Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বৰ ভাল লাগিল ❤️🌹
Dhunia sir agoloi aru dibo enekowa gaan vl lagibo 🙏🏻🙏🙏
শুনি বহুত ভাল লাগিল ।
ধন্যবাদ
আমাৰ সম্পদ ❤❤
@@prasantabonia3469 ধন্যবাদ
এইটো গীত বহুদিনৰ পিছত শুনিলো, মনপ্ৰান জুৰ পৰি গল ।
😭 মোৰ এজন লগৰীয়া আছিল ১৯৮৮ ছনত একেলগত আমি দুয়োজনে আপোনাৰ এই লোকগীত সুনি বহুত ভাল লগিছিল আজি আকৌ শুনি বহুত ভাল লাগিল দাদা ।
@@gaurikalita7640 ধন্যবাদ
Very very nice song❤
গুৰুদেৱ মই মৰিগাঁও ৰ পৰা তৰুণ মহন্ত ই আপোনালৈ সেৱা আগবঢ়াইছো🙏🏻
আপোনালৈ ও মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।আপোনাৰ পৰিচয় টো দিব চোন
B. Patgiri's melodious tone created a new trend of Assamese folklore. May Almighty cherish his journey in the future.
বহুত বহুত ধন্যবাদ
Nice da
মন ভৰি গ'ল দাদা।
সেৱাহে
Bohut hunisilu horute cassate t. Monot pori goise loraliloi.
কন্ঠ শুনি কবলৈ ভাষা নাই , 👌👍
আপোনাৰ নম্বৰ দিব নেকি,
@@bhupalidevi7973 দিলোঁ বাৰু।ফোন কৰিব হয় দেই।
৯৯৫৭৯৮২১৭৬ বসন্ত পাটগিৰি।
@@basantapatgiriloksangitoff8970 নিশ্চয় কৰিম
Super, fantastic,mind blowing 👍
অতি সুন্দৰ গীত।
Berke poke
THANKS DADA VERY NICE SONG.
Val lagse
ভাল লাগিল
খুব ভাল লাগিল বহু বছৰ মুৰত শুনিবলৈ পালো। যেতিয়া একেবাৰে সৰু আছিলো সেই সময়ত আপোনাক এবাৰ লগ পোৱাৰ সৌভাগ্য হৈছিল এতিয়াও মনত আছে।
বহুত ধন্যবাদ ভাইটি।তোমাৰ ঘৰ ক'ত?
@@basantapatgiriloksangitoff8970 মোৰ ঘৰ সুন্দৰীদিয়াত । এতিয়া নাথাকোঁ বাৰু তাত।
অন্তৰস্পৰ্শী লোকগীত,প্ৰাণধালি পৰিবেশণ কৰিছে কাৰনে চিৰসুন্দৰ হৈ ৰব।
@@basantapatgiriloksangitoff8970ehh roti kœ😮8trrooir tried hicko8 eir uni eeiosf Ed r wooeejiir😊
জন প্ৰিয় গীত আজি বিছাৰি পালো
Best
শিল্পী পেঞ্চন লাভৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
দেহ মন জুৰাই যোৱা গীত, শুনিলে শুনি থাকিব মন যায়
Lokgeet bulile val lage ,agar parai aponar geet suni val pao ,aglai aponar suswastha dirghau kamana karilo ❤️❤️🙏
Congratulations dada
গানে পাগল কৰি দিলে মোক গায়ক জনলৈ মোৰ অশেষ ধন্যবাদ
বহুত বহুত ধন্যবাদ ভাই।
Moi je bohut val pau ai git 2. Cassate ulaute u bohut hunisilu....monot pori goise horukalor dinburoloi
1988 মানত আপোনাৰ কাষত কলসী ৰাধা কেছেট খনত এই গীতটো বাৰে বাৰে শুনিছিলো ।আজি সেই সুমধুৰ গীতটো আকৌ শুনি অতিকে ৰোমাঞ্চিত হৈছো ।আপোনাৰ দীৰ্ঘায়ু জীৱন আৰু উন্নতি কামনা কৰিছো ।মই আপোনাক হাৰে হিমজুৱে ভাল পোৱা মানুহ ।ধন্যবাদ ।আৰু বহুত আশা ৰাখিছোঁ আপোনাৰ পৰা । কৃষ্ণ.....
