জয় জয় দেৱ দামোদৰ।কামৰূপীয়া লোকগীত। বসন্ত পাটগিৰি,অচলা পাটগিৰি,সবিতা চৌধুৰী।

Поделиться
HTML-код
  • Опубликовано: 27 янв 2025

Комментарии • 43

  • @dalimidevi6072
    @dalimidevi6072 3 года назад +2

    আপুনি অসমৰ গৌৰৱ।

  • @asomiaasom6008
    @asomiaasom6008 Год назад

    জয় জগত গুৰু দেৱ দামোদৰদেৱ ।সুন্দৰ 🙏

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 2 года назад +2

    Vaa laagil .Krisna krisna krisna...

  • @khagendas7860
    @khagendas7860 2 года назад

    ধুনীয়া দেই

  • @rintumanideka3667
    @rintumanideka3667 3 года назад +1

    অতি সুন্দৰ দাদা |

  • @dalimidevi6072
    @dalimidevi6072 3 года назад +3

    শুভেচ্ছা জনালো

  • @khagendas7860
    @khagendas7860 2 года назад

    সুন্দৰ কন্ঠ ৷ ধন্যবাদ

  • @bitopankalita5562
    @bitopankalita5562 2 года назад

    অতি সুন্দৰ পৰিবেশন
    জয় গুৰু দেৱদামোদৰ

  • @mridudas450
    @mridudas450 Год назад

    ইমান সুন্দৰ কণ্ঠ

  • @mrinmoykalita659
    @mrinmoykalita659 Год назад +1

    জয় গুৰু দামোদৰ দেৱ 🙏🙏

  • @dalimidevi6072
    @dalimidevi6072 3 года назад +1

    অতি সুন্দৰকৈ পৰিবেশন কৰিলে। শুনি আপ্লুত হলো।

  • @bitopankalita7028
    @bitopankalita7028 Год назад

    অতি সুন্দৰ

  • @prabinsarma3306
    @prabinsarma3306 3 года назад

    Ati sundar

  • @dalimidevi6072
    @dalimidevi6072 3 года назад

    অতি সুন্দৰ পৰিবেশন।

  • @trailokyaroysinger9677
    @trailokyaroysinger9677 2 года назад

    মজা

  • @dalimidevi6072
    @dalimidevi6072 3 года назад +2

    আপোনাৰ মাতটো ইমান মিঠা, শুনিলে শুনিথাকিবৰ মন যায়।

  • @namitabarman6537
    @namitabarman6537 2 года назад

    সৰুতে আপোনাৰ লোকগীতেৰে আমাৰ ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল , এতিয়া আকৌ শুনিবলৈ পাই শৈশৱটো উভতি অহা যেন লাগিছে .... মোৰ ছোৱালীকো শিকাই আছোঁ এই আপুৰুগীয়া গীতৰোব

  • @khagendas7860
    @khagendas7860 2 года назад

    Very good. Thanks

  • @assamandme2418
    @assamandme2418 2 года назад +1

    দাদা আপোনাৰ গানটো শুনি মোৰ সেইদিন বোৰলৈ মনটো গুছি গোল, যেতিয়া মোৰ বয়স ১২ বছৰ মান আছিল, আজি মোৰ চকুপানী ৰাখিব পৰা নাই, আপোনাৰ গানবোৰ শুনি, এয়া হোল আবেগিক চকুপানী, আপোনাৰ গানে মোক সেই পুৰণি দিনবৰলৈ মনত পেলাই আবেগিক কৰি পেলালে দাদা

    • @basantapatgiriloksangitoff8970
      @basantapatgiriloksangitoff8970  2 года назад

      বৰ ভাল লাগিল।স্মৃতিবোৰ সাচি ৰখাৰ বাবে বহুত বহুত ধন্যবাদ

  • @pranitabaruah1238
    @pranitabaruah1238 3 года назад

    বহু দিনৰ মূৰত শুনিলোঁ।
    ভাল লাগিল দাদা।

  • @Mohangoswami-q5l
    @Mohangoswami-q5l 11 месяцев назад

    Very good

  • @gajenchoudhury5798
    @gajenchoudhury5798 3 года назад

    ভাল লাগিছে

  • @dibakarchpatgiri5802
    @dibakarchpatgiri5802 3 года назад +1

    বজালীখ্যাত পাটগিৰি দাৰ পুৰনি কন্ঠ শুনি আপ্লুত হলো , লগতে তেখেতলৈ অশেষ ধন্যবাদ জনালোঁ ।

  • @hridayanandatalukdar2831
    @hridayanandatalukdar2831 Год назад

    আগৰ দিনবোৰ ঘূৰি আহিল যেন লাগিছে

  • @phulmotinath5702
    @phulmotinath5702 2 года назад

    Ok

  • @bhupalidevi3667
    @bhupalidevi3667 3 года назад

    👍

  • @biswanath8914
    @biswanath8914 Год назад +1

    দামোদৰদেৱৰ আৰু গীত পাম বুলি
    আশা___ __!

  • @ritudayal5464
    @ritudayal5464 3 года назад

    আপ্লুত হলো।

  • @dalimidevi6072
    @dalimidevi6072 3 года назад

    বসন্তদা আপোনাৰ মাতটো শুনিলে হাইস্কুলৰ দিনলৈ উভতিযাওঁ

  • @dalimidevi6072
    @dalimidevi6072 3 года назад +2

    বহু নতুন গীত আমাক উপহাৰ দিব বুলি আশাৰে ৰৈ থাকিলো। কুশল কামনা কৰিলো আপোনাৰ।

  • @ajitroyajitroy7350
    @ajitroyajitroy7350 3 года назад

    Bahut dhanyabad patgiri daa. Kintu. Bhakti bhaba tari r ganbor sonkale die Jen. Plz plz...