LIVE | Guwahati Child Rescue Operation | হেৰাই গ'ল অবিনাশ | GMCHৰ মৰ্গত পৰিয়ালৰ কান্দোনৰ ৰোল | N18L

Поделиться
HTML-код
  • Опубликовано: 16 ноя 2024

Комментарии • 534

  • @birenkonwar9666
    @birenkonwar9666 4 месяца назад +160

    অতি দুখ লগা ঘটনা। ভাষা নাই কবলৈ। অবিনাশৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাথনা জনালো।

    • @pranitadevideka1090
      @pranitadevideka1090 4 месяца назад +3

      অতি দুখ লগা ঘটনা, তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ 🙏🏻

  • @bhadeswerchangmai9515
    @bhadeswerchangmai9515 4 месяца назад +46

    চকুলো আমাৰো সমানে বাগৰিছে।অবিনাশৰ আত্মাই শান্তুি পাওক

  • @anowara.begum23
    @anowara.begum23 4 месяца назад +19

    সন্তান হেৰুৱা বেদনা মাতৃয়ে হে বুজিব পাৰে 😭😭😭😭🙏🏻🙏🏻🙏🏻

  • @LovelyFlowerBouquet-om2vq
    @LovelyFlowerBouquet-om2vq 4 месяца назад +29

    বৰ দুখৰ খবৰ , অতি সোনকালেই নলা এই সমস্যাৰ সমাধান কৰক চৰকাৰে,এই ঘটনাই সকলোৰে দেহ মন দুখ লগাই গ'ল ।🥹🥹😭😭

  • @sibaninath8483
    @sibaninath8483 4 месяца назад +21

    হৃদয়বিদাৰক দৃশ্য। চকুৰপানী ধৰি ৰাখিব পৰা নাই। কিয় ইমান এটি নিস্পাপ শিশু ক লৈ গলা ভগৱান। কিয় ইমান নিস্থুৰ হলা তুমি?? অবিনাশ, তুমি যটেই আছা শান্তিত থাকা। তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক🙏

  • @rabindeka1185
    @rabindeka1185 4 месяца назад +18

    বহুত দুখ লাগিল নিস্পাপ শিশু টোক ভগৱানে চকু মেলি নেচালে । পৰিয়াল তোলৈ সমবেদনা thakil ।

  • @PuspaBorah-p7n
    @PuspaBorah-p7n 4 месяца назад +15

    কৃষ্ণ ভগৱান অতি হৃদয়বিদাৰক পৰিস্থিতি নাকান্দি থাকিব নোৱাৰিলো অন্তৰৰ পৰা চকুত চকুৰ পানী ৰখাব নোৱাৰিলো ৷ ভগৱান পৰিয়ালটিক সাহস আৰু ধৈৰ্য দিয়ক এইয়াই প্ৰাৰ্থনা৷

  • @_axomia_lora_2624
    @_axomia_lora_2624 4 месяца назад +17

    যাৰ হেৰাই সেইজনে গম পায় হেৰুওৱাৰ যাতনা কিমান? এয়া ভগৱন্তৰ নিৰ্ণয়।এই পৃথিৱীত ভগৱন্তই মনুষ্যক যিমানটা উশাহ লবলৈ পঠায় সিমানটাই উশাহ লব তাতকৈ এটাও উশাহ বেছি লব নিদিয়ে। ভগৱন্তৰ সংবিধান কেতিয়াও সংশোধন কৰিব নোৱাৰে। মৃতকৰ আত্মাই বৈকুণ্ঠত স্থান লাভ কৰক।

  • @snehalatabaro1603
    @snehalatabaro1603 4 месяца назад

    অবিনাশৰআত্মা চিৰশান্তি লাভ কৰক এয়ে ভগবানৰ ওচৰত কামনা কৰিলো

  • @ruhinigogoi827
    @ruhinigogoi827 4 месяца назад +146

    পৰিয়ালটোৰ পৰা প্ৰশাসনে সাংবাদিক সকলা আতঁৰাই ৰাখক । আৰু নজ্বলাব !!