ধন্যবাদ। আপোনাৰ ঠিকনাটো দিবচোন
@@basantapatgiriloksangitoff8970 পদ্ম ৰাম ডেকা,জন্ম ঘৰ- কুসুমপুৰ(বাইহাটা চাৰিআলি )কামৰূপ,বৰ্তমান(স্থায়ী) ঠিকনা--নবপুৰ, মাজগাওঁ, তেজপুৰ ।cont.No.9706159825 .
P
শ্বেয়াৰ কৰিলো দাদা।
Nice 😍😍😍
hundor
নিভাজ মাটিৰ গোন্ধ থকা এইয়া প্ৰকৃত লোকগীত ইয়াত কতো আধুনিক যন্ত্ৰ বাদ্য নাই । সুন্দৰ সূদীৰ্ঘ ৩০ বছৰৰ মূৰত এই লোকগীত শুনিবলৈ পাইছো । কেছেটট শুনিছিলো । কেছেট বোৰ আছে যদিও ব্যৱহাৰ নাই ।ধন্যবাদ শিল্পী
@@balendas4259 ধন্যবাদ বলেন দাস।আছে ভালে?
ভাল লাগিল শুনি
Waw , so peculiar voice. Heart touching voice.
Bar val lagise gan bor shilpi janar magnl kamana thakil
এই বোৰ লোকগীত শুনিলে শুনি থাকিবৰ মন যায়
Out Standing Your Voice & Songs 🙏❤️❤️🙏 GOD BLESS YOU 🙏
খুৰা,লোকগীততি ভাল লাগিল। আগলৈও শুনিব পাম বুলি আশা কৰিছোঁ 🙏🙏🙏🙏
হব দিয়া
Basanta. Da. Very nice
Ei lookgeet ti moi agote hunisu atia youtube pai val lagise
তদানীন্তন কেছেটৰ পৰা শুনিছিলো।
Very nice sir
Unbelieveable fentastic
Eman xuola amar lokgeet xamuh
দাদা আপোনাৰ গান মোৰ প্ৰিয়।দিনে ৰাতি আপোনাৰ গীতেই শুনি থাকো
Atulanio kontho, sunile suni thakibor mon jai
কি বুলি ধন্যবাদ জনাম।🙏
Agot xoru thakute radiot baji thake..eitu gaan.
@@kamalbhuyan হয় হয়
কি কম অমৃত ময় সংগীত কবলৈ লিখিবলৈ ভাষা নাই
Godr goae
বৰ ভাল লাগিল ❤️🌹
Dhunia sir agoloi aru dibo enekowa gaan vl lagibo 🙏🏻🙏🙏
শুনি বহুত ভাল লাগিল ।
ধন্যবাদ
আমাৰ সম্পদ ❤❤
@@prasantabonia3469 ধন্যবাদ
এইটো গীত বহুদিনৰ পিছত শুনিলো, মনপ্ৰান জুৰ পৰি গল ।
😭
মোৰ এজন লগৰীয়া আছিল ১৯৮৮ ছনত একেলগত আমি দুয়োজনে আপোনাৰ এই লোকগীত সুনি বহুত ভাল লগিছিল আজি আকৌ শুনি বহুত ভাল লাগিল দাদা ।
@@gaurikalita7640 ধন্যবাদ
Very very nice song❤
গুৰুদেৱ মই মৰিগাঁও ৰ পৰা তৰুণ মহন্ত ই আপোনালৈ সেৱা আগবঢ়াইছো🙏🏻
আপোনালৈ ও মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।আপোনাৰ পৰিচয় টো দিব চোন
B. Patgiri's melodious tone created a new trend of Assamese folklore. May Almighty cherish his journey in the future.
বহুত বহুত ধন্যবাদ
Nice da
মন ভৰি গ'ল দাদা।
সেৱাহে
Bohut hunisilu horute cassate t. Monot pori goise loraliloi.
