😍👌🏻👍🏻
@@basantapatgiriloksangitoff8970 your welcome sir😊
মই আপোনাৰ লোকগীত বহুত ভাল পাওঁ। অতি সুন্দৰ।
God blesh you.
আপোনাৰ প্ৰতিটো লোকগীতেই মোৰ অতি প্ৰিয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগেদি প্ৰচাৰিত আপোনাৰ লোকগীত বোৰ প্ৰায়েই শুনো।।(এতিয়াও)। ধন্যবাদ দাদা।
বহুত চহকী আপোনাৰ কন্ঠ আৰু গীতৰ কথা সুৰ।
Dada apunak log dhriboloi mon Jay iman dhuniya gan gai thake
ফোন কৰিবচোন।মোৰ ফোন নম্বৰ:::৯৯৫৭৯৮২১৭৬
Aji bahut gan sunilo ,kebal basanta patgirir
ৰাতিপুৱাই ভাল খবৰটো পালোঁ।মন ভৰি গ'ল।বহত বহুত ধন্যবাদ।ঠিকনা ফোন দিবচোন
Xundar dada
ভাল লাগিল শুনি
লোকগীত মোৰ খুব ভাল লাগে
Xundor
Mon prran jur pelai hasn't patgirir xomadhur kanthar lokgite .
❤❤
পাটগিৰীদেৱৰ কন্ঠ কিধুনীয়া
Sundar
আপোনাৰ কণ্ঠ আৰু গায়কীৰ সৌন্দৰ্য্যত সদায় মোহিত হওঁ...
Bahut dinon Murat sunilo santi
মোৰ অতিপ্ৰীয় এইটো
Dada apuni vale asene ...? patsalar kot ghar aponar.,
আছোঁ আছোঁ।বামাখাটা কেন্দুগুৰীত।আপোনাৰ?
Aji
Anekoi sokolu getore lyrics dibo chun.
🥰🥰
Bor hundar.enukuake video edit korile Bor dhunia lage.mai lalukar sharma
শৰ্মা ধন্যবাদ।কি খবৰ?
@@basantapatgiriloksangitoff8970 vl vl apunar
এই বোৰ লোকগীত চিৰদিন অমৰ হওক
বেছি পুৰণা কেছেট নেকি ,sound স্পষ্ট হোৱা নাই,গীত ভালেই । ধন্যবাদ ।
৩১ বছৰ পৰণি
NN
Mr Basanta Patgiri, a genius of Assamese Lokogeet, earning glory to the entire Assam. God may prolong your life
অতি সুন্দৰ বহুত ধন্যবাদ প্রকৃত শিল্পী
Dhunia
Dhunia dada.
Oti Xundor Lokogeet, Apunar geet bur sorure pora xuni shisu, bahut priyo mur.
ধন্যবাদ
ধন্যবাদ
Bohut. Dhunia. Lagese. Patgiri. Da
ধন্যবাদ ভাই
একদম ধুনীয়া
ধুনীয়া হৈছে । ভাল লাগিল শুনি ।
ধন্যবাদ
আকৰ্ষণীয় লোকগীত শুনিবলৈ সমৰ্থ হলো।
পাটগিৰি ডাঙৰীয়া,বৰ ভাল লাগিল গীত টো ।আপোনাৰ সকলো গীতেই ভাল পাওঁ,স্পষ্ট সুমধুৰ কণ্ঠ ভগবানৰ দান আপোনালৈ ।ধন্যবাদ ,আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো।
অশেষ ধন্যবাদ
অতি সুন্দৰ ❤️❤️👌👌👌
আগতে লোকগীত বুলি কলে ভাল নালাগিছিল , এদিন আপোনাৰ কণ্ঠত শুনাৰ পিচৰ পৰা এতিয়া লোকগীত ৰ প্ৰেমত পৰিছোঁ, মোৰ এ মন যায় গাবলৈ । আপোনাৰ সুন্দৰ কণ্ঠ , কি মাত , কি সুৰ আৰু বিষেশকৈ গীতৰ শব্দ কি মজা, 👍
মূল্যৱান মন্তব্যৰ বাবে অশেষ ধন্যবাদ।
মূল্যৱান মন্তব্যৰ বাবে অশেষ ধন্যবাদ।
অতি সুন্দৰ ।কণ্ঠ সুৰ মিউজিক মিলি এক সুন্দৰ পৰিবেশন ।
ধন্যবাদ
এনেকুৱা উন্নত মানৰ লোকগীত আপোনাৰ পৰা আৰু বহুত আশা কৰিছোঁ ।ভগৱানে আপোনাক সহায় কৰক ।কৃষ্ণ....
সৰুৰে পৰা আপোনাৰ গান শুনি আহিচো। সুন্দৰ গান গায়
ধন্যবাদ
লোকসংগীতৰ পূজাৰীলৈ প্ৰণাম জনালোঁ আৰু এনেদৰে অসমৰ লোকসংগীতৰ ভৰাল চহকী কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত উজ্জ্বল তৰা হৈ জিলিকি থাকক তাৰেই প্ৰাৰ্থনা কৰিছোঁ 🙏🙏🙏
Nice
Basanta da, Tapan e koisu. 1990 year t e aapuni ji musical tructure t lokageet bor gaaise, xosakoi maniba lagibo aapunak ! bahut bahut dhanyabad apunak. Thank U. Mr Tapan Medhi from Pathsala Town.
চিনাকি টো ভালকৈ দিয়াচোন
বৰ সুন্দৰ !
আপোনাৰ গীতবোৰ ৰেডিঅ দিনৰ পৰা শুনি আহিছোঁ | বৰ ভাল লাগে গীতৰ কথা, সুৰ, চহা মনৰ স্বতস্ফূত
প্ৰকাশ শৈলী | এইয়াই আমাৰ সংস্কৃতিৰ মহানতা,সমন্বয় আৰু সম্পদ | আপোনাৰ পৰা আৰু এনে সৃষ্টি আশা কৰি আপোনাৰ সুস্বাস্থ্যৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ | ভূপেন দাস, কুমাৰকটা লখিমপুৰ |
উজ্জ্বল