    • @anowara.begum23
      @anowara.begum23 4 месяца назад +11

      হয় দেই

    • @rekhadutta5035
      @rekhadutta5035 4 месяца назад

      ​@@anowara.begum23%q😮😮😮😅😅😮😮😅😢😢😢😢😢😢😮

    • @bbsgaming5156
      @bbsgaming5156 4 месяца назад +3

      হয় এওলোকে জ্বলি থকাতো হে যেন বিচাৰে

    • @rihanali1670
      @rihanali1670 4 месяца назад +1

      🎉l

    • @chayanikakalita-qu4cc
      @chayanikakalita-qu4cc 4 месяца назад

      Hoi dei

  • @debajittalukdar1
    @debajittalukdar1 4 месяца назад +2

    অতি হ্ৰদয় বিদাৰক কথা, অবিনাশৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনাৰে নেদেখা জনৰ প্ৰাথনা কৰিলোঁ আৰু GMD লৈ মোৰ কাতৰ অনুৰোধ যাতে ভৱিষ্যতে আপোনালোকৰ হেমাহিৰ কাৰনে আৰু এনেকুৱা দ্বিতীয় এটা অবিনাশ মৃত্যু মুখত পৰিব লগা নহয়৷

  • @riturajkalita2767
    @riturajkalita2767 4 месяца назад

    বৰ মৰ্মান্তিক খবৰ।
    অবিনাশৰ আত্মাই চিৰশান্তি লাভ কৰক।

  • @MonjulaDevi-du4te
    @MonjulaDevi-du4te 4 месяца назад +4

    সান্তনা দিয়াৰ ভাষা নাই অবিনাশৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কামনা কৰাৰ লাগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।
    এইদৰে কোনো এজনৰ মৃত্যু হ'লে আমি সকলোৱে কামনা কৰো যাতে এয়াই শেষ মৃত্যু হওক আৰু চৰকাৰ প্ৰশাসনক বাৰম্বাৰ বিহিত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনোৱা হয় যদিও, চৰকাৰ প্ৰশাসনে মানুহৰ জীৱনক লৈ কোনো উদ্বিগ্নতা নাই নিবিকাৰ নিলিপ্ত। আশা কৰো ইয়াৰ পিছত চৰকাৰ প্ৰশাসনৰ সুমতি উদয় হ'ব।

  • @beautymohan7216
    @beautymohan7216 4 месяца назад +12

    জীৱিত অৱস্থাত পাব বুলি ভাবি আছিলোঁ।ভগৱান ওচৰত প্ৰাথনা কৰিছিলোঁ।

  • @uvievlogs6010
    @uvievlogs6010 4 месяца назад

    Hey probhu abhinash baba tumi jote asa bhale thaka... Ako jonmo diye jen tumak bhogobane,... Om Shanti 🥹😭🙏 Radhe Radhe

  • @MinaBarman-yq3dx
    @MinaBarman-yq3dx 4 месяца назад +6

    যতে আছা শান্তিৰে থাকএয়াই ভগৱানৰ ওচৰত প্ৰাথনা জনালোঁ মা টাটাৰ সাহস দিয়ক

  • @OpiMunuGogoi
    @OpiMunuGogoi 4 месяца назад +28

    অবিনাশৰ আত্মাই শান্তি পাওঁক প্ৰভু😢

  • @ShantanaRajkhowa
    @ShantanaRajkhowa 4 месяца назад +2

    প্ৰশাসন তাৰ বাবে সম্পূৰ্ণ জগৰীয়া ,

  • @Flutist_Bornil_Hazarika
    @Flutist_Bornil_Hazarika 4 месяца назад +13

    অবিনাশৰ আত্মাৰ সদগতি কামনা কৰিলো 🙏🏻

  • @tutumanibarman5384
    @tutumanibarman5384 4 месяца назад +10

    বহুত দুখ লগা ঘটনা।এনে ঘটনা দ্বিতীয় বাৰ যাতে কাৰো লগত নকৰে ভগৱানে।চকু পানী ধৰি ৰাখিব নোৱাৰিলোঁ 😭😭😭😭😭মাক জনিক ধৰিবলৈ কোনো এগৰাকী মহিলা নোলালনে । কিছুমান ঘটনা চাই এনে লাগে ভগবান নাই ভগবান বৰ নিষ্ঠুৰ 😢😢😢।

  • @bharatibarkataki7592
    @bharatibarkataki7592 4 месяца назад +7

    সহ্য কৰিব নোৱাৰা দুখ ৷ সাংবাদিকসকলৰ এতিয়াও পৰিয়ালক প্ৰশ্ন সুধি শেষ হোৱা নাই , কি আচৰিত !!

