Bora Dhanor Kothiya | Rupam Das | Kamalika Kashyap | Apurba Jaan| New Music | Assamese New Song 2024
HTML-код
- Опубликовано: 20 сен 2024
- Stereo Music presents new Assamese Bihu song Bora Dhanor kothiya. Subscribe @rupamdasofficial1106
Booking For Live Shows : 8011757015 / 9365236171
◾Song Title - Bora Dhanor kothiya
◾Album - Lahori Vol 10.. 2024
◾Singer - Rupam Das, Kamalika Kashyap
◾ Lyrics - Rupam Das
◾Tune - Rupam Das
◾ Music - Apurba Jaan
◾ Mix & Mastered - Jintu Bordoloi
◾Flute - kailash Rabha
◾Lyrical Video - Mintu Saikia - 9101776785
◾Cover - Partha Jit Hira
◾️Music Label: D10 Media Network
Special thanks:
Sunit Gogoi, Ritupan, Babu Das, Manuranjan Das, Dimpal Punya, Mintu Saikia, Dhanti Das, Mamon gogoi, Antora Das, Ariyan, Kashyap, Sasil burhaguhai, Milan moran, Jun Das, Manuj Das, Bisitra Das, Dhunmoni kalita, Pronab Nixat, Ratul Gogoi, Mukunda Gogoi, Maina Gogoi
Listen to Bora Dhanor Kothiya (From" Lahori 2024") on -
JioSaavn: www.saavn.com/...
Wynk Music: wynk.in/u/qTVA...
Spotify: open.spotify.c...
Amazon Prime Music -kothiya-from-lahori-2024/1723135615?i=1723135616&ls
Gaana: gaana.com/song...
Apple Music: music.apple.co...
Instagram reels: / 1297039984300711
সুন্দৰ আৰু শুনিও ভাল লাগিল বিহু গীতটো শুনি খুবেই ভাল পালোঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ, বিহু গীতটো শুনি খুবেই ভাল পালোঁ, কিন্তু মোৰ মনটো কৰবালৈ উৰা মাৰিলে তোমাৰ কথা কে আওৰাই দিলত,,, বৰা ধানৰ এঠা লাগিলে তো এৰাব নোৱাৰা কৈ,
বিহু গীত হলে এনেকুৱা সব লাগে,, ভাল লাগিলে শুনি, পুৰনি দিন বোৰ ঘূৰি অহা যেন লাগিছে গীত টো শুনি ,২০০২, ২০০৩ ,মানত বিহু গীতৰ ধাৰাটো যেনে কোৱা আছিল আজিও আপোনাৰ বিহু গীত টো তেনেকুৱা লাগিছে ধাৰাটো 🔥🔥🔥
Mjh dada
বৰ ধুনীয়া দাদা আৰু ছোৱালীৰ গৰাকীৰ কণ্ঠ ভিতালি বাই গোৱা দৰে লাগিছে😢❤❤❤❤🎉
Vitali baideu jiek
Moja kokai
সুন্দৰ হৈছে ! বিশেষকৈ কমলিকাৰ কণ্ঠই সোণত সুৱগা চৰাইছে ।
কমলিকাৰ গীতটো শুনি খুবেই ভাল পালোঁ, গীতটোত জাতিৰ পশংশা সুন্দৰ কেওলাইছে
অতি সুন্দৰ ৰূপম দাৰ কাৰণে এটা লায়েক।
সুন্দৰ হৈছে ৰুপম দাসৰ গীতে পুৰনা দিনলৈ মনত পেলাই দিয়ে আশীৰ্বাদ কৰিছো আৰু আগুৱাই যোৱা লগতে ভিটালি বালৈ মনত পৰি গৈছে
মৰমৰ ভিতালীক ঘূৰাই পাইছোঁ, বহুত ভাল লাগিছে শুনি,শুভ কামনা জনালোঁ,শ্ৰোতাই অতি সাদৰেৰে আদৰি ল'ব ❤
সচাই ভিতালী বাইদেউ আমাৰ মাজত আছে..ভনী আগোৱাই যোৱা ..দাদা আপোনাৰো বহুত ভাল হৈছে কন্ঠ
কমলিকাৰ কণ্ঠ মানিব লগীয়া। সছাকৈ বৰ ভাল লাগিল ৰূপমদা। কেৰেলাৰ পৰা মৰম জাছিলো ❤❤❤
ভিতালী বাক পুনৰুজ্জীৱিত কৰি তোলা কমলিকাৰ কণ্ঠত সঁচাই হেৰাই যোৱাবোৰ ঘূৰাই পাইছোঁ! ভাল লাগিছে,বহুত সুন্দৰ কণ্ঠ❤
এইবাৰহে বিহু জমিব। Love from sivasagar.
ধুনীয়া লাগিছে শুনি
ভিতালী বাক ঘূৰাই পোৱা যেন লাগিছে 😢
বহুত ধুনীয়া কন্ঠ কমলিকাৰ | আশা কৰোঁ বিহুগীতৰ ধাৰাটো পুণৰ আগৰ দৰেই ঠন ধৰি উঠিব |
ঔঔঔঔঔ
Z
Akdom❤
2024 year hit bihu song.🧡🧡🧡❤️❤️❤️❤️
এই বিলাক বীহু গান শুনিলে ১৯৯৮ চনৰ লৈ মনত পৰি যায় বীহু গান বোলি কলে ধোল তাল পেপাৰ মাত থাকিলেহে বীহু বীহু লাগে
Uf mur jagat lagi goise ❤️ hundor gan same tu sam vitali baideu nisina birat moja palu val lagil bohriya boria
Bor dhuniya hoise dei dada aru vonti joni agbarhi juwa namrupor pora morom jasisu 😚
Keep it up.... it will be a Big piller of Assamese Bihu culture....