কন্ঠ শুনি কবলৈ ভাষা নাই , 👌👍
ধন্যবাদ
আপোনাৰ নম্বৰ দিব নেকি,
@@bhupalidevi7973 দিলোঁ বাৰু।ফোন কৰিব হয় দেই।
৯৯৫৭৯৮২১৭৬ বসন্ত পাটগিৰি।
@@basantapatgiriloksangitoff8970 নিশ্চয় কৰিম
Super, fantastic,mind blowing 👍
ধন্যবাদ
অতি সুন্দৰ গীত।
Berke poke
THANKS DADA VERY NICE SONG.
Val lagse
ভাল লাগিল
ধন্যবাদ
খুব ভাল লাগিল বহু বছৰ মুৰত শুনিবলৈ পালো। যেতিয়া একেবাৰে সৰু আছিলো সেই সময়ত আপোনাক এবাৰ লগ পোৱাৰ সৌভাগ্য হৈছিল এতিয়াও মনত আছে।
বহুত ধন্যবাদ ভাইটি।তোমাৰ ঘৰ ক'ত?
@@basantapatgiriloksangitoff8970 মোৰ ঘৰ সুন্দৰীদিয়াত । এতিয়া নাথাকোঁ বাৰু তাত।
অন্তৰস্পৰ্শী লোকগীত,প্ৰাণধালি পৰিবেশণ কৰিছে কাৰনে চিৰসুন্দৰ হৈ ৰব।
ধন্যবাদ
@@basantapatgiriloksangitoff8970ehh roti kœ😮8trrooir tried hicko8 eir uni eeiosf Ed r wooeejiir😊
জন প্ৰিয় গীত আজি বিছাৰি পালো
ধন্যবাদ
Best
শিল্পী পেঞ্চন লাভৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ধন্যবাদ
দেহ মন জুৰাই যোৱা গীত, শুনিলে শুনি থাকিব মন যায়
ধন্যবাদ
Lokgeet bulile val lage ,agar parai aponar geet suni val pao ,aglai aponar suswastha dirghau kamana karilo ❤️❤️🙏
ধন্যবাদ
Congratulations dada
ধন্যবাদ
গানে পাগল কৰি দিলে মোক গায়ক জনলৈ মোৰ অশেষ ধন্যবাদ
ধন্যবাদ
বহুত বহুত ধন্যবাদ ভাই।
Moi je bohut val pau ai git 2. Cassate ulaute u bohut hunisilu....monot pori goise horukalor dinburoloi
1988 মানত আপোনাৰ কাষত কলসী ৰাধা কেছেট খনত এই গীতটো বাৰে বাৰে শুনিছিলো ।আজি সেই সুমধুৰ গীতটো আকৌ শুনি অতিকে ৰোমাঞ্চিত হৈছো ।আপোনাৰ দীৰ্ঘায়ু জীৱন আৰু উন্নতি কামনা কৰিছো ।মই আপোনাক হাৰে হিমজুৱে ভাল পোৱা মানুহ ।ধন্যবাদ ।আৰু বহুত আশা ৰাখিছোঁ আপোনাৰ পৰা । কৃষ্ণ.....
ধন্যবাদ। আপোনাৰ ঠিকনাটো দিবচোন
@@basantapatgiriloksangitoff8970 পদ্ম ৰাম ডেকা,জন্ম ঘৰ- কুসুমপুৰ(বাইহাটা চাৰিআলি )কামৰূপ,বৰ্তমান(স্থায়ী) ঠিকনা--নবপুৰ, মাজগাওঁ, তেজপুৰ ।cont.No.9706159825 .
ধন্যবাদ
P
শ্বেয়াৰ কৰিলো দাদা।
ধন্যবাদ
Nice 😍😍😍
hundor
ধন্যবাদ
নিভাজ মাটিৰ গোন্ধ থকা এইয়া প্ৰকৃত লোকগীত ইয়াত কতো আধুনিক যন্ত্ৰ বাদ্য নাই । সুন্দৰ সূদীৰ্ঘ ৩০ বছৰৰ মূৰত এই লোকগীত শুনিবলৈ পাইছো । কেছেটট শুনিছিলো । কেছেট বোৰ আছে যদিও ব্যৱহাৰ নাই ।
ধন্যবাদ শিল্পী