  • @prodipbora2752
    @prodipbora2752 4 месяца назад +26

    অবিনাশৰ আত্মাৰ সদগতি কামনা কৰিলো।

    • @AnjaliDevi-ce8sr
      @AnjaliDevi-ce8sr 4 месяца назад +1

      অভিনাশৰ আত্মা ই শান্তি পাওক ভগবানৰ ওচৰত প্ৰাথনা কৰিছো। বেদনা দুখ কি ভোক্ত ভোগিৱেহে গম পায়।

  • @brahmanandadutta7357
    @brahmanandadutta7357 4 месяца назад +3

    এইয়াই অসমৰ প্ৰকৃত উন্নয়নৰ চবি, নলাৰ পানীত উটি এটি কনমানিৰ মৃত্যু।

  • @robeendas3623
    @robeendas3623 4 месяца назад +11

    Bohut Bohut dukhdayok Durghotona.😢😢sokur paani dhori rakhibo nuwarilu😢😢.He Bhogowan ane Durghotona karu logotei hobo nalage.Om santi,Om santi,Om santi.

  • @tarundas7535
    @tarundas7535 4 месяца назад

    হে প্ৰভু দুখ যেতিয়া দিছাই সহ্য কৰিবলৈও আমাক শক্তি দিয়া। এনে দুখ যাতে কাকো পুনৰ নিদিয়া প্ৰভু।

  • @vandyavlogs
    @vandyavlogs 4 месяца назад +1

    এই ঘটনাৰ পৰা এটাই শিকিব লগীয়া কথা যে অতি মাত্ৰা বৰষুণত গুৱাহাটী বাসি গৃহ বন্দী হৈ থকাতো দৰকাৰ ।নহলে এনে ঘটনা সঘনাই হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে । কাৰণ প্ৰশাসনে পৰ্যাপ্ত সুবিধা দিব নোৱাৰে জনসাধাৰণক। মুক্ত নলা নৰ্দমা আদি বোৰ এতিয়া মৰণ ফান্দ সমগ্ৰ গুৱাহাটীতে।

  • @HariThapa-b8d
    @HariThapa-b8d 4 месяца назад

    অতি দুখ লগা ঘটনা, এই ঘটনা যাতে আমাৰ অসমৰ অন্তিম ঘটনা হওঁক..😭😭😭

  • @RupaDevivlog
    @RupaDevivlog 4 месяца назад

    বৰ দুখ লগা ঘটনা ভগৱানে মা দেউতা ক শক্তি দিওক 😢😢

  • @ruma_s
    @ruma_s 4 месяца назад

    বর দুখ লাগিল আত্মাৰ সদগতিৰ কামনা কৰিলোঁ ওম শান্তি 🙏🙏🙏

  • @bibhadas5050
    @bibhadas5050 4 месяца назад +4

    কণমানি অবিনাশৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ।ই অত্যন্ত দু:খ জনক ঘটনা,পুনৰ যাযে ঘটিবলৈ নাপায় চৰকাৰ আৰু জনসাধাৰণ সকলোৱে সজাগ হওক।

  • @JMRsmaya
    @JMRsmaya 4 месяца назад

    কিমান মৰ্মাহত দৃশ্য চাই নিজকে বুজাব পৰা নাই ,ভাষা হেৰাই গৈছে। অবিনাশ তুমি যতেই থাকা তোমাৰ আত্মাই চিৰশান্তি পাওক🙏🙏🙏

  • @tunmonidutta5249
    @tunmonidutta5249 4 месяца назад

    অবিনাশৰ আত্মাই চিৰশান্তি লাভ কৰক ভগবান ওচৰত প্ৰাৰ্থনা জনাইছো 🙏🙏🙏

  • @bipulsaikia7415
    @bipulsaikia7415 4 месяца назад +5

    গুৱাহাটীৰ মহানগৰীত থকা লোক সকলৰ আমাৰ গাঁওত বাস কৰা লোক সকলোতকৈ নিৰাপত্তা নাই কিয় কাৰ সেমাহীৰ কাৰনে এনেকুৱা ঘটনা হৈ থাকে ভাবিব নোৱাৰো।শেষত সেই কনমানিতিৰ আত্নাই চিৰশান্তী পালক তাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো আৰু পৰিয়াল বগলৈ সমবেদনা জনালো কৃষ্ণ 🙏🙏🙏।

  • @MinuKoch-oj5vd
    @MinuKoch-oj5vd 4 месяца назад

    অবিনাশ ৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো 🙏🙏🙏

  • @runuroy2560
    @runuroy2560 4 месяца назад

    Bhut bya lagil.. Kandi lb lga hl o.বাবুৰ আত্মাই শান্তি লাভ কৰক🙏

  • @RojoniProvaBoruah
    @RojoniProvaBoruah 4 месяца назад +35

    খবৰটো শুনি বৰ দুখ লাগিল।শ্লেপবিলাক নলাত দিব লাগে। মানুহৰ জীৱন লোৱালৈ ৰৈ থাকিব নালাগে।😭😭😭😭😭😭😭

    • @parishmitachoudhury930
      @parishmitachoudhury930 4 месяца назад +4

      Heitu Nola paharor pora Pani boi aha Nola tene nolat slap dibo nuwari jihetu paharor pora Pani tu boi ahi tat pore...

    • @simakalita1347
      @simakalita1347 4 месяца назад

      Saklo maak bape ki xabodhan howatu Val atlist banpanir time' t ..

  • @pratimakurmi4965
    @pratimakurmi4965 4 месяца назад

    বৰ দুখ লগা ঘটনা, অবিনাশৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো।

  • @pabitrakalita3979
    @pabitrakalita3979 4 месяца назад +1

    হে ভগৱান আপুনি ইমান নিষঠুৰ নহৱ প্ৰভু সৰু লৰাটো মাক দেউটাকৰ পৰা কাৰি লৈ গল ! আৰু কনো মাক দেউটাকৰ কলা শুধা নকৰিব প্ৰভু আপোনাৰ ওচৰত মিনতি কৰিলো প্ৰভু । ঔম শান্তি

  • @statusworld3267
    @statusworld3267 4 месяца назад

    ইমান দুখ লগা ঘটনা, চাব পৰা নাই। ঈশ্বৰে কণমানি টিৰ আত্মাক চিৰ শান্তি দিয়ক। 🙏🙏🙏

  • @KayomAli-r6i
    @KayomAli-r6i 4 месяца назад +12

    😭😭😭😭😭🙏🙏🙏🙏 বহুত আশা কৰিছিলো ল'ৰাটো জীৱীত অবস্থাত পাব বুলি বহুত প্ৰাৰ্থনা কৰিছিলো ভগৱানৰ ওচৰত ল'ৰা জন নাই বুলি এতিয়াও সহজ ভাবে মানি ল'ব পৰা নাই 🙏🙏🙏🙏😭😭😭😭

  • @padmasaikia5624
    @padmasaikia5624 4 месяца назад

    বৰ দুখ লাগিল দেই এনেকুৱা ঘটনা আৰু যাতে কাৰো নঘটে ভগবান। অবিনাশৰ আত্মাৰ সদগতি কামনা কৰিলো। ৰাতি দহ বজাত ঘটনাটো নোহোৱা হ'লে ল'ৰাটো বিচাৰিব পৰা হ'ল হেঁতেন।

  • @JurimaKhatun
    @JurimaKhatun 4 месяца назад

    Bohut. Dukh. Lagil
    Abinash. Atmai. Shanti
    Pagol😭😭😭😭😭😭

  • @mamoniborah8809
    @mamoniborah8809 4 месяца назад +20

    দুখলগা ঘটনা।অবিনাশৰ আত্মাই চিৰশান্তি লাভ কৰক।

  • @BimalaGogoi-q8j
    @BimalaGogoi-q8j 4 месяца назад +6

    ভাষা নাই ক'বলৈ, মৃতকৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰেই কামনা কৰিলোঁ ঔম শান্তি।