মজ্জা👌👌👌 অতি সুন্দৰ উপহাৰ 🎉🎉
Dhuniya hoise...bohut Dinor pasot eta bhal bihu gaan upohar dise.. Thank you
Mza hse gan2....aaguwai jawok..
বৰ সুন্দৰ হৈছে ৷ ৷মানুহ পাগল কৰিব ৷
সুন্দৰ অতি সুন্দৰ হৈছে আৰু আপোনালোকৰ এই বিহু গীতটো শুনি ভাল লাগিল আৰু কমলিকাৰ গীতটো শুনি মই খুব ভালো পালোঁ, পৰিৱেশন চাইও ভাল লাগিল ভৱিষ্যতে ও এনে বিহু গীত শুনিবলৈ পালে মনতে খুব সুখ অনুভৱ কৰিম,,,,
Dhuniya hoise dada aguwai jua ❤❤❤❤❤❤
❤❤ Kamalika tumar voice uf 😍 aru aguwai juwa tare kamonare agal man morom lakhimpur r pora ❤❤
🎉 , thanks from andharpradesh nellore district. Same vitali .
Kamor majot anekowa bihu gan hunible pay vagore nlga Hui jay oi rupom da logte heray jowa ba ajuni ako ghuray pwa Jen lagise❤❤
Bht dhuniya kokaideo ❤❤
❤moja hoise gantu pise aru duphakiman hobo lagisil aru bhal lagil hoi.
Aitu video khub hunkale lage amak dada
ভিটালী বা পুনৰ ঘূৰি আহিছে কমলিকা ৰূপত। ❤❤❤ কমলিকা। আৰু আগুৱাই যোৱা তুমি।
Bhal hoi se de❤
বহুত ধুনীয়া হৈছে দাদা ❤👀
সুন্দৰ হৈছে মামা...আৰু আগুৱাই যোৱা তুমি ❤🎉
Mojaa lagi gol❤
Mojja hoise❤❤
বিহু গীত আমাৰ অসমীয়া সংস্কৃতি অতি পাত সুন্দৰ ❤️💐👍
Hundor❤
Dhuniya lagise rupam Hokhi Moi Mintu from gogamukh
❤ good bhal lagise
Dhuniy lagise
বৰ ধুনীয়া ❤❤🎉
Ati hundar
Rupam daa bor hundor hoise
2000 year jen lagise .
All the best 👍👍👍👍👍👍👍👍👍👍 moi Jammu Kashmir pora huni asu .jai hind
সুন্দৰ ককাইদেউ
Dhunia
Bhuy bhal lagise
Mojja❤❤❤
Mjaa dada apuner gane nasibo Hubidha diye poti bare 🔥🔥🔥
দেহা মন পিৰপিৰাই গল🎉🎉❤❤❤❤❤❤❤❤❤🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤❤
Dhunia ❤
Vitali bai guar dore lagise ekdom
Go ahead Kamalika
বৰ ধুনীয়া অ' ❤❤ আগৰ বিহু গানবোৰৰ দৰে একদম ❤
Mzaaa❤
ধুনিয়া লাগিছে ❤❤❤❤
Moja bro
বহত ভাল লাগিল
Moja laagisaa ❤❤❤❤❤
Xundar Xuni val lagil Rupam Daa ❤
Very very nice song mama ❤❤❤I like it ❤
Mojja
কমলিকা ৰ কণ্ঠ সুনি ভিতালী বা লৈ মনত পৰি গৈছে। 😂😂😂 বহুত ভাল হৈছে । ❤❤❤❤
Bhitali ba suwali jni hsai ba r nisina gaise o vntik jnik hdai bhagabane sku meli saok.❤❤❤
Hundar. 👌
Oti hundor ❤️😊
Mozaa bro mozaa ❤❤song
Rupom daa juiii❤
Oti xundor ❤❤
Bahut hundar Rupam
Rupam da. Buhot val lagise komolikar. Voice to. Vitali bar Dole lagise. Taik aro val val gaan gabole. Kobida diae jen
Bohut dinor past .Val Bihu Geet Ata upohar palu. Thank you Rupom Da.
Vitali baideu ye gai thaka dore lagise..dhuniya hoise .
❤❤❤moja hoise
সুন্দৰ ৷
সুন্দৰ❤❤❤
❤from Goalpara
ধুনীয়া লাগিছে ৰূপম দা কমলিকা।। ভিতালি বা লৈ মনত পৰি গল।
Bhut duniya❤
Mojah hoiseh de
nice song rupom da
Go ahead. ❤❤❤
Dhnya lgse...vl hoise ❤❤😊😊nd....bihuu bihuuuuu🎉🎉🎉🎉🎉
Vl lagil song ❤
Vl lage apunar gan Rupm da... ❤❤❤❤❤
সুন্দৰ ককাই আগুৱাই যোৱা
Dhuniya hoise dada
Jui jui Rupam kai
Hundor kokai
Rupam daaa gaaan bht vl lge
Moza
kamalika hosai bohut bohut dhuniya gaisay .vitali baa nisina
সুন্দৰ হৈছে
Dhuniya Dada❤
A mojja disa
কমলিকাৰ উজ্বল ভবিষ্যত কামনা কৰিলো।
A mojaaa sar ❤
❤boriya
অতি সুন্দৰ হৈছে
বৰ ভাল লাগিল।
বৰ ভাল লাগিল শুনি।ভিটালী বাইদেউ লৈ মনত পৰি গৈছে।