Mridula Barua is one of the most talented,gracious ,elegant actress of Assamese cinema.. Her simlicity always wins the hearts of millions of Assamese audience....from my personal view this talented actor should be given responsibilities like film board or likewise by Assam Govt for the betterment of Assamese cine industry
Mridula Barua baidew Axomiya cinema r ataitkoi dhunia ,ataitkoi marjito bhabe Kapur poridhan kora abhinetri..Logote omayik aru talented..Teu Karu logot tulona nohoi..She is always no 1
Mridula baa mur bht bht priyo. Bhallgise vdo to sai❤🙏
বৰুৱা হ'ল বুলি আইমী জীয়ৰী হ'ব নেকি
Mridula Barua is one of the most talented,gracious ,elegant actress of Assamese cinema.. Her simlicity always wins the hearts of millions of Assamese audience....from my personal view this talented actor should be given responsibilities like film board or likewise by Assam Govt for the betterment of Assamese cine industry
Mridula Baruah bor bhal abhinetri asil morom loga❤
বহুত ভাল পাওঁ মৃদুলা বৰুৱা বাইদেউক ❤❤
মৃদুলা বৰুৱা অসমৰ বোলছবি জগতৰ শ্ৰেষ্ঠা অভিনেত্ৰী বুলি কলেও অত্যুক্তি কৰা নহ'ব।
ভিডিঅ'টো চাই ভাল লাগিল ।
অভিনেত্ৰী মৃদুলা বৰুৱা বাইদেউ মোৰ খুবেই প্ৰিয় । তেখেতৰ সুস্বাহ্য কামনা কৰিলোঁ লগতে অভিনয় জগতৰ লগত যেন তেখেত জড়িত হৈ থাকে তাৰে আশা ৰাখিলোঁ ।
Evergreen ladies Actor. Uninic Actor.
মৃদুলা বৰুৱাৰ লগত আইমি বৰুৱাক কিয় টানি আনিলে ! কোনো এটা সম্পৰ্ক নথকা কথাকলৈ অযথা ভিডিঅ' নবনাব।
মিদুলা বৰুৱাক মই 1975চনত কোনো এটি ক্ষনত বুৰৈ চাহবাগিচাৰ বাবু লাইনৰ কোৱটাৰত দেখা পাইছিলো। তেতিয়া ময় কলেজত অধ্যয়ন কৰি আছিলো। তেতিয়া মিদুলা বৰুৱাক দেখাত ধুনীয়া আছিল। তাৰ পিছত তেওঁ চিনামাত অভিনয় কৰে বুলি জানিব পালো। কিন্তু তেওঁৰ অভিনয় মই চোৱা নাছিলো।
মৃদলা বাৰ দৰে সহজ সৰল অভিনয় কমকৈ দেখা পাওঁ। মোৰ বহুত প্ৰিয় বাইদেউ জনী। বাইদেউৰ অভিনয় অকল প্ৰিয় নহয় তেওঁৰ সাজ পাৰ মেখেলা চাদৰৰ পিন্ধন বহুত প্ৰিয়। এওঁৰ দৰে ময়ো সাজপাৰ পিন্ধো মেখেলা চাদৰ বাইদেউৰ দৰে পিন্ধো।
Long live my favorate actress
Tumar voice hundor hoi
👍👍👍👍
মৃদুলা বৰুৱা বাইদেউৰ কথা জনাওক কিন্তু লগতে দয়া কৰি ভুল বাৰ্তা নিদিব দেই।
Mridula ba oti moromor.sundor obhinoy.dangor dighol jakot jilika Mridula baideu.suti sapor Aaimiee kenekoi hob jiyek?
Vll lgil dei
Great actorist
Mridula Barua baidew Axomiya cinema r ataitkoi dhunia ,ataitkoi marjito bhabe Kapur poridhan kora abhinetri..Logote omayik aru talented..Teu Karu logot tulona nohoi..She is always no 1
Aimee boruah ejoni item girl...khabo pari hepah poluwai
oo🎉
moja
Block বনাবলৈ আৰু নেপালে হবপায় ?আপোনাতকৈ চায় থকা ব্যক্তি সকলে বেছি জানে নিদিব ?
So sorry
তেও লৰা বা ছোৱালী নাই ও