  • @vltmanashff
    @vltmanashff 4 месяца назад

    Bhogvane maak aru dewtak shahox diyok .Abinashr atmai siroshanti lavkork🙏🙏

  • @jyatiblogs8589
    @jyatiblogs8589 4 месяца назад

    😢 কৃষ্ণ 🙏
    বহুত দুখ লগা 😢

  • @BhaskarKalita-h4r
    @BhaskarKalita-h4r 4 месяца назад +1

    নাৰেংগীৰ পৰা পানীখাইতী হৈ চন্দ্ৰপুৰ ৰাস্তা টো গাত আৰু গাত, এইয়া গুৱাহাটী মহানগৰীৰ

  • @pranitadas2910
    @pranitadas2910 4 месяца назад

    বহুত কন্দিলো।

  • @mriduladeka5815
    @mriduladeka5815 4 месяца назад

    হে ভগৱান কোনো মাতৃক যেন এনেকুৱা আৰু দুখৰ নেদিয়ে।

  • @niyorgamer8824
    @niyorgamer8824 4 месяца назад

    Om Shanti.Abinashr aatmaai siroshanti Pai jen

  • @Ankur66984
    @Ankur66984 4 месяца назад +11

    পৰিয়ালটোক শক্তি দিয়ক ঈশ্বৰে🙏

  • @junuboruah-jl4ls
    @junuboruah-jl4ls 4 месяца назад

    অবিনাশ ৰ আত্মাই শান্তি পাওক বহুত দুখৰ খবৰ

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi 4 месяца назад

    ভাষা নাই সমবেদনা জনাবলৈ ! কি মৰ্মান্তিক ঘটনা !!

  • @dilipkumardas2065
    @dilipkumardas2065 4 месяца назад

    অবিনাশৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক । ওঁম শান্তি! ওঁম শান্তি!!

  • @shayanikakalita4960
    @shayanikakalita4960 4 месяца назад

    Om Shanti 🙏 😢

  • @nityagogoi478
    @nityagogoi478 4 месяца назад +1

    এই খনেই স্মাৰ্ট চিটি নহয়নে বাৰু ? বন্ধু সকল ৷

  • @puspadhardowarah1932
    @puspadhardowarah1932 4 месяца назад +2

    জীবিত অবস্থাত নাপালেও মৃত অবস্থাত পোৱা গল। মৃতকৰ পৰিয়ালৰ"লগতে আমিও দুখৰ সমভাগী হৈছো।মৃত আত্মাৰ সদগতি কামনা কৰিলো।

  • @satyajitphukan9790
    @satyajitphukan9790 4 месяца назад +1

    মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো

  • @GautamSonowal-n8c
    @GautamSonowal-n8c 4 месяца назад +1

    বহুত দুখৰ কথা। মোৰো দুখ লাগি চকু পানী ওলাই গৈছে। ইয়াৰ বাবে চৰকাৰ সম্পূৰ্ণ জগৰীয়া। চৰকাৰে নলাৰ ওপৰত পকা প্লেটবোৰ লগাই দিব লাগিছিল। তেতিয়া সুৰক্ষা হয়।

  • @rinakakoty5355
    @rinakakoty5355 4 месяца назад +1

    very sad news .rest in peace❤😢

  • @HRITIK_05
    @HRITIK_05 4 месяца назад

    অবিনাশৰ আত্মাই চিৰশান্তি লাভ কৰক ওম শান্তি 🙏

  • @binitamahanta7567
    @binitamahanta7567 4 месяца назад

    Ki kom vakha ny kabaloi. Abinash atmay shanti powk tarei kamona korilo 🙏🙏🙏

  • @LakhiramMurah-i9f
    @LakhiramMurah-i9f 4 месяца назад

    অতি দুখৰ বিষয় প্ৰভু ভগৱান সহপৰিয়ালক সহায় কৰাক😢😢😢😢।

  • @MadhabBordoloi-mf3kb
    @MadhabBordoloi-mf3kb 4 месяца назад +1

    ইয়াত কৈ বেদনাদায়ক আৰু কি হব পাৰে, ভগৱানক। প্ৰাথনা জনাইছোঁ তাক যাতে সদগতি প্ৰদান কৰে কৃষ্ণ,

  • @SarajuDevi-ch7bx
    @SarajuDevi-ch7bx 4 месяца назад +1

    ৰাজপৰিয়ালৰ সন্তানৰ লগত এনেকুৱা ঘটনা হলেহে বুজি উঠিব ।

  • @sanjibnath9681
    @sanjibnath9681 4 месяца назад +7

    Om shanti 😭😭

  • @LakshmanKrRay
    @LakshmanKrRay 4 месяца назад +1

    বৰ দুখ লাগিল ॥ ইয়াৰ বাবে দায়ী চৰকাৰ ? গুৱাহাটীত যিমান নলা আছে গোটেই বৰতে জালি দিয়ক চৰকাৰৰ টকাবোৰ কত যায় ?

  • @joligoswami3870
    @joligoswami3870 4 месяца назад +2

    Bht dukh lga ghotna ...sukur pani dhori rakhibo pra niii..maak deutakok bhagobane xakti diyok...omm shanti..🙏🙏🙏🙏

  • @barnalideka6511
    @barnalideka6511 4 месяца назад

    😭😭😭😭😭🙏হে ভগবান 🙏

  • @arfinimran74644
    @arfinimran74644 4 месяца назад

    🥺 Om Shanti 🥺

  • @nikhilnath7840
    @nikhilnath7840 4 месяца назад

    Vogobane anekua ghotona karu lgt nokoruk ru ovinasor aatmai shanti pauk 🙏🙏🙏😥

  • @dkonwar427
    @dkonwar427 4 месяца назад

    Om shanti om shanti 🙏🏻

  • @porideka6957
    @porideka6957 4 месяца назад +1

    Konmani tu jotei asa vale thkok.bht bya lgil news to sai.

  • @tilutammaborah6620
    @tilutammaborah6620 4 месяца назад

    খবৰ তো সঁচাকৈ বৰ হৃদয় বিদাৰক 😢😢সাংবাদিক সকলে ভিদিঅ কৰে কৰক কিন্তু পৰিয়ালৰ মানু্হক বিভিন্ন প্ৰশ্ন আৰু কথা কেনেকৈ সুধি থাকিব পাৰে বাৰু 😢😢🙏🙏পৰিয়ালৰ লোক সকলক জীয়াই থাকিবলৈ সাহস আৰু শক্তিদিয়া ভগৱান 🙏🙏

  • @Gunakantaboruah-up5vc
    @Gunakantaboruah-up5vc 4 месяца назад +1

    বৰ দুখ লগা ঘটনা।অবিনাশৰ আত্মাই চিৰ শান্তি লাভ কৰক।
    কান্দি গলো।

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr 4 месяца назад +1

    পিতৃ-মাতৃৰ তথা ককাকৰ লগত মৃত অভিণাশ লগ হোৱাৰ বাবে আমাৰ পৰিয়ালৰ বৰ আনন্দ অনুভৱ হৈছে।আমাৰ কামণা এইটোৱে আছিল। আগলৈ এনেকুৱা যাতে আৰু কাৰোবাৰ নহয় এইটোৱে কম।

  • @mdhalaluddintapadar618
    @mdhalaluddintapadar618 4 месяца назад +4

    Allah avinask ka atma santi rakhe. Aur unka pitri. Matri ko bi dil ko santi rakhe

  • @monuranjan5311
    @monuranjan5311 4 месяца назад

    বৰ দুখ লগা ঘৰ্তনা

  • @joybabusingha1999
    @joybabusingha1999 4 месяца назад

    অবিনাশৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো৷

  • @rubibora8597
    @rubibora8597 4 месяца назад

    অতি হৃদয় বিধায়ক দৃশ্য সছাকৈ চাই থাকিব পৰা নাই অ

  • @nayanmani1131
    @nayanmani1131 4 месяца назад

    বৰ মৰ্মান্তিক ei ঘটনা ,

  • @MIYACHAANLAI
    @MIYACHAANLAI 4 месяца назад

    খবৰ টো,শুনি,বহুত,দুখ,পাইছোঁ,অবিনাশ,চিৰ,শান্তি, ত,থাকক

  • @Chitralekhagogoi1965
    @Chitralekhagogoi1965 4 месяца назад

    অতিশয় কৰুণ ঘটনা ।অবিনাশৰ পৱিত্ৰ আত্মাই চিৰ শান্তি লাভ কৰক।

  • @sunmoninath6327
    @sunmoninath6327 4 месяца назад

    Bohut dukh lagise montu abinasor atmai khanti pauk 😢😢😢😢😢😢😢😢😢😢😢😢rip

  • @jitakalita5034
    @jitakalita5034 4 месяца назад

    Oh vogban kiyo iman nisthur bisar kiyo nokora🙏🙏

  • @MinotiPb
    @MinotiPb 4 месяца назад

    Bohut dukh loga dei abinashor atmai Santi paok.

  • @binitachakraborty9824
    @binitachakraborty9824 4 месяца назад

    তুমি যটেই থাকা শান্তি ত থাকা।তোমাৰ আত্মাই শান্তি পাব।

  • @KakaliDeka-oc1fg
    @KakaliDeka-oc1fg 4 месяца назад

    চকুলো ৰখাব পৰা নাই😭😭😭😭 এগৰাকী মাতৃ হৈ অনুভৱ কৰিব পাৰিছো এই বেদনা

  • @rakhaldutta9601
    @rakhaldutta9601 4 месяца назад

    হে ভগবান নিষ্পাপ শিশুক কিয় লৈ গলা তেও কি পাপ কৰিছিল চীরদিন মা দেউতা স্বজন পৰিজন কাঁদিব লগা হল হে ভগবান কনমানিকৰ আত্মাক শান্তিতে ৰাখিব সেয়ে তোমার চৰনত প্রার্থনা কৰিছু | এই ভিডিও যোনে যোনে চাইছে মা দেওতাক কমেন্টে শান্তনা দিয়ক আৰু কনমানিকর আত্মার চীৰ শান্তি কামনা কৰিব গোটেই পৰিবাৰ ভালেই থাকক |

  • @BharatiDekaBharatiDeka-bl1ku
    @BharatiDekaBharatiDeka-bl1ku 4 месяца назад

    বহুত দুখ লাগিছে ভিডিঅ'টো চাই

  • @moshmibarman7661
    @moshmibarman7661 4 месяца назад

    Powerfull sarkar

  • @surenpawe2169
    @surenpawe2169 4 месяца назад

    অতি দুখ লগা

  • @junalibhuyan8819
    @junalibhuyan8819 4 месяца назад

    Bahut dukh lagil।anekoa jate aru Karu lgt nahai।Abinash atma xanti paok😢।

  • @begumkalaigaon2647
    @begumkalaigaon2647 4 месяца назад

    Bahut bahut dhanyawad thakil mukhya mantri sir o loi aru pulice prakhaxaniy lok xokoluloi aji aponalokar karne lora tu bisari poa gol iman xini j help karile family tu loi . abinash r atmai jen siroxanti lav kare tare vagawanar osarat parthana karilu.

  • @sunitadeka3189
    @sunitadeka3189 4 месяца назад +10

    Om shanti !

  • @ponchmikarmakar9256
    @ponchmikarmakar9256 4 месяца назад

    , ভাষা নাই কব লগা বৰ দুখ লগা ঘটন 😭

  • @bollywoodactoranandofficial
    @bollywoodactoranandofficial 4 месяца назад +1

    Himanta Biswa Sarmah Government Jawab Diyok.
    Kene Kua Aei Rokom Ghotona Guwahatit Ghotil.

  • @pareshmech3760
    @pareshmech3760 4 месяца назад +1

    সাংবাদিকৰ অত্যাচাৰত মাক্স লগাইছে নেকি ?

  • @majorchaporitalahi7546
    @majorchaporitalahi7546 4 месяца назад

    আৰু দুখ নিদিব আমিও ধয্য হেৰুৱাইছো । লখিমপুৰ পানী গাঁও

  • @mridusmitasaikia7123
    @mridusmitasaikia7123 4 месяца назад

    হে ঈশ্বৰ সহিব পৰা নাই